• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰেম বাঢ়ে গোপনে গোপনে…! মনৰ মাজত প্ৰেম লুকুৱাই ৰাখে এই এই৫ৰাশিৰ জাতকে

প্ৰেম বাঢ়ে গোপনে গোপনে…! মনৰ মাজত প্ৰেম লুকুৱাই ৰাখে এই এই৫ৰাশিৰ জাতকে

2 years ago
ক’লৈ গ’ল দেৱাৰ্ষি-ৰিণিকাৰ এবছৰীয়া সন্তান?

ক’লৈ গ’ল দেৱাৰ্ষি-ৰিণিকাৰ এবছৰীয়া সন্তান?

4 hours ago
সম্পত্তিকেন্দ্ৰিক বিবাদে শেষ কৰিলে এটা পৰিয়াল

সম্পত্তিকেন্দ্ৰিক বিবাদে শেষ কৰিলে এটা পৰিয়াল

5 hours ago
পৰিয়ালকেন্দ্ৰিক বিবাদ, সম্পত্তিৰ লোভেই গুলীচালনাৰ কাৰণ!

পৰিয়ালকেন্দ্ৰিক বিবাদ, সম্পত্তিৰ লোভেই গুলীচালনাৰ কাৰণ!

5 hours ago
ঘনকান্ত গগৈ নামৰ এজনে সংঘটিত কৰিলে বিলাস INNৰ গুলীচালনাৰ ঘটনা!

ঘনকান্ত গগৈ নামৰ এজনে সংঘটিত কৰিলে বিলাস INNৰ গুলীচালনাৰ ঘটনা!

6 hours ago
গুৱাহাটীৰ লাচিত নগৰত মৃ*ত্যুৰ কিৰীলি, আততায়ীৰ গু*লীত নিহত ৫

গুৱাহাটীৰ লাচিত নগৰত মৃ*ত্যুৰ কিৰীলি, আততায়ীৰ গু*লীত নিহত ৫

7 hours ago
এয়া অসমীয়া-বাঙালীৰ সংঘাত নহয়ঃ লীনা দলে

এয়া অসমীয়া-বাঙালীৰ সংঘাত নহয়ঃ লীনা দলে

8 hours ago
শাড়ী পিন্ধি, খালী ভৰিৰে দৌৰি ভাইৰেল হৈ পৰা কবিতাই নাপালে চাকৰি!

শাড়ী পিন্ধি, খালী ভৰিৰে দৌৰি ভাইৰেল হৈ পৰা কবিতাই নাপালে চাকৰি!

9 hours ago
হিন্দু নীতিৰে পূৰ্বপুৰুষৰ শ্ৰাদ্ধ-তৰ্পণ, ধৰ্ম সলনি কৰিলে নেকি নাজিয়া ইলাহী খানে?

হিন্দু নীতিৰে পূৰ্বপুৰুষৰ শ্ৰাদ্ধ-তৰ্পণ, ধৰ্ম সলনি কৰিলে নেকি নাজিয়া ইলাহী খানে?

9 hours ago
পাহৰি যাওঁক E20 পেট্ৰ’ল, দেশত এইবাৰ ১০০% ইথানলেৰে চলিব বাহন!

পাহৰি যাওঁক E20 পেট্ৰ’ল, দেশত এইবাৰ ১০০% ইথানলেৰে চলিব বাহন!

10 hours ago
প্ৰেমৰ সম্পৰ্কত বাধা দিয়াৰ বাবেই পিতৃক হ*ত্যা নাবালিকাৰ!

প্ৰেমৰ সম্পৰ্কত বাধা দিয়াৰ বাবেই পিতৃক হ*ত্যা নাবালিকাৰ!

10 hours ago
২১ বছৰৰ মূৰত পুনৰ একেলগে গান গাব উদিত নাৰায়ণ-কুমাৰ ছানু!

২১ বছৰৰ মূৰত পুনৰ একেলগে গান গাব উদিত নাৰায়ণ-কুমাৰ ছানু!

11 hours ago
আইনৰ ছাত্ৰীৰ মৃ*ত্যুক লৈ উত্তপ্ত গোৱালপাৰা

আইনৰ ছাত্ৰীৰ মৃ*ত্যুক লৈ উত্তপ্ত গোৱালপাৰা

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

প্ৰেম বাঢ়ে গোপনে গোপনে…! মনৰ মাজত প্ৰেম লুকুৱাই ৰাখে এই এই৫ৰাশিৰ জাতকে

প্ৰেম বাঢ়ে গোপনে গোপনে...! মনৰ মাজত প্ৰেম লুকুৱাই ৰাখে এই এই৫ৰাশিৰ জাতকে

editor by editor
November 8, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
প্ৰেম বাঢ়ে গোপনে গোপনে…! মনৰ মাজত প্ৰেম লুকুৱাই ৰাখে এই এই৫ৰাশিৰ জাতকে
0
SHARES
4.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰেম একোজন একোজনৰ জীৱনত গভীৰভাৱে আহে৷ কোনোবাই প্ৰেম যদি ঢোল পিটি জনাই কোনোৱে আকৌ গোপনে প্ৰেম কৰি ভালপায়৷ নিজৰ ভালপোৱাৰ কথা সকলোৰে আগত সহজে প্ৰকাশ কৰিব নোখোজে৷ আৰু বহু লোকে আকৌ প্ৰেমৰ কথাবোৰ অন্যক জনাই খুবেই ভালপায়৷ কাৰোবাৰ প্ৰতি ক্ৰাছ থাকিলেও কোনবোৰ ৰাশিৰ জাতকে প্ৰকাশ নকৰে তাৰ ওপৰত বিশেষ তথ্য দিছে জ্যোতিষশাস্ত্ৰই৷ জানি থওক কোন কোন ৰাশিৰ জাতকে প্ৰেমৰ কথা সহজে প্ৰকাশ নকৰে?

