• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ড্ৰাগছত আসক্ত হৈ অভিনেত্ৰী পত্নীক উপৰ্যুপৰি চৰিয়াইছিল হলিউদৰ অভিনেতা জ’নিয়ে

ড্ৰাগছত আসক্ত হৈ অভিনেত্ৰী পত্নীক উপৰ্যুপৰি চৰিয়াইছিল হলিউদৰ অভিনেতা জ’নিয়ে

4 years ago
প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড

প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড

6 hours ago
ৰাণীৰে পৰকীয়া প্ৰেমৰ বিতৰ্ক! এইবাৰ মুখ খুলিছে অভিনেতা গোবিন্দই

ৰাণীৰে পৰকীয়া প্ৰেমৰ বিতৰ্ক! এইবাৰ মুখ খুলিছে অভিনেতা গোবিন্দই

6 hours ago
কাশ্মীৰত লস্কৰ-ঈ-তৈবাৰ শীৰ্ষ কমাণ্ডাৰৰ ঘৰত উদযাপন স্বাধীনতা দিৱস

কাশ্মীৰত লস্কৰ-ঈ-তৈবাৰ শীৰ্ষ কমাণ্ডাৰৰ ঘৰত উদযাপন স্বাধীনতা দিৱস

7 hours ago
সিংহ ৰাশিকে ধৰি এইকেইটা ৰাশিৰ আহি আছে ভাল দিন

সিংহ ৰাশিকে ধৰি এইকেইটা ৰাশিৰ আহি আছে ভাল দিন

8 hours ago
কৰণ জোহৰৰ শ্ব’ক লৈ চৰ্চাৰ শীৰ্ষত মল্লিকা শ্বেৰাৱত

কৰণ জোহৰৰ শ্ব’ক লৈ চৰ্চাৰ শীৰ্ষত মল্লিকা শ্বেৰাৱত

8 hours ago
লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত কিয় উপস্থিত নাথাকিল ৰাহুল গান্ধী?

লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত কিয় উপস্থিত নাথাকিল ৰাহুল গান্ধী?

8 hours ago
ক্ৰিকেটাৰ ৰবিচন্দ্ৰন অশ্বিনৰ ঘৰত আৰক্ষীৰ দল

ক্ৰিকেটাৰ ৰবিচন্দ্ৰন অশ্বিনৰ ঘৰত আৰক্ষীৰ দল

9 hours ago
৮ম দৰমহা আয়োগত কিমান হ’ব ন্যূনতম বেচিক দৰমহা?

৮ম দৰমহা আয়োগত কিমান হ’ব ন্যূনতম বেচিক দৰমহা?

10 hours ago
লালকিল্লাত বিকশিত ভাৰতৰ বাম্পাৰ PLAN, লক্ষ্য ১ কোটি যুৱক-যুৱতী

লালকিল্লাত বিকশিত ভাৰতৰ বাম্পাৰ PLAN, লক্ষ্য ১ কোটি যুৱক-যুৱতী

10 hours ago
শিক্ষয়িত্ৰীৰ বিৰুদ্ধে সপ্তম শ্ৰেণীৰ ছাত্ৰৰ আৰক্ষীক অভিযোগ

শিক্ষয়িত্ৰীৰ বিৰুদ্ধে সপ্তম শ্ৰেণীৰ ছাত্ৰৰ আৰক্ষীক অভিযোগ

11 hours ago
‘বন্দে মাতৰম’ পৰিৱেশনক লৈ অসন্তুষ্ট নেকি ৰাহুল-ছোনিয়া?

‘বন্দে মাতৰম’ পৰিৱেশনক লৈ অসন্তুষ্ট নেকি ৰাহুল-ছোনিয়া?

11 hours ago
পুৱালৈ অপেক্ষা নকৰি কিয় মাজনিশাই ভাৰতক স্বাধীন ঘোষণা কৰা হৈছিল?

পুৱালৈ অপেক্ষা নকৰি কিয় মাজনিশাই ভাৰতক স্বাধীন ঘোষণা কৰা হৈছিল?

