• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গোমাংস, গাহৰিৰ চৰ্বি ব্যৱহাৰ হৈছে তিৰুপতিৰ প্ৰসাদী লাড্ডুত? এই অভিযোগ কিমান সঁচা?

গোমাংস, গাহৰিৰ চৰ্বি ব্যৱহাৰ হৈছে তিৰুপতিৰ প্ৰসাদী লাড্ডুত? এই অভিযোগ কিমান সঁচা?

2 years ago
চন্দ্ৰ, মঙ্গলত মাটি বিক্ৰি কৰে, দিয়ে মাটিৰ দলিলো! ৪৫ বছৰ ধৰি কোটি কোটি ধন আয় কৰা কোন এই ব্যক্তি?

চন্দ্ৰ, মঙ্গলত মাটি বিক্ৰি কৰে, দিয়ে মাটিৰ দলিলো! ৪৫ বছৰ ধৰি কোটি কোটি ধন আয় কৰা কোন এই ব্যক্তি?

9 minutes ago
আশাৰ ৫৬ বছৰীয়া কন্যা বৰ্ষাই নিজৰ জীৱন শেষ কৰাৰ পথ কিয় বাচি লৈছিল? কিন্তু কি কাৰণ?

আশাৰ ৫৬ বছৰীয়া কন্যা বৰ্ষাই নিজৰ জীৱন শেষ কৰাৰ পথ কিয় বাচি লৈছিল? কিন্তু কি কাৰণ?

56 minutes ago
মে মাহতেই প্ৰমোছন, ব্যৱসায়ত বাম্পাৰ লাভ ৪ৰাশিৰ, পুনৰ্বসু নক্ষত্ৰত গুৰুৱে কৰিব গোচৰ

মে মাহতেই প্ৰমোছন, ব্যৱসায়ত বাম্পাৰ লাভ ৪ৰাশিৰ, পুনৰ্বসু নক্ষত্ৰত গুৰুৱে কৰিব গোচৰ

1 hour ago
নৱবৰ্ষৰ প্ৰথম দিনাই সৌভাগ্যৰ দুৱাৰ খুলিব, মেজিকৰ দৰে ভাগ্য ঘূৰিব এই ৫ৰাশিৰ জাতকৰ

নৱবৰ্ষৰ প্ৰথম দিনাই সৌভাগ্যৰ দুৱাৰ খুলিব, মেজিকৰ দৰে ভাগ্য ঘূৰিব এই ৫ৰাশিৰ জাতকৰ

2 hours ago
দৈনিক উপাৰ্জন ভাল, কিন্তু হাতত ধন নাথাকে? এই ৫কাম কৰিলে আপোনাৰ কাহানিও ধনৰ অভাৱ নহয়

দৈনিক উপাৰ্জন ভাল, কিন্তু হাতত ধন নাথাকে? এই ৫কাম কৰিলে আপোনাৰ কাহানিও ধনৰ অভাৱ নহয়

3 hours ago
আপোনাৰ সন্তানৰ ভাগ্য সলনি হ’ব! অভিভাৱকসকলে জানক সহজ উপায়

আপোনাৰ সন্তানৰ ভাগ্য সলনি হ’ব! অভিভাৱকসকলে জানক সহজ উপায়

3 hours ago
শৌচাগাৰলৈ ফোন নিয়ে নেকি? ভয়ংকৰ বিপদক আমন্ত্ৰণ কৰিছে আপুনি!

শৌচাগাৰলৈ ফোন নিয়ে নেকি? ভয়ংকৰ বিপদক আমন্ত্ৰণ কৰিছে আপুনি!

3 hours ago
কাণৰ গঠনৰ পৰা জানক আপোনাৰ স্বভাৱ

কাণৰ গঠনৰ পৰা জানক আপোনাৰ স্বভাৱ

4 hours ago
ৰঙালীৰ ৰঙত ৰঙীন ৰাজ্য, কাইলৈ কি কি পৰম্পৰা পালন কৰিব জানক

ৰঙালীৰ ৰঙত ৰঙীন ৰাজ্য, কাইলৈ কি কি পৰম্পৰা পালন কৰিব জানক

5 hours ago
কোনটো ভিটামিনে ক্লান্তি দূৰ কৰে? জানক বিশেষজ্ঞৰ পৰা…

কোনটো ভিটামিনে ক্লান্তি দূৰ কৰে? জানক বিশেষজ্ঞৰ পৰা…

5 hours ago
গৃহ কন্দলে কৰিব অশান্তি, ভুলতো তুলসীৰ ওচৰত নাৰাখিব এইকেইবিধ গছ!

গৃহ কন্দলে কৰিব অশান্তি, ভুলতো তুলসীৰ ওচৰত নাৰাখিব এইকেইবিধ গছ!

6 hours ago
‘নিথৰ ব’হাগ, শূন্য বসন্ত’, ৰঙালীৰ প্ৰথম দিনটোত আৱেগিক পোষ্ট জুবিন গাৰ্গৰ পত্নী গৰিমাৰ

‘নিথৰ ব’হাগ, শূন্য বসন্ত’, ৰঙালীৰ প্ৰথম দিনটোত আৱেগিক পোষ্ট জুবিন গাৰ্গৰ পত্নী গৰিমাৰ

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

গোমাংস, গাহৰিৰ চৰ্বি ব্যৱহাৰ হৈছে তিৰুপতিৰ প্ৰসাদী লাড্ডুত? এই অভিযোগ কিমান সঁচা?

গোমাংস, গাহৰিৰ চৰ্বি ব্যৱহাৰ হৈছে তিৰুপতিৰ প্ৰসাদী লাড্ডুত? এই অভিযোগ কিমান সঁচা?

editor by editor
September 20, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
গোমাংস, গাহৰিৰ চৰ্বি ব্যৱহাৰ হৈছে তিৰুপতিৰ প্ৰসাদী লাড্ডুত? এই অভিযোগ কিমান সঁচা?
0
SHARES
291
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

তিৰুপতি মন্দিৰৰ প্ৰসাদী লাড্ডুত গৰু আৰু গাহৰিৰ চৰ্বি থকাৰ অভিযোগক লৈ দেশজুৰি চলিছে চৰ্চা৷ বিশ্বৰ নানান প্ৰান্তৰ পৰা অসংখ্য ভক্তই আহি সংগ্ৰহ কৰে এই প্ৰসাদ৷ তিৰুপতি বালাজী মন্দিৰত প্ৰতিদিনে লাখ লাখ লাড্ডু তৈয়াৰ কৰা হয়৷ কি কি সামগ্ৰী ব্যৱহাৰ কৰা হয় এই লাড্ডু তৈয়াৰত? কিমান ধন দি আপুনি সংগ্ৰহ কৰিব পাৰে এই লাডডু?

ক’ত কেনেকৈ তৈয়াৰ কৰা হয় এই প্ৰসাদী লাড্ডু?

অত্যন্ত সোৱাদ এই তিৰুপতি মন্দিৰৰ প্ৰসাদী লাড্ডু৷ দিত্তম নামৰ এক উপাদান দি তৈয়াৰ কৰা হয় লাড্ডুসমূহ৷ এই লাডডু তৈয়াৰৰ বাবে জাৰ্মানী, অষ্ট্ৰেলিয়া আৰু ছুইৎজাৰলেণ্ডৰ পৰা ৫০ কোটি টকাৰে এক মেছিন ক্ৰয় কৰা হৈছে৷ ফলত স্বয়ংক্ৰিয় পদ্ধতিৰেই তৈয়াৰ হয় দৈনিক তিনিৰ পৰা পাঁচ লাখ লাড্ডু৷ এই লাড্ডু তৈয়াৰ কৰে ৬০০ কৰ্মীয়ে৷ যিসকলৰ মাজৰে বহুসংখ্যক কৰ্মচাৰী ঠিকাভিত্তিক আৰু কিছুসংখ্যক কৰ্মচাৰী স্থায়ী কৰ্মচাৰী৷

এই লাড্ডু সম্পূৰ্ণ গোলাকাৰ নহয়৷ বহুপৰিমানে ডিম্বাকাৰ৷ ১৭১৫ চনৰ পৰা এই লাড্ডু তৈয়াৰ প্ৰক্ৰিয়াৰ মাত্ৰ ৬বাৰহে সালসলনি হৈছে৷ বৰ্তমান লাড্ডু তৈয়াৰত ব্যৱহাৰ কৰা হয় বেচন, চেনী, কাজুবাদাম, ইলাচি, ঘীঁ, মিছৰি আৰু কিছমিছ৷ প্ৰতিদিনে ১০টন বেচন, ১০টন চেনী, ৭০০ কিঃগ্ৰাঃ কাজুবাদাম, ১৫০ কিঃগ্ৰাঃ ইলাচি, ৩০০ৰ পৰা ৪০০ লিটাৰ ঘিঁ, ৫০০ কিঃগ্ৰাঃ মিচৰি, ৫৪০ কিঃগ্ৰাঃ কিছমিছ ব্যৱহাৰ কৰা হয়৷

কিমান ধৰণৰ লাড্ডু তৈয়াৰ হয় এই মন্দিৰত?

তিৰুপতি মন্দিৰৰ প্ৰসাদী লাড্ডু সাধাৰণতে তিনি ধৰণৰ৷ তালিকাত আছে ৬০ৰ পৰা ৭০ কিঃগ্ৰাঃ ওজনৰ লাড্ডুৰ প্ৰকথাম, ৭৫০ গ্ৰাম ওজনৰ আস্থানাম লাড্ডু আৰু কল্যণোৎসব লাড্ডু৷ এই লাড্ডুসমূহৰ দাম চলিত বছৰত কমাই ২৫টকা কৰা হৈছে৷ যি পূৰ্বে আছিল ৫০টকা প্ৰতি লাডডু৷ তিৰুপতি দৰ্শনৰ বাবে ভক্তসকলে দিব লাগে ২০০ টকা৷ টাইমছ অৱ ইণ্ডিয়াৰ প্ৰকাশিত ৰিপৰ্ট অনুসৰি এই প্ৰসাদী লাড্ডুক তিৰুপতি মন্দিৰৰ তৃতীয় বৃহত্তম উৎস হিচাপে বিবেচনা কৰা হয়৷ যি প্ৰায় ৫০০ৰ পৰা ৬০০ কোটি টকা৷ অনলাইনতো বিক্ৰি কৰা হয় এই প্ৰসাদী লাড্ডু৷

লাড্ডুক লৈ কি বিতৰ্ক?

