• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আজি বিধানসভাত উত্থাপন UCC বিধেয়ক, UCC বলবৎ হ’লে কি কি হ’ব পৰিৱৰ্তন?

আজি বিধানসভাত উত্থাপন UCC বিধেয়ক, UCC বলবৎ হ’লে কি কি হ’ব পৰিৱৰ্তন?

4 months ago
জীৱনত এবাৰ দৰ্শন কৰক এই মন্দিৰটো, আঁতৰিব সকলো বাধা!

জীৱনত এবাৰ দৰ্শন কৰক এই মন্দিৰটো, আঁতৰিব সকলো বাধা!

10 hours ago
কাইলৈ ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! লাভ, সফলতা আৰু সুখৰ যোগ

কাইলৈ ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! লাভ, সফলতা আৰু সুখৰ যোগ

10 hours ago
Night Club ত অৰ্ধ উলংগ যুৱতী! নিশাৰ মহানগৰীত এয়া কি?

Night Club ত অৰ্ধ উলংগ যুৱতী! নিশাৰ মহানগৰীত এয়া কি?

11 hours ago
কাইলৈ আপোনাৰ দিনটো কেনে যাব?

ভাগ্যৰ দেখিব যাদু! ৪ অক্টোবৰত কেনে যাব আপোনাৰ দিনটো?

12 hours ago
ই-ৰিক্সা চালকসকল সাৱধান! আৰম্ভ আৰক্ষীৰ বৃহৎ অভিযান

ই-ৰিক্সা চালকসকল সাৱধান! আৰম্ভ আৰক্ষীৰ বৃহৎ অভিযান

12 hours ago
ছবিখন AI ৰ সৌজন্যত।

কঠোৰ পৰিশ্ৰমী ৫ ৰাশি, সহজেই পায় উন্নতি!

13 hours ago
Fork Design: কাঁটা চামুচৰ চাৰিটা কাঁটা কিয় থাকে? বুদ্ধিমানে জানিব সঠিক উত্তৰ

Fork Design: কাঁটা চামুচৰ চাৰিটা কাঁটা কিয় থাকে? বুদ্ধিমানে জানিব সঠিক উত্তৰ

13 hours ago
বিবাহিত নহয়, কিন্তু হোটেলত নিশা একেলগে? আৰক্ষীয়ে আপোনাক আটক কৰিব পাৰেনে?

বিবাহিত নহয়, কিন্তু হোটেলত নিশা একেলগে? আৰক্ষীয়ে আপোনাক আটক কৰিব পাৰেনে?

14 hours ago
চৰকাৰী নে ব্যক্তিগত খণ্ডৰ বেংক? জ্যেষ্ঠ নাগৰিকে ক’ত FD খুলিলে সৰ্বাধিক সুত পাব?

১০ বছৰত FDয়ে পূৰণ কৰিব সপোন, দুগুণ হ’ব আপোনাৰ ধন!

16 hours ago
সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক

Gold Price: চলিত বৰ্ষত ২০% হ্ৰাস সোণৰ মূল্য, অনাগত দিনত আৰু অধিক হ্ৰাস পাব নেকি?

16 hours ago
ৰাজহাড় ভাঙিল নুছৰতৰ, কেনেকৈ সংঘটিত হ’ল ভয়ংকৰ দুৰ্ঘটনা?

ৰাজহাড় ভাঙিল নুছৰতৰ, কেনেকৈ সংঘটিত হ’ল ভয়ংকৰ দুৰ্ঘটনা?

16 hours ago
নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

ভাল নাৰীক চিনাক্ত কৰাত নকৰিব ভুল, আচাৰ্য চাণক্যই ক’লে এইদৰে…

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

আজি বিধানসভাত উত্থাপন UCC বিধেয়ক, UCC বলবৎ হ’লে কি কি হ’ব পৰিৱৰ্তন?

আজি বিধানসভাত উত্থাপন UCC বিধেয়ক, UCC বলবৎ হ'লে কি কি হ'ব পৰিৱৰ্তন?

editor by editor
May 25, 2026
in অসম, বিবিধ, লেখা
0
আজি বিধানসভাত উত্থাপন UCC বিধেয়ক, UCC বলবৎ হ’লে কি কি হ’ব পৰিৱৰ্তন?
0
SHARES
193
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজি অসম বিধানসভাত বহু চৰ্চিত UCC বিধেয়ক উত্থাপন হয়। উমৈহতীয়া সম-নাগৰিক সংহিত বিধেয়কখন মুখ্যমন্ত্ৰীৰ হৈ বিধানসভাত উত্থাপন কৰে মন্ত্ৰী অতুল বৰাই। কেবিনেট সিদ্ধান্ত অনুসৰি বিধানসভাত উত্থাপন হয় বিধেয়কখন। UCCৰ খচৰাক অনুমোদন জনাইছিল চৰকাৰৰ প্ৰথমখন কেবিনেটে। আজি বহু গুৰুত্বপূৰ্ণ বিষয়ত UNIFORM CIVIL CODE কঠোৰ হয়।

চৰকাৰে কয় যে প্ৰস্তাৱিত আইনখনৰ লক্ষ্য হৈছে দেৱানী বিষয় যেনে বিবাহৰ নূন্যতম বয়স, বহুবিবাহ, সম্পত্তিৰ অধিকাৰ, বিবাহ পঞ্জীয়ন, আৰু লাইভ-ইন সম্পৰ্ক আদিৰ বাবে একেধৰণৰ আইনী কঠোমা অনা। ইয়াৰ পূৰ্বে বুধবাৰে ৰাজ্যৰ কেবিনেটে খচৰা বিধেয়কখনত অনুমোদন জনাইছিল।

কি কয় মুখ্যমন্ত্ৰীয়ে?

