• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কিয় হ’ব লগা স্বামীক গ্ৰেপ্তাৰ কৰিলে লেডী সিংঘম জোনমণি ৰাভাই?

কিয় হ’ব লগা স্বামীক গ্ৰেপ্তাৰ কৰিলে লেডী সিংঘম জোনমণি ৰাভাই?

4 years ago
Post Office SCSS: প্ৰতিমাহে  পাব ২০,৫০০ টকা, মাত্ৰ এবাৰ বিনিয়োগ কৰক এই আঁচনিখনত

Post Office SCSS: প্ৰতিমাহে পাব ২০,৫০০ টকা, মাত্ৰ এবাৰ বিনিয়োগ কৰক এই আঁচনিখনত

40 minutes ago
অৰ্শ ৰোগৰ সমস্যাত ভুগিছে নেকি? এইবিধ ফুলে দূৰ কৰিব আপোনাৰ সমস্যা

অৰ্শ ৰোগৰ সমস্যাত ভুগিছে নেকি? এইবিধ ফুলে দূৰ কৰিব আপোনাৰ সমস্যা

14 hours ago
আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক

আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক

14 hours ago
আপোনাৰো সহজতে নজৰ লাগে নেকি? প্ৰেমানন্দ মহাৰাজে দিলে উত্তৰ

আপোনাৰো সোনকালে নজৰ লাগে নেকি? জানক প্ৰেমানন্দ মহাৰাজে কি ক’লে

14 hours ago
শৰীৰৰ Private parts-ক নকৰিব আওকাণ, ৯৯% লোকে নাজানে সঠিক যতন

শৰীৰৰ Private parts-ক নকৰিব আওকাণ, ৯৯% লোকে নাজানে সঠিক যতন

15 hours ago
হঠাৎ দাঁতত ব্ৰাছৰ আঘাত, সংক্ৰমণৰ পূৰ্বে অনুসৰণ কৰক এই ঘৰুৱা টিপছ

হঠাৎ দাঁতত ব্ৰাছৰ আঘাত, সংক্ৰমণৰ পূৰ্বে অনুসৰণ কৰক এই ঘৰুৱা টিপছ

15 hours ago
ৰাখী বন্ধনৰ পৰা ঘূৰিব ভাগ্যৰ চকা! ৩ ৰাশিয়ে পাব সুখবৰ

ভাগ্যই দেখুৱাব নতুন ৰূপ, কাইলৈ কাৰ কেনেকুৱা যাব দিনটো?

16 hours ago
শৌচাগাৰত বিষাক্ত সাপ! ভিতৰলৈ সোমোৱাৰ পূৰ্বে এবাৰ চকু ফুৰাওক চৌদিশে

শৌচাগাৰত বিষাক্ত সাপ! ভিতৰলৈ সোমোৱাৰ পূৰ্বে এবাৰ চকু ফুৰাওক চৌদিশে

16 hours ago
বয়ফ্ৰেণ্ডক বাইক দিবলৈ প্ৰেমিকাই চুৰি কৰিলে মাতৃৰ অলংকাৰ, তাৰ পিছত…

বয়ফ্ৰেণ্ডক বাইক দিবলৈ প্ৰেমিকাই চুৰি কৰিলে মাতৃৰ অলংকাৰ, তাৰ পিছত…

17 hours ago
সমগ্ৰ দেশতে অনিৰ্দিষ্টকালীন বেংক ষ্ট্ৰাইক! সমস্যাত পৰিব নেকি আপুনি?

সমগ্ৰ দেশতে অনিৰ্দিষ্টকালীন বেংক ষ্ট্ৰাইক! সমস্যাত পৰিব নেকি আপুনি?

18 hours ago
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

শনিদেৱক সন্তুষ্ট কৰাৰ সহজ উপায়, জিলিকি উঠিব ভাগ্য!

20 hours ago
৫০ বছৰ বয়সত ১ কোটি টকা লাগে নেকি? প্ৰতিমাহে SIPত কিমান কৰিব বিনিয়োগ জানক

৫০ বছৰ বয়সত ১ কোটি টকা লাগে নেকি? প্ৰতিমাহে SIPত কিমান কৰিব বিনিয়োগ জানক

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

কিয় হ’ব লগা স্বামীক গ্ৰেপ্তাৰ কৰিলে লেডী সিংঘম জোনমণি ৰাভাই?

editor by editor
May 5, 2022
in অপৰাধ, অসম
0
কিয় হ’ব লগা স্বামীক গ্ৰেপ্তাৰ কৰিলে লেডী সিংঘম জোনমণি ৰাভাই?
0
SHARES
424
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এগৰাকী বিজেপি বিধায়কৰ টেলিফোনিক ভাবুকিক প্ৰত্যাহ্বান জনাই সংবাদ মাধ্যমৰ চৰ্চালৈ অহা অসম আৰক্ষীৰ এগৰাকী উপ পৰিদৰ্শন জোনমণি ৰাভা আকৌ এবাৰ সংবাদ মাধ্যমৰ চৰ্চালৈ আহিছে৷

