• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সংকটত জয় ভীমৰ অভিনেতা সূৰ্য; আৰক্ষীক গোচৰ ৰুজুৰ নিৰ্দেশ আদালতৰ

সংকটত জয় ভীমৰ অভিনেতা সূৰ্য; আৰক্ষীক গোচৰ ৰুজুৰ নিৰ্দেশ আদালতৰ

4 years ago
২০০ বছৰৰ পাছত শক্তিশালী পঞ্চগ্ৰহী যোগ, ৩ৰাশিৰ আকস্মিক অৰ্থলাভ

২০০ বছৰৰ পাছত শক্তিশালী পঞ্চগ্ৰহী যোগ, ৩ৰাশিৰ আকস্মিক অৰ্থলাভ

2 days ago
এই বছৰ ঘটিব ৩ ভয়ানক ঘটনা, ৰোগক লৈয়ো ডাঙৰ ভৱিষ্যদ্বাণী কৰিছিল বাবা ভাঙ্গাই

এই বছৰ ঘটিব ৩ ভয়ানক ঘটনা, ৰোগক লৈয়ো ডাঙৰ ভৱিষ্যদ্বাণী কৰিছিল বাবা ভাঙ্গাই

2 days ago
কিমান বয়সৰ পাছত কমি যায় শুক্ৰাণু? পিতৃ হোৱাৰ পথত কেতিয়া আহিব পাৰে বাধা? জানি থওক সবিশেষ

কিমান বয়সৰ পাছত কমি যায় শুক্ৰাণু? পিতৃ হোৱাৰ পথত কেতিয়া আহিব পাৰে বাধা? জানি থওক সবিশেষ

2 days ago
বিনামূলীয়া লেনদেনৰ দিন শেষ! ১৫ ফেব্ৰুৱাৰীৰ পৰা খৰচ বাঢ়িল SBI গ্ৰাহকৰ

বিনামূলীয়া লেনদেনৰ দিন শেষ! ১৫ ফেব্ৰুৱাৰীৰ পৰা খৰচ বাঢ়িল SBI গ্ৰাহকৰ

2 days ago
কাইলৈ মৌনী অমাবস্যাত পঞ্চগ্ৰহী যোগ, ৫ গ্ৰহৰ মিলনত ক্ষতিৰ আশংকা ৫ৰাশিৰ জীৱনত

কাইলৈ মৌনী অমাবস্যাত পঞ্চগ্ৰহী যোগ, ৫ গ্ৰহৰ মিলনত ক্ষতিৰ আশংকা ৫ৰাশিৰ জীৱনত

2 days ago
যৌ** আকাঙ্ক্ষা ভুল নহয়, যৌ** আকাঙ্ক্ষা আত্মপ্ৰেম আৰু মহাজাগতিক শক্তিৰ আন এক ৰূপ, ১৫ বছৰীয়া কিশোৰো প্ৰেমত পৰা কোন এইগৰাকী সীমা আনন্দ?

যৌ** আকাঙ্ক্ষা ভুল নহয়, যৌ** আকাঙ্ক্ষা আত্মপ্ৰেম আৰু মহাজাগতিক শক্তিৰ আন এক ৰূপ, ১৫ বছৰীয়া কিশোৰো প্ৰেমত পৰা কোন এইগৰাকী সীমা আনন্দ?

2 days ago
COAS Honors ZRO Shillong for Outstanding Recruitment Efforts in North East

COAS Honors ZRO Shillong for Outstanding Recruitment Efforts in North East

2 days ago
চাৰে সাতি দশাইয়ো কোনো ক্ষতি কৰিব নোৱাৰে, পঞ্চমহাপুৰুষ ৰাজযোগ অত্যন্ত শুভ এই ৩ৰাশিৰ বাবে

চাৰে সাতি দশাইয়ো কোনো ক্ষতি কৰিব নোৱাৰে, পঞ্চমহাপুৰুষ ৰাজযোগ অত্যন্ত শুভ এই ৩ৰাশিৰ বাবে

2 days ago
অ-হিন্দুৰ প্ৰৱেশ নিষেধ, ছাইনবোৰ্ড হৰিদ্বাৰৰ এইকেইটা ঘাটত, কোন কোন এলেকাত এই নিয়ম লাঘু কৰা হৈছে?

