• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চোৰৰ বিলৈ, চুৰ কৰিব আহি এচি পাই টোপনি গ’ল চোৰ, সাৰ পাই চকু কপালত

চোৰৰ বিলৈ, চুৰ কৰিব আহি এচি পাই টোপনি গ’ল চোৰ, সাৰ পাই চকু কপালত

2 years ago
IPL ত একেৰাহে দ্বিতীয়বাৰ চেম্পিয়ন RCB, আহমেদাবাদত GTৰ বিৰুদ্ধে খিতাপ দখল

IPL ত একেৰাহে দ্বিতীয়বাৰ চেম্পিয়ন RCB, আহমেদাবাদত GTৰ বিৰুদ্ধে খিতাপ দখল

30 minutes ago
নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!

নিশা টোপনি অহাত সমস্যা? কি ভিটামিনৰ অভাৱ ঘটিছে শৰীৰত জানক

1 hour ago
নিশা মল্লিকাৰ ৰুমত প্ৰৱেশৰ চেষ্টা নায়কৰ, উপায়ন্তৰ নায়িকাই কৰিলে এই কাম!

নিশা মল্লিকাৰ ৰুমত প্ৰৱেশৰ চেষ্টা নায়কৰ, উপায়ন্তৰ নায়িকাই কৰিলে এই কাম!

2 hours ago
জুনত ৪ গ্ৰহই সলাব গতি, একেলগে ভাগ্য উজলিব বহুকেইটা ৰাশিৰ!

জুনত ৪ গ্ৰহই সলাব গতি, একেলগে ভাগ্য উজলিব বহুকেইটা ৰাশিৰ!

3 hours ago
আপোনাৰ শিশুৰ নাম কি ৰাখিব চিন্তিত হৈছে নেকি? লওক টিপচ

আপোনাৰ শিশুৰ নাম কি ৰাখিব চিন্তিত হৈছে নেকি? লওক টিপচ

3 hours ago
প্ৰেমত সংগীক কেনেকৈ দিব বিশ্বাস? এই টিপছে মানিলে কেতিয়াও নকৰে অবিশ্বাস!

প্ৰেমত সংগীক কেনেকৈ দিব বিশ্বাস? এই টিপছে মানিলে কেতিয়াও নকৰে অবিশ্বাস!

4 hours ago
কোনবোৰ কামে ক্ৰোধিত কৰে ভগৱান শিৱক? সোমবাৰে নকৰিব ভুল!

সন্তান সুখৰ বাবে কেনেকৈ কৰিব শিৱৰ আৰাধনা? জানক নিয়ম

4 hours ago
কোনদিনা চন্দ্ৰগ্ৰহণ? জানক ভাৰতত পৰিব নেকি প্ৰভাৱ

কোনদিনা চন্দ্ৰগ্ৰহণ? জানক ভাৰতত পৰিব নেকি প্ৰভাৱ

6 hours ago
কম বয়সতে চুলি পকিছে নেকি? ইয়াৰ আঁৰৰ কাৰণ কি জানক

কম বয়সতে চুলি পকিছে নেকি? ইয়াৰ আঁৰৰ কাৰণ কি জানক

7 hours ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৪ ৰাশিৰ জাতক-জাতিকাৰ, বৃহস্পতিৰ পাব আশীৰ্বাদ!

২ জুনৰ পৰা বহুকেইটা ৰাশিৰ জীৱনলৈ আহিব পৰিৱৰ্তন, হ’ব ধনৰ বৰষুণ!

7 hours ago
কিদৰে বঢ়াব উপাৰ্জন? এই উপায়ে কৰিব আপোনাক সহায়

কিদৰে বঢ়াব উপাৰ্জন? এই উপায়ে কৰিব আপোনাক সহায়

8 hours ago
কিং বনাম প্ৰিন্স, কোনে দখল কৰিব IPLৰ খিতাপ? বৰষুণ হ’লে ঘটিব ডাঙৰ ঘটনা

কিং বনাম প্ৰিন্স, কোনে দখল কৰিব IPLৰ খিতাপ? বৰষুণ হ’লে ঘটিব ডাঙৰ ঘটনা

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, June 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

চোৰৰ বিলৈ, চুৰ কৰিব আহি এচি পাই টোপনি গ’ল চোৰ, সাৰ পাই চকু কপালত

editor by editor
June 3, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত
0
চোৰৰ বিলৈ, চুৰ কৰিব আহি এচি পাই টোপনি গ’ল চোৰ, সাৰ পাই চকু কপালত
0
SHARES
636
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