এইবাৰ নিজৰ হ’বলগীয়া স্বামীক গ্ৰেপ্তাৰ কৰি ৰাজ্যৰ সংবাদ মাধ্যমৰ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বৰ্তমান নগাঁও সদৰ  থানাত কৰ্‌মৰত আৰক্ষী উপ পৰিদৰ্শন জোনমণি ৰাভা৷

নিজৰ প্ৰেমাস্পদক এগৰাকী হাই প্ৰফাইল প্ৰৱঞ্চকৰূপে আৱিস্কাৰ কৰাৰ পিছতে জোনমণি ৰাভাই প্ৰেমাস্পদক নগাঁৱলৈ মাতি আনি গ্ৰেপ্তাৰ কৰিছে৷ ইমানেই উপ পৰিদৰ্শক জোনমণি ৰাভাই নিজেই প্ৰৱঞ্চক প্ৰেমিকৰ বিৰুদ্ধে নগাঁও সদৰ থানাত এজাহাৰ দাখিল কৰি প্ৰথমে আটক কৰি জেৰা কৰাৰ অন্তত গ্ৰেপ্তাৰ কৰে৷ ইতিমধ্যে প্ৰৱঞ্চনাৰ গোচৰত অভিযুক্ত যুৱকগৰাকীক আদালতে দুদিনৰ বাবে আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰিছে৷

লগতে পঢ়ক সামৰকি তথ্য সংগ্ৰহৰ ভয়ংকৰ জাল! চীনা সেনাত নিয়োগ কৰিছে হিন্দী দোভাষী যুৱক

এতিয়া প্ৰশ্ন হ’ল, আৰক্ষী উপ পৰিদৰ্শক জোনমণি ৰাভাৰ এই প্ৰৱঞ্চক প্ৰেমিকগৰাকী কোন? তেওঁ হৈছে মাজুলীৰ ৰাণা প্ৰ’গাগ৷ অভিযোগ অনুসৰি ৰাণা প্ৰ’গাগে নিজকে ভাৰতীয় তেল আৰু প্ৰাকৃতিক গেছ নিগম(ONGC)ৰ এগৰাকী জনসম্পৰ্কৰক্ষী বিষয়া বুলি ভুৱা পৰিচয়েৰে ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা কোটি কোটি টকা ঠগ প্ৰৱঞ্চনাৰে সংগ্ৰহ কৰি আহিছে৷

আৰক্ষী উপ পৰিদৰ্শক জোনমণি ৰাভাই সংবাদ মাধ্যমত প্ৰকাশ কৰা অনুসৰি ৰাণা প্ৰ’গাগ অ’এনজিচি কোনো কৰ্মচাৰী নহয়৷  অ’এনজিচিৰ জনসম্পৰ্কৰক্ষী বিষয়াৰ ভুৱা পৰিচয়েৰে ৰাণা প্ৰ’গাগে বিভিন্ন ব্যক্তি আৰু অনুষ্ঠান প্ৰতিষ্ঠানৰ পৰা কোটি পৰিমাণৰ ধন জালিয়াতিৰে সংগ্ৰহ কৰি ব্যক্তিগত দেহৰক্ষী, চালক আদিৰে বিলাসী জীৱন যাপন কৰি আহিছিল৷

ৰাণা প্ৰ’গাগৰ প্ৰতাৰণাৰ জালত পৰি ১৫ লাখ টকা হেৰুওৱা তিনিজন লোকে জোনমণি ৰাভাৰ শৰণাপন্ন হোৱাৰ পিছতে উপ পৰিদৰ্শক জোনমণি ৰাভাৰ চকু খোল খায়৷ উপ পৰিদৰ্শক ৰাভাই ৰাণা প্ৰ’গাগক নগাঁওলৈ মাতি পঠিয়াই আৰু ব্যক্তিগতভাৱে প্ৰ’গাগক জেৰা চলাওঁতে প্ৰেমিক প্ৰ’গাগৰ ওপৰত সন্দেহ ঘণীভূত হয় আৰু অৱশেষত জোলোঙাৰ মেকুৰি ওলাই পৰে৷ ইয়াৰ পিছতে জোনমণি ৰাভাই নগাঁও সদৰ থানাত প্ৰেমিক ৰাণাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰি গ্ৰেপ্তাৰ কৰে৷