অ-হিন্দুৰ প্ৰৱেশ নিষেধ, ছাইনবোৰ্ড হৰিদ্বাৰৰ এইকেইটা ঘাটত, কোন কোন এলেকাত এই নিয়ম লাঘু কৰা হৈছে?

2 days ago
১১০ বছৰ বয়সত শেষ বিবাহ, ১১০ বছৰ বয়সত হৈছে সন্তানো! সন্তান আৰু নাতিসহিতে মুঠ ১৫০ সদস্য, ১৪২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে শ্বেখ নাছেৰে

১১০ বছৰ বয়সত শেষ বিবাহ, ১১০ বছৰ বয়সত হৈছে সন্তানো! সন্তান আৰু নাতিসহিতে মুঠ ১৫০ সদস্য, ১৪২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে শ্বেখ নাছেৰে

2 days ago
পুৰুষৰ এণ্ড্ৰোপজৰ সমস্যা প্ৰকৃততে কি? এই সমস্যাৰ পৰা হাত সাৰিব পাৰিনে?

পুৰুষৰ এণ্ড্ৰোপজৰ সমস্যা প্ৰকৃততে কি? এই সমস্যাৰ পৰা হাত সাৰিব পাৰিনে?

3 days ago
ফেব্ৰুৱাৰীত ৩বাৰ গোচৰ কৰিব সূৰ্যই, ৰজা হ’ব ৩ৰাশি, দুৰ্দান্ত অগ্ৰগতি

ফেব্ৰুৱাৰীত ৩বাৰ গোচৰ কৰিব সূৰ্যই, ৰজা হ’ব ৩ৰাশি, দুৰ্দান্ত অগ্ৰগতি

3 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, January 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

সংকটত জয় ভীমৰ অভিনেতা সূৰ্য; আৰক্ষীক গোচৰ ৰুজুৰ নিৰ্দেশ আদালতৰ

editor by editor
May 5, 2022
in চিনেমা, ভাৰত
0
সংকটত জয় ভীমৰ অভিনেতা সূৰ্য; আৰক্ষীক গোচৰ ৰুজুৰ নিৰ্দেশ আদালতৰ
0
SHARES
108
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আইনী সংকটত সোমাই পৰিছে দক্ষিণৰ জনপ্ৰিয় অভিনেতা তথা জয় ভীম ছবিৰ ভীমখ্যাত সূৰ্য৷ আদালতে দক্ষিণৰ চুপাৰষ্টাৰগৰাকীৰ বিৰুদ্ধে আৰক্ষীক গোচৰ ৰুজু কৰিবলৈ নিৰ্দেশ দিছে৷

চাইডাপেট আদালতে চেন্নাই আৰক্ষীক অভিনেতা সূৰ্য, তেওঁৰ পত্নী জ্যোতিকা, জয় ভীম ছবিৰ পৰিচালক টিজে জ্ঞানভেলৰ বিৰুদ্ধে ৰুদ্ৰ বণিয়াৰ সেনাই দাখিল কৰা এজাহাৰ পঞ্জীয়ন কৰিবলৈ নিৰ্দেশ দিছে৷

উল্লেখ্য বিগত বৰ্ষত মুক্তি লাভ কৰা অভিনেতা সূৰ্যৰ অভিনীত জয় ভীম নামৰ ছবিখনে সমগ্ৰ দেশজুৰি ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে দৰ্শকে আদৰি লৈছিল৷ প্ৰায়সকল দৰ্শকেই ছবিখনৰ প্ৰশংসাত গদগদ হোৱা পৰিলক্ষিত হৈছিল৷

লগতে পঢ়ক বলিউদৰ অভিনেত্ৰী দিশা পাটানিক ট্ৰ’ল! কিয় ট্ৰ’ল খালে মোহময়ী অভিনেত্ৰী দিশাই?

