• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অলিম্পিকত ভাৰতীয় খেলুৱৈৰ সময়সূচী

অলিম্পিকত ভাৰতীয় খেলুৱৈৰ সময়সূচী

5 years ago
মঙ্গলৰ প্ৰিয় এই ৪ৰাশি, জীৱনত তেওঁলোকৰ ধন-সম্পদৰ অভাৱ কোনোদিনো নহয়

মঙ্গলৰ প্ৰিয় এই ৪ৰাশি, জীৱনত তেওঁলোকৰ ধন-সম্পদৰ অভাৱ কোনোদিনো নহয়

10 minutes ago
স্তনৰ কৰ্কটত প্ৰথম পৰ্যায়ত দেখা দিয়ে এই ৫লক্ষণে, ভুলতো আওকান নকৰিব এইকেইটা লক্ষণ

স্তনৰ কৰ্কটত প্ৰথম পৰ্যায়ত দেখা দিয়ে এই ৫লক্ষণে, ভুলতো আওকান নকৰিব এইকেইটা লক্ষণ

32 minutes ago
প্ৰেমৰ গ্ৰহৰ সৈতে শক্তিৰ গ্ৰহৰ মিলন, অন্ধকাৰ ভেদি সূৰ্যৰ দৰে উজলি উঠিব ৪ৰাশিৰ জাতক

প্ৰেমৰ গ্ৰহৰ সৈতে শক্তিৰ গ্ৰহৰ মিলন, অন্ধকাৰ ভেদি সূৰ্যৰ দৰে উজলি উঠিব ৪ৰাশিৰ জাতক

45 minutes ago
আশা ভোঁছলেতকৈ পূৰ্বেই পৃথিৱীৰ পৰা বিদায় মাগিছে তেওঁৰ দুই সন্তানে, কোটি কোটি টকা সম্পত্তিৰ উত্তৰাধিকাৰী কোন?

আশা ভোঁছলেতকৈ পূৰ্বেই পৃথিৱীৰ পৰা বিদায় মাগিছে তেওঁৰ দুই সন্তানে, কোটি কোটি টকা সম্পত্তিৰ উত্তৰাধিকাৰী কোন?

2 hours ago
ফৰমানৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱাৰ পাছতেই নিখোঁজ মনালিছা, স্বামী ফৰমানৰ গ্ৰেপ্তাৰীতো স্থগিতাদেশ, ক’ত হে’ৰাল মনালিছা ভোঁছলে?

ফৰমানৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱাৰ পাছতেই নিখোঁজ মনালিছা, স্বামী ফৰমানৰ গ্ৰেপ্তাৰীতো স্থগিতাদেশ, ক’ত হে’ৰাল মনালিছা ভোঁছলে?

2 hours ago
বুকুৰ সংক্ৰমণেই কাল হ’ল আশা ভোঁছলেৰ, প্ৰবীণসকলৰ বাবে এই ৰোগ কিমান মাৰাত্মক?

বুকুৰ সংক্ৰমণেই কাল হ’ল আশা ভোঁছলেৰ, প্ৰবীণসকলৰ বাবে এই ৰোগ কিমান মাৰাত্মক?

3 hours ago
অক্টোবৰ পৰ্যন্ত ৰাজ কৰিব ৪ৰাশিয়ে, চাকৰি, ব্যৱসায়ত উন্নতি, কৰ্কট ৰাশিত গুৰুৰ গোচৰে লাভ দিব কোন কোন ৰাশিক?

অক্টোবৰ পৰ্যন্ত ৰাজ কৰিব ৪ৰাশিয়ে, চাকৰি, ব্যৱসায়ত উন্নতি, কৰ্কট ৰাশিত গুৰুৰ গোচৰে লাভ দিব কোন কোন ৰাশিক?

3 hours ago
১৪ এপ্ৰিলৰ পৰা ভাগ্য সলনি হ’ব এইকেইটা ৰাশিৰ! সূৰ্যৰ কৃপাত ৩ৰাশিয়ে কৰ্মক্ষেত্ৰত কৰিব উন্নতি

১৪ এপ্ৰিলৰ পৰা ভাগ্য সলনি হ’ব এইকেইটা ৰাশিৰ! সূৰ্যৰ কৃপাত ৩ৰাশিয়ে কৰ্মক্ষেত্ৰত কৰিব উন্নতি

3 hours ago
১৬ বছৰ বয়সত বিবাহ, আশাৰ প্ৰথম স্বামী আছিল ভগ্নী লতাৰ মেনেজাৰ, ভগ্নী লতাৰ সৈতে সম্পৰ্ক কিয় বেয়া হৈছিল আশাৰ?

১৬ বছৰ বয়সত বিবাহ, আশাৰ প্ৰথম স্বামী আছিল ভগ্নী লতাৰ মেনেজাৰ, ভগ্নী লতাৰ সৈতে সম্পৰ্ক কিয় বেয়া হৈছিল আশাৰ?

4 hours ago
গীনিজ বুক অৱ ৰেকৰ্ডছতো অন্তৰ্ভুক্ত তেওঁৰ নাম, আশাৰ কি ৰেকৰ্ড আজিও কোনেও ভাঙিব পৰা নাই?

