• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বাংলাদেশক পৰাস্ত কৰি এছিয়া কাপত বিজয় সাব্যস্ত ভাৰতীয় দলৰ

1 year ago
পোষ্ট অফিচৰ দুৰ্দান্ত স্কিম… প্ৰতিদিনে ৪০০ টকা ছেভিংছ কৰিয়েই লাভ কৰিব ২০ লাখ, কিন্তু কেনেকৈ?

7 minutes ago
এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ

20 minutes ago
পাঁচ কামঃ ক্ষোভিত হয় শনিদেৱ, ঘটিব পাৰে সৰ্বনাশ! জীৱনলৈ নামি আহে দুঃসময়ৰ কলা ছায়া

40 minutes ago
৫ বছৰৰ বাবে ১০লাখ টকাৰ Car Loan ল’লে প্ৰতি মাহত EMI কিমান হ’ব? জানি থওক হিচাপ

1 hour ago
জানি থলে সুবিধা আপোনাৰ! এইবাৰ ১০০০০ টকাতকৈ বেছি ডিজিটেল পেমেণ্টত ওপৰত নতুন নিয়ম RBIৰ

মীন ৰাশিত মহালক্ষ্মী ৰাজযোগ, নৱবৰ্ষৰ পাছৰ দিনা টকাৰ বৃষ্টি হ’ব এই ৪ৰাশিৰ জীৱনত

2 hours ago
মিথুন, সিংহৰ পৰা কন্যা, ১০ দিনৰ পাছতেই ভাগ্য চমকিব ৫ৰাশিৰ, গজকেশৰী ৰাজযোগত আৰম্ভ হ’ব শুভ সময়

3 hours ago
‘বুকু বিষাই গৈছে,’ কান্দি কান্দি কিয় এইদৰে ক’লে মিয়া খলিফাই?

4 hours ago
Love নে Arranged Marriage কৰাটো উত্তম? বিবাহৰ পূৰ্বে জানক টিপছ

চুম্বন কৰি বিপদত বিপাশা! শ্বুটিং শেষ কৰি দৌৰিলে বাথৰুমলৈ, তাৰ পিছত…

5 hours ago
দুঃসময় আঁতৰিব ৫ ৰাশিৰ জাতক-জাতিকাৰ! বাবা ভাংগাৰ ডাঙৰ ভৱিষ্যদ্বাণী

6 hours ago
কেতিয়া বাঢ়িব দৰমহা আৰু পেঞ্চন? অষ্টম দৰমহা আয়োগৰ সম্পূৰ্ণ হিচাপ জানি লওক

  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

বাংলাদেশক পৰাস্ত কৰি এছিয়া কাপত বিজয় সাব্যস্ত ভাৰতীয় দলৰ

editor by editor
December 22, 2024
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত
0
বাংলাদেশক পৰাস্ত কৰি এছিয়া কাপত বিজয় সাব্যস্ত ভাৰতীয় দলৰ
0
SHARES
316
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বাংলাদেশক পৰাস্ত কৰি এছিয়া কাপত বিজয় সাব্যস্ত ভাৰতীয় দলৰ

বাংলাদেশক পৰাস্ত কৰি ভাৰতীয় মহিলা দলে বিজয় সাব্যস্ত কৰিলে এছিয়া কাপত। ১৯ বছৰ অনুৰ্ধৰ মহিলা এছিয়া কাপ ২০২৪ৰ খিতাপ দখল কৰিছে মহিলা দলে। ফাইনেলত বাংলাদেশক পৰাস্ত কৰে টিম ইণ্ডিয়াই।

প্ৰথমে বেটিং কৰি নিকি প্ৰসাদৰ অধিনায়কত্বত থকা ভাৰতীয় দলটোৱে ১১৮ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰে। ইয়াৰ বিপৰীতে বাংলাদেশ দলে ৭৬ ৰান সংগ্ৰহ কৰি অল আউট হয়। টিম ইণ্ডিয়াৰ হৈ জি তৃষাই শক্তিশালী প্ৰদৰ্শন আগবঢ়ায়। তেওঁ প্ৰতিযোগিতাখনৰ শ্ৰেষ্ঠ খেলুৱৈৰ খিতাপ লাভ কৰে।

https://x.com/BCCIWomen/status/1870696565255668074

ফাইনেলত ভাৰতে বান্ধি দিয়া লক্ষ্য পাৰ কৰিবলৈ অহা বাংলাদেশৰ দলটোৱে মাথো ৭৬ ৰানৰ স্ক’ৰতে সকলো আউট হয়। আৰু ৪১ ৰানৰ ব্যৱধানত ভাৰতীয় মহিলা ক্ৰিকেট দলটোৱে বিজয় হাঁহি মাৰে।

সমগ্ৰ প্ৰতিযোগিতাখনত টিম ইণ্ডিয়াই ভাল প্ৰদৰ্শন আগবঢ়ায়। আয়ুষী শুক্লাৰ লগতে জি তৃষাইও ভাৰতৰ হৈ ভাল প্ৰদৰ্শন আগবঢ়ায়। জি তৃষাক টুৰ্ণামেণ্টৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত কৰা হয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Asia CupcricketCricket teamIndian Women Cricket Team
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পোষ্ট অফিচৰ দুৰ্দান্ত স্কিম… প্ৰতিদিনে ৪০০ টকা ছেভিংছ কৰিয়েই লাভ কৰিব ২০ লাখ, কিন্তু কেনেকৈ?
জীৱনশৈলী

April 11, 2026
পাঁচ কামঃ ক্ষোভিত হয় শনিদেৱ, ঘটিব পাৰে সৰ্বনাশ! জীৱনলৈ নামি আহে দুঃসময়ৰ কলা ছায়া
জীৱনশৈলী

পাঁচ কামঃ ক্ষোভিত হয় শনিদেৱ, ঘটিব পাৰে সৰ্বনাশ! জীৱনলৈ নামি আহে দুঃসময়ৰ কলা ছায়া

April 11, 2026
৫ বছৰৰ বাবে ১০লাখ টকাৰ Car Loan ল’লে প্ৰতি মাহত EMI কিমান হ’ব? জানি থওক হিচাপ
বাণিজ্য

৫ বছৰৰ বাবে ১০লাখ টকাৰ Car Loan ল’লে প্ৰতি মাহত EMI কিমান হ’ব? জানি থওক হিচাপ

April 11, 2026
জানি থলে সুবিধা আপোনাৰ! এইবাৰ ১০০০০ টকাতকৈ বেছি ডিজিটেল পেমেণ্টত ওপৰত নতুন নিয়ম RBIৰ
জীৱনশৈলী

জানি থলে সুবিধা আপোনাৰ! এইবাৰ ১০০০০ টকাতকৈ বেছি ডিজিটেল পেমেণ্টত ওপৰত নতুন নিয়ম RBIৰ

April 11, 2026
Next Post
বাংলাদেশ মন্দিৰত হাত ভৰি বন্ধা অৱস্থাত এগৰাকী পুৰোহিতৰ নিথৰ দেহ উদ্ধাৰ

বুধৰ ৰাশিত চন্দ্ৰৰ প্ৰৱেশ, ৩ ৰাশিৰ লোকৰ কেৰিয়াৰ-ব্যৱসায়ত হ’ব বাম্পাৰ লাভ

বুধৰ ৰাশিত চন্দ্ৰৰ প্ৰৱেশ, ৩ ৰাশিৰ লোকৰ কেৰিয়াৰ-ব্যৱসায়ত হ'ব বাম্পাৰ লাভ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন