• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিবাহ আসন্ন! অৰ্জুন কাপুৰৰ সৈতে বিয়াত বহিবলৈ সাজু মালাইকা আৰোৱা!

বিবাহ আসন্ন! অৰ্জুন কাপুৰৰ সৈতে বিয়াত বহিবলৈ সাজু মালাইকা আৰোৱা!

2 months ago
নাৰীসকল সাৱধান হওক! অসুৰক্ষিত যৌন সম্পৰ্কৰ বাবেই আক্ৰান্ত হ’ব পাৰে কেন্সাৰত!

নাৰীসকল সাৱধান হওক! অসুৰক্ষিত যৌন সম্পৰ্কৰ বাবেই আক্ৰান্ত হ’ব পাৰে কেন্সাৰত!

16 hours ago
বিশ্বৰ চৌদিশে হিন্দুবিৰোধী শক্তি সক্ৰিয় কিয়? ১০০ কোটি হিন্দুৱে জয় কৰিব বিশ্ব!

বিশ্বৰ চৌদিশে হিন্দুবিৰোধী শক্তি সক্ৰিয় কিয়? ১০০ কোটি হিন্দুৱে জয় কৰিব বিশ্ব!

17 hours ago
বলীউড এৰি ৰাজনীতিলৈ অভিনেতা অক্ষয় কুমাৰ! কি ক’লে অক্ষয় কুমাৰে?

বলীউড এৰি ৰাজনীতিলৈ অভিনেতা অক্ষয় কুমাৰ! কি ক’লে অক্ষয় কুমাৰে?

18 hours ago
ওফন্দি উঠা বৰাক নৈৰ মথাউৰি কাটি গ্ৰেপ্তাৰ হ’ল ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ ৪ যুৱক

ওফন্দি উঠা বৰাক নৈৰ মথাউৰি কাটি গ্ৰেপ্তাৰ হ’ল ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ ৪ যুৱক

18 hours ago
১৫ জুলাইৰ পৰা সলনি হ’ব NPSত বিনিয়োগৰ নিয়ম, লাভ নে লোকচান হ’ব আপোনাৰ?

১৫ জুলাইৰ পৰা সলনি হ’ব NPSত বিনিয়োগৰ নিয়ম, লাভ নে লোকচান হ’ব আপোনাৰ?

19 hours ago
পবিত্ৰ হজ কৰিবলৈ গৈ বিপদ! ৩০০ হাজযাত্ৰীক গ্ৰেপ্তাৰ, ২ লাখ টকা জৰিমনা

পবিত্ৰ হজ কৰিবলৈ গৈ বিপদ! ৩০০ হাজযাত্ৰীক গ্ৰেপ্তাৰ, ২ লাখ টকা জৰিমনা

20 hours ago
বিবাহ নকৰাকৈ ২৪ বছৰীয়া অভিনেত্ৰী নিধি গৰ্ভৱতী! আলিয়া ভাটৰ গৰ্ভাৱস্থা পাহৰিলে নেটনাগৰিকে!

বিবাহ নকৰাকৈ ২৪ বছৰীয়া অভিনেত্ৰী নিধি গৰ্ভৱতী! আলিয়া ভাটৰ গৰ্ভাৱস্থা পাহৰিলে নেটনাগৰিকে!

21 hours ago
আজি ৰাষ্ট্ৰীয় বিকিনি দিৱস, এই দিৱসৰ ইতিহাস আৰু তাৎপৰ্য কি?

আজি ৰাষ্ট্ৰীয় বিকিনি দিৱস, এই দিৱসৰ ইতিহাস আৰু তাৎপৰ্য কি?

22 hours ago
দীৰ্ঘদিনৰ প্ৰেমৰ সম্পৰ্কই পালে পূৰ্ণতা! দুই সমকামী পুৰুষৰ বিবাহ সম্পন্ন

দীৰ্ঘদিনৰ প্ৰেমৰ সম্পৰ্কই পালে পূৰ্ণতা! দুই সমকামী পুৰুষৰ বিবাহ সম্পন্ন

23 hours ago
এখন যাত্ৰীভৰ্তি উৰন্ত বিমানক খেদি গ’ল এখন যুদ্ধ বিমানে? কিন্তুয় কিয়? চাওক ভিডিঅ’

এখন যাত্ৰীভৰ্তি উৰন্ত বিমানক খেদি গ’ল এখন যুদ্ধ বিমানে? কিন্তুয় কিয়? চাওক ভিডিঅ’

2 days ago
এয়াৰ ইণ্ডিয়াৰ পিছত এইবাৰ আন এটা চৰকাৰী প্ৰতিষ্ঠান সোমাল টাটাৰ জেপত!

