• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অতিকে কৰুণ, টুকুৰা টুকুৰ হৈ দুজন নিহত, ৬ জনৰ অৱস্থা সংকটজনক

অতিকে কৰুণ, টুকুৰা টুকুৰ হৈ দুজন নিহত, ৬ জনৰ অৱস্থা সংকটজনক

1 year ago
যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া

যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া

7 minutes ago
জন্মৰ তাৰিখে খুলিব ভাগ্যৰ দুৱাৰ! জন্মৰ তাৰিখৰ পৰা জানক আপোনাৰ স্বভাৱ

জন্মৰ তাৰিখে খুলিব ভাগ্যৰ দুৱাৰ! জন্মৰ তাৰিখৰ পৰা জানক আপোনাৰ স্বভাৱ

44 minutes ago
মঙলবাৰে ভুলতো ক্ৰয় নকৰিব এইবোৰ বস্তু, নহ’লে বিপদ অনিবাৰ্য!

মঙলবাৰে ভুলতো ক্ৰয় নকৰিব এইবোৰ বস্তু, নহ’লে বিপদ অনিবাৰ্য!

1 hour ago
আজি হনুমানৰ আশীৰ্বাদত সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

আজি হনুমানৰ আশীৰ্বাদত সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

2 hours ago
বয়সে ৩০ অতিক্ৰম কৰিছে? এই ৫ টা স্বাস্থ্য পৰীক্ষা নকৰিলেই বিপদত পৰিব পাৰে মহিলাসকল

বয়সে ৩০ অতিক্ৰম কৰিছে? এই ৫ টা স্বাস্থ্য পৰীক্ষা নকৰিলেই বিপদত পৰিব পাৰে মহিলাসকল

11 hours ago
SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

11 hours ago
স্থান সলনি কৰিব সূৰ্যই, আৰম্ভ হ’ব নতুন সৌৰবছৰ, ব্যাপক উন্নতি ৩ৰাশিৰ, বিপদত কোন কোন?

স্থান সলনি কৰিব সূৰ্যই, আৰম্ভ হ’ব নতুন সৌৰবছৰ, ব্যাপক উন্নতি ৩ৰাশিৰ, বিপদত কোন কোন?

12 hours ago
পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা

পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা

12 hours ago
মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?

মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?

13 hours ago
৩০ বছৰৰ পাছত মীন ৰাশিত সূৰ্য-শনি-মঙ্গল-বুধ, সাৱধান! ভয়ংকৰ সময় আহিছে ৪ৰাশিৰ বাবে

৩০ বছৰৰ পাছত মীন ৰাশিত সূৰ্য-শনি-মঙ্গল-বুধ, সাৱধান! ভয়ংকৰ সময় আহিছে ৪ৰাশিৰ বাবে

13 hours ago
গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ

গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ

14 hours ago
২৮ দিন নহয়, ৩০ দিন চলিব এই প্লেন! জিঅ’ৰ নতুন প্লেনত আনলিমিটেড কলিং আৰু ডাটাৰ সৈতে পাব কি কি বিশেষ সুবিধা?

২৮ দিন নহয়, ৩০ দিন চলিব এই প্লেন! জিঅ’ৰ নতুন প্লেনত আনলিমিটেড কলিং আৰু ডাটাৰ সৈতে পাব কি কি বিশেষ সুবিধা?

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

অতিকে কৰুণ, টুকুৰা টুকুৰ হৈ দুজন নিহত, ৬ জনৰ অৱস্থা সংকটজনক

editor by editor
October 29, 2024
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
অতিকে কৰুণ, টুকুৰা টুকুৰ হৈ দুজন নিহত, ৬ জনৰ অৱস্থা সংকটজনক
0
SHARES
118
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অতিকে কৰুণ, টুকুৰা টুকুৰ হৈ দুজন নিহত, ৬ জনৰ অৱস্থা সংকটজনক

পাটনা মেট্ৰ’ৰ নিৰ্মাণ স্থানত সোমবাৰে নিশা মেচিনৰ ব্ৰেক বিজুতি ঘটাত দুজন শ্ৰমিকৰ মৃত্যু হোৱাৰ লগতে ছয়জন শ্ৰমিক আহত হয় বুলি বিষয়াসকলে জানিবলৈ দিয়ে।