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, August 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

ড্ৰাগছত আসক্ত হৈ অভিনেত্ৰী পত্নীক উপৰ্যুপৰি চৰিয়াইছিল হলিউদৰ অভিনেতা জ’নিয়ে

editor by editor
May 5, 2022
in অপৰাধ, চিনেমা, বিশ্ব
0
ড্ৰাগছত আসক্ত হৈ অভিনেত্ৰী পত্নীক উপৰ্যুপৰি চৰিয়াইছিল হলিউদৰ অভিনেতা জ’নিয়ে
0
SHARES
125
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

হলিউদৰ জনপ্ৰিয় অভিনেতা জ’নি দীপ্পৰ বিৰুদ্ধে মানহানিৰ গোচৰ তৰি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে প্ৰাক্তন পত্নী তথা হলিউদৰ মোহময়ী অভিনেত্ৰী এম্বেৰ হাৰ্ডে৷ মানহানি গোচৰৰ ট্ৰায়েলত অভিনেত্ৰী এম্বেৰে কয় যে প্ৰাক্তন স্বামী তথা হলিউদৰ অভিনেতা জ’নিয়ে তেওঁক উপৰ্যুপৰি চৰ শোধাইছিল৷

কিয় আৰু কেনেকৈ প্ৰাক্তন স্বামীয়ে তেওঁক চৰ শোধোৱাৰ লগতে শাৰীৰিক আক্ৰমণ কৰিছিল গোচৰটোৰ শুনানিৰ সময়ত তাৰ সকলো বিৱৰণ দিছে ভুক্তভোগী অভিনেত্ৰী এম্বেৰে৷

জ’নিয়ে তেওঁক প্ৰথমটো চৰ মাৰোতে অভিনেত্ৰী এম্বেৰে সেয়া ধেমালি বুলি ভাবিছিল যদিও পিছত জ’নিয়ে ইটোৰ পিছত সিটোকৈ কে’বাটাও চৰ শোধোৱাতহে সেয়া শাৰীৰিক আক্ৰমণ বুলি বুজি পোৱাৰ কথাও প্ৰকাশ কৰিছে৷

লগতে পঢ়ক কিয় হ’ব লগা স্বামীক গ্ৰেপ্তাৰ কৰিলে লেডী সিংঘম জোনমণি ৰাভাই?

জ’নিৰ শৰীৰত থকা এটা টাটুৰ বিষয়ে সোধোতে ড্ৰাগছ আসক্ত আৰু সাৰাপানেৰে নিচাসক্ত হৈ থকা জ’নিয়ে এম্বেৰৰ গালত প্ৰচণ্ড চৰ শোধাইছিল৷

এম্বেৰে প্ৰকাশ কৰা মতে জ’নিৰ শৰীৰত ‘ৱাইনো’ বুলি টাটু কৰা আছে৷ এম্বেৰৰ মতে ‘ৱাইনো’ হৈছে জ’নিৰ প্ৰাক্তন প্ৰেমিকা ৱাইন’না ৰাইডাৰৰ চমু নাম, যিটো জ’নিয়ে নিজৰ শৰীৰত টাটুৰে লিখি ৰাখিছে৷ সেয়ে সেই টাটুৰ বিষয়ে এম্পেৰে সোধোতে জ’নিয়ে ‘ৱাইনো’ বুলি আস্ফালন কৰি প্ৰচণ্ড চৰ শোধোই বুলি প্ৰকাশ কৰিছে ভুক্তভোগী এম্বেৰে৷

‘‘তেওঁ মোৰ সমগ্ৰ মুখ মণ্ডলতে চৰিয়ায়৷ কি ঘটিছে মই তত ধৰিব পৰা নাছিলো৷ মই মাত্ৰ আচৰিত হৈ চাই থাকিলো৷’’ ‘তুমি ইয়াক ধেমালি বুলি ভাবিছা’ বুলি আটাহ পাৰি ইয়াৰ পিছতো আৰু দুটা চৰ শোধাই বুলিও এম্বেৰে গোচৰৰ শুনানি কালত কয়৷

লগতে পঢ়ক মুক্তিৰ পূৰ্বেই সংকটত ৰণবীৰ সিঙৰ নৱতম ছবি জয়েশভাই জ’ৰ্ডাৰ!

‘মই ইয়াক কেতিয়াও পাহৰিব নোৱাৰো’ আৰু ‘ই মোৰ জীৱনক সম্পূৰ্ণ সলনি কৰি দিলে’ বুলি সদৰী কৰি এম্বেৰে লগতে কয় যে ড্ৰাগছ আৰু সুৰাৰ নিচাত নিজৰ নিয়ন্ত্ৰণ হেৰুওৱাই জ’নিয়ে তেওঁক কে’বাবাৰো শৰীৰিক আক্ৰমণ কৰিছিল৷ এম্বেৰৰ মতে ২০১৩ চনৰ পৰাই জ’নিয়ে তেওঁক শাৰীৰিক অত্যাচাৰ কৰি আহিছে৷

