• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এইবাৰ মোদীৰ নতুন যাদু চলো ইণ্ডিয়া! বিদেশী পৰ্যটকৰে ভৰিব দেশ! কিন্তু কেনেকৈ?

এইবাৰ মোদীৰ নতুন যাদু চলো ইণ্ডিয়া! বিদেশী পৰ্যটকৰে ভৰিব দেশ! কিন্তু কেনেকৈ?

4 years ago
ৰাজ্যৰ হাজাৰ হাজাৰ যুৱক-যুৱতীলৈ মুখ্যমন্ত্ৰীৰ ভাল খবৰ

ৰাজ্যৰ হাজাৰ হাজাৰ যুৱক-যুৱতীলৈ মুখ্যমন্ত্ৰীৰ ভাল খবৰ

27 minutes ago
B GRADE ছবিতো অভিনয় কৰিছিল ‘তাৰক মেহতা কা উলতা চশমা’ৰ এইগৰাকী অভিনেত্ৰীয়ে

B GRADE ছবিতো অভিনয় কৰিছিল ‘তাৰক মেহতা কা উলতা চশমা’ৰ এইগৰাকী অভিনেত্ৰীয়ে

1 hour ago
ঘৰতেই পৰি আছে ৩৫,০০০ টন সোণ, তথাপিও ঋণগ্ৰস্ত হৈ হাত পাতিছো আনলৈ…

ঘৰতেই পৰি আছে ৩৫,০০০ টন সোণ, তথাপিও ঋণগ্ৰস্ত হৈ হাত পাতিছো আনলৈ…

2 hours ago
সুখ-সমৃদ্ধিৰ বাবে নাগপঞ্চমী উপলক্ষে আজিয়েই কিনক এইকেইবিধ সামগ্ৰী

সুখ-সমৃদ্ধিৰ বাবে নাগপঞ্চমী উপলক্ষে আজিয়েই কিনক এইকেইবিধ সামগ্ৰী

3 hours ago
এইকেইটা ৰাশিয়ে লাভ কৰিব আৰ্থিক, কৰ্মক্ষেত্ৰত আকৰ্ষণীয় সুযোগ

এইকেইটা ৰাশিয়ে লাভ কৰিব আৰ্থিক, কৰ্মক্ষেত্ৰত আকৰ্ষণীয় সুযোগ

4 hours ago
কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

20 hours ago
নলা চফা কৰা শ্ৰমিকে লাভ কৰিলে ৯৯ কোটি টকাৰ সোণ

নলা চফা কৰা শ্ৰমিকে লাভ কৰিলে ৯৯ কোটি টকাৰ সোণ

20 hours ago
তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন

তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন

21 hours ago
তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ

তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ

21 hours ago
কেইবাহাজাৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন মুকলি

কেইবাহাজাৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন মুকলি

22 hours ago
‘বিমল’ৰ বিজ্ঞাপন কৰি বিপদত শ্বাহৰুখ, অজয় দেৱগন আৰু টাইগাৰ শ্ৰফ

‘বিমল’ৰ বিজ্ঞাপন কৰি বিপদত শ্বাহৰুখ, অজয় দেৱগন আৰু টাইগাৰ শ্ৰফ

22 hours ago
শৰীৰত ভিটামিন আৰু মিনাৰেলছৰ অভাৱ কেনেকৈ চিনাক্ত কৰিব? জানক এই জৰুৰী সংকেত

শৰীৰত ভিটামিন আৰু মিনাৰেলছৰ অভাৱ কেনেকৈ চিনাক্ত কৰিব? জানক এই জৰুৰী সংকেত

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

এইবাৰ মোদীৰ নতুন যাদু চলো ইণ্ডিয়া! বিদেশী পৰ্যটকৰে ভৰিব দেশ! কিন্তু কেনেকৈ?

editor by editor
May 5, 2022
in বাণিজ্য, বিবিধ, বিশ্ব, ভাৰত
0
এইবাৰ মোদীৰ নতুন যাদু চলো ইণ্ডিয়া! বিদেশী পৰ্যটকৰে ভৰিব দেশ! কিন্তু কেনেকৈ?
0
SHARES
94
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বৰ্তমান ইউৰোপ ভ্ৰমণত ব্যস্ত আছে৷ শেহতীয়াকৈ ডেনমাৰ্কত উপস্থিত হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক নতুন চমৎকাৰ নীতি ঘোষণা কৰিছে৷ মোদীয়ে কৰা এই ঘোষণাৰ নাম হ’ল চলো ইণ্ডিয়া৷