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই স্পষ্ট কৰি দিছে যে প্রস্তাৱিত আইনখনে ধর্মীয় পৰম্পৰা আৰু পূজা-পাতলত কোনো ধৰণৰ হস্তক্ষেপ নকৰে৷ তেওঁ উল্লেখ কৰে যে চৰকাৰৰ নামজ, পূজা, ধৰ্মীয় অনুষ্ঠান, বা কোনো ধৰ্মীয় ৰীতি-নীতি নিয়ন্ত্ৰণ কৰাৰ কোনো উদ্দেশ্য নাই। শৰ্মাই কয় যে, “পূজা আৰু নমাজ (পূজাৰ আচাৰ-অনুষ্ঠান)ও ইউচিচিৰ অধীনত পৰিব নেকি সেই সম্পৰ্কে মানুহৰ প্ৰশ্ন থাকিব পাৰে। সেয়েহে আমি ধৰ্মীয় পৰম্পৰাক আইনৰ পৰিসৰৰ পৰা সম্পূৰ্ণৰূপে বাদ দিছো।”

UCC বলবৎ হ’লে ৰাজ্যত কোনেও কৰিব নোৱাৰিব বহু বিবাহ। ইয়াৰ লগতে বিয়াৰ বয়সত থাকিব নূন্যতম সীমা, ম্পত্তি অধিকাৰৰৰ ক্ষেত্ৰত পুত্ৰৰ সমানে অধিকাৰ থাকিব কন্যাৰ অধিকাৰ, লিভ-ইন ৰিলেশ্বনশ্বীপ সম্পূৰ্ণৰূপে হ’ব বন্ধ, জনজাতীয় লোকক UCCৰ পৰা বাহিৰত ৰখা হ’ব, বিভিন্ন ধৰ্মৰ পৰম্পৰাকো UCCৰ আওতাৰ বাহিৰত ৰখা হ’ব, সকলো ধৰ্মৰ ক্ষেত্ৰত বিবাহৰ পঞ্জীয়ন বাধ্যতামূলক হোৱাৰ লগতে নামাজ পঢ়াৰ ক্ষেত্ৰত UCCয়ে ক’তো বাধা নিদিয়ে।

ইফালে ইউচিচিক লৈ বিৰোধীয়ে চৰকাৰক তীব্ৰ আক্ৰমণ চলাইছে। ৰাইজৰ দলৰ মুৰব্বী তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে দিল্লী আৰু নাগপুৰক সন্তুষ্ট কৰিবলৈ চৰকাৰে এই বিধেয়ক অনাৰ অভিযোগ উত্থাপন কৰে। তেওঁ কয়, মুদ্ৰাস্ফীতি আৰু জনসাধাৰণৰ মৌলিক সমস্যাৰ বিষয়ে আলোচনা কৰাৰ পৰিৱৰ্তে চৰকাৰে হিন্দু-মুছলমান ৰাজনীতি কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জীৱনত এবাৰ দৰ্শন কৰক এই মন্দিৰটো, আঁতৰিব সকলো বাধা!
জীৱনশৈলী

জীৱনত এবাৰ দৰ্শন কৰক এই মন্দিৰটো, আঁতৰিব সকলো বাধা!

October 3, 2026
কাইলৈ ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! লাভ, সফলতা আৰু সুখৰ যোগ
জীৱনশৈলী

কাইলৈ ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! লাভ, সফলতা আৰু সুখৰ যোগ

October 3, 2026
Night Club ত অৰ্ধ উলংগ যুৱতী! নিশাৰ মহানগৰীত এয়া কি?
অসম

Night Club ত অৰ্ধ উলংগ যুৱতী! নিশাৰ মহানগৰীত এয়া কি?

October 3, 2026
কাইলৈ আপোনাৰ দিনটো কেনে যাব?
জীৱনশৈলী

ভাগ্যৰ দেখিব যাদু! ৪ অক্টোবৰত কেনে যাব আপোনাৰ দিনটো?

October 3, 2026
Next Post
পৰীক্ষা বা ইণ্টাৰভিউৰ পূৰ্বে শৌচ লগাৰ অনুভৱ হয় নেকি? তেন্তে জানক কাৰণ

পৰীক্ষা বা ইণ্টাৰভিউৰ পূৰ্বে শৌচ লগাৰ অনুভৱ হয় নেকি? তেন্তে জানক কাৰণ

গৰমৰ দিনত হাত ভৰি কিয় ফুলে? কেতিয়া সাৱধান হ’ব লাগে জনালে চিকিৎসকে

গৰমৰ দিনত হাত ভৰি কিয় ফুলে? কেতিয়া সাৱধান হ’ব লাগে জনালে চিকিৎসকে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.