দেশৰ চলচ্চিত্ৰমোদীৰ মন আৰু হৃদয় জয় কৰিবলৈ সক্ষম হ’লেও ছবিখনে এক অনাহূত বিতৰ্কত সোমাই পৰে৷ দলিত তথা জনজাতীয় লোকৰ দূৰ্দশাক হৃদয়স্পৰ্শী কাহিনীৰে প্ৰকাশ কৰা জয় ভীমৰ বিৰুদ্ধে তামিলনাডুৰ এটা সম্প্ৰদায়ে তেওঁলোকক অপমানজনকভাৱে ছবিখনত উপস্থাপন কৰাৰ গুৰুতৰ অভিযোগ তোলে৷

এই অভিযোগ তুলি সম্প্ৰদায়টোৰ ৰুদ্ৰ বণিয়াৰ সেনা নামৰ সংগঠনটোৱে ছবিখনৰ অভিনেতা আৰু পৰিচালকৰ বিৰুদ্ধে গোচৰ দাখিল কৰে৷ আনকি সংগঠনটোৱে ছবিখন নিষিদ্ধ কৰিবলৈকো দাবী উত্থাপন কৰি আহিছে৷ আনহাতে বনিয়াৰ সংগম নামৰ এটা গোটে ছবিখনৰ পৰা আপত্তিজনক দৃশ্যাংশ আঁতৰাই পুনৰ মুক্তি দিবলৈও দাবী জনাই আহিছে৷ ইয়াৰ লগতে গোটটোৱে সম্প্ৰদায়টোক ৫ কোটি টকাৰ ক্ষতিপূৰণ প্ৰদান কৰি বিনাচৰ্তে ক্ষমা খোজাৰো দাবী কৰি আহিছে৷

ইমানখিনি বাধাৰ সন্মুখীন হোৱাৰ পিছতো যোৱা বৰ্ষৰ ২ নৱেম্বৰত অমাজান মুক্তি লাভ কৰা ছবিখনে ভাৰতৰ পৰা অস্কাৰলৈ মনোনীত হৈছিল৷

লগতে পঢ়ক কিয় হ’ব লগা স্বামীক গ্ৰেপ্তাৰ কৰিলে লেডী সিংঘম জোনমণি ৰাভাই?

উল্লেখ্য যে ছবিখনত ইৰুলাৰ সম্প্ৰদায়ৰ এগৰাকী লোকক ভুৱা গোচৰত অভিযুক্ত কৰি আৰক্ষীয়ে কেনেকৈ অকথ্য নিৰ্যাতন চলাই হত্যা কৰিছিল আৰু ইয়াৰ পিছত ভুক্তভোগী পৰিয়াল তথা লোকজনৰ পত্নীক ভীম নামৰ অধিবক্তাৰ চৰিত্ৰটোৱে কেনেকৈ সকলো আৰক্ষী আৰু আইনী মেৰপেচক প্ৰত্যাহ্বান জনাই ন্যায় লাভৰ যুঁজ কৰিছিল তাকে দেখুওৱা হৈছে৷

শীৰ্ষ আৰক্ষী বিষয়াৰ ভূমিকাত অভিনয় কৰা প্ৰকাশ ৰাজে ছবিখনৰ এটা দৃশ্যত এজন লোকে হিন্দী কোৱাৰ বাবে গালত প্ৰচণ্ড চৰ শোধাইছিল৷ বণিয়াৰ সম্প্ৰদায়ৰ লোকে ইয়াৰ ফলত তেওঁলোকৰ সম্প্ৰদায়টোক অপমান কৰা বুলি অভিযোগ উত্থাপন কৰি আহিছে৷ ইয়াৰ পিছতে বণিয়াৰ সংগমে অভিনেতা সূৰ্য, তেওঁৰ পত্নী জ্যোতিকা, ছবিখনৰ পৰিচালক  টি জে জ্ঞাননভেল আৰু অমাজানলৈ আইনী জাননী প্ৰেৰণ কৰে৷

লগতে পঢ়ক মুক্তিৰ পূৰ্বেই সংকটত ৰণবীৰ সিঙৰ নৱতম ছবি জয়েশভাই জ’ৰ্ডাৰ!

