• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শুক্লা ত্ৰয়োদশীত ৰবি যোগ, কাইলৈ সকলো কামতেই বজৰংবলীৰ আশীৰ্বাদ পাব এই ৫ ৰাশিৰ জাতকে

শুক্লা ত্ৰয়োদশীত ৰবি যোগ, কাইলৈ সকলো কামতেই বজৰংবলীৰ আশীৰ্বাদ পাব এই ৫ ৰাশিৰ জাতকে

2 years ago
কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে

16 hours ago
পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

17 hours ago
মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি

মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি

18 hours ago
এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

19 hours ago
মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

20 hours ago
পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

20 hours ago
২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

21 hours ago
সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

22 hours ago
১৪ এপ্ৰিলৰ পৰা ৫ৰাশিৰ চমকিব ভাগ্য, সূৰ্যৰ গোচৰত ধনলাভ কৰিব এইকেইটা ৰাশিয়ে

১৪ এপ্ৰিলৰ পৰা ৫ৰাশিৰ চমকিব ভাগ্য, সূৰ্যৰ গোচৰত ধনলাভ কৰিব এইকেইটা ৰাশিয়ে

22 hours ago
মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

2 days ago
কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

2 days ago
জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

2 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, March 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

শুক্লা ত্ৰয়োদশীত ৰবি যোগ, কাইলৈ সকলো কামতেই বজৰংবলীৰ আশীৰ্বাদ পাব এই ৫ ৰাশিৰ জাতকে

শুক্লা ত্ৰয়োদশীত ৰবি যোগ, কাইলৈ সকলো কামতেই বজৰংবলীৰ আশীৰ্বাদ পাব এই ৫ ৰাশিৰ জাতকে

editor by editor
May 20, 2024
in জীৱনশৈলী, ভাৰত
0
শুক্লা ত্ৰয়োদশীত ৰবি যোগ, কাইলৈ সকলো কামতেই বজৰংবলীৰ আশীৰ্বাদ পাব এই ৫ ৰাশিৰ জাতকে
0
SHARES
9.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ২১ মে ২০২৪ৰ মঙলবাৰ পঞ্জিকা অনুসৰি জেঠ মাহৰ শুক্লা পক্ষৰ ত্ৰয়োদশী তিথি৷ চন্দ্ৰই কাইলৈ দিনজুৰি তুলা ৰাশিত অৱস্থান কৰিব৷ জ্যোতিষ গণনা অনুসৰি ৰবি যোগ আৰু বৰিয়ান যোগৰ সৃষ্টি হ’ব৷ ইয়াৰোপৰি কাইলৈ মঙলবাৰে থাকিব স্বাতী নক্ষত্ৰৰ প্ৰভাৱ৷ ইয়াৰ ফলত কাইলৈ দিনটো বেছ গুৰুত্বপূৰ্ণ হ’ব৷ হিন্দুধৰ্মমতে মঙলবাৰ হৈছে বজৰংবলীৰ প্ৰিয় দিন৷ জ্যোতিষবিদে জনোৱা অনুসৰি এই সকলোবোৰ শুভ যোগৰ কাৰণে কাইলৈ দিনটো বেছ লাভজনক হ’ব কোনো কোনো ৰাশিৰ জাতকৰ বাবে৷ ইয়াৰোপৰি সকলো ৰাশিৰ জাতকৰ কাইলৈ ২১ মেত নিজা আৰ্থিক পৰিস্থিতি বহু পৰিমানে উন্নত কৰাৰ সুযোগ পাব৷ এইসমূহ শুভ যোগৰ প্ৰভাৱত মঙলবাৰে সৌভাগ্য লাভ কৰিব পাঁচ ৰাশিৰ জাতকে৷

মেষ ৰাশি

কাইলৈ ২১মে হনুমানৰ কৃপাত মেষ ৰাশিৰ জাতকৰ বাবে অত্যন্ত শুভ দিন হ’ব৷ কাইলৈ আপোনাৰ বুদ্ধিত বিৰোধী পৰাজিত হ’ব৷ আইনী গোচৰত জয়ী হ’ব মেষ ৰাশিৰ জাতক৷ পিতৃ-মাতৃৰ সৈতে সম্পৰ্ক উন্নত হ’ব৷ পৰিয়ালত সুখ আৰু শান্তিৰ পৰিবেশ থাকিব৷ নতুন ঘৰ বা বাহন ক্ৰয় কৰিব পাৰে৷ কাৰ্যালয়ৰ পৰিবেশ মেষ ৰাশিৰ জাতকৰ বাবে অনুকূল হ’ব৷