গীনিজ বুক অৱ ৰেকৰ্ডছতো অন্তৰ্ভুক্ত তেওঁৰ নাম, আশাৰ কি ৰেকৰ্ড আজিও কোনেও ভাঙিব পৰা নাই?

4 hours ago
8th Pay Commission ত ওলাইছে চাকৰি, মাহত ১২ দিন কাম কৰি উপাৰ্জন কৰক ৯০ হাজাৰ টকা

8th Pay Commission ত ওলাইছে চাকৰি, মাহত ১২ দিন কাম কৰি উপাৰ্জন কৰক ৯০ হাজাৰ টকা

6 hours ago
ভুলতো ভৰি নলগাব এইবোৰ বস্তুত, বিপদ অনিবাৰ্য!

হাঁহিমুখীয়া সকলো আপোনাৰ বন্ধু নহয়, আচাৰ্য চাণক্যই দিলে ৰক্ষা পৰাৰ উপায়!

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

অলিম্পিকত ভাৰতীয় খেলুৱৈৰ সময়সূচী

editor by editor
July 23, 2021
in অসম, ক্ৰীড়া, গুৱাহাটী, বিশ্ব, ভাৰত
0
অলিম্পিকত ভাৰতীয় খেলুৱৈৰ সময়সূচী
0
SHARES
167
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ আজিৰে পৰা আৰম্ভ বহু প্ৰত্যাশিত টকিঅ’ অলিম্পিক। আজি বিয়লি ৪.৩০ বজাত অনুষ্ঠিত হ’ব অলিম্পিকৰ উদ্বোধনী অনুষ্ঠান। টকিঅ’ অলিম্পিকত ১২৭ গৰাকী খেলুৱৈয়ে বিভিন্ন শাখাত প্ৰতিনিধিত্ব কৰিব ভাৰতক। ১৯২০ চনৰ পৰাই প্ৰতিখন অলিম্পিকত অংশগ্ৰহণ কৰি আহিছে ভাৰতে।

টকিঅ’ অলিম্পিকত ভাৰতীয় খেলুৱৈৰ সময়সূচী-

২৩ জুলাই (আৰ্চাৰী)

পুৱা ৫.৩০ বজাঃ মহিলাৰ ব্যক্তিগত যোগ্যতা অৰ্জন ৰাউণ্ড (দীপিকা কুমাৰী)

পুৱা ৯.৩০ বজাঃ পুৰুষৰ ব্যক্তিগত যোগ্যতা অৰ্জন ৰাউণ্ড (অতনু দাস, প্ৰবীণ যাদৱ আৰু তৰুণদ্বীপ ৰাই)

২৪ জুলাই (আৰ্চাৰী)

পুৱা ৬.০০ বজাঃ মিক্সড এলিমিনেচন ৰাউণ্ড (অতনু দাস, দীপিকা কুমাৰী)

বেডমিণ্টন

পুৱা ৮.৫০ বজাঃ পুৰুষৰ ডাবলচ গ্ৰুপ ৰাউণ্ড (সাত্বিকসাইৰাজ ৰানকিৰেড্ডী- চিৰাগ ছেট্টী)

পুৱা ৯.৩০ বজাঃ পুৰুশৰ চিংগলচ গ্ৰুপ ৰাউণ্ড (চাই প্ৰণিত)

বক্সিং

পুৱা ৮.০০ বজাঃ মহিলাৰ ৱেল্টাৰওৱেট প্ৰথম ৰাউণ্ড (লাভলীনা বৰগোহাঁই)

পুৱা ৯.৪৫ বজাঃ পুৰুষৰ ৱেল্টাৰওৱেট প্ৰথম ৰাউণ্ড(বিকাশ কিষাণ)

হকী

পুৱা ৬.৩০ বজাঃ পুৰুষৰ গ্ৰুপ ৰাউণ্ড (ভাৰত-নিউজিলেণ্ড)

বিয়লি ৫.১৫ বজাঃ মহিলাৰ গ্ৰুপ ৰাউণ্ড (ভাৰত-নেদাৰলেণ্ড)

জুডো

পুৱা ৭.৩০ বজাঃ মহিলাৰ ৪৮ কেজি প্ৰথম ৰাউণ্ড (সুশীলা দেৱী)

ৰ’য়িং

পুৱা ৭.৫০ বজাঃ পুৰুষৰ লাইটৱেট ডাবল ক্লাচ হিট (অৰ্জুন লাল, অৰবিন্দ সিং)

শ্বুটিং

পুৱা ৫.০০ বজাঃ মহিলাৰ ১০ মিটাৰ এয়াৰ ৰাইফল যোগ্যতা অৰ্জন ৰাউণ্ড (এলাভেলিন বালাৰিবান, অপূৰ্বী চাণ্ডেলা)

পুৱা ৭.০০ বজাঃ মহিলাৰ ১০ মিটাৰ এয়াৰ ৰাইফল ফাইনেল

পুৱা ৯.৩০ বজাঃ পুৰুষৰ ১০ মিটাৰ এয়াৰ ৰাইফল যোগ্যতা অৰ্জন ৰাউণ্ড (সৌৰভ চৌধুৰী, অভিষেক বাৰ্মা)