পাটনাৰ নেশ্যনেল ইনষ্টিটিউট অৱ টেকন’লজি (এন আই টি)ৰ টাৰ্ণৰ সমীপত এটা লোকো মেচিনে সুৰংগটোৰ ভিতৰত সামগ্ৰী কঢ়িয়াই নিয়াৰ সময়তে সংঘটিত হয় এই দুৰ্ঘটনা। পাটনা মেডিকেল কলেজত চিকিৎসাধীন হৈ থকা আহতসকলৰ ভিতৰত চাৰিজনৰ অৱস্থা সংকটজনক।

দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত সুৰংগটোৰ ভিতৰতে কেইবাজনো শ্ৰমিকে কাম কৰি আছিল। নিহতসকলৰ ভিতৰত আছে লোকো মেচিন অপাৰেটৰ আৰু এজন হেল্পাৰ।

সোমবাৰে নিশা প্ৰায় ১০ মান বজাত সংঘটিত হয় এই ঘটনা। লোকো মেচিনটোৰ বিজুতিৰ বাবে ইয়াৰ ব্ৰেক বিকল হোৱাৰ লগতে দুজন শ্ৰমিকৰ মৃত্যু হোৱাৰ বিপৰীতে আন কিছুমানে আঘাতপ্ৰাপ্ত হোৱাৰ ফলত চিকিৎসালয়ত ভৰ্তি হোৱা বুলি।

ৰাজ্যৰ নগৰ উন্নয়ন মন্ত্ৰী নীতিন নবীয়ে কয় যে এই ঘটনাৰ তদন্ত চলি আছে আৰু দোষীক ৰেহাই দিয়া নহ’ব।

ইফালে এই দুৰ্ঘটনাটোৱে মেট্ৰ’ নিৰ্মাণ স্থানত শ্ৰমিকৰ সুৰক্ষাক লৈ গুৰুতৰ উদ্বেগ প্ৰকাশ কৰিছে। অভিযোগ উত্থাপন হৈছে যে স্থানত সুৰক্ষা ব্যৱস্থাৰ অভাৱ আৰু সাধাৰণতে নৈশ শ্বিফটৰ সময়ত জ্যেষ্ঠ বিষয়া অনুপস্থিত থাকে।

যোৱা নিশা দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত কোনো অভিযন্তা সেই স্থানত উপস্থিত নাছিল বুলি তত্বাৱধায়কগৰাকীয়ে জানিবলৈ দিয়ে। নিশা ৮ বজাৰ পৰা পুৱা ৮ বজালৈ নৈশ শ্বিফটত কাম কৰাৰ সময়ত কোনো জ্যেষ্ঠ বিষয়া উপস্থিত নাথাকে বুলি অভিযোগ উত্থাপন কৰিছে শ্ৰমিকসকলে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: METRO TRAINPunePune Metro train Accident
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া
ভাৰত

যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া

April 7, 2026
জন্মৰ তাৰিখে খুলিব ভাগ্যৰ দুৱাৰ! জন্মৰ তাৰিখৰ পৰা জানক আপোনাৰ স্বভাৱ
জীৱনশৈলী

জন্মৰ তাৰিখে খুলিব ভাগ্যৰ দুৱাৰ! জন্মৰ তাৰিখৰ পৰা জানক আপোনাৰ স্বভাৱ

April 7, 2026
মঙলবাৰে ভুলতো ক্ৰয় নকৰিব এইবোৰ বস্তু, নহ’লে বিপদ অনিবাৰ্য!
জীৱনশৈলী

মঙলবাৰে ভুলতো ক্ৰয় নকৰিব এইবোৰ বস্তু, নহ’লে বিপদ অনিবাৰ্য!

April 7, 2026
আজি হনুমানৰ আশীৰ্বাদত সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল
জীৱনশৈলী

আজি হনুমানৰ আশীৰ্বাদত সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

April 7, 2026
Next Post
আহি গৈছে বিশেষ অফাৰ, কেৱল মাত্ৰ ১০ টকাকে ক্ৰয় কৰক সোণ

আহি গৈছে বিশেষ অফাৰ, কেৱল মাত্ৰ ১০ টকাকে ক্ৰয় কৰক সোণ

আজিৰ ধনতেৰাছৰ দিনটোত এই ৫ কাম কৰিলে কেতিয়াও নহয় ধনৰ অভাৱ

আজিৰ ধনতেৰাছৰ দিনটোত এই ৫ কাম কৰিলে কেতিয়াও নহয় ধনৰ অভাৱ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.