উল্লেখ্য যে কোভিড মহামাৰীয়ে সমগ্ৰ বিশ্বৰে অৰ্থনীতিক বিধ্বস্ত কৰিলে৷ কোভিড ভাইৰাছক প্ৰতিৰোধ কৰিবলৈ বিশ্বৰ প্ৰায়বোৰ দেশে বলৱৎ কৰা লকডাউনৰ ফলত বিশ্ব পৰ্যটন ক্ষেত্ৰও সংকটত পৰে৷

ইয়াৰ প্ৰভাৱ ভাৰততো পৰে৷ ভাৰতৰ পৰ্যটন ক্ষেত্ৰৰে জড়িত প্ৰায় ২.১৫ কোটি লোকে কোভিডৰ তিনিটা ঢৌৰ বাবে একপ্ৰকাৰে কৰ্মসংস্থানেই হেৰুওৱালে৷

লগতে পঢ়ক সংকটত জয় ভীমৰ অভিনেতা সূৰ্য; আৰক্ষীক গোচৰ ৰুজুৰ নিৰ্দেশ আদালতৰ

স্মৰ্তব্য যে কৰোনা মহামাৰীৰ পূৰ্বে ২০১৯ চনত ভাৰতৰ জিডিপিৰ ৭ শতাংশ পৰ্যটন উদ্যোগৰ পৰা আহিছিল। কিন্তু কৰোনাৰ ফলত পৰ্যটন উদ্যোগ অতি বেয়াকৈ ক্ষতিগ্ৰস্ত হৈ বিদেশী পৰ্যটকৰ পৰা ভাৰতৰ আয় ৭৫ শতাংশ হ্ৰাস পায়।

ইফালে চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত পৰ্যটন মন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে দিয়া তথ্য অনুসৰি কেৱল কোৰোণাৰ ফলতে পৰ্যটন উদ্যোগৰ সৈতে জড়িত ২.১৫ কোটি লোকে কৰ্মসংস্থাপন হেৰুৱাইছে। মন্ত্ৰী ৰেড্ডিৰ মতে কৰোনাৰ প্ৰথমটো ঢৌত ১.৪২ কোটি, দ্বিতীয়টো ঢৌত ৫২ লাখ আৰু তৃতীয়টো ঢৌত ১৮ লাখ লোকে কৰ্মসংস্থাপন হেৰুৱাইছিল।

পৰ্যটন মন্ত্ৰণালয়ৰ তথ্য অনুসৰি, চৰকাৰে ভাৰতলৈ অহা বিদেশী পৰ্যটকৰ পৰা গড়ে ২ লাখ টকা উপাৰ্জন কৰে। ২০১৯ চনত ১.০৯ কোটি বিদেশী পৰ্যটকে ভাৰত ভ্ৰমণ কৰিছিল। ইয়াৰ পৰা চৰকাৰে ২.১১ লাখ কোটি টকাৰ বৈদেশিক মুদ্ৰা উপাৰ্জন কৰিছে।

লগতে পঢ়ক ড্ৰাগছত আসক্ত হৈ অভিনেত্ৰী পত্নীক উপৰ্যুপৰি চৰিয়াইছিল হলিউদৰ অভিনেতা জ’নিয়ে

ভাৰতৰ বিধ্বস্ত পৰ্যটন ক্ষেত্ৰক পুনৰ জীপাল কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ডেনমাৰ্কত চলো ইণ্ডিয়াৰ নামৰ এক নতুন নীতি ঘোষণা কৰিছে৷ কি এই চলো ইণ্ডিয়া?

ডেনমাৰ্কৰ ৰাজধানী কোপেনহেগেনত প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰৱাসী ভাৰতীয়সকলক সম্বোধন কৰিছিল৷ উক্ত সম্বোধনত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ডেনমাৰ্কত থকা প্ৰতিজন ভাৰতীয়ই ৫ গৰাকীকৈ ডেনমাৰ্কৰ নাগৰিকক ভাৰতত ভ্ৰমণলৈ প্ৰেৰণ কৰিব লাগে৷

‘‘মই প্ৰথমবাৰ ডেনমাৰ্কলৈ আহিছো৷ যদি মই আপোনালোকৰ পৰা কিবা এটা বিচাৰো, সেয়া মোক দিব নে?’’ প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰৱাসী ভাৰতীয়সকলক উদ্দ্যেশি কয়৷ ভাৰতীয়সকলে দিম বুলি ধ্বনি দিয়াৰ লগে লগে প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘‘আপোনালোকৰ বহুতো বিদেশী বন্ধু-বান্ধৱ আছে৷ আপোনালোকে সংকল্প লওক যে প্ৰতি বছৰে তেওঁলোকৰ মাজৰ পাঁচজনক ভাৰতলৈ পঠিয়াব৷’’

লগতে পঢ়ক বলিউদৰ অভিনেত্ৰী দিশা পাটানিক ট্ৰ’ল! কিয় ট্ৰ’ল খালে মোহময়ী অভিনেত্ৰী দিশাই?