এয়াৰ ইণ্ডিয়াৰ পিছত এইবাৰ আন এটা চৰকাৰী প্ৰতিষ্ঠান সোমাল টাটাৰ জেপত!

2 days ago
প্ৰাক্তন পাক প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ পত্নী বুশ্বৰা বিবিৰ চাঞ্চল্যকৰ অডিঅ’ ক্লীপ লিক

প্ৰাক্তন পাক প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ পত্নী বুশ্বৰা বিবিৰ চাঞ্চল্যকৰ অডিঅ’ ক্লীপ লিক

2 days ago
  • About
  • Advertise
  • Careers
Wednesday, July 6, 2022
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

বিবাহ আসন্ন! অৰ্জুন কাপুৰৰ সৈতে বিয়াত বহিবলৈ সাজু মালাইকা আৰোৱা!

editor by editor
May 5, 2022
in চিনেমা, বিনোদন
0
বিবাহ আসন্ন! অৰ্জুন কাপুৰৰ সৈতে বিয়াত বহিবলৈ সাজু মালাইকা আৰোৱা!
0
SHARES
90
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বি টাউনৰ আটাইতকৈ চৰ্চিত প্ৰেমৰ যুটিবোৰৰ ভিতৰত এটা যুটি হৈছে মালাইকা আৰোৱা আৰু অৰ্জুন কাপুৰ৷

প্ৰায় ১২ বছৰে সৰু অৰ্জুন কাপুৰৰ সৈতে প্ৰেমত পৰি মালাইকা আৰোৱা সদায়ে চৰ্চাত থাকে৷ বিশেষকৈ ৪৮ বছৰ বয়সতো নিজৰ ফিটনেছ আৰু ব’ল্ড ইমেজ তথা পোছাক পৰিধানেৰে চৰ্চাত থাকে মালাইকা আৰোৱা৷

এতিয়া গুঞ্জন উঠিছে যে মালাইকা আৰোৱাই অভিনেতা তথা প্ৰেমিক অৰ্জুন কাপুৰৰ সৈতে অতি শীঘ্ৰেই বিবাহপাশত আৱদ্ধ হ’ব৷ কিছুদিন পূৰ্বে তেওঁলোকৰ বিচ্ছেদ হোৱা বুলি উলোৱা গুজৱক নস্যাৎ কৰি অভিনেত্ৰীগৰাকীয়ে নিজেই ইয়াৰ ইংগিত দিয়া বুলি বি টাউনত প্ৰকাশ পাইছে৷

 

লগতে পঢ়ক এইবাৰ মোদীৰ নতুন যাদু চলো ইণ্ডিয়া! বিদেশী পৰ্যটকৰে ভৰিব দেশ! কিন্তু কেনেকৈ?

উল্লেখ্যে যে, চলমান খানৰ জ্যেষ্ঠ ভাতৃ অভিনেতা আৰবাজ খানৰ সৈতে সুখৰ সংসাৰ আছিল মালাইকা আৰোৱাৰ৷ তেওঁলোকৰ দুয়োৰে ১৯ বছৰীয়া এটি পুত্ৰ সন্তানো আছে৷ কিন্তু অৰ্জুন কাপুৰৰ সৈতে প্ৰেমত পৰি মালাইকা আৰোৱাই স্বামীক আৰবাজ খানেৰে বিবাহ বিচ্ছেদ কৰে৷

ইয়াৰ পিছৰে মালাইকা আৰু অৰ্জুনে একেলগে থকা বুলিও প্ৰকাশ পাই আহিছে৷ অৱশ্যে দুয়োগৰাকীয়ে তেওঁলোকৰ সম্পৰ্কৰ কথা লুকুৱাই ৰখা নাই৷ ইণ্টাৰনেটত দুয়োৱে ফ’টো আপলোড কৰি আহিছে৷

দুয়োৱে প্ৰেমৰ সম্পৰ্কত থাকিলেও কোনোৱে তেওঁলোকৰ বিবাহৰ বিষয়ে কোনো কথা প্ৰকাশ কৰা নাছিল৷ কিন্তু শেহতীয়াকৈ মালাইকাই তেওঁলোকৰ বিবাহৰ ইংগিত দিয়া বুলি চৰ্চা চলিছে৷

 

লগতে পঢ়ক সম্প্ৰীতিৰ নিৰ্দশন! ঈদৰ মাজতে ঈদগাহলৈ হিন্দু ভগ্নীৰ ১.৫ কোটি মূল্যৰ ৪ বিঘা ভূমি দান

