• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পৰিয়ালৰ অনুমতি অবিহনে লীভ ইনত থাকিলেই জে’ল!  উত্তৰাখণ্ডত আৰম্ভ UCC, অভিন্ন দেৱানী বিধি কি? সবিশেষ পঢ়ক

পৰিয়ালৰ অনুমতি অবিহনে লীভ ইনত থাকিলেই জে’ল! উত্তৰাখণ্ডত আৰম্ভ UCC, অভিন্ন দেৱানী বিধি কি? সবিশেষ পঢ়ক

1 year ago
কেতিয়াও উভতি নহাৰ বাটেৰে গ’লগৈ যশস্বী গায়িকা আশা ভোছলে, অনুৰাগীৰ মাজত শোকৰ ছাঁ

কেতিয়াও উভতি নহাৰ বাটেৰে গ’লগৈ যশস্বী গায়িকা আশা ভোছলে, অনুৰাগীৰ মাজত শোকৰ ছাঁ

31 minutes ago
8th Pay commission ৰ অধীনত কিমান বাঢ়িব মৌলিক দৰমহা? জানক এই হিচাব

8th Pay commission ৰ অধীনত কিমান বাঢ়িব মৌলিক দৰমহা? জানক এই হিচাব

1 hour ago
পৰিয়ালত হ’ব সংঘাত, ঘৰৰ ওচৰত কেতিয়াও নাৰাখিব এই কেইজোপা গছ!

পৰিয়ালত হ’ব সংঘাত, ঘৰৰ ওচৰত কেতিয়াও নাৰাখিব এই কেইজোপা গছ!

2 hours ago
নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?

নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?

17 hours ago
কোনো উপায়েৰেই চুলি সৰা কমাব পৰা নাই? শৰীৰত এই ৫ ভিটামিনৰ অভাৱেই প্ৰকৃত কাৰণ নহয়তো? কেনেকৈ এই ঘাটি দূৰ কৰিব?

কোনো উপায়েৰেই চুলি সৰা কমাব পৰা নাই? শৰীৰত এই ৫ ভিটামিনৰ অভাৱেই প্ৰকৃত কাৰণ নহয়তো? কেনেকৈ এই ঘাটি দূৰ কৰিব?

17 hours ago
শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?

শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?

18 hours ago
কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে

কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে

18 hours ago
গৃহঋণ ল’বলৈ আগ্ৰহী? জানক ২৫ লাখ টকাৰ ঋণৰ ক্ষেত্ৰত কোন বেংক লাভজনক? SBI নে PNB?

গৃহঋণ ল’বলৈ আগ্ৰহী? জানক ২৫ লাখ টকাৰ ঋণৰ ক্ষেত্ৰত কোন বেংক লাভজনক? SBI নে PNB?

19 hours ago
ঘনে ঘনে মুড ছুইং! ছাইলেণ্ট ষ্ট্ৰোকত আক্ৰান্ত নেকি আপুনি?

ঘনে ঘনে মুড ছুইং! ছাইলেণ্ট ষ্ট্ৰোকত আক্ৰান্ত নেকি আপুনি?

19 hours ago
পোষ্ট অফিচৰ দুৰ্দান্ত স্কিম… প্ৰতিদিনে ৪০০ টকা ছেভিংছ কৰিয়েই লাভ কৰিব ২০ লাখ, কিন্তু কেনেকৈ?

পোষ্ট অফিচৰ দুৰ্দান্ত স্কিম… প্ৰতিদিনে ৪০০ টকা ছেভিংছ কৰিয়েই লাভ কৰিব ২০ লাখ, কিন্তু কেনেকৈ?

20 hours ago
এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ

এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ

20 hours ago
পাঁচ কামঃ ক্ষোভিত হয় শনিদেৱ, ঘটিব পাৰে সৰ্বনাশ! জীৱনলৈ নামি আহে দুঃসময়ৰ কলা ছায়া

পাঁচ কামঃ ক্ষোভিত হয় শনিদেৱ, ঘটিব পাৰে সৰ্বনাশ! জীৱনলৈ নামি আহে দুঃসময়ৰ কলা ছায়া

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, April 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

পৰিয়ালৰ অনুমতি অবিহনে লীভ ইনত থাকিলেই জে’ল! উত্তৰাখণ্ডত আৰম্ভ UCC, অভিন্ন দেৱানী বিধি কি? সবিশেষ পঢ়ক