আইনী জাননী প্ৰেৰণ কৰি পাট্টালি কাচ্ছি(PMK)ৰ প্ৰধান তথা অধিবক্তা বালুৱে তেওঁলোকলৈ আইনী জাননী প্ৰেৰণ কৰি বিতৰ্কিত দৃশ্যটো বাদ দিয়াৰ লগতে ৫ কোটি টকা ক্ষতিপূৰণ দিয়াৰ দাবী কৰে৷ আনহাতে PMKৰ নাগাপাট্টিনম জিলাৰ সম্পাদক সীতামল্লি পাজহানিয়ে অভিনেতা সূৰ্যক যিগৰাকী লোকে আক্ৰমণ কৰিব পাৰিব তেওঁক ১ লাখ টকাৰ পুৰস্কাৰ দিয়া হ’ব বুলিও ঘোষণা কৰে৷

আনহাতে, সম্প্ৰদায়টোৰ সংগঠনে জয় ভীমৰ অভিনেতা সূৰ্য, তেওঁৰ পত্নী জ্যোতিকা আৰু পৰিচালক জ্ঞানভেলৰ বিৰুদ্ধে চেন্নাই আৰক্ষীত গোচৰ দাখিল কৰাৰ পিছতো আৰক্ষীয়ে গোচৰ পঞ্জীয়ন কৰা নাছিল৷ ইয়াৰ পিছতে তেওঁলোকে আদালতৰ দ্বাৰস্থ হয় আৰু আদালতে চেন্নাই আৰক্ষীক গোচৰ পঞ্জীয়ন কৰিবলৈ নিৰ্দেশ দিছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamjai bhimSuryia
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিনামূলীয়া লেনদেনৰ দিন শেষ! ১৫ ফেব্ৰুৱাৰীৰ পৰা খৰচ বাঢ়িল SBI গ্ৰাহকৰ
জীৱনশৈলী

বিনামূলীয়া লেনদেনৰ দিন শেষ! ১৫ ফেব্ৰুৱাৰীৰ পৰা খৰচ বাঢ়িল SBI গ্ৰাহকৰ

January 17, 2026
সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ
জীৱনশৈলী

সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ

January 16, 2026
ৰাহুৰ খেলা আৰম্ভ হ’ব, ১৫ এপ্ৰিল পৰ্যন্ত ৩ ৰাশিৰ গোল্ডেন টাইম চলিব
জীৱনশৈলী

ৰাহুৰ খেলা আৰম্ভ হ’ব, ১৫ এপ্ৰিল পৰ্যন্ত ৩ ৰাশিৰ গোল্ডেন টাইম চলিব

January 16, 2026
কাইলৈৰ ৰাশিফলঃ ৰুচক ৰাজযোগত ৰাজকীয় সুখ-সৌভাগ্য লাভ, কেনে হ’ব কৃষ্ণা ত্ৰয়োদশী?
জীৱনশৈলী

কাইলৈৰ ৰাশিফলঃ ৰুচক ৰাজযোগত ৰাজকীয় সুখ-সৌভাগ্য লাভ, কেনে হ’ব কৃষ্ণা ত্ৰয়োদশী?

January 15, 2026
Next Post
সম্প্ৰীতিৰ নিৰ্দশন! ঈদৰ মাজতে ঈদগাহলৈ হিন্দু ভগ্নীৰ ১.৫ কোটি মূল্যৰ ৪ বিঘা ভূমি দান

সম্প্ৰীতিৰ নিৰ্দশন! ঈদৰ মাজতে ঈদগাহলৈ হিন্দু ভগ্নীৰ ১.৫ কোটি মূল্যৰ ৪ বিঘা ভূমি দান

এইবাৰ মোদীৰ নতুন যাদু চলো ইণ্ডিয়া! বিদেশী পৰ্যটকৰে ভৰিব দেশ! কিন্তু কেনেকৈ?

এইবাৰ মোদীৰ নতুন যাদু চলো ইণ্ডিয়া! বিদেশী পৰ্যটকৰে ভৰিব দেশ! কিন্তু কেনেকৈ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.