এইদৰে ডেনমাৰ্কত থকা ভাৰতীয়সকলক আহ্বান জনায় প্ৰধানমন্ত্ৰী মোদীয়ে ইয়াক চলো ইণ্ডিয়াৰ নামেৰে অভিহিত কৰে৷

উল্লেখ্য যে ভাৰতীয় বৈদেশিক মন্ত্ৰণালয়ৰ তথ্যৰ মতে প্ৰায় ৩০ হাজাৰ ভাৰতীয়ই ডেনমাৰ্কত বাস কৰে৷ যদি তেওঁলোকৰ প্ৰত্যেকে ৫ জনকৈ বিদেশী লোকক ভাৰতলৈ প্ৰেৰণ কৰে তেনে ডেনমাৰ্কৰ পৰাই এটা বছৰতে অতি ক’মেও ১.৫ লাখ পৰ্যটকে ভাৰতলৈ অহাৰ সম্ভাৱনা আছে৷

কেন্দ্ৰীয় পৰ্যটন মন্ত্ৰণালয়ৰ মতে ২০১৮ৰপৰা ২০২০ বৰ্ষৰ ভিতৰত প্ৰায় ৬৩ হাজাৰ ডেনমাৰ্কৰ নাগৰিকে ভাৰত ভ্ৰমণলৈ আহিছে তেওঁলোকৰ ভাৰতবৰ্ষত কটোৱা গড় দিন হৈছে প্ৰায় ১৮ দিন৷

ভাৰতীয় পৰ্যটন খণ্ডৰ এনে দুৰ্যোগৰ সময়ত ডেনমাৰ্কত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰা চলো ইণ্ডিয়া নীতিয়ে কিমান ফলপ্ৰসূ হৈ সেয়া সময়তহে লক্ষণীয় হ’ব৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamIndian TourismPM Modi
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰাজ্যৰ হাজাৰ হাজাৰ যুৱক-যুৱতীলৈ মুখ্যমন্ত্ৰীৰ ভাল খবৰ
অসম

ৰাজ্যৰ হাজাৰ হাজাৰ যুৱক-যুৱতীলৈ মুখ্যমন্ত্ৰীৰ ভাল খবৰ

August 17, 2026
B GRADE ছবিতো অভিনয় কৰিছিল ‘তাৰক মেহতা কা উলতা চশমা’ৰ এইগৰাকী অভিনেত্ৰীয়ে
বিনোদন

B GRADE ছবিতো অভিনয় কৰিছিল ‘তাৰক মেহতা কা উলতা চশমা’ৰ এইগৰাকী অভিনেত্ৰীয়ে

August 17, 2026
ঘৰতেই পৰি আছে ৩৫,০০০ টন সোণ, তথাপিও ঋণগ্ৰস্ত হৈ হাত পাতিছো আনলৈ…
বাণিজ্য

ঘৰতেই পৰি আছে ৩৫,০০০ টন সোণ, তথাপিও ঋণগ্ৰস্ত হৈ হাত পাতিছো আনলৈ…

August 17, 2026
সুখ-সমৃদ্ধিৰ বাবে নাগপঞ্চমী উপলক্ষে আজিয়েই কিনক এইকেইবিধ সামগ্ৰী
জীৱনশৈলী

সুখ-সমৃদ্ধিৰ বাবে নাগপঞ্চমী উপলক্ষে আজিয়েই কিনক এইকেইবিধ সামগ্ৰী

August 17, 2026
Next Post
ৰাজ্যসভা নিৰ্বাচন আৰু কংগ্ৰেছী নেতাৰ হোটেল বিলাস!

ৰাজ্যসভা নিৰ্বাচন আৰু কংগ্ৰেছী নেতাৰ হোটেল বিলাস!

বিবাহ আসন্ন! অৰ্জুন কাপুৰৰ সৈতে বিয়াত বহিবলৈ সাজু মালাইকা আৰোৱা!

বিবাহ আসন্ন! অৰ্জুন কাপুৰৰ সৈতে বিয়াত বহিবলৈ সাজু মালাইকা আৰোৱা!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.