• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অশান্ত হ’ব নেকি স্বাধীনতা দিৱস? আছাম ৰাইফলছৰ শিবিৰিত আফলা(স্বা), এনএছচিএনৰ ভয়ংকৰ আক্ৰমণ

অশান্ত হ’ব নেকি স্বাধীনতা দিৱস? আছাম ৰাইফলছৰ শিবিৰিত আফলা(স্বা), এনএছচিএনৰ ভয়ংকৰ আক্ৰমণ

4 years ago
দৰিদ্ৰতা অহাৰ পূৰ্বে পাব সংকেত, ভুলতো নকৰিব আওকাণ!

দৰিদ্ৰতা অহাৰ পূৰ্বে পাব সংকেত, ভুলতো নকৰিব আওকাণ!

11 minutes ago
অত্যাধিক চুলি সৰা আৰু ছালৰ সমস্যা, ই কি ৰোগৰ ইংগিত?

অত্যাধিক চুলি সৰা আৰু ছালৰ সমস্যা, ই কি ৰোগৰ ইংগিত?

28 minutes ago
ভাগ্যৰ উদয় হ’ব বহু ৰাশিৰ, মংগলে কৰিব বুধত প্ৰৱেশ!

ভাগ্যৰ উদয় হ’ব বহু ৰাশিৰ, মংগলে কৰিব বুধত প্ৰৱেশ!

44 minutes ago
পৰিৱৰ্তিত বতৰত AC ব্যৱহাৰ কৰাটো কিমান বিপদজনক?

পৰিৱৰ্তিত বতৰত AC ব্যৱহাৰ কৰাটো কিমান বিপদজনক?

1 hour ago
নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

2 hours ago
সৰু যুৱকহে পছন্দ মলাইকাৰ! বিয়া পাতিব নেকি ১৯ বছৰ সৰু হীৰা ব্যৱসায়ীৰ সৈতে?

সৰু যুৱকহে পছন্দ মলাইকাৰ! বিয়া পাতিব নেকি ১৯ বছৰ সৰু হীৰা ব্যৱসায়ীৰ সৈতে?

2 hours ago
উথালিয়া(লিম্বুছা) জুবিনগাৰ্গি’,  প্ৰকৃতি ভালপোৱা জুবিনৰ নামেৰে এক নতুন প্ৰজাতিৰ পখিলাৰ নামকৰণ

উথালিয়া(লিম্বুছা) জুবিনগাৰ্গি’, প্ৰকৃতি ভালপোৱা জুবিনৰ নামেৰে এক নতুন প্ৰজাতিৰ পখিলাৰ নামকৰণ

4 hours ago
SBIৰ পৰা ৪০ লাখ টকাৰ গৃহঋণ পাবলৈ দৰমহা কিমান হ’ব লাগিব? কিমান EMI দিব লাগিব?

SBIৰ পৰা ৪০ লাখ টকাৰ গৃহঋণ পাবলৈ দৰমহা কিমান হ’ব লাগিব? কিমান EMI দিব লাগিব?

5 hours ago
ATMৰ পৰা জালনোট ওলালে কি কৰিব? সলনি কৰাৰ উপায় জানেনে?

ATMৰ পৰা জালনোট ওলালে কি কৰিব? সলনি কৰাৰ উপায় জানেনে?

5 hours ago
২২০০ টকাৰ মাহিলী বিনিয়োগত অতিৰিক্ত ২৫০০০ টকা সুদ, কেনেকৈ বিনিয়োগ কৰিব? জানি থওক এই চৰকাৰী প্ৰকল্পৰ সবিশেষ

২২০০ টকাৰ মাহিলী বিনিয়োগত অতিৰিক্ত ২৫০০০ টকা সুদ, কেনেকৈ বিনিয়োগ কৰিব? জানি থওক এই চৰকাৰী প্ৰকল্পৰ সবিশেষ

6 hours ago
এই বিষয়ক লৈ মানুহৰ কৌতুহল বেছি! লজ্জাবোধৰ বাবেই গুগলক সোধে এই ১০ টা প্ৰশ্ন

এই বিষয়ক লৈ মানুহৰ কৌতুহল বেছি! লজ্জাবোধৰ বাবেই গুগলক সোধে এই ১০ টা প্ৰশ্ন

6 hours ago
পুৱাই উঠি চাহ-কফি, ফলৰ ৰস খায়? পুৱাতেই এইকেইবিধ পানীয় সেৱন নকৰিবই অন্যথা…

পুৱাই উঠি চাহ-কফি, ফলৰ ৰস খায়? পুৱাতেই এইকেইবিধ পানীয় সেৱন নকৰিবই অন্যথা…

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

অশান্ত হ’ব নেকি স্বাধীনতা দিৱস? আছাম ৰাইফলছৰ শিবিৰিত আফলা(স্বা), এনএছচিএনৰ ভয়ংকৰ আক্ৰমণ

editor by editor
August 9, 2022
in অসম, ভাৰত
0
অশান্ত হ’ব নেকি স্বাধীনতা দিৱস? আছাম ৰাইফলছৰ শিবিৰিত আফলা(স্বা), এনএছচিএনৰ ভয়ংকৰ আক্ৰমণ
0
SHARES
1.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সমাগত স্বাধীনতা দিৱস৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বান ক্ৰমে সমগ্ৰ দেশৰ লগতে অসমতো ঘৰে ঘৰে ত্ৰিৰংগা পতাকা উত্তোলন আৰম্ভ হৈছে৷ ঠিক তেনে সময়তে নিষিদ্ধ ঘোষিত বিদ্ৰোহী সংগঠনে আগন্তুক স্বাধীনতা দিৱসৰ প্ৰাকক্ষণতে কূটাঘাট সংঘটিত কৰিছে৷