বৃশ্চিক ৰাশি

নিজৰ মনৰ আবেগ কাকোৱেই জানিবলৈ নিদিয়ে বৃশ্চিক ৰাশিৰ জাতকে৷ এওঁলোকে চাৰিওফালে এক ৰহস্যৰ বাতাবৰণ তৈয়াৰ কৰি ৰাখিবলৈ ভালপায়৷ মনৰ কথা অন্যৰ পৰা লুকুৱাই ৰাখি ভালপায় বৃশ্চিকৰ জাতকে৷ কাৰোবাৰ প্ৰেমত পৰিলেও সহজে প্ৰকাশ নকৰে এই ৰাশিৰ জাতকে৷

মকৰ ৰাশি

মনে মনে কাৰোবাৰ প্ৰতি গোপন ক্ৰাছ ৰাখে মকৰ ৰাশিৰ জাতকে৷ কিন্তু অন্যৰ আগত সেইকথা প্ৰকাশ কৰিব নোখোজে৷ ব্যৰ্থতা কেতিয়াও মানি ল’ব নোৱাৰে মকৰ ৰাশিৰ জাতকে৷ যাৰ প্ৰেমত পৰিছে, তেওঁ প্ৰেমত প্ৰস্তাৱত সন্মত হ’বনে এই বিষয়ে নিশ্চিত হ’লেহে এই ৰাশিৰ জাতকে মনৰ কথা প্ৰকাশ কৰে৷

কন্যা ৰাশি

সকলো বিষয় খুটিনাটি চোৱাৰ স্বভাৱ কন্যা ৰাশিৰ জাতকৰ৷ কন্যা ৰাশিৰ জাতক হৈছে এক কথাত পাৰফেকছনিষ্ট৷ সেয়ে কাৰোবাৰ প্ৰেমত পৰিলে তাৰ পূৰ্বেই সকলোবোৰ খুটিনাটি জানি তাৰপিছতহে মনৰ কথা প্ৰকাশ কৰে এওঁলোকে৷

মীন ৰাশি

মীন ৰাশিৰ জাতকৰ যদি কাৰোবাৰ ওপৰত ক্ৰাছ থাকে তেন্তে সেয়া নিজে সহজে কাকোৱেই নজনায়৷ কাক ভালপাই সেয়া সহজে কাকোৱেই নজনাই এই ৰাশিৰ জাতকে৷ প্ৰেমত পৰিলেও গোপনেই ৰাখে সকলো৷

কুম্ভ ৰাশি

কুম্ভ ৰাশিৰ জাতক স্বাধীনচিতীয়া আৰু মুক্তমনা৷ প্ৰেমে এওঁলোকৰ জীৱনৰ বন্ধন বুলি ধাৰণা কৰে৷ স্বাধীন জীৱন কটোৱাৰ টানত প্ৰেমত পৰিলেও সহজে প্ৰকাশ কৰিব নোখোজে এওঁলোকে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ক’লৈ গ’ল দেৱাৰ্ষি-ৰিণিকাৰ এবছৰীয়া সন্তান?
অসম

ক’লৈ গ’ল দেৱাৰ্ষি-ৰিণিকাৰ এবছৰীয়া সন্তান?

October 27, 2026
সম্পত্তিকেন্দ্ৰিক বিবাদে শেষ কৰিলে এটা পৰিয়াল
অসম

সম্পত্তিকেন্দ্ৰিক বিবাদে শেষ কৰিলে এটা পৰিয়াল

October 27, 2026
পৰিয়ালকেন্দ্ৰিক বিবাদ, সম্পত্তিৰ লোভেই গুলীচালনাৰ কাৰণ!
অসম

পৰিয়ালকেন্দ্ৰিক বিবাদ, সম্পত্তিৰ লোভেই গুলীচালনাৰ কাৰণ!

October 26, 2026
গুৱাহাটীৰ লাচিত নগৰত মৃ*ত্যুৰ কিৰীলি, আততায়ীৰ গু*লীত নিহত ৫
অসম

গুৱাহাটীৰ লাচিত নগৰত মৃ*ত্যুৰ কিৰীলি, আততায়ীৰ গু*লীত নিহত ৫

October 26, 2026
Next Post
২২ গজত নহয় এইবাৰ সাংসৰিক জীৱনৰ সুখবৰ দিলে কে এল ৰাহুলে, সোনকালেই পৰিয়াললৈ আহিব নতুন সদস্য

২২ গজত নহয় এইবাৰ সাংসৰিক জীৱনৰ সুখবৰ দিলে কে এল ৰাহুলে, সোনকালেই পৰিয়াললৈ আহিব নতুন সদস্য

কোন দেশৰ মানুহ শাৰীৰিক চাহিদাৰ ক্ষেত্ৰত অত্যন্ত সুখী? সমীক্ষাৰ অন্তত পোহৰলৈ আহিছে তথ্য

কোন দেশৰ মানুহ শাৰীৰিক চাহিদাৰ ক্ষেত্ৰত অত্যন্ত সুখী? সমীক্ষাৰ অন্তত পোহৰলৈ আহিছে তথ্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.