• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
উপবাসে থাকিলেই ৰোগমুক্তি! পিতৃ-মাতৃৰ চাপতেই উপবাসে থাকি প্ৰাণ হেৰুৱালে ৩ বছৰীয়া শিশুৱে

9 months ago
নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

3 hours ago
সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব

4 hours ago
৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?

6 hours ago
SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

7 hours ago
সোণৰ দাম ৭০ হাজাৰলৈ নামিব নেকি? বজাৰ বিশেষজ্ঞই কি কৈছে? জানি থওক সবিশেষ

8 hours ago
৬ ফেব্ৰুৱাৰীৰ পৰা উপাৰ্জন বাঢ়িব ৩ৰাশিৰ, শুক্ৰৰ গোচৰত মালামাল হ’ব কোন কোন?

লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’

9 hours ago
সপোনত ধন দেখাটো শুভ নে অশুভ? জানক সপোনত ধন দেখাৰ অৰ্থ কি?

1 day ago
গুৰুবাৰে গজকেশৰী যোগ, লক্ষ্মী-নাৰায়ণৰ সহায় থাকিব এই ৫ৰাশিত

মহাশিৱৰাত্ৰিৰ পাছতেই সূৰ্যগ্ৰহণ, আৰ্থিক লাভৰ যোগ আছে এই ৫ৰাশিৰ ভাগ্যত

মাজ আকাশত বিমানত জুই! কলকাতাত ২৩৬ যাত্ৰী কঢ়িওৱা বিমানৰ জৰুৰী অৱতৰণ

কোৰিয়ান ‘লাভ গেম’ৰ বলি গাজিয়াবাদৰ তিনি ভগ্নী! জানক কি আছে এই খেলত?

  • About
  • Advertise
  • Careers
  • English Edition
Thursday, February 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

উপবাসে থাকিলেই ৰোগমুক্তি! পিতৃ-মাতৃৰ চাপতেই উপবাসে থাকি প্ৰাণ হেৰুৱালে ৩ বছৰীয়া শিশুৱে

উপবাসে থাকিলেই ৰোগমুক্তি! পিতৃ-মাতৃৰ চাপতেই উপবাসে থাকি প্ৰাণ হেৰুৱালে ৩ বছৰীয়া শিশুৱে

editor by editor
May 4, 2025
in জীৱনশৈলী
0
উপবাসে থাকিলেই ৰোগমুক্তি! পিতৃ-মাতৃৰ চাপতেই উপবাসে থাকি প্ৰাণ হেৰুৱালে ৩ বছৰীয়া শিশুৱে
0
SHARES
1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বয়স মাত্ৰ ৩ বছৰ৷ যি বয়সত এটা সম্পূৰ্ণ বাক্যও ভালকৈ উচ্চাৰণ কৰিব নোৱাৰে এটি শিশুৱে৷ সেই বয়সতেই পিতৃ মাতৃয়ে জোৰকৈ উপবাসত ৰাখিছিল শিশুটিক৷ পিতৃ মাতৃৰ চাপতেই দিনৰ পাছত দিন ধৰি নোখোৱাকৈ আছিল শিশুটি৷ সেই উপবাসেই প্ৰাণ কাঢ়িলে টিউমাৰত আক্ৰান্ত ৩ বছৰীয়া এটি শিশুৰ৷

ৰাষ্ট্ৰীয় সংবাদমাধ্যমত প্ৰকাশিত প্ৰতিবেদনত উল্লেখ থকা অনুসৰি মৃত শিশুৰ পিতৃ পীযূষ জৈন পেছাত তথ্যপ্ৰযুক্তি কৰ্মী৷ পীযুষ আৰু বৰ্ষা জৈনৰ একমাত্ৰ সন্তান আছিল বিনয়া৷ ২০২৪ চনৰ ডিচেম্বৰ মাহত জনা যায় যে বিনয়া ব্ৰেইন টিউমাৰত আক্ৰান্ত৷ মুম্বাইত দীৰ্ঘদিন ধৰি চিকিৎসা কৰোৱা হৈছিল বিনয়াক৷ আনকি অস্ত্ৰোপচাৰো কৰোৱা হৈছিল৷ চিকিৎসা চলি থাকোতেই দিনে দিনে স্বাস্থ্যৰ অৱনতিয়েই ঘটি থাকিল বিনয়াৰ৷

বিনয়াৰ বাচি থকাৰ আশাও ক্ষীণ হৈ আহিছিল লাহে লাহে৷ তেতিয়াই পুৰণি ধৰ্মীয় আচাৰ পালনত বিশ্বাসী হৈ উঠে পীযূষ আৰু বৰ্ষা৷ তেওঁলোকক ধৰ্মগুৰুৱে কৈছিল, উপবাস কৰিলেই ধৰ্মীয় ৰীতি মানিলেই বিনয়াৰ কঠিন অসুখ দূৰ হ’ব৷ ২১ মাৰ্চত ইন্দোৰৰ ৰাজেশ মুনি মহাৰাজৰ সৈতে দেখা কৰিছিল তেওঁলোকে৷ পীযূষে জনাইছে যে সেইদিনা গুৰুজিয়ে জনাই যে বিনয়াৰ মৃত্যু ক্ৰমে কাষ চাপি আহিছে সেয়ে তাইক সান্থাৰা পালন কৰাওক বা উপবাসে ৰাখক৷

‘সান্থাৰা’ জৈন ধৰ্মাৱলম্বীসকলৰ শতাব্দী প্ৰাচীন এনে এক ৰীতি, য’ত মৃত্যু পৰ্যন্ত উপবাস কৰোৱা হয়৷ বিনয়া জৈনৰ মাজত সৰ্বকনিষ্ঠ শিশু যিয়ে সান্থাৰা ব্ৰত পালন কৰিছিল৷ গোল্ডেন বুক অৱ ৱাৰ্ল্ড ৰেকৰ্ডছতো নাম উঠিছে তেওঁৰ৷ পীযূষে সৰ্বভাৰতীয় সংবাদমাধ্যমক জনাইছে যে এই ব্ৰত শেষ কৰাৰ দহ মিনিট পাছতেই মৃত্যুৰ কোলাত ঢলি পৰে বিনয়া৷ গুৰুজিৰ আদেশতেই সন্তানক সান্থাৰা ব্ৰত কৰাবলৈ ৰাজি হৈছিল পিতৃ মাতৃ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন
জীৱনশৈলী

February 5, 2026
সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব
জীৱনশৈলী

সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব

February 5, 2026
৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?
জীৱনশৈলী

৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?

February 5, 2026
SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?
জীৱনশৈলী

SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

February 5, 2026
Next Post
ঘৰে ঘৰেই লাগে এইবিধ সামগ্ৰী, এই এবিধ সামগ্ৰীৰ বাবেই বিগত দিনত পাকিস্তানৰ ওপৰত নিৰ্ভৰ কৰিছিল ভাৰতে

বন্ধ হ’ব পৃথিৱীৰ অন্যতম বৃহৎ এই মোবাইল ব্ৰেণ্ড! হাতত সময় মাত্ৰ দুমাহ, কি কৰিব কোটি কোটি গ্ৰাহকে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন