• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মাজ আকাশত ফ্লাইটত মহুৱা মৈত্ৰৰ সৈতে দুৰ্ব্যৱহাৰ, চাওক এই ভিডিঅ’, কি হৈছে মহুৱাৰ সৈতে?

মাজ আকাশত ফ্লাইটত মহুৱা মৈত্ৰৰ সৈতে দুৰ্ব্যৱহাৰ, চাওক এই ভিডিঅ’, কি হৈছে মহুৱাৰ সৈতে?

5 months ago
আৰ্থিক উন্নতিৰ পৰা কেৰিয়াৰলৈ… কাইলৈ কোন ৰাশিৰ কেনে যাব দিনটো?

আৰ্থিক উন্নতিৰ পৰা কেৰিয়াৰলৈ… কাইলৈ কোন ৰাশিৰ কেনে যাব দিনটো?

7 minutes ago
মাজ আকাশত বিমান হাইজেক! ২৫০ গৰাকী ভাৰতীয় যাত্ৰী থকা এয়াৰ ইণ্ডিয়া বিমানত হাহাকাৰ

মাজ আকাশত বিমান হাইজেক! ২৫০ গৰাকী ভাৰতীয় যাত্ৰী থকা এয়াৰ ইণ্ডিয়া বিমানত হাহাকাৰ

45 minutes ago
Diwali 2026: ৮ নৱেম্বৰ নে ৯ নৱেম্বৰ? অসমত কেতিয়া কৰিব দীপাৱলী উদযাপন জানক

Diwali 2026: ৮ নৱেম্বৰ নে ৯ নৱেম্বৰ? অসমত কেতিয়া কৰিব দীপাৱলী উদযাপন জানক

1 hour ago
হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন, যদি পেন্টৰ জেপত ৰাখে মোবাইল ফোন!

হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন, যদি পেন্টৰ জেপত ৰাখে মোবাইল ফোন!

2 hours ago
অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত

‘Don’t Do this, আঁতৰি দিয়ক!’, অমৃতপ্ৰভাৰ অধিবক্তাই কাক ক’লে এইদৰে?

3 hours ago
সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?

উৎসৱৰ বতৰত সোণ নে হীৰা ক্ৰয় কৰাটো উত্তম? জানি হ’ব আচৰিত

3 hours ago
অত্যাধিক ঋণ লোৱা ৩৩খন দেশৰ নতুন মিত্ৰজোঁট, পাকিস্তানে পাইছে অধ্যক্ষৰ চকী

অত্যাধিক ঋণ লোৱা ৩৩খন দেশৰ নতুন মিত্ৰজোঁট, পাকিস্তানে পাইছে অধ্যক্ষৰ চকী

4 hours ago
ভাগ্যৰ দুৱাৰ হ’ব মুকলি, ৫ ৰাশিৰ ধন-সম্পত্তি, কৰ্মজীৱন আৰু প্ৰেমত আহিব পাৰে সুখবৰ

ভাগ্যৰ দুৱাৰ হ’ব মুকলি, ৫ ৰাশিৰ ধন-সম্পত্তি, কৰ্মজীৱন আৰু প্ৰেমত আহিব পাৰে সুখবৰ

5 hours ago
দৈনিক ৰাশিফল- কেনে যাব আজি ৯ ছেপ্টেম্বৰৰ দিনটো, সাৱধান হ’ব পৰিয়ালত মতানৈক্যৰ সম্ভাৱনা

হাতলৈ আহিব ধন, আজি ভাগ্য সলনি হ’ব পাৰে এইকেইটা ৰাশিৰ

6 hours ago
মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!

মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!

14 hours ago
ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু

ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু

15 hours ago
কোন পৰিচালকে শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিছিল অভিনেত্ৰী নীতি টেইলৰক?

কোন পৰিচালকে শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিছিল অভিনেত্ৰী নীতি টেইলৰক?

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মাজ আকাশত ফ্লাইটত মহুৱা মৈত্ৰৰ সৈতে দুৰ্ব্যৱহাৰ, চাওক এই ভিডিঅ’, কি হৈছে মহুৱাৰ সৈতে?

মাজ আকাশত ফ্লাইটত মহুৱা মৈত্ৰৰ সৈতে দুৰ্ব্যৱহাৰ, চাওক এই ভিডিঅ’, কি হৈছে মহুৱাৰ সৈতে?

