• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ঘৰে ঘৰেই লাগে এইবিধ সামগ্ৰী, এই এবিধ সামগ্ৰীৰ বাবেই বিগত দিনত পাকিস্তানৰ ওপৰত নিৰ্ভৰ কৰিছিল ভাৰতে

ঘৰে ঘৰেই লাগে এইবিধ সামগ্ৰী, এই এবিধ সামগ্ৰীৰ বাবেই বিগত দিনত পাকিস্তানৰ ওপৰত নিৰ্ভৰ কৰিছিল ভাৰতে

1 year ago
ভাৰতে লাভ কৰিব অষ্ট্ৰেলিয়াৰ ইউৰেনিয়াম

ভাৰতে লাভ কৰিব অষ্ট্ৰেলিয়াৰ ইউৰেনিয়াম

1 hour ago
বিৱাহত সন্মতি দিয়াৰ আগতে নিশ্চিতভাৱে জানি লওক এই ৫টা কথা

বিৱাহত সন্মতি দিয়াৰ আগতে নিশ্চিতভাৱে জানি লওক এই ৫টা কথা

2 hours ago
আজি দাখিল হ’ব ২০২৬-২৭ বৰ্ষৰ অসম বাজেট

আজি দাখিল হ’ব ২০২৬-২৭ বৰ্ষৰ অসম বাজেট

3 hours ago
এমবাপে-ডেম্বেলেৰ যুগলবন্দীত দিশহাৰা মৰক্কো, ছেমিত ফ্ৰান্স

এমবাপে-ডেম্বেলেৰ যুগলবন্দীত দিশহাৰা মৰক্কো, ছেমিত ফ্ৰান্স

4 hours ago
আজিৰ দিনটো আপোনাৰ কেনে যাব?

আজিৰ দিনটো আপোনাৰ কেনে যাব?

5 hours ago
মৃত্যুক জয় কৰা ষ্ট’লে ছ’লবাকেনৰ অনন্য কাহিনী

মৃত্যুক জয় কৰা ষ্ট’লে ছ’লবাকেনৰ অনন্য কাহিনী

17 hours ago
খোৱাৰ সময়ত এই ভুলবোৰ কেতিয়াও নকৰিব

খোৱাৰ সময়ত এই ভুলবোৰ কেতিয়াও নকৰিব

17 hours ago
৭০ দশকত বলীউডৰ আটাইতকৈ দামী অভিনেত্ৰী কোন আছিল?

৭০ দশকত বলীউডৰ আটাইতকৈ দামী অভিনেত্ৰী কোন আছিল?

17 hours ago
এই ৫ ৰাশিৰ লোক হওঁক সাৱধান! আহি আছে বিভিন্ন প্ৰত্যাহ্বান

এই ৫ ৰাশিৰ লোক হওঁক সাৱধান! আহি আছে বিভিন্ন প্ৰত্যাহ্বান

18 hours ago
খামেনেইৰ জানাজা সম্পন্ন হোৱা Imam Reza Shrineৰ মহত্ব কিমান?

খামেনেইৰ জানাজা সম্পন্ন হোৱা Imam Reza Shrineৰ মহত্ব কিমান?

19 hours ago
ট্ৰাম্পৰ হুংকাৰৰ মূল্য কিমান? আমেৰিকা-ইৰানৰ বাবে বুজাবুজিৰ বিকল্প আছেনে?

ট্ৰাম্পৰ হুংকাৰৰ মূল্য কিমান? আমেৰিকা-ইৰানৰ বাবে বুজাবুজিৰ বিকল্প আছেনে?

21 hours ago
কিছুমান মানুহক মহে কিয় বেছিকৈ কামোৰে?

কিছুমান মানুহক মহে কিয় বেছিকৈ কামোৰে?

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ঘৰে ঘৰেই লাগে এইবিধ সামগ্ৰী, এই এবিধ সামগ্ৰীৰ বাবেই বিগত দিনত পাকিস্তানৰ ওপৰত নিৰ্ভৰ কৰিছিল ভাৰতে

ঘৰে ঘৰেই লাগে এইবিধ সামগ্ৰী, এই এবিধ সামগ্ৰীৰ বাবেই বিগত দিনত পাকিস্তানৰ ওপৰত নিৰ্ভৰ কৰিছিল ভাৰতে

