• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সম্প্ৰীতিৰ নিৰ্দশন! ঈদৰ মাজতে ঈদগাহলৈ হিন্দু ভগ্নীৰ ১.৫ কোটি মূল্যৰ ৪ বিঘা ভূমি দান

সম্প্ৰীতিৰ নিৰ্দশন! ঈদৰ মাজতে ঈদগাহলৈ হিন্দু ভগ্নীৰ ১.৫ কোটি মূল্যৰ ৪ বিঘা ভূমি দান

4 years ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

1 day ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

1 day ago
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

1 day ago
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

1 day ago
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

1 day ago
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

1 day ago
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

2 days ago
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

2 days ago
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

2 days ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

2 days ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

2 days ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

2 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, February 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

সম্প্ৰীতিৰ নিৰ্দশন! ঈদৰ মাজতে ঈদগাহলৈ হিন্দু ভগ্নীৰ ১.৫ কোটি মূল্যৰ ৪ বিঘা ভূমি দান

editor by editor
May 5, 2022
in অসম, বিবিধ, ভাৰত
0
সম্প্ৰীতিৰ নিৰ্দশন! ঈদৰ মাজতে ঈদগাহলৈ হিন্দু ভগ্নীৰ ১.৫ কোটি মূল্যৰ ৪ বিঘা ভূমি দান
0
SHARES
95
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰত হৈছে ধৰ্ম নিৰপেক্ষ বৈচিত্ৰময়ী দেশ। এই ভাৰতবৰ্ষতে বিভিন্ন ধৰ্ম আৰু সম্প্ৰদায়ৰ লোকে বহু শতাব্দী ধৰি একেলগে বাস কৰি আহিছে। কিন্তু ইমানৰ পিছতো দেশত ক্ৰমশঃ ধৰ্মীয় অহিষ্ণুতা বৃদ্ধি পোৱাৰ লগতে মাজে মাজে ভাতৃঘাটি সংঘৰ্ষৰ সৃষ্টি হৈ আহিছে৷

উগ্ৰ হিন্দুত্বাদীসকলে শাসকীয় দলৰ ছত্ৰছায়াত দেশত ধৰ্মীয় সংখ্যালঘু বিশেষকৈ ইছলাম ধৰ্মাৱলম্বী লোকক আক্ৰমণ কৰি দেশত ধৰ্মীয় বিষবাষ্প বিয়পাই অহা বুলি অভিযোগ উঠি অহাৰ সময়তে দুই হিন্দু ভগ্নীয়ে সম্প্ৰীতিৰ মহান নিৰ্দশন দাঙি ধৰিছে৷

উত্তৰাখণ্ডৰ দুই হিন্দু ভগ্নীয়ে ঈদ উদযাপনৰ সময়তে ঈদগাহৰ বাবে ১.৫ কোটি টকীয়া মূল্যৰ ৪ বিঘা ভূমি দান কৰিছে৷

লগতে পঢ়ক ড্ৰাগছত আসক্ত হৈ অভিনেত্ৰী পত্নীক উপৰ্যুপৰি চৰিয়াইছিল হলিউদৰ অভিনেতা জ’নিয়ে

ৰাজ্যখনৰ উধম সিং নগৰ জিলাৰ এখন সৰু চহৰ কাশীপুৰৰ দুই ভগ্নীয়ে প্ৰয়াত পিতৃৰ ইচ্ছা পূৰণৰ অৰ্থে এই বৃহৎ মূল্যৰ ভূমিভাগ দান কৰা বুলি জানিব পৰা গৈছে৷ প্ৰকাশিত বাতৰি অনুসৰি তেওঁলোকৰ পিতৃ আজিৰ পৰা প্ৰায় ২০ বছৰৰ পূৰ্বে মৃত্যু হৈছিল৷

ব্ৰহ্মন্দন প্ৰসাদ ৰস্তোগী নামৰ লোকগৰাকীয়ে ওচৰৰ ঈদগাহৰ বাবে ৪ বিঘা মাটি দান কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিলেও ২০০৩ চনত তেওঁৰ মৃত্যু হয়৷  কিন্তু মৃত্যুৰ পূৰ্বে ৰস্তোগীয়ে নিজ ইচ্ছাৰ কথা নিজ সন্তান আৰু নিকট আত্মীয় কৈ যায়৷