দিনৰ ১২ বজাঃ পুৰুষৰ ১০ মিটাৰ এয়াৰ ৰাইফল ফাইনেল

টেবল টেনিছ

পুৱা ৫.৩০ বজাঃ পুৰুষ আৰু মহিলাৰ চিংগলচ প্ৰথম ৰাউণ্ড (জি চাথিয়ান, শৰথ কমল, মনিকা বাত্ৰা আৰু সুতীৰ্থা মুখোপাধ্যায়)

পুৱা ৭.৪৫ বজাঃ মিক্সড ডাবলচ প্ৰি কোৱাৰ্টাৰ ফাইনেল (শৰথ কমল, মণিকা বাত্ৰা)

ভৰোত্তোলন

পুৱা ১০.২০ বজাঃ মহিলাৰ ৪৯ কেজি (মীৰাবাঈ চানু)

২৫ জুলাই

বেডমিণ্টন

পুৱা ৭.৩০ বজাঃ মহিলাৰ চিংগলচ গ্ৰুপ ৰাউণ্ড (পি ভি সিন্ধু)

জিমনাষ্টিক

পুৱা ৬.৩০ বজাঃ মহিলাৰ আৰ্টিষ্টিক যোগ্যতা অৰ্জন ৰাউণ্ড (প্ৰনতি নায়েক)

হকী

দিনৰ ৩.০০ বজাঃ পুৰুষৰ গ্ৰুপ ৰাউণ্ড (ভাৰত-অষ্ট্ৰেলিয়া)

চেইলিং

পুৱা ৮.৩৫ বজাঃ মহিলাৰ লেচাৰ ৰেডিয়েল (নেত্ৰা কুমানন)

পুৱা ১১.০৫ বজাঃ মহিলাৰ লেচাৰ (বিষ্ণু সৰ্বানন)

২৬ জুলাই-২৯ জুলাই

বেডমিণ্টন

পুৱা ৫.৩০ বজাঃ গ্ৰুপ ৰাউণ্ড (পি ভি সিন্ধু, চাই প্ৰণিত, (সাত্বিকসাইৰাজ ৰানকিৰেড্ডী- চিৰাগ ছেট্টী)

বক্সিং

পুৱা ৭.৩০ বজাঃ মহিলাৰ ফ্লাইওৱেট প্ৰথম ৰাউণ্ড (মেৰী কম)

পুৱা ৮.৪৮ বজাঃ পুৰুষৰ ফ্লাইৱেট প্ৰথম ৰাউণ্ড (মনিষ কৌশিক)

শ্বুটিং

পুৱা ৫.৩০ বজাঃ মহিলাৰ ১০ মিটাৰ এয়াৰ পিষ্টল যোগ্যতা অৰ্জন (মনু ভাকেৰ,  যশস্বিনী সিংহ দেশোৱাল)

পুৱা ৬.০০ বজাঃ পুৰুষৰ স্কিট যোগ্যতা অৰ্জন ৰাউণ্ড (অংগদ বাজোয়া, মাইৰাদ আহমেদ খান)

পুৱা ৭.৪৫ বজাঃ মহিলাৰ ১০ মিটাৰ এয়াৰ পিষ্টল ফাইনেল ৰাউণ্ড

পুৱা ৯.৩০ বজাঃ পুৰুষৰ ১০ মিটাৰ এয়াৰ পিষ্টল যোগ্যতা অৰ্জন (দীপক কুমাৰ, দিব্যাংশ সিংহ পানোৱাৰ)

দিনৰ ১২.০০ বজাঃ পুৰুষৰ ১০ মিটাৰ এয়াৰ পিষ্টল ফাইনেল ৰাউণ্ড

সাতোঁৰ

বিয়লি ৩.৩২ বজাঃ মহিলাৰ ১০০ মিটাৰ বেক ষ্ট্ৰ’ক হিট ( মানা পেটেল)

বিয়লি ৩.৫২ বজাঃ পুৰুষৰ ২০০ মিটাৰ ফ্ৰী ষ্টাইল হিট (সজন প্ৰকাশ)

বিয়লি ৪.৪৯ বজাঃ পুৰুষৰ ১০০ মিটাৰ বেক ষ্ট্ৰ’ক হিট (শ্ৰীহৰি নটৰাজ)

টেবল টেনিছ

পুৱা ৬.৩০ বজাঃ মিক্সড ডাবলচ কোৱাৰ্টাৰ ফাইনেল

পুৱা ১০.৩০ বজাঃ পুৰুষ আৰু মহিলাৰ চিংগলচ দ্বিতীয় ৰাউণ্ড (ডি শাথিয়ান, শৰথ কমল, মনিকা বাত্ৰা, সুতীৰ্থা মুখোপাধ্যায়)

বিয়লি ৪.৩০ বজাঃ মিক্সড ডাবলচ ছেমিফাইনেল

২৬ জুলাই

আৰ্চাৰী

পুৱা ৬.০০ বজাঃ পুৰুষৰ গ্ৰুপ এলিমিনেচন (অতনু দাস, প্ৰবীণ যাদৱ, তৰুণদ্বীৰ ৰাই)