লগতে পঢ়ক ‘অভিনেতা ধনুষ আমাৰ তৃতীয় সন্তান’ দাবী বৃদ্ধ তামিল দম্পতীৰ

ইফালে উপ পৰিদৰ্শক জোনমণি ৰাভাই প্ৰকাশ কৰা মতে প্ৰায় এবছৰ পূৰ্বে মাজুলীত কৰ্মৰত হৈ থাকোতে এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াৰ যোগেদি ৰাণা প্ৰ’গাগৰ সৈতে তেওঁৰ পৰিচয় ঘটিছিল৷ পিছলৈ ৰাণা প্ৰ’গাগে জোনমণি ৰাভাক বিয়াৰ প্ৰস্তাৱ দিয়ে আৰু প্ৰ’গাগৰ পৰিয়ালৰ লোকে জোমমণি ঘৰলৈ গৈ আনুষ্ঠানিকভাৱে বাগদান সম্পন্ন কৰে৷ অহা নৱেম্বৰত তেওঁলোকৰ বিবাহসম্পন্ন হোৱাৰ কথা আছিল৷ কিন্তু বিবাহ সম্পন্ন হোৱাৰ পূৰ্বেই জোনমণি ৰাভাই প্ৰেমিকৰ প্ৰকৃত স্বৰূপ তথা পৰিচয় উদ্ধাৰ কৰি গ্ৰেপ্তাৰ কৰে৷

নগাঁও আৰক্ষীয়ে ৰাণা প্ৰ’গাগক গ্ৰেপ্তাৰ কৰাৰ পিছতে মাৰথান জেৰা অব্যাহত ৰাখিছে৷ ইতিমধ্যে আৰক্ষীয়ে প্ৰৱঞ্চক ৰাণা প্ৰ’গাগৰ পৰা দুটা বিলাসী লেপটপ, কে’বাটাও মোবাইল, অ’এনজিচিৰ কে’বাটাও ভুৱা ছীল মোহৰ, চেকপাতসহ বহু আপত্তিজনক নথি পত্ৰ জব্দ কৰিছে৷

উল্লেখ্য যে ইয়াৰ পূৰ্বে বিহপুৰীয়াত কৰ্মৰত জোনমণি ৰাভাই বিজেপি বিধায়ক ডঃ অমিয় কুমাৰ ভূঞাৰ টেলিফোনিক ভাবুকিক প্ৰত্যাহ্বান জনায়  সংবাদ মাধ্যমৰ চৰ্চালৈ আহিছিল৷ নিজৰ হ’বলগীয়া স্বামীক এজন হাই প্ৰফাইল প্ৰৱঞ্চক বুলি জ্ঞাত হোৱাৰ পিছতে সংবাদ মাধ্যমৰ আগত জোনমণি ৰাভাই ৰাণা প্ৰ’গাগক উচিত শাস্তি প্ৰদান কৰিব বুলি দৃঢ়তাৰে ঘোষণা কৰিছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamSI Junmoni Rabha
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক
অসম

আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক

September 5, 2026
বাক্সাৰ জিলাৰ ২ ভণ্ড শিক্ষকৰ কু-কাণ্ড! অষ্টম শ্ৰেণীৰ ছাত্ৰীক নিৰ্যাতন কৰি ভিডিঅ’ প্ৰস্তুত
অপৰাধ

বাক্সাৰ জিলাৰ ২ ভণ্ড শিক্ষকৰ কু-কাণ্ড! অষ্টম শ্ৰেণীৰ ছাত্ৰীক নিৰ্যাতন কৰি ভিডিঅ’ প্ৰস্তুত

September 5, 2026
প্ৰেম নে সৰ্বনাশ? অবৈধ সম্পৰ্কই কেনেকৈ ধ্বংস কৰে স্বাভাৱিক জীৱন!
অসম

প্ৰেম নে সৰ্বনাশ? অবৈধ সম্পৰ্কই কেনেকৈ ধ্বংস কৰে স্বাভাৱিক জীৱন!

September 5, 2026
‘আংকলে বহুত অশান্তি দি আছিল, এতিয়া মোৰ পেট বিষাই আছে’
অপৰাধ

‘আংকলে বহুত অশান্তি দি আছিল, এতিয়া মোৰ পেট বিষাই আছে’

September 4, 2026
Next Post
বলিউদৰ অভিনেত্ৰী দিশা পাটানিক ট্ৰ’ল! কিয় ট্ৰ’ল খালে মোহময়ী অভিনেত্ৰী দিশাই?

বলিউদৰ অভিনেত্ৰী দিশা পাটানিক ট্ৰ’ল! কিয় ট্ৰ’ল খালে মোহময়ী অভিনেত্ৰী দিশাই?

ড্ৰাগছত আসক্ত হৈ অভিনেত্ৰী পত্নীক উপৰ্যুপৰি চৰিয়াইছিল হলিউদৰ অভিনেতা জ’নিয়ে

ড্ৰাগছত আসক্ত হৈ অভিনেত্ৰী পত্নীক উপৰ্যুপৰি চৰিয়াইছিল হলিউদৰ অভিনেতা জ’নিয়ে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.