কাইলৈ ১ জানুৱাৰী ২০২৬ বৃহস্পতিবাৰে চন্দ্ৰই বৃষ ৰাশিত গোচৰ কৰিব৷ বৈদিক পঞ্জিকাই কৈছে যে কাইলৈ পুহৰ শুক্লা ত্ৰয়োদশী তিথি৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ থাকিব শুভ যোগ আৰু শুক্লা যোগৰ প্ৰভাৱ৷ ইয়াৰোপৰি কাইলৈ থাকিব ৰোহিনী নক্ষত্ৰ আৰু মৃগশিৰা নক্ষত্ৰৰ প্রভাৱ৷ এই সকলো যোগৰ প্ৰভাৱত কাইলৈ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হব৷ হিন্দুধৰ্মত বৃহস্পতিবাৰ হৈছে নাৰায়ণৰ প্ৰিয় দিন৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ কোনো কোনো ৰাশিৰ জাতকৰ জীৱনত প্ৰচুৰ সুখ সাফল্য লাভ কৰিব৷ জানি থওক কাইলৈৰ ভাগ্যবান ৰাশিৰ তালিকাত কোন আছে?
মেষ ৰাশি
১ জানুৱাৰী শুভ দিন হব মেষ ৰাশিৰ জাতকৰ বাবে৷ আপুনি যি কামতেই হাত দিব তাতেই সাফল্য লাভ কৰিব৷ নিজৰ সকলো কাম কাইলৈ সম্পূৰ্ণ কৰিব পাৰিব৷ ধ্যান আৰু যোগ ব্যায়াম কৰি নিজৰ মানসিক জোৰ আৰু মনসংযোগ বঢ়াব পাৰিব মেষ ৰাশিৰ জাতকে৷ আয় বঢ়াৰ লগে লগে সমাজত সন্মান আৰু প্ৰতিপত্তি বাঢ়িব৷
মিথুন ৰাশি
কাইলৈ দিনটো নাৰায়ণৰ কৃপাত দুৰ্দান্তভাৱে কটাব মিথুন ৰাশিৰ জাতকে৷ নিজৰ উপাৰ্জন বৃদ্ধিৰ বাবে কাইলৈ বহু সময় আৰু এনাৰ্জি ব্যয় কৰিব৷ সন্ধিয়াৰ পাছত বন্ধুৰ সৈতে ভাল সময় কটাব৷ কাইলৈ কঠোৰ পৰিশ্ৰমৰ জোৰত সাফল্য লাভ কৰিব মিথুন ৰাশিৰ জাতকে৷ কৰ্মক্ষেত্ৰত সাফল্যৰ শীৰ্ষত ওঠাৰ সুযোগ পাব৷ অফিচৰ মেনেজমেণ্টে আপোনাৰ কামত প্ৰশংসা কৰিব৷
কন্যা ৰাশি
কাইলৈ সমসপ্তক যোগৰ শুভ ফল পাব কন্যা ৰাশিৰ জাতকে৷ কাইলৈ কিছু চেলেঞ্জ আপোনাৰ সন্মুখত আহিলেও সফলভাৱে সকলো চেলেঞ্জৰ মোকাবিলা কৰিব আপুনি৷ ঘৰত বেছ আনন্দ কৰি সময় কটাব৷ নিজৰ ব্যৱসায়ত আৰু আগুৱাই নিয়াৰ সুযোগ পাব৷ প্ৰেম জীৱন বেছ সুখৰ হব কন্যা ৰাশিৰ জাতকৰ বাবে৷ সংগীৰ পৰা প্ৰয়োজনীয় সহায় পাব৷
বৃশ্চিক ৰাশি
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