পৰিয়ালৰ অনুমতি অবিহনে লীভ ইনত থাকিলেই জে’ল! উত্তৰাখণ্ডত আৰম্ভ UCC, অভিন্ন দেৱানী বিধি কি? সবিশেষ পঢ়ক

editor by editor
January 27, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
পৰিয়ালৰ অনুমতি অবিহনে লীভ ইনত থাকিলেই জে’ল!  উত্তৰাখণ্ডত আৰম্ভ UCC, অভিন্ন দেৱানী বিধি কি? সবিশেষ পঢ়ক
0
SHARES
389
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

উত্তৰাখণ্ডত আজিৰে পৰা লাঘূ হ’ল অভিন্ন দেৱানী বিধি। ভাৰতত ইউনিফৰ্ম চিভিল কোড অনা প্রথমখন ৰাজ্য হৈছে উত্তৰাখণ্ড আৰু অচিৰেই এই তালিকাত দ্বিতীয় ৰাজ্য হোৱাৰ দিশে অসম। এই বিলত একাধিক বিষয়ৰ কথা উল্লেখ কৰা হৈছে। বিবাহ, সম্পত্তিৰ উত্তৰাধিকাৰ, তুলি লোৱা সন্তান আদি সকলোবোৰকেই এই বিলত সামৰি লোৱা হৈছে।

উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যাায়াধীশ ৰঞ্জন প্ৰকাশ দেছাইৰ নেতৃত্বাধীন পাঁচজনীয়া এটা কমিটিয়ে উত্তৰাখণ্ডৰ এই ইউনিফৰ্ম চিভিল কোজৰ বিশেষ খচৰা প্ৰস্তুত কৰিছিল। এই বিলৰ খচৰা পুস্কৰ সিং ধামী চৰকাৰৰ হাতত তুলি দিছিল ৫জনীয়া দলটোৱে। তাৰপাছতেই কেবিনেটত এই খচৰা উত্থাপন কৰে মুখ্যমন্ত্ৰী পুস্কৰ সিং ধামীয়ে। মুঠ ৭৪০ পৃষ্ঠাৰ খচৰা তৈয়াৰ কৰা হৈছে এই অভিন্ন দেৱানী বিধিৰ বাবে। প্ৰত্যেক নাগৰিকৰ বাবে আইনৰ সমান অধিকাৰৰ কথাও কোৱা হৈছে এই ইউনিফৰ্ম চিভিল কোডত। ইয়াৰ মাজতেই আছে বিবাহ, বিচ্ছেদ, সম্পত্তিৰ ভাগ বটোৱাৰা, উত্তৰাধিকাৰী আৰু তুলি লোৱা সন্তানৰ উত্তৰাধিকাৰ, লিভ ইন ৰিলেশ্ব্যনচিপ আদি বিষয়। প্ৰত্যেক নাগৰিকৰ বাবেই এই সমস্ত বিষয় লাঘু হ’ব বুলি উল্লেখ আছে এই বিলত। বিগত বৰ্ষত উত্থাপিত হোৱা এই বিল ২৭ জানুৱাৰী ২০২৫ ৰ পৰা আইনলৈ ৰূপান্তৰিত হৈছে৷ UCC লাঘূ হ’লে কি কি সাল সলনি হ’ব?

কি এই অভিন্ন দেৱানী বিধি?

সকলো ধৰ্মৰ মানুহৰ বাবে বিয়া, বিবাহ বিচ্ছেদ, মাটি সম্পত্তি আৰু উত্তৰাধিকাৰ সংক্ৰান্তিয় অভিন্ন আইন আৰম্ভ কৰাৰ কথা কোৱা হৈছে অভিন্ন দেৱানী বিধিত৷ ধৰ্ম নিৰ্বিশেষে পুৰুষৰ বহুবিবাহ বন্ধ আৰু লিভ ইন সম্পৰ্কও নথিভুক্ত কৰাক আইনৰ আওতাত অনা হৈছে৷ যদি কোনো নাৰী পুৰুষে লিভ ইনত থাকিব বিচাৰে তেতিয়া অৱশ্যেই আৰক্ষী বা জেল অধিকাৰীৰ অনুমতি ল’ব লাগিব৷ আৰু যদি লিভ ইনত থাকিব খোজা যুৱক যুৱতীৰ বয়স ২১ৰ তলত হয় তেন্তে পিতৃ মাতৃৰ অনুমতিৰ প্ৰয়োজন হ’ব৷  নিয়ম নামানিলেই দুজনেই ২৫ হাজাৰ টকা জৰিমনা আৰু তিনি মাহৰ জে’লো খাব লগা হ’ব পাৰে৷ এই ধৰণৰ সম্পৰ্কত থকাৰ সময়ত সন্তানৰ জন্ম হ’লে সেই সন্তানে পিতৃ আৰু মাতৃ উভয়ৰেই উত্তৰাধিকাৰ লাভ কৰিব৷