স্বাধীনতা দিৱসলৈ মাজত মাত্ৰ ৬ টা দিন থকা অৱস্থাত আলফা(স্বাঃ) আৰু এনএছচিএন-এ আচাম ৰাইফলছৰ শিবিৰত ভয়ংকৰ আক্ৰমণ সংঘটিত কৰিছে৷

তিনিচুকীয়াৰ ভাৰত-ম্যানমাৰৰ পাংচুপাছস্থিত সেনা শিবিৰত দুয়োটা সংগঠনে যুটীয়াভাৱে চলোৱা ভয়াৱহ আক্ৰমণত এজন সেনা বিষয়া আহত হোৱা বুলি জানিব পৰা গৈছে৷

লগতে পঢ়ক বিহাৰত বিজেপি আৰু JDUৰ মধুচন্দ্ৰিকাৰ অন্ত! RJDৰে গঢ়িব আকৌ সম্পৰ্ক! চাওক লাইভ আপডেট

পুৱতি নিশা নিষিদ্ধঘোষিত সংগঠন দুটাই আক্ৰমণৰ পিছতেই দুয়োপক্ষৰ মাজত প্ৰায় ২ ঘণ্টা ধৰি গুলীয়াগুলী চলে।

জানিব পৰা মতে আছাম ৰাইফলছে নতুনকৈ স্থাপন কৰা এটা শিবিৰত পুৱতি নিশা প্ৰায় ২.৩০ মান বজাত আলফা (স্বাধীন) আৰু এনএছচিএন-এ মৰ্টাৰেৰে আক্ৰমণ কৰে। পুৱতি নিশাৰ পৰা চলা এই এম্বুশত সংগঠন দুটাই সেনাৰ তিনিটাকৈ শিবিৰত পুৱা ৫ বজলৈকে অব্যাহত থাকে।

ঘটনাস্থলীলৈ ২ খনকৈ এম্বুলেঞ্চ প্ৰেৰণ কৰা হৈছে। স্বাধীনতা দিৱস আহি থকাৰ মাজতে সংঘটিত হোৱা এই ঘটনাই তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে। উল্লেখ্য যে আলফা (স্বাধীন)এ স্বাধীনতা দিৱস বৰ্জন কৰিবলৈ সকলোকে আহ্বান জনাইছিল।

ইয়াৰ পিছতে আছাম ৰাইফলছে নতুনকৈ স্থাপন কৰা এটা শিবিৰত আলফা (স্বাধীন) আৰু এন এছ চি এনে মৰ্টাৰেৰে আক্ৰমণ কৰাত আগন্তুক স্বাধনীতা দিৱসত উদযাপনকলৈ ৰাজ্যবাসী উদ্বিগ্ন হৈ পৰা দেখা গৈছে।

see more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24assam riflesaxom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamNSCNULFA-I
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান
অসম

নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

March 27, 2026
ATMৰ পৰা জালনোট ওলালে কি কৰিব? সলনি কৰাৰ উপায় জানেনে?
জীৱনশৈলী

ATMৰ পৰা জালনোট ওলালে কি কৰিব? সলনি কৰাৰ উপায় জানেনে?

March 27, 2026
এই বিষয়ক লৈ মানুহৰ কৌতুহল বেছি! লজ্জাবোধৰ বাবেই গুগলক সোধে এই ১০ টা প্ৰশ্ন
জীৱনশৈলী

এই বিষয়ক লৈ মানুহৰ কৌতুহল বেছি! লজ্জাবোধৰ বাবেই গুগলক সোধে এই ১০ টা প্ৰশ্ন

March 27, 2026
পুৱাই উঠি চাহ-কফি, ফলৰ ৰস খায়? পুৱাতেই এইকেইবিধ পানীয় সেৱন নকৰিবই অন্যথা…
জীৱনশৈলী

পুৱাই উঠি চাহ-কফি, ফলৰ ৰস খায়? পুৱাতেই এইকেইবিধ পানীয় সেৱন নকৰিবই অন্যথা…

March 27, 2026
Next Post
ভাৰতে চীনক দিব মোক্ষম আঘাত! ১২ হাজাৰ টকাৰ তলৰ মোবাইল হ’ব নিষিদ্ধ!

ভাৰতে চীনক দিব মোক্ষম আঘাত! ১২ হাজাৰ টকাৰ তলৰ মোবাইল হ’ব নিষিদ্ধ!

‘হেল্ল’ মই ৰতন টাটাই কৈছো, আমি লগ কৰিব পাৰোনে?’ এটা ফোনে কাৰ ভাগ্যৰ চকৰী সলনি কৰিলে?

‘হেল্ল’ মই ৰতন টাটাই কৈছো, আমি লগ কৰিব পাৰোনে?’ এটা ফোনে কাৰ ভাগ্যৰ চকৰী সলনি কৰিলে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.