বক্সিং

পুৱা ৭.৩০ বজাঃ পুৰুষৰ ফ্লাইৱেট প্ৰথম ৰাউণ্ড (অমিত পাংঘাল)

পুৱা ৯.০৬ বজাঃ পুৰুষৰ মিডলৱেট প্ৰথম ৰাউণ্ড (আশিষ কুমাৰ)

ফেন্সিং

পুৱা ৫.৩০ বজাঃ মহিলাৰ ব্যক্তিগত টেবল অফ ৬৪ (ভৱানী দেৱী)

বিয়লি ৪.২০ বজাঃ মহিলাৰ ব্যক্তিগত পদক মেছ

হকী

বিয়লি ৫.৪৫ বজাঃ মহিলাৰ গ্ৰুপ ৰাউণ্ড (ভাৰত-জাৰ্মানী)

শ্বুটিং

পুৱা ৬.৩০ বজাঃ পুৰুষৰ স্কিট যোগ্যতা অৰ্জন ৰাউণ্ড (অংগদ বাজোয়া, মাইৰাজ আহমেদ খান)

দিনৰ ১২ বজাঃ পুৰুষৰ স্কিট ফাইনেল

সাতোঁৰ

পুৱা ৭.০৭ বজাঃ পুৰুষৰ ২০০ মিটাৰ ফ্ৰীষ্টাইল ছেমিফাইনেল

পুৱা ৮.০১ বজাঃ পুৰুষৰ ১০০ মিটাৰ বেকষ্ট্ৰ’ক ছেমিফাইনেল

পুৱা ৮.২৩ বজাঃ মহিলাৰ ১০০ মিটাৰ বেকষ্ট্ৰ’ক ছেমিফাইনেল

বিয়লি ৩.৫৯ বজাঃ পুৰুষৰ ২০০ মিটাৰ বাটাৰফ্লাই হিট (সজন প্ৰকাশ)

টেবল টেনিছ

পুৱা ৬.৩০ আৰু ১১.০০ বজাঃ পুৰুষ আৰু মহিলাৰ চিংগলছ দ্বিতীয় আৰু তৃতীয় ৰাউণ্ড (জি সাথিয়ান, শৰথ কমল, মনিকা বাত্ৰা, সুতীৰ্থা মুখোপাধ্যায়)

বিয়লি ৪.৩০ বজাঃ মিক্সড ডাবলচ ব্ৰঞ্জ পদক মেচ

বিয়লি ৫.৩০ বজাঃ মিক্সড ডাবলচ সোণৰ  পদক মেচ

২৭ জুলাই

বক্সিং

পুৱা ৭.৩০ বজাঃ পুৰুষৰ ওয়েল্টাৰওৱেট প্ৰি –কোৱাৰ্টাৰ ফাইনেল

পুৱা ৯.৩৬ বজাঃ মহিলাৰ লাইটৱেট প্ৰথম ৰাউণ্ড (সিমৰণজিৎ কৌৰ)

পুৱা ৭.০৯ বজাঃ মহিলাৰ ওয়েল্টাৰৱেট প্ৰি –কোৱাৰ্টাৰ ফাইনেল

হকী

পুৱা ৬.৩০ বজাঃ পুৰুষৰ গ্ৰুপ ৰাউণ্ড (ভাৰত-স্পেইন)

চেইলিং

পুৱা ১১.২০ বজাঃ পুৰুষৰ ৪৯ ইয়েৰ (কে চি গণপতি, বৰুণ ঠক্কৰ)

শ্বুটিং

পুৱা ৫.৩০ বজাঃ ১০ মিটাৰ এয়াৰ পিষ্টল মিক্সড এলিমিনেচন ৰাউণ্ড (সৌৰভ চৌধুৰী-মনু ভাকেৰ, অভিষেক বাৰ্মা-যশস্বিনী সিংহ দেশোয়াল)

পুৱা ৭.৩০ বজাঃ ১০ মিটাৰ এয়াৰ পিষ্টল মিক্সড ব্ৰঞ্জ পদক মেছ

পুৱা ৮.০৫ বজাঃ ১০ মিটাৰ এয়াৰ পিষ্টল মিক্সড সোণৰ পদক মেছ

পুৱা ৯.৪৫ বজাঃ ১০ মিটাৰ এয়াৰ পিষ্টল মিক্সড যোগ্যতা অৰ্জন ৰাউণ্ড (দিব্যাংশ সিংহ পানোয়াৰ-এলাভিলেন বালাৰিভান, দীপক কুমাৰ-অঞ্জুম মৌদগিল)

পুৱা ১১.৪৫ বজাঃ ১০ মিটাৰ এয়াৰ পিষ্টল মিক্সড ব্ৰঞ্জ পদক মেছ

পুৱা ১২.২০ বজাঃ ১০ মিটাৰ এয়াৰ পিষ্টল মিক্সড সোণৰ পদক মেছ

সাতোঁৰ

পুৱা ৮:০৫- পুৰুষৰ ২০০ মিটাৰ বাটাৰফ্লাই ছেমিফাইনেল

টেবল টেনিছ

দিনৰ ১.০০ বজাঃ পুৰুষ আৰু মহিলাৰ চিংগলচ প্রি-কোৱার্টাৰ ফাইনেল

২৮ জুলাই

বক্সিং

মহিলাৰ মিডলৱেট প্রি-কোয়ার্টৰ ফাইনেল (পূজা ৰাণী)