ধৰ্ম নিৰ্বিশেষে যুৱতীৰ নূন্যতম বিবাহৰ বয়স ১৮ বছৰ আৰু যুৱতীৰ ক্ষেত্ৰত ২১ বছৰ কৰা হৈছে৷ মুছলমান সহ সকলো ধৰ্মৰ নাগৰিকৰ বাবে বিয়াৰ ৰেজিষ্ট্ৰি বা নথিভুক্ত কৰা বাধ্যতামূলক হৈছে৷ বিবাহবিচ্ছেদৰ ক্ষেত্ৰতো ৰাজ্যৰ নাগৰিকসকলৰ বাবে একেই নিয়ম৷

নতুন আইনত ধৰ্ম নিৰ্বিশেষে প্ৰত্যেক নাৰী আৰু পুৰুষৰ সমান অধিকাৰ হ’ব৷ ধৰ্মীয় বিধানৰ জোৰ দি নাৰীৰ অধিকাৰ খৰ্ব কৰিব নোৱাৰিব৷ নাৰী আৰু পুৰুষে একাধিক বিয়া আৰু একাধিক সংগীৰ সৈতে যৌন সম্পৰ্ক ৰাখিব নোৱাৰিব৷ অৱশ্যে এই অভিন্ন দেৱানী বিধি আদিবাসীসকলৰ ক্ষেত্ৰত লাঘূ কৰা নহ’ব৷ বিয়া, উত্তৰাধিকাৰ, নাৰীৰ অধিকাৰৰ ক্ষেত্ৰত আদিবাসী সমাজৰ নিজস্ব বিধান আছে৷ সেইসমূহেই বাহান থাকিব৷

লৰা-ছোৱালী সকলোৱে পাব সম্পত্তিৰ সমান অধিকাৰ

উত্তৰাখণ্ড চৰকাৰৰ তৰফৰ পৰা পেছ কৰা অভিন্ন দেৱানী বিধি বিল অনুসৰি, লৰা, ছোৱালী সকলোৱে সম্পত্তিৰ সমান ভাগ পাব। প্ৰত্যেক অৰ্থনৈতিক আৰু সামাজিক বৰ্গত এই নিয়ম লাঘু হ’ব।

বিবাহ বহিৰ্ভূত সন্তানেও পাব যথাযথ মৰ্যাদা

বিবাহিতা স্ত্ৰীৰ সন্তান অথৱা বিবাহ বহিৰ্ভূত সন্তান, দুজনৰেই পিতৃৰ সম্পত্তিৰ ওপৰত সমান অধিকাৰ থাকিব। বিবাহ বহিৰ্ভূত সন্তান থাকিলে তেঁওলোকৰো উত্তৰাধিকাৰৰ মৰ্যাদা থাকিব। প্ৰত্যেক সন্তানকেই বায়লজিকেল হিচাপে পৰিচয় দিব লাগিব পিতৃয়ে। সম্পৰ্ক থাকক নাথাকক, বিবাহ বহিৰ্ভূত সন্তানকো পৰিচয় আৰু মৰ্যাদা দিব লাগিব এই বিলৰ আওতাত।

তুলি লোৱা সন্তানেও পাব সমান অধিকাৰ

ইউনিফৰ্ম চিভিল কোড অনুসৰি তুলি লোৱা সন্তান, চেৰোগেছি কিম্বা IVF পদ্ধতিৰে জন্ম হোৱা সন্তানৰ মাজতো কোনো পাৰ্থক্য ৰাখিব নোৱাৰিব। বায়লজিকেল পদ্ধতিৰে জন্ম লোৱা সকলো সন্তানেই সমান।

মৃত্যুৰ পাছত সম্পত্তিৰ অধিকাৰ

কোনো ব্যক্তিৰ মৃত্যু হ’লে তেওঁৰ পত্নী আৰু সন্তানক সম্পত্তিৰ সমান অধিকাৰৰ পৰা কোনোৱে বঞ্চিত কৰিব নোৱাৰিব। ইয়াৰোপৰি মৃত ব্যক্তিৰ পিতৃ-মাতৃয়েও তেওঁৰ সম্পত্তিত সমান অধিকাৰ পাব। এই নিয়ম পূৰ্বতকৈ সম্পূৰ্ণ পৃথক। পূৰ্বে মৃতকৰ সম্পত্তিৰ ওপৰত কেৱল মাতৃৰ হে অধিকাৰ আছিল।