editor by editor
May 8, 2026
in জীৱনশৈলী
0
মাজ আকাশত ফ্লাইটত মহুৱা মৈত্ৰৰ সৈতে দুৰ্ব্যৱহাৰ, চাওক এই ভিডিঅ’, কি হৈছে মহুৱাৰ সৈতে?
0
SHARES
1.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰক এখন ফ্লাইটত দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে৷ ছচিয়েল মিডিয়াত এটা ভিডিঅ’ পোষ্ট কৰিছে মহুৱা মৈত্ৰই৷ সেই প’ষ্টযোগে তেওঁ কেন্দ্ৰীয় বিমান পৰিবহন মন্ত্ৰী কিঞ্জৰপু ৰামমোহন নাইডু আৰু ইণ্ডিগ’ প্ৰশাসনৰ ওচৰত তেওঁৰ ওপৰত হোৱা অপমানৰ বিষয়ে অভিযোগ কৰিছে আৰু অভিযুক্তকেইজনৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে৷ সাংসদ মহুৱা মৈত্ৰই নিজেই তেওঁৰ সৈতে ঘটা ঘটনাটোৰ সবিশেষ তথ্য দাঙি ধৰিছে৷
https://x.com/MahuaMoitra/status/2052361259996287009?s=20
প্ৰাপ্ত তথ্য অনুসৰি ফ্লাইটৰ ভিতৰত তেওঁৰ বিৰুদ্ধে স্লোগান দি অভিষেক বেনাৰ্জি আৰু মহুৱা মৈত্ৰক অস্বস্তিকৰ পৰিস্থিতিৰ সন্মুখীন কৰোৱা হৈছে৷ মহুৱা মৈত্ৰই শ্বেয়াৰ কৰা ভিডিঅ’ অনুসৰি, নেতা দেখামাত্ৰই বিমানৰ কিছু যাত্ৰীয়ে চোৰ চোৰ বুলি চিঞৰিবলৈ ধৰে৷ এই ৩০ ছেকেণ্ডৰ ভিডিঅ’ত দেখা গৈছে যে বিমানৰ কিছু যাত্ৰীয়ে এই নেতাসকলক চোৰ চোৰ বুলি চিঞৰিছে৷ মহুৱা মৈত্ৰই এই ঘটনাৰ ভিডিঅ’ প’ষ্ট কৰি ভাৰতীয় জনতা পাৰ্টীৰ সমৰ্থকসকলক তীব্ৰ সমালোচনা কৰিছে আৰু ইয়াৰ অশোভনীয় আচৰণ বুলি অভিহিত কৰিছে৷
ভিডিঅ’ত স্পষ্টভাৱে শুনা গৈছে প্ৰথম ৯ ছেকেণ্ডৰ ভিতৰত টি এম চি চোৰ ধ্বনি শুনা গৈছে৷ বিমানৰ কৰিডৰত ঠিয় হৈ থকা কিছু লোকে প্ৰচণ্ডভাৱে চিৎকাৰ কৰিছে৷ নিৰাপত্তা কৰ্মীয়ে পৰিস্থিতি নিয়ন্ত্ৰণলৈ অনাৰ চেষ্টাও কৰে৷ এই ধৰণৰ স্লোগান কিন্তু বন্ধ নহয়৷ মহুৱাই এক্সত লিখিছে, ‘মই আজি প্ৰতিৰক্ষা বিষয়ক সংসদীয় স্থায়ী কমিটিৰ এখন বৈঠকত যোগ দিবলৈ দিল্লীলৈ যাত্ৰা কৰিছিলো৷ মই 6E 719ফ্লাইটৰ 1F আসনত বহিছিলো৷ তেতিয়াই ৪-৬জনীয়া এটা দল বিমানখনত উঠে আৰু মোৰ দিছে দৃষ্টি দিয়ে৷ তাৰপিছতেই বিমানৰ পিছফালে গুচি যায় আৰু মোৰ বিৰুদ্ধে শ্লোগান দিবলৈ ধৰে৷ বিমান অৱতৰণ কৰাৰ পাছত দুৱাৰ খোলালৈকে এই কাৰ্যই কৰি থাকে৷ এয়া নাগৰিক ক্ষোভ নহয়৷ ই বিমানত মোৰ নিৰাপত্তাৰ লংঘন কৰিছে৷ এই দুষ্কৃতিকাৰীয়ে বিমানত এনে কাৰ্য কৰি হাৰি যাব নোৱাৰিব৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আৰ্থিক উন্নতিৰ পৰা কেৰিয়াৰলৈ… কাইলৈ কোন ৰাশিৰ কেনে যাব দিনটো?
জীৱনশৈলী

আৰ্থিক উন্নতিৰ পৰা কেৰিয়াৰলৈ… কাইলৈ কোন ৰাশিৰ কেনে যাব দিনটো?

October 14, 2026
Diwali 2026: ৮ নৱেম্বৰ নে ৯ নৱেম্বৰ? অসমত কেতিয়া কৰিব দীপাৱলী উদযাপন জানক
জীৱনশৈলী

Diwali 2026: ৮ নৱেম্বৰ নে ৯ নৱেম্বৰ? অসমত কেতিয়া কৰিব দীপাৱলী উদযাপন জানক

October 14, 2026
হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন, যদি পেন্টৰ জেপত ৰাখে মোবাইল ফোন!
জীৱনশৈলী

হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন, যদি পেন্টৰ জেপত ৰাখে মোবাইল ফোন!

October 14, 2026
ভাগ্যৰ দুৱাৰ হ’ব মুকলি, ৫ ৰাশিৰ ধন-সম্পত্তি, কৰ্মজীৱন আৰু প্ৰেমত আহিব পাৰে সুখবৰ
জীৱনশৈলী

ভাগ্যৰ দুৱাৰ হ’ব মুকলি, ৫ ৰাশিৰ ধন-সম্পত্তি, কৰ্মজীৱন আৰু প্ৰেমত আহিব পাৰে সুখবৰ

October 14, 2026
Next Post
সোমবাৰে ৰাশি সলনি কৰিব মঙ্গলে, মঙ্গলৰ ৰাশি সলনিয়ে বিপদ মাতি আনিব এই ৫ৰাশিৰ জীৱনলৈ

সোমবাৰে ৰাশি সলনি কৰিব মঙ্গলে, মঙ্গলৰ ৰাশি সলনিয়ে বিপদ মাতি আনিব এই ৫ৰাশিৰ জীৱনলৈ

আজিৰ ৰাশিফলঃ সৰ্বাৰ্থ সিদ্ধি যোগৰ সৈতে ৰবি যোগ, মা লক্ষ্মীয়ে কৃপা কৰিব কোন কোন ৰাশিক?

আজিৰ ৰাশিফলঃ সৰ্বাৰ্থ সিদ্ধি যোগৰ সৈতে ৰবি যোগ, মা লক্ষ্মীয়ে কৃপা কৰিব কোন কোন ৰাশিক?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.