পিতৃৰ এই অন্তিম ইচ্ছা পূৰণৰ বাবে এতিয়া দুই ভগ্নী ক্ৰমে সৰোজ আৰু অনীতা ৰস্তোগীয়ে ঈদগাহ সম্প্ৰসাৰণৰ বাবে ১.৫ কোটি টকীয়া মূল্যৰ ৪ বিঘা মাটি ইছলাম ধৰ্মীয় লোকক দান দিছে৷ প্ৰয়াত ব্ৰহ্মান্দন ৰস্তোগীৰ এই দুই কন্যাৰ সৰোজে দিল্লী আৰু অনীতাই মিৰাটত পৰিয়ালসহ বাস কৰে৷

লগতে পঢ়ক বলিউদৰ অভিনেত্ৰী দিশা পাটানিক ট্ৰ’ল! কিয় ট্ৰ’ল খালে মোহময়ী অভিনেত্ৰী দিশাই?

ইফালে কাশীপুৰত থকা দুই ভগ্নীৰ ভাতৃয়েও উক্ত ভূমিখিনি ঈদগাহৰ বাবে দান দিয়াত কোনো আপত্তি কৰা নাই৷ বৰং ব্ৰহ্মান্দন ৰস্তোগীৰ পুত্ৰ ৰাকেশ ৰস্তোগীয়েও প্ৰফুল্লচিতে উক্ত ভূমি ভাগ প্ৰদান কৰাত সন্মতি প্ৰদান কৰে বুলি জানিব পৰা গৈছে৷

‘‘দেউতাৰ শেষ ইচ্ছাক সন্মান কৰাটো আমাৰ কৰ্তব্য৷ মোৰ ভগ্নীসকলে যি কাম কৰিছে ইয়ে দেউতাৰ আত্মাক শান্তি প্ৰদান কৰিব৷’’ দুই ভগ্নীৰ ভাতৃ ৰাকেশ ৰস্তোগীয়ে কয়৷

ইফালে ঈদগাহ সমিটিয়ে দুই ভগ্নীৰ এই দানক সাম্প্ৰদায়িক সম্প্ৰীতি আৰু ঐক্যৰ জীৱন্ত আৰু উৎকৃষ্ট উদাহৰণ বুলি আখ্যা দিছে৷ ‘‘দুয়োগৰাকী ভগ্নী সাম্প্ৰদায়িক ঐক্যৰ জীৱন্ত উদাহৰণ৷ ঈদগাহ সমিতিয়ে তেওঁলোকৰ উদাৰতাক স্বীকাৰ কৰি কৃতজ্ঞতা জ্ঞাপন কৰিছো৷ দুয়ো ভগ্নীকে শীঘ্ৰেই সম্বধৰ্না জনোৱা হ’ব৷’’ ঈদগাহ সমিটিৰ বিষয়ববীয়া হাছিন খানে সংবাদ মাধ্যমৰ আগত কয়৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamIdgah
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ
জীৱনশৈলী

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

February 22, 2026
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?
বাণিজ্য

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

February 22, 2026
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি
জীৱনশৈলী

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

February 22, 2026
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট
জীৱনশৈলী

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

February 22, 2026
Next Post
এইবাৰ মোদীৰ নতুন যাদু চলো ইণ্ডিয়া! বিদেশী পৰ্যটকৰে ভৰিব দেশ! কিন্তু কেনেকৈ?

এইবাৰ মোদীৰ নতুন যাদু চলো ইণ্ডিয়া! বিদেশী পৰ্যটকৰে ভৰিব দেশ! কিন্তু কেনেকৈ?

ৰাজ্যসভা নিৰ্বাচন আৰু কংগ্ৰেছী নেতাৰ হোটেল বিলাস!

ৰাজ্যসভা নিৰ্বাচন আৰু কংগ্ৰেছী নেতাৰ হোটেল বিলাস!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.