লীভ ইন ৰিলেশ্ব্যনচিপৰ বাবে লাগিব অনুমতি

লীভ ইন ৰিলেশ্ব্যনচিপ নৈতিকতাৰ বিৰুদ্ধ কাম। যদি এজন সংগী বিবাহিত হৈয়ো অন্যৰ সৈতে সম্পৰ্ক ৰাখে, এজন সংগী যদি নাৱালক হয়, বলপূৰ্বক কোনোবাই যদি কাৰোবাক সংগী কৰে, কাৰোবাক যদি ভুৱা পৰিচয়েৰে প্ৰতাৰণা কৰে তেন্তে কাৰাগাৰলৈ যোৱাৰ বাট নিশ্চিত। ইয়াৰোপৰি লীভ ইন ৰিলেচনশ্বিপৰ বাবে লাগিব দুয়োৰে সঠিক তথ্য। আৰু সেই তথ্য বিশেষ ৱেবচাইটত জমা দিব লাগিব। যদি বিশেষ পৰ্টেলটোত ৰেজিষ্ট্ৰেছন প্ৰত্যাখান হয় তেন্তে আপুনি লীভ ইনত থাকিব নোৱাৰিব। ২১ বছৰৰ তলৰ যুৱক বা যুৱতীয়ে লীভ ইনত থাকিবলৈ অভিভাৱকৰ অনুমতি ল’ব লাগিব।

UCC-অনাৰ প্ৰধান উদ্দেশ্য কি?

এই অভিন্ন দেৱানী বিধিৰ উদ্দেশ্য হৈছে সমগ্ৰ দেশত এক নিৰ্দিষ্ট আইনী পৰিকাঠামো গঠন কৰা। যি পৰিকাঠামোৱে দেশৰ সমস্ত ৰাজ্যৰ নাগৰিকৰ বিবাহ, বিচ্ছেদ, সম্পত্তিৰ অধিকাৰৰ দৰে বিষয়সমূহত সমান আইনী অধিকাৰ প্ৰদান কৰে। ধৰ্ম, বৰ্ণ আৰু আৰ্থিক বৰ্গ নিৰ্বিশেষে এই নিয়ম সকলোৰে বাবে লাঘু হ’ব। ৰিপৰ্ট অনুসৰি এই বিলত বহুবিবাহ নিষিদ্ধ কৰাৰ কথাও উল্লেখ আছে। বাল্যবিবাহ সমস্ত ধৰ্মৰ বাবেই বন্ধ কৰাৰ কথাও উল্লেখ আছে এই বিলত। প্ৰত্যেক ধৰ্মৰ বিবাহযোগ্য তৰুমীৰ বাবেই বিবাহৰ এক নিৰ্দিষ্ট বয়স ধ্যৰ্য কৰি দিয়া হ’ব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেতিয়াও উভতি নহাৰ বাটেৰে গ’লগৈ যশস্বী গায়িকা আশা ভোছলে, অনুৰাগীৰ মাজত শোকৰ ছাঁ
বিনোদন

কেতিয়াও উভতি নহাৰ বাটেৰে গ’লগৈ যশস্বী গায়িকা আশা ভোছলে, অনুৰাগীৰ মাজত শোকৰ ছাঁ

April 12, 2026
8th Pay commission ৰ অধীনত কিমান বাঢ়িব মৌলিক দৰমহা? জানক এই হিচাব
বাণিজ্য

8th Pay commission ৰ অধীনত কিমান বাঢ়িব মৌলিক দৰমহা? জানক এই হিচাব

April 12, 2026
পৰিয়ালত হ’ব সংঘাত, ঘৰৰ ওচৰত কেতিয়াও নাৰাখিব এই কেইজোপা গছ!
জীৱনশৈলী

পৰিয়ালত হ’ব সংঘাত, ঘৰৰ ওচৰত কেতিয়াও নাৰাখিব এই কেইজোপা গছ!

April 12, 2026
নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?
জীৱনশৈলী

নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?

April 11, 2026
Next Post
কুম্ভমেলালৈ যাব? ভুলতো মহাকুম্ভৰ পৰা এইসমূহ সামগ্ৰী ঘৰলৈ নানিব

কুম্ভমেলালৈ যাব? ভুলতো মহাকুম্ভৰ পৰা এইসমূহ সামগ্ৰী ঘৰলৈ নানিব

ত্ৰিবেণী যোগত কাইলৈ সৌভাগ্য তুংগত থাকিব ৫ৰাশিৰ জাতকৰ, কেৰিয়াৰত বৃহৎ উন্নতি

ত্ৰিবেণী যোগত কাইলৈ সৌভাগ্য তুংগত থাকিব ৫ৰাশিৰ জাতকৰ, কেৰিয়াৰত বৃহৎ উন্নতি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.