হকী

পুৱা ৬:৩০- মহিলাৰ গ্রুপ ৰাউণ্ড (ভাৰত-গ্রেট ব্রিটেইন)

২৯ জুলাই

বেডমিন্টন

পুৱা ৫:৩০ বজাঃ পুৰুষৰ ডাবলচ কোৱার্টাৰ ফাইনেল

বক্সিং

পুৱা ৭:৩০ বজাঃ পুৰুষৰ মিডলৱেট প্রি-কোৱার্টাৰ ফাইনেল

পুৱা ৮:৩৩ বজাঃ পুৰুষৰ চুপাৰ হেভিৱেট প্রি-কোৱার্টাৰ ফাইনেল (সতীশ কুমাৰ)

পুৱা ৯:৩৬ বজাঃ মহিলাৰ ফ্লাইৱেট প্রি-কোৱার্টাৰ ফাইনেল

হকী

পুৱা ৬.০০ বজাঃ পুৰুষৰ গ্রুপ ৰাউণ্ড (ভাৰত-আর্জেন্টিনা)

শ্বুটিং

পুৱা ৫:৩০ বজাঃ মহিলাদেৰ ২৫ মিটাৰ পিষ্টল যোগ্যতা অর্জন ৰাউণ্ড (মনু ভাকেৰ, ৰাহি সাৰনোবাত)

সাতোঁৰ

পুৱা ৪:২০ বজাঃ পুৰুষৰ ১০০ মিটাৰ বাটাৰফ্লাই হিট (সজন প্রকাশ)

৩০ জুলাই

এথলেটিকচ

পুৱা ৫:৩০ বজাঃ পুৰুষৰ ৩০০০ মিটাৰ ষ্টিপলচেছ হিট (অবিনাশ সাবলে)

পুৱা ৭:২৫ বজাঃ পুৰুষৰ ৪০০ মিটাৰ হার্ডলস ৰাউণ্ড ১ হিট (এম পি জবিৰ)

পুৱা ৮:১০ বজাঃ মহিলাৰ ১০০ মিটাৰ ৰাউণ্ড ১ হিট (দ্যুতি চান্দ)

বিয়লি ৪:৩০ বজাঃ মিক্সড ৪X৪০০ মিটাৰ ৰিলে ৰাউণ্ড ১ হিট (এলেক্স এন্টনি, সার্থক ভামৰি, ৰেৱতী বীৰামণি, শুভ ভেঙ্কটেশ্যন)

বেডমিন্টন

পুৱা ৫:৩০বজাঃ মহিলাৰ চিংগলচ কোৱার্টাৰ ফাইনেল

দিনৰ ১২.০০ বজাঃ পুৰুষৰ ডাবলচ ছেমিফাইনেল

বক্সিং

পুৱা ৭:৩০ বজাঃ মহিলাৰ লাইটৱেট প্রি-কোৱার্টাৰ ফাইনেল

ইকোয়েষ্ট্ৰেয়ান

পুৱা ৫.০০ বজাঃ ব্যক্তিগত যোগ্যতা অর্জন ৰাউণ্ড (ফউয়াদ মির্জা)

হকী

পুৱা ৮:১৫ বজাঃ মহিলাৰ গ্রুপ পর্ব (ভাৰত-আয়াৰলেণ্ড)

দুপৰীয়া ৩.০০ বজাঃ পুৰুষৰ গ্রুপ পর্ব (ভাৰত-জাপান)

শ্বুটিং

পুৱা ৫:৩০ বজাঃ মহিলাৰ ২৫ মিটাৰ পিষ্টল যোগ্যতা অর্জন ৰেপিড (মনু ভাকেৰ, ৰাহি সাৰনোবাত)

দিনৰ ১১:২০ বজাঃ মহিলাৰ ২৫ মিটাৰ পিষ্টল ফাইনেল

সাঁতোৰ

পুৱা ৭.০০ বজাঃ পুৰুষৰ ১০০ মিটাৰ বাটাৰফ্লাই ছেমি ফাইনেল

৩১ জুলাই

এথলেটিক

পুৱা ৬.০০ বজা মহিলাৰ ডিছকাছ থ্ৰ’ যোগ্যতা অর্জন পর্ব (সীমা পুনিয়া, কমলপ্রীত কৌৰ)

বিয়লি ৩.৪০ বজাঃ পুৰুষৰ লং জাম্প যোগ্যতা অর্জন পর্ব (এম শ্রীশঙ্কৰ)

বিয়লি ৩.৪৫ বজাঃ মহিলাৰ ১০০ মিটাৰ ছেমিফাইনেল

সন্ধিয়া ৬.০৫ বজাঃ মিক্সড ৪X৪০০ মিটাৰ ৰিলে ফাইনেল

বেডমিন্টন

পুৱা ৫.৩০ বজা পুৰুষৰ ছিংগলছ কোৱর্টাৰ ফাইনেল

দুপৰীয়া ২.৩০ বজা মহিলাৰ ছিংগলছ ছেমি ফাইনেল

দুপৰীয়া ২.৩০ বজাঃ পুৰুষৰ ডাবলছ ফাইনেল

হকী

পুৱা ৮.৪৫- মহিলাৰ গ্রুপ পর্ব (ভাৰত-দক্ষিণ আফ্রিকা)