শেহতীয়া এটা সাক্ষাৎকাৰত মালাইকাই কয়, ‘‘আমাৰ বিষয়ে গুৰুত্বপূৰ্ণ কথাটো হৈছে, আমি ভৱিষ্যতটো একেলগে কটাব বিচাৰো৷’’ এইদৰে কৈ মালাইকাই বিয়াৰ ইংগিত দিয়া বুলিয়েই ধাৰণা কৰা হৈছে৷

সাক্ষাৎকাৰটোত লগতে মালাইকাই কয়, ‘‘আমাৰ মাজত কোনো দন কাজিয়া নাই৷ আমি এতিয়াৰ পৰাই ভৱিষ্যতৰ বিষয়ে চিন্তা কৰি আছো৷ আমি এই বিষয়ে নিয়মীয়াকৈ আলোচনা কৰি আছো৷ আমাৰ সম্পৰ্কৰ পৰিণাম সম্পৰ্কে আমাৰ দুয়োৰে চিন্তাধাৰা একে৷’’

 

লগতে পঢ়ক সংকটত জয় ভীমৰ অভিনেতা সূৰ্য; আৰক্ষীক গোচৰ ৰুজুৰ নিৰ্দেশ আদালতৰ

‘‘আমি দুয়ো জীৱনটো একেলগে অতি সুন্দৰকৈ যাপন কৰিবলৈ বিচাৰো৷ মই তেওঁৰ লগত থাকিয়েই বুঢ়ী হ’ব খুজো৷’’ মালাইকাই লগতে আৰু কয়৷

মালাইকাই লগতে দাবী কৰিছে যে অৰ্জুনৰ লগত তেওঁ নিজকে বহুত সুৰক্ষিত অনুভৱ কৰে৷ ইজনৰ সিজনৰ প্ৰতি অগাধ মৰম ভালপোৱা আছে বুলিও প্ৰকাশ কৰিছে মালাইকাই৷

 

see More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Arjun Kapoorasom live 24assam ka tazza khabarassam live 24axom lie 24 digitalaxom live 24best news channel in assamBest news channel of assamBest News Portal in AssamBollywoodbollywood actorbollywood actressmalaika arora
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বলীউড এৰি ৰাজনীতিলৈ অভিনেতা অক্ষয় কুমাৰ! কি ক’লে অক্ষয় কুমাৰে?
ৰাজনীতি

বলীউড এৰি ৰাজনীতিলৈ অভিনেতা অক্ষয় কুমাৰ! কি ক’লে অক্ষয় কুমাৰে?

July 5, 2022
বিবাহ নকৰাকৈ ২৪ বছৰীয়া অভিনেত্ৰী নিধি গৰ্ভৱতী! আলিয়া ভাটৰ গৰ্ভাৱস্থা পাহৰিলে নেটনাগৰিকে!
বিবিধ

বিবাহ নকৰাকৈ ২৪ বছৰীয়া অভিনেত্ৰী নিধি গৰ্ভৱতী! আলিয়া ভাটৰ গৰ্ভাৱস্থা পাহৰিলে নেটনাগৰিকে!

July 5, 2022
অভিনেত্ৰীৰ সৈতে হোটেলত ধৰা পৰিল বিখ্যাত অভিনেতা, চপ্পলেৰে আক্ৰমণ তৃতীয় পত্নীৰ
ভাৰত

অভিনেত্ৰীৰ সৈতে হোটেলত ধৰা পৰিল বিখ্যাত অভিনেতা, চপ্পলেৰে আক্ৰমণ তৃতীয় পত্নীৰ

July 4, 2022
নিয়তিৰ ওচৰত নতি স্বীকাৰ অভিনেতা কিশোৰ দাসৰ, ৰাজ্যবাসীক কন্দুৱাই শেষ নিশ্বাস ত্যাগ
সংগীত

নিয়তিৰ ওচৰত নতি স্বীকাৰ অভিনেতা কিশোৰ দাসৰ, ৰাজ্যবাসীক কন্দুৱাই শেষ নিশ্বাস ত্যাগ

July 2, 2022
Next Post
উচ্চতা অনুসৰি আপোনাৰ ওজন কিমান হোৱা উচিত? চাওক তালিকা

উচ্চতা অনুসৰি আপোনাৰ ওজন কিমান হোৱা উচিত? চাওক তালিকা

১৩ মে’ত আহি আছে ‘লোকেল কুংফু’ৰ পৰিচালকৰ নতুন ছবি ‘লোকেল উৎপাত’

১৩ মে’ত আহি আছে ‘লোকেল কুংফু’ৰ পৰিচালকৰ নতুন ছবি ‘লোকেল উৎপাত’

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: [email protected]

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন
  • লাইভ টিভি

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.