লেবৰটৰিৰ ৰিপৰ্টে কৈছে যে তিৰুপতিৰ লাড্ডুত ব্যৱহাৰ কৰা ঘীঁত মাছৰ তেল, গৰু আৰু গাহৰিৰ চৰ্বি মিহলি হৈ আছে৷ গৰুৰ শৰীৰৰ পৰা চৰ্বিযুক্ত টিছু অপসাৰণ কৰাৰ পাছত সেয়া পৰিষ্কাৰ কৰি সিজাই তাৰ পৰা মূলত তেল বাহিৰ কৰা হয়৷ গু়জৰাটৰ চেণ্টাৰ ফল আনলিছিচ এণ্ড লাৰ্ণিং ইন লাইভষ্টক এণ্ড ফুড লেব৷

এই বিশেষ প্ৰসাদ ৰামমন্দিৰৰ উদ্বোধনী অনুষ্ঠানলৈকো পঠিওৱা হৈছিল৷ প্ৰায় ১লাখ লাড্ডু পঠিওৱা হৈছিল তিৰুপতি মন্দিৰৰ পৰা৷ সেই লাড্ডু ৰামভক্তসকলৰ মাজত বিতৰণো কৰা হৈছিল৷ ব্যৱহৃত হৈছিল ২হাজাৰ কিঃগ্ৰাঃ ঘীঁ৷ এই প্ৰসাদত গৰু গাহৰিৰ তেল থকাৰ কথা প্ৰকাশ পোৱাৰ পাছতেই ক্ষুণ্ণ হৈ পৰিছে ৰামমন্দিৰৰ পুৰোহিতো৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চন্দ্ৰ, মঙ্গলত মাটি বিক্ৰি কৰে, দিয়ে মাটিৰ দলিলো! ৪৫ বছৰ ধৰি কোটি কোটি ধন আয় কৰা কোন এই ব্যক্তি?
জীৱনশৈলী

চন্দ্ৰ, মঙ্গলত মাটি বিক্ৰি কৰে, দিয়ে মাটিৰ দলিলো! ৪৫ বছৰ ধৰি কোটি কোটি ধন আয় কৰা কোন এই ব্যক্তি?

April 14, 2026
আশাৰ ৫৬ বছৰীয়া কন্যা বৰ্ষাই নিজৰ জীৱন শেষ কৰাৰ পথ কিয় বাচি লৈছিল? কিন্তু কি কাৰণ?
জীৱনশৈলী

আশাৰ ৫৬ বছৰীয়া কন্যা বৰ্ষাই নিজৰ জীৱন শেষ কৰাৰ পথ কিয় বাচি লৈছিল? কিন্তু কি কাৰণ?

April 14, 2026
মে মাহতেই প্ৰমোছন, ব্যৱসায়ত বাম্পাৰ লাভ ৪ৰাশিৰ, পুনৰ্বসু নক্ষত্ৰত গুৰুৱে কৰিব গোচৰ
জীৱনশৈলী

মে মাহতেই প্ৰমোছন, ব্যৱসায়ত বাম্পাৰ লাভ ৪ৰাশিৰ, পুনৰ্বসু নক্ষত্ৰত গুৰুৱে কৰিব গোচৰ

April 14, 2026
নৱবৰ্ষৰ প্ৰথম দিনাই সৌভাগ্যৰ দুৱাৰ খুলিব, মেজিকৰ দৰে ভাগ্য ঘূৰিব এই ৫ৰাশিৰ জাতকৰ
জীৱনশৈলী

নৱবৰ্ষৰ প্ৰথম দিনাই সৌভাগ্যৰ দুৱাৰ খুলিব, মেজিকৰ দৰে ভাগ্য ঘূৰিব এই ৫ৰাশিৰ জাতকৰ

April 14, 2026
Next Post
শুকুৰবাৰে নিশাই কৰক এই কাম, কাটিব গ্ৰহদোষ, সংসাৰত প্ৰৱেশ কৰি স্বয়ং মা লক্ষ্মী

শুকুৰবাৰে নিশাই কৰক এই কাম, কাটিব গ্ৰহদোষ, সংসাৰত প্ৰৱেশ কৰি স্বয়ং মা লক্ষ্মী

শৰীৰত অক্সিজেনৰ পৰিমান কমি যোৱা নাইতো? আপোনাৰ জিভাৰ ৰঙেই কৈ দিব সকলো

শৰীৰত অক্সিজেনৰ পৰিমান কমি যোৱা নাইতো? আপোনাৰ জিভাৰ ৰঙেই কৈ দিব সকলো

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.