শ্বুটিং

পুৱা ৮:৩০- মহিলাৰ ৫০ মিটাৰ ৰাইফল ৩ পজিচন যোগ্যতা অর্জন পর্ব (অঞ্জুম মৌদগিল, তেজস্বিনী সৱন্ত)

দুপৰীয়া ১২.৩০- মহিলাৰ ৫০ মিটাৰ ৰাইফল ৩ পজিচন ফাইনেল

১ আগষ্ট

এথলেটিক

সন্ধিয়া ৫.৩৫ বজাঃ পুৰুষৰ ৪০০ মিটাৰ হার্ডলছ ছেমি ফাইনেল

বেডমিন্টন

পুৱা ৯.৩০ বজাঃ পুৰুষৰ ছিংগলছ ছেমি ফাইনেল

সন্ধিয়া ৫.০০ বজাঃ মহিলাৰ ছিংগলছ ফাইনেল

হকী

পুৱা ৬.০০ বজাঃ পুৰুষৰ কোৱার্টাৰ ফাইনেল

২ আগষ্ট

এথলেটিক

পুৱা ৬.৫০ বজাঃ পুৰুষৰ লং জাম্প ফাইনেল

পুৱা ৭.০০ বজা মহিলাৰ ২০০ মিটাৰ ৰাউণ্ড ১ হিট (দ্যুতি চন্দ)

বিয়লি ৩.৫৫ বজা মহিলাৰ ২০০ মিটাৰ ছেমি ফাইনেল

বিয়লি ৪.৩০ বজা মহিলাৰ ডিছকাছ থ্ৰ’ ফাইনেল

সন্ধিয়া ৫.৪৫ বজা পুৰুষৰ ৩০০০ মিটাৰ ষ্টিপলচেছ ফাইনেল

বেডমিন্টন

বিয়লি ৪.৩০ বজাঃ পুৰুষৰ ছিংগলছ ফাইনেল

হকী

পুৱা ৬.০০ বজাঃ মহিলাৰ কোৱার্টাৰ ফাইনেল

শ্বুটিং

পুৱা ৮.০০ বজাঃ পুৰুষৰ ৫০ মিটাৰ ৰাইফল ৩ পজিচন যোগ্যতা অর্জন ৰাউণ্ড (সঞ্জীৱ ৰাজপুত, ঐশ্বৰী প্রতাপ সিংহ)

দিনৰ ১:২০ বজাঃ পুৰুষৰ ৫০ মিটাৰ ৰাইফল ৩ পজিচন ফাইনেল

৩ আগষ্ট

এথলেটিকচ

পুৱা ৫:৫০ বজাঃ মহিলাৰ জেভলিন থ্র’ যোগ্যতা অর্জন ৰাউণ্ড (অনু ৰাণী)

পুৱা ৮:৫০ বজাঃ পুৰুষৰ ৪০০ মিটাৰ হার্ডলচ ফাইনেল

বিয়লি ৩:৪৫ বজাঃ পুৰুষৰ শ্বট পুট যোগ্যতা অর্জন ৰাউণ্ড (তেজিন্দৰ সিং তুৰ)

সন্ধ্যা ৬:২০বজাঃ মহিলাদের ২০০ মিটাৰ ফাইনেল

হকী

পুৱা ৭.০০ বজাঃ পুৰুষৰ ছেমিফাইনেল

মল্লযুঁজ

পুৱা ৮.০০ বজাঃ মহিলাৰ ফ্রিষ্টাইল ৬২ কেজি প্রি-কোৱার্টাৰ ফাইনেল আৰু কোৱার্টাৰ ফাইনেল (সোনম মালিক)

দিনৰ ৩.০০ বজাঃ মহিলাৰ ফ্রিষ্টাইল ৬২ কেজি ছেমিফাইনেল

৪ আগষ্ট

এথলেটিকচ

পুৱা ৫:৩৫ বজাঃ পুৰুষৰ জেভলিন থ্র’ যোগ্যতা অর্জন ৰাউণ্ড (নীৰজ চোপ্ৰা, শিৱপাল সিং)

হকী

পুৱা ৭ বজাঃ মহিলাৰ ছেমিফাইনেল

মল্লযুঁজ

পুৱা ৭:৩০ বজাঃ মহিলাৰ ফ্রিষ্টাইল ৬২ কেজি ৰেপেচাজ

পুৱা ৮ বজাঃ পুৰুষৰ ফ্রিষ্টাইল ৫৭ কেজি প্রি-কোৱার্টাৰ ফাইনেল আৰু কোৱার্টাৰ ফাইনেল (ৰবি কুমাৰ দাহিয়া)

পুৱা ৮ বজাঃ পুৰুষৰ ফ্রিষ্টাইল ৮৬ কেজি প্রি-কোৱার্টাৰ ফাইনেল আৰু কোৱার্টাৰ ফাইনেল (দীপক পুনিয়া)