উল্লেখ্য যে ২০০৯ চনত দ্য ৰাম ডায়েৰী নামৰ ছবিখনত দুয়োৱে অভিনয় কৰিছিল৷ ইয়াৰ কিছু বছৰ পিছতে দুয়োজনে প্ৰেমৰ সম্পৰ্কত বান্ধ খাই আৰু ২০১৫ চনত তেওঁলোক বিবাহপাশত আৱদ্ধ হয়৷

লগতে পঢ়ক সামৰকি তথ্য সংগ্ৰহৰ ভয়ংকৰ জাল! চীনা সেনাত নিয়োগ কৰিছে হিন্দী দোভাষী যুৱক

কিন্তু মাত্ৰ এটা বছৰৰ পিছতে এম্বেৰ হাৰ্ডে জ’নিৰ পৰা বিবাহ বিচ্ছেদ বিচাৰে৷ এম্বেৰে ড্ৰাগছ আৰু সুৰাপান কৰি নিজৰ নিয়ন্ত্ৰণ হেৰুওৱাই জ’নিয়ে তেওঁৰ ওপৰত শাৰীৰিক আক্ৰমণ কৰি অহাৰ বাবেই বিচ্ছেদ বিচৰা বুলি প্ৰকাশ কৰিছিল৷ ২০১৭ চনত তেওঁলোকৰ দুয়োৰে আইনী বিচ্ছেদ সম্পন্ন হয়৷

কিন্তু ইয়াৰ পিছতে অভিনেত্ৰী এম্বেৰ হাৰ্ডে প্ৰাক্তন স্বামী জ’নি দীপ্পৰ বিৰুদ্ধে মানহানিৰ গোচৰ তৰে৷ উক্ত গোচৰৰে বিচাৰ প্ৰক্ৰিয়া এতিয়াও চলি আছে৷ ইফালে অভিনেতা জ’নিয়ে প্ৰাক্তন পত্নী এম্বেৰ হাৰ্ডিয়ে অনা অভিযোগ নস্যাৎ কৰি কয় যে ধন সম্পত্তি ভাগ বতৰা বিচাৰিহে প্ৰাক্তন পত্নী এম্বেৰে তেওঁৰ বিৰুদ্ধে এই ভুৱা অভিযোগবোৰ আনিছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Amber Heardasom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamHollywoodHollywood actorHollywood actressJohnny Depp
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কৰণ জোহৰৰ শ্ব’ক লৈ চৰ্চাৰ শীৰ্ষত মল্লিকা শ্বেৰাৱত
বিনোদন

কৰণ জোহৰৰ শ্ব’ক লৈ চৰ্চাৰ শীৰ্ষত মল্লিকা শ্বেৰাৱত

August 15, 2026
লালকিল্লাত বিকশিত ভাৰতৰ বাম্পাৰ PLAN, লক্ষ্য ১ কোটি যুৱক-যুৱতী
ভাৰত

লালকিল্লাত বিকশিত ভাৰতৰ বাম্পাৰ PLAN, লক্ষ্য ১ কোটি যুৱক-যুৱতী

August 15, 2026
পুৱালৈ অপেক্ষা নকৰি কিয় মাজনিশাই ভাৰতক স্বাধীন ঘোষণা কৰা হৈছিল?
ভাৰত

পুৱালৈ অপেক্ষা নকৰি কিয় মাজনিশাই ভাৰতক স্বাধীন ঘোষণা কৰা হৈছিল?

August 15, 2026
কুকুৰ পোহপাল দিয়া মালিকসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ
ভাৰত

কুকুৰ পোহপাল দিয়া মালিকসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ

August 14, 2026
Next Post
সংকটত জয় ভীমৰ অভিনেতা সূৰ্য; আৰক্ষীক গোচৰ ৰুজুৰ নিৰ্দেশ আদালতৰ

সংকটত জয় ভীমৰ অভিনেতা সূৰ্য; আৰক্ষীক গোচৰ ৰুজুৰ নিৰ্দেশ আদালতৰ

সম্প্ৰীতিৰ নিৰ্দশন! ঈদৰ মাজতে ঈদগাহলৈ হিন্দু ভগ্নীৰ ১.৫ কোটি মূল্যৰ ৪ বিঘা ভূমি দান

সম্প্ৰীতিৰ নিৰ্দশন! ঈদৰ মাজতে ঈদগাহলৈ হিন্দু ভগ্নীৰ ১.৫ কোটি মূল্যৰ ৪ বিঘা ভূমি দান

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.