চোৰৰ বিলৈ, চুৰ কৰিব আহি এচি পাই টোপনি গ’ল চোৰ, সাৰ পাই চকু কপালত

এতিয়ালৈকে চুৰিৰ বহু ঘটনা আপুনি নিশ্চয় পঢ়িছে আৰু শুনিছে, কিন্তু এই গোচৰটো অলপ বেলেগ। উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌৰ পৰা পোহৰলৈ আহিছে চুৰিৰ এক অতি আশ্চৰ্যজনক ঘটনা। চোৰে চুৰি কৰাৰ উদ্দেশ্যেৰে ঘৰত সোমাই নিজৰ উদ্দেশ্য পূৰণ কৰি ঘৰৰ সকলো সামগ্ৰী চুৰি কৰাৰ উদ্দেশ্যে বস্তাত ভৰাই ৰাখে। পাছে এচিৰ থাণ্ডা থাণ্ডা বতাহ পাই চোৰৰ ইমানেই টোপনি আহে যে পুৱালৈ নাক বজাই শুই থাকে।

পুৱা চকু মেলি দেখে ওচৰতে চোৰ। আৰক্ষীয়ে লগে লগে গ্ৰেপ্তাৰ কৰে চোৰক। চোৰ নকৰাকৈয়ে আৰক্ষীৰ হাতত ধৰা পৰে চোৰ।

এই চাঞ্চল্যকৰ গোচৰটো পোহৰলৈ আহিছে উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌৰ ইন্দিৰা নগৰ ছেক্টৰ ২০ৰ পৰা। চোৰ ভাগ্য একেবাৰে বেয়া বুলি কব পাৰি। লাখ টকাৰ সামগ্ৰী নিবলৈ আহি এতিয়া ৰঙাঘৰৰ অতিথি।

এগৰাকী চিকিৎসকৰ ঘৰত চোৰ কৰিবলৈ গৈছিল চোৰ। নিশা সকলো শুই পৰাৰ পাছতে ঘৰটোৰ উপস্থিত হৈছিল চোৰ। বহু দামী দামী সামগ্ৰী একগোট কৰি লৈছিল চোৰ কৰাৰ উদ্দেশ্যে। পাছে বাহিৰত ইমান গৰম, তাতে আৰু চিকিৎসকৰ ঘৰত এচি।

মন মগজু শীতল কৰি দিয়া শান্তি লাভ কৰি চোৰে চিকিৎসকৰ ঘৰৰ মজিয়াতেই অলপ শুই লও বুলি বাগৰ দিলে। পাছে সেই অলপ বাগৰ দিয়াই কাল হৈ নামিল। গভীৰ টোপনি আহি একেবাৰে পুৱাহে সাৰ পায়। বৰ্তমানে আৰক্ষীৰ জিম্মাত চোৰ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: ACHeatHot weatherpoliceTheftTheft in jail
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

IPL ত একেৰাহে দ্বিতীয়বাৰ চেম্পিয়ন RCB, আহমেদাবাদত GTৰ বিৰুদ্ধে খিতাপ দখল
বিনোদন

IPL ত একেৰাহে দ্বিতীয়বাৰ চেম্পিয়ন RCB, আহমেদাবাদত GTৰ বিৰুদ্ধে খিতাপ দখল

May 31, 2026
নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!
জীৱনশৈলী

নিশা টোপনি অহাত সমস্যা? কি ভিটামিনৰ অভাৱ ঘটিছে শৰীৰত জানক

May 31, 2026
নিশা মল্লিকাৰ ৰুমত প্ৰৱেশৰ চেষ্টা নায়কৰ, উপায়ন্তৰ নায়িকাই কৰিলে এই কাম!
বিনোদন

নিশা মল্লিকাৰ ৰুমত প্ৰৱেশৰ চেষ্টা নায়কৰ, উপায়ন্তৰ নায়িকাই কৰিলে এই কাম!

May 31, 2026
জুনত ৪ গ্ৰহই সলাব গতি, একেলগে ভাগ্য উজলিব বহুকেইটা ৰাশিৰ!
জীৱনশৈলী

জুনত ৪ গ্ৰহই সলাব গতি, একেলগে ভাগ্য উজলিব বহুকেইটা ৰাশিৰ!

May 31, 2026
Next Post
আমূলৰ পাছত এইবাৰ মাদাৰ ডেইৰীৰো গাখীৰৰ মূল্য বৃদ্ধি, লিটাৰে প্ৰতি ২ টকাকৈ বৃদ্ধি

আমূলৰ পাছত এইবাৰ মাদাৰ ডেইৰীৰো গাখীৰৰ মূল্য বৃদ্ধি, লিটাৰে প্ৰতি ২ টকাকৈ বৃদ্ধি

কেঞ্চাৰৰ বাবে ভৰি কাটিব লাগিব, বুলি কোৱা ব্যক্তি আজি অধিনায়ক হিচাপে দেশৰ হৈ টি-২০ বিশ্বকাপত অধিনায়ক

কেঞ্চাৰৰ বাবে ভৰি কাটিব লাগিব, বুলি কোৱা ব্যক্তি আজি অধিনায়ক হিচাপে দেশৰ হৈ টি-২০ বিশ্বকাপত অধিনায়ক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.