পুৱা ৮ বজাঃ মহিলাৰ ফ্রিষ্টাইল ৫৭ কেজি প্রি-কোৱার্টাৰ ফাইনেল আৰু কোৱার্টাৰ ফাইনেল (অংশু মালিক)

দিনৰ ২:৪৫ বজাঃ পুৰুষৰ ফ্রিষ্টাইল ৫৭ কেজি  ছেমিফাইনেল

দিনৰ ২:৪৫ বজাঃ পুৰুষৰ ফ্রিষ্টাইল ৮৬ কেজি  ছেমিফাইনেল

দিনৰ ২:৪৫ বজাঃ মহিলাৰ ফ্রিষ্টাইল ৫৭ কেজি  ছেমিফাইনেল

বিয়লি ৪:৩০ বজাঃ মহিলাৰ ফ্রিষ্টাইল ৬২ কেজি ব্ৰঞ্জ আৰু সোণৰ পদক মেচ

৫ আগষ্ট

এথলেটিকচ

পুৱা ৭:৩৫ বজাঃ পুৰুষৰ শ্বট পুট ফাইনেল

দিনৰ ১ বজাঃ পুৰুষৰ ২০ কিলোমিটাৰ ৰেচৱাকাৰ ফাইনেল (কে টি ইৰফান, সন্দীপ কুমাৰ, ৰাহুল ৰোহিলা)

ৰাতি ২ বজাঃ পুৰুষৰ ৫০ কিলোমিটাৰ ৰেচৱাকাৰ ফাইনেল (গুৰপ্রীত সিং)

হকী

পুৱা ৭ বজাঃ পুৰুষৰ ব্রঞ্জ পদক মেচ

বিয়লি ৩:৩০ বজাঃ পুৰুষৰ সোণৰ পদক মেচ

মল্লযুঁজ

পুৱা ৭:৩০ বজাঃ পুৰুষৰ ফ্রিষ্টাইল ৫৭ কেজি ৰেপেচাজ

পুৱা ৭:৩০ বজাঃ পুৰুষৰ ফ্রিষ্টাইল ৮৬ কেজি ৰেপেচাজ

পুৱা ৭:৩০ বজাঃ মহিলাৰ ফ্ৰীষ্টাইল ৫৭ কেজি ৰেপেচাজ

পুৱা ৮ট বজাঃ মহিলাৰ ফ্ৰীষ্টাইল ৫৩ কেজি প্রি-কোৱার্টাৰ ফাইনেল আৰু কোৱার্টাৰ ফাইনেল

দিনৰ ২:৪৫ বজাঃ মহিলাৰ ফ্ৰীষ্টাইল ৫৩ কেজি ছেমিফাইনেল

বিয়লি ৪ বজাঃ পুৰুষৰ ফ্রিষ্টাইল ৫৭ কেজি ব্রঞ্জ আৰু সোণৰ পদক মেচ

বিয়লি ৪ বজাঃ পুৰুষৰ ফ্রিষ্টাইল ৮৬ কেজি ব্রঞ্জ আৰু সোণৰ পদক মেচ

বিয়লি ৪ বজাঃ মহিলাৰ ফ্ৰীষ্টাইল ৫৭ কেজি ব্রঞ্জ আৰু সোণৰ পদক মেচ

৬ আগষ্ট

এথলেটিকচ

দিনৰ ১ বজাঃ মহিলাৰ ২০ কিলোমিটাৰ ৰেচৱাকাৰ ফাইনেল (ভাৱনা জাট, প্রিয়ংকা গোস্বামী)

বিয়লি ৪:৫৫ বজাঃ পুৰুষৰ ৪X৪০০ মিটাৰ ৰিলে ৰাউণ্ড ১ হিট (অমল জেকব, আৰোকিৱা ৰাজীৱ, নোৱা নির্মল তোম, মহম্মদ আনাচ)

বিয়লি ৫:২০ বজাঃ মহিলাৰ জেভলিন থ্র’ ফাইনেল

হকী

পুৱা ৭ বজাঃ মহিলাৰ ব্রঞ্জ পদক মেচ

বিয়লি ৩:৩০ বজাঃ মহিলাৰ সোণাৰ পদক মেচ

মল্লযুঁজ

পুৱা ৭:৩০ বজাঃ মহিলাৰ ফ্ৰীষ্টাইল ৫৩ কেজি ৰেপেচাজ

পুৱা ৮ বজাঃ পুৰুষৰ ফ্ৰীষ্টাইল ৬৫ কেজি প্রি-কোৱার্টাৰ ফাইনেল আৰু কোৱার্টাৰ ফাইনেল (বজৰং পুনিয়া)

পুৱা ৮ বজাঃ মহিলাৰ ফ্ৰীষ্টাইল ৫০ কেজি প্রি-কোৱার্টাৰ ফাইনেল আৰু কোৱার্টাৰ ফাইনেল (সীমা বিসলা)