editor by editor
May 4, 2025
in জীৱনশৈলী
0
ঘৰে ঘৰেই লাগে এইবিধ সামগ্ৰী, এই এবিধ সামগ্ৰীৰ বাবেই বিগত দিনত পাকিস্তানৰ ওপৰত নিৰ্ভৰ কৰিছিল ভাৰতে
0
SHARES
2.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
এটা সময় আছিল যেতিয়া দুই দেশৰ মাজত বাণিজ্যিক সম্পৰ্ক আছিল উল্লেখনীয়৷ কঠিন পৰিস্থিতি সত্ত্বেও এবিধ সামগ্ৰীক লৈ ভাৰতে সদায়ে নতশিৰ হৈ আহিছিল পাকিস্তানৰ ওচৰত৷ সেয়া হৈছে ৰক ছল্ট৷ ভাৰতত ৰক ছল্ট উৎপাদন নহয়৷ ফলস্বৰূপে ইয়াৰ চাহিদা পূৰণৰ বাবে প্ৰায় সম্পূৰ্ণৰূপে পাকিস্তানৰ ওপৰত নিৰ্ভৰ কৰিব লাগে৷ এই ৰক ছল্ট মূলত পঞ্জাৱ প্ৰদেশৰ ঝিলম জিলাত অৱস্থিত বিখ্যাত খেওড়া নিমখৰ খনিৰ পৰা উৎপাদন কৰা হয়৷ বিশ্বৰ দ্বিতীয় বৃহত্তম এই খনিৰ পৰা বছৰি প্ৰায় ৪,৫০,০০০ টন ৰক ছল্ট উৎপাদিত হয়৷
ৰক ছল্ট বা হিমালয়ান নিমখ এবিধ প্ৰাকৃতিক অপ্ৰক্ৰিয়াজাত নিমখ যি অতি স্বাস্থ্যকৰ বুলি বিবেচিত হয়৷ আয়ুৰ্বেদ অনুসৰি এই নিমখ অতি উন্নতমানৰ৷ ইয়াত শৰীৰৰ বাবে প্ৰয়োজনীয় ৯২বিধ বিশেষ উপাদান থাকে৷ তাৰমাজত থাকে হজম, ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি, চাপ উপশম আৰু শ্বাসকষ্টজনিত সমস্যাৰ সমাধান৷ পাকিস্তানত এই ৰক ছল্টৰ দাম প্ৰতি কিঃগ্ৰাঃত আনুমানিক ২-৩ টকা হলেও ভাৰতত এই নিমখ প্ৰতি কিঃগ্ৰাঃত ৫০-৬০ টকাকৈ বিক্ৰি হয়৷
২০১৮-২০১৯ চনত ভাৰতলৈ পাকিস্তানৰ পৰা ৯৯.৭শতাংশ ৰক ছল্ট আমদানি কৰা হৈছিল৷ ভাৰত-পাকিস্তানৰ কূটনৈতিক সম্পৰ্কৰ খেলিমেলিৰ বাবে ভাৰতে বিকল্প উৎস বিচাৰিবলৈ আৰম্ভ কৰে৷ তাৰপিছতেই সংযুক্ত আৰৱ আমিৰ, ইৰাণ, মালয়েছিয়া, জাৰ্মানি, আফগানিস্তান, তুৰস্ক আৰু অষ্ট্ৰেলিয়াৰ পৰা এই ৰক ছল্ট ভাৰতে আমদানি কৰে৷
তথ্য অনুসৰি ভাৰতে পূৰ্বে আট্টাৰি স্থলবন্দৰেৰে পাকিস্তানৰ পৰা ছয়াবিন, হাঁহা-মুৰ্গিৰ দানা, শাকপাচলি, ৰঙা জলকীয়া, প্লাষ্টিকৰ দানা আৰু প্লাষ্টিকৰ সুঁতাৰ দৰে সামগ্ৰী ৰপ্তানী কৰিছিল৷ শুকান ফল, খেজুৰ, জিপছাম, চিমেণ্ট, কাঁচ, ৰক ছল্ট আৰু ভেষজসহ বহু পণ্য আমদানি কৰিছিল ভাৰতে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিৱাহত সন্মতি দিয়াৰ আগতে নিশ্চিতভাৱে জানি লওক এই ৫টা কথা
জীৱনশৈলী

বিৱাহত সন্মতি দিয়াৰ আগতে নিশ্চিতভাৱে জানি লওক এই ৫টা কথা

July 10, 2026
আজিৰ দিনটো আপোনাৰ কেনে যাব?
জীৱনশৈলী

আজিৰ দিনটো আপোনাৰ কেনে যাব?

July 10, 2026
খোৱাৰ সময়ত এই ভুলবোৰ কেতিয়াও নকৰিব
জীৱনশৈলী

খোৱাৰ সময়ত এই ভুলবোৰ কেতিয়াও নকৰিব

July 9, 2026
এই ৫ ৰাশিৰ লোক হওঁক সাৱধান! আহি আছে বিভিন্ন প্ৰত্যাহ্বান
জীৱনশৈলী

এই ৫ ৰাশিৰ লোক হওঁক সাৱধান! আহি আছে বিভিন্ন প্ৰত্যাহ্বান

July 9, 2026
Next Post
বন্ধ হ’ব পৃথিৱীৰ অন্যতম বৃহৎ এই মোবাইল ব্ৰেণ্ড! হাতত সময় মাত্ৰ দুমাহ, কি কৰিব কোটি কোটি গ্ৰাহকে?

বন্ধ হ’ব পৃথিৱীৰ অন্যতম বৃহৎ এই মোবাইল ব্ৰেণ্ড! হাতত সময় মাত্ৰ দুমাহ, কি কৰিব কোটি কোটি গ্ৰাহকে?

শোকাৱহ, ৭০০ ফুট দ’ খাৱৈত বাগৰিল সেনাৰ বাহন, ৩ সেনা জোৱান শ্বহীদ

শোকাৱহ, ৭০০ ফুট দ' খাৱৈত বাগৰিল সেনাৰ বাহন, ৩ সেনা জোৱান শ্বহীদ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.