মিথুন ৰাশি

ৰবি যোগৰ প্ৰভাৱত মঙলবাৰে সকলো কামতেই সাফল্য লাভ কৰিব মিথুন ৰাশিৰ জাতকে৷ ব্যৱসায়ীসকলে কিছু আৰ্থিক লাভ অৰ্জন কৰিব পাৰে৷ ভাতৃ আৰু ভগ্নীৰ সৈতে আপোনাৰ সম্পৰ্ক পূৰ্বতকৈ উন্নত হ’ব৷ ঘৰত সকলোৰে সৈতে কোৱালিটি টাইম কটাব৷ ধৰ্মীয় বিষয়ৰ প্ৰতি আগ্ৰহ বাঢ়িব মিথুন ৰাশিৰ জাতকৰ৷ পঢ়াশুনাৰ বাধা দূৰ হ’ব৷

কন্যা ৰাশি

ৰবি যোগৰ শুভ প্ৰভাৱ থাকিব কন্যা ৰাশিৰ জাতকৰ ওপৰত৷ পাবলগীয়া ধন এইসময়ত লাভ কৰিব আপুনি৷ নিজৰ কথা আৰু আচৰণৰ বাবে সকলোৰে প্ৰিয়পাত্ৰও হ’ব৷ ব্যৱসায়ত উন্নতি কৰাৰো যোগ আছে৷ পঢ়াশুনাৰ বাবে বিদেশ যাত্ৰা কৰিব পাৰে৷ অন্যসকলৰ সহযোগিতা লাভ কৰিব৷

মকৰ ৰাশি

মা লক্ষ্মীৰ কৃপা মঙলবাৰে বৰ্ষিত হ’ব মকৰ ৰাশিৰ জাতকৰ ওপৰত৷ কাইলৈ আপুনি সম্পত্তি লাভ কৰিব পাৰে৷ আৰ্থিক লাভৰ বাবে কাইলৈ দিনটো বিশেষভাৱে মঙ্গলজনক৷ কোনো সম্পত্তিত কাইলৈ বিনিয়োগ কৰিলে আপুনি লাভৱান হ’ব৷ ঘৰলৈ বিশেষ অতিথিৰ আগমন হ’ব পাৰে৷ নতুন চাকৰিৰ ইণ্টাৰভিউৰ বাবে আমন্ত্ৰণ লাভ কৰিব পাৰে৷ দাম্পত্য জীৱনত সুখ বাঢ়িব৷

মীন ৰাশি

২১ মে লক্ষ্মীৰ আশীৰ্বাদত ভাগ্য খুলিব মীন ৰাশিৰ জাতকৰ৷ সমাজত কাইলৈ আপোনাৰ খ্যাতি আৰু জনপ্ৰিয়তা বাঢ়িব৷ স্বাস্থ্য সংক্ৰান্তীয় কোনো সমস্যা থাকিলে তাৰপৰা মুক্তি পাব৷ ঘৰত কোনো দামী সামগ্ৰী ক্ৰয় কৰি আনিব পাৰে৷ অবিবাহিতসকলে বিবাহৰ কথা পাতিব পাৰে৷ ঘৰত সুখৰ পৰিবেশ থাকিব৷ বন্ধুৰ পৰা সহায় লাভ কৰিব পাৰে মীন ৰাশিৰ জাতকে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: axom live 24Best Assamese News ChannelBest news channel of assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে
জীৱনশৈলী

কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে

March 14, 2026
পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ
জীৱনশৈলী

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

March 14, 2026
মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি
জীৱনশৈলী

মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি

March 14, 2026
এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ
জীৱনশৈলী

এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

March 14, 2026
Next Post
বিক্ৰী হ’ব ৰিলায়েন্স কেপিটেলছ, ডুবিব ধৰা এই কোম্পানী কাক বিক্ৰী কৰিব অনিল আম্বানীয়ে?

বিক্ৰী হ’ব ৰিলায়েন্স কেপিটেলছ, ডুবিব ধৰা এই কোম্পানী কাক বিক্ৰী কৰিব অনিল আম্বানীয়ে?

চিন্তা আপুনিয়েই কৰিব কথা নাই… চাপ কমাবলৈ বিজ্ঞানীয়ে আৱিষ্কাৰ কৰিলে ছেকেণ্ড ব্ৰেইন, কেই টকাত ক্ৰয় কৰিব পাৰিব এই ব্ৰেইন?

চিন্তা আপুনিয়েই কৰিব কথা নাই... চাপ কমাবলৈ বিজ্ঞানীয়ে আৱিষ্কাৰ কৰিলে ছেকেণ্ড ব্ৰেইন, কেই টকাত ক্ৰয় কৰিব পাৰিব এই ব্ৰেইন?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.