দিনৰ ২:৪৫ বজাঃ পুৰুষৰ ফ্ৰীষ্টাইল ৬৫ কেজি ছেমিফাইনেল

দিনৰ ২:৪৫ বজাঃ মহিলাৰ ফ্ৰীষ্টাইল ৫০ কেজি ছেমিফাইনেল

বিয়লি ৪:৩০ বজাঃ মহিলাৰ ফ্রিষ্টাইল ৫৩ কেজি ব্রঞ্জ আৰু সোণৰ পদক মেচ

৭ আগষ্ট

বিয়লি ৪:৩০ বজাঃ পুৰুষৰ জেভলিন থ্র’ ফাইনেল

সন্ধ্যা ৬:২০ বজাঃ পুৰুষৰ ৪X৪০০ মিটাৰ ৰিলে ফাইনেল

মল্লযুঁজ

বিয়লি ৩:১৫ বজাঃ পুৰুষৰ ফ্ৰীষ্টাইল ৬৫ কেজি ৰেপেচাজ

বিয়লি ৩:১৫ বজাঃ মহিলাৰ ফ্ৰীষ্টাইল ৫০ কেজি ৰেপেচাজ

বিয়লি ৪ বজাঃ পুৰুষৰ ফ্ৰীষ্টাইল ৬৫ কেজি ব্রঞ্জ আৰু সোণৰ পদক মেচ

বিয়লি ৪ বজাঃ মহিলাৰ ফ্ৰীষ্টাইল ৫০ কেজি ব্রঞ্জ আৰু সোণৰ পদক মেচ

২৪ জুলাই – ১ আগষ্ট

টেনিচ- মহিলা ডাবলচ (ছানিয়া মির্জা-অংকিতা ৰাইনা), পুরুষৰ চিংগলচ (সুমিত নাগাল)

২৭ জুলাই – ৩১ জুলাই

আৰ্চাৰী

পুৱা ৬ বজাঃ পুৰুষ আৰু মহিলাৰ ব্যক্তিগত এলিমিনেচন

দিনৰ ১ বজাঃ পদকৰ মেচ

২৯ জুলাই – ৩ আগষ্ট

জিমনাষ্টিক

দিনৰ ২ বজাঃ মহিলাৰ আর্টিষ্টিক অল ৰাউন্ড আৰু ইভেন্ট ফাইনেলচ

৩১ জুলাই – ৮ আগষ্ট

বক্সিং

সকলো বিভাগৰ ফাইনেল ৰাউণ্ড আৰু পদক মেচ

 

 

 

 

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24tokyo olympic
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মঙ্গলৰ প্ৰিয় এই ৪ৰাশি, জীৱনত তেওঁলোকৰ ধন-সম্পদৰ অভাৱ কোনোদিনো নহয়
জীৱনশৈলী

মঙ্গলৰ প্ৰিয় এই ৪ৰাশি, জীৱনত তেওঁলোকৰ ধন-সম্পদৰ অভাৱ কোনোদিনো নহয়

April 13, 2026
আশা ভোঁছলেতকৈ পূৰ্বেই পৃথিৱীৰ পৰা বিদায় মাগিছে তেওঁৰ দুই সন্তানে, কোটি কোটি টকা সম্পত্তিৰ উত্তৰাধিকাৰী কোন?
জীৱনশৈলী

আশা ভোঁছলেতকৈ পূৰ্বেই পৃথিৱীৰ পৰা বিদায় মাগিছে তেওঁৰ দুই সন্তানে, কোটি কোটি টকা সম্পত্তিৰ উত্তৰাধিকাৰী কোন?

April 13, 2026
১৪ এপ্ৰিলৰ পৰা ভাগ্য সলনি হ’ব এইকেইটা ৰাশিৰ! সূৰ্যৰ কৃপাত ৩ৰাশিয়ে কৰ্মক্ষেত্ৰত কৰিব উন্নতি
জীৱনশৈলী

১৪ এপ্ৰিলৰ পৰা ভাগ্য সলনি হ’ব এইকেইটা ৰাশিৰ! সূৰ্যৰ কৃপাত ৩ৰাশিয়ে কৰ্মক্ষেত্ৰত কৰিব উন্নতি

April 13, 2026
১৬ বছৰ বয়সত বিবাহ, আশাৰ প্ৰথম স্বামী আছিল ভগ্নী লতাৰ মেনেজাৰ, ভগ্নী লতাৰ সৈতে সম্পৰ্ক কিয় বেয়া হৈছিল আশাৰ?
জীৱনশৈলী

১৬ বছৰ বয়সত বিবাহ, আশাৰ প্ৰথম স্বামী আছিল ভগ্নী লতাৰ মেনেজাৰ, ভগ্নী লতাৰ সৈতে সম্পৰ্ক কিয় বেয়া হৈছিল আশাৰ?

April 13, 2026
Next Post
জয়েৰে অলিম্পিকত অভিযান আৰম্ভ ভাৰতৰ

জয়েৰে অলিম্পিকত অভিযান আৰম্ভ ভাৰতৰ

টকিঅ’ত ভাৰতৰ প্ৰথমটো পদক লাভ উত্তৰ পূবৰ খেলুৱৈৰ

টকিঅ’ত ভাৰতৰ প্ৰথমটো পদক লাভ উত্তৰ পূবৰ খেলুৱৈৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.