• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দুই সন্তান, পত্নীক এৰি প্ৰেমিকাৰ সৈতে পলাই স্বামীয়ে বিবাহৰ সলনি কৰিলে এই ঘটনা, সকলো আচৰিত

দুই সন্তান, পত্নীক এৰি প্ৰেমিকাৰ সৈতে পলাই স্বামীয়ে বিবাহৰ সলনি কৰিলে এই ঘটনা, সকলো আচৰিত

2 years ago
বিয়াৰ নামত লাখ লাখ টকা খৰচ কৰা নে ভৱিষ্যতৰ বাবে সঞ্চয় কৰা?

বিয়াৰ নামত লাখ লাখ টকা খৰচ কৰা নে ভৱিষ্যতৰ বাবে সঞ্চয় কৰা?

1 minute ago
অচিৰেই কিশোৰ-কিশোৰীৰ বাবে নিষিদ্ধ হ’ব নেকি স্মাৰ্ট ফোনৰ ব্যৱহাৰ?

অচিৰেই কিশোৰ-কিশোৰীৰ বাবে নিষিদ্ধ হ’ব নেকি স্মাৰ্ট ফোনৰ ব্যৱহাৰ?

44 minutes ago
হাৰিয়ানাত পশুধনৰ বাবে বিউটী পাৰ্লাৰ খুলি ব্যাপক সঁহাৰি

হাৰিয়ানাত পশুধনৰ বাবে বিউটী পাৰ্লাৰ খুলি ব্যাপক সঁহাৰি

1 hour ago
Loanৰ EMI পৰিশোধ নকৰিলে যাব লাগিব নেকি জে’ললৈ? জানক RBIৰ নিয়ম

Loanৰ EMI পৰিশোধ নকৰিলে যাব লাগিব নেকি জে’ললৈ? জানক RBIৰ নিয়ম

2 hours ago
শিৱসাগৰত অনন্যা বিৰলা, বন্যাৰ্তলৈ বলীউডৰ এইজন অভিনেতাৰ ১ কোটি টকা

শিৱসাগৰত অনন্যা বিৰলা, বন্যাৰ্তলৈ বলীউডৰ এইজন অভিনেতাৰ ১ কোটি টকা

3 hours ago
মাত্ৰ ৩দিনৰ ভিতৰতে সীমা ভাঙি আহিল হাজাৰ হাজাৰ অবৈধ প্ৰব্ৰজনকাৰী!

মাত্ৰ ৩দিনৰ ভিতৰতে সীমা ভাঙি আহিল হাজাৰ হাজাৰ অবৈধ প্ৰব্ৰজনকাৰী!

4 hours ago
কেনে যাব আপোনাৰ আজিৰ দিনটো?

কেনে যাব আপোনাৰ আজিৰ দিনটো?

4 hours ago
সকলো হোটেলতে কিয় ব্যৱহাৰ কৰা হয় কেৱল বগা বিচনা চাদৰ?

সকলো হোটেলতে কিয় ব্যৱহাৰ কৰা হয় কেৱল বগা বিচনা চাদৰ?

17 hours ago
মৰ্কেলক ছুপাৰ কিঙছৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব, ইংলেণ্ডৰ প্ৰশিক্ষকৰ দায়িত্বত ষ্টিফেন ফ্লেমিং

মৰ্কেলক ছুপাৰ কিঙছৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব, ইংলেণ্ডৰ প্ৰশিক্ষকৰ দায়িত্বত ষ্টিফেন ফ্লেমিং

17 hours ago
অসম তথা উত্তৰ পূবৰ বান পৰিস্থিতিক লৈ মোদীক সাক্ষাৎ সাংসদৰ দলৰ

অসম তথা উত্তৰ পূবৰ বান পৰিস্থিতিক লৈ মোদীক সাক্ষাৎ সাংসদৰ দলৰ

18 hours ago
বাছ চালকৰ ঘৰত উদ্ধাৰ ১৫ কেজি সোণসহ ২৮ কোটি টকা?

বাছ চালকৰ ঘৰত উদ্ধাৰ ১৫ কেজি সোণসহ ২৮ কোটি টকা?

18 hours ago
ধৰ্মেন্দ্ৰ প্ৰধান আঁতৰিল! এইবাৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ পদত্যাগৰ দাবী CJPৰ

ধৰ্মেন্দ্ৰ প্ৰধান আঁতৰিল! এইবাৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ পদত্যাগৰ দাবী CJPৰ

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

দুই সন্তান, পত্নীক এৰি প্ৰেমিকাৰ সৈতে পলাই স্বামীয়ে বিবাহৰ সলনি কৰিলে এই ঘটনা, সকলো আচৰিত

editor by editor
January 27, 2025
in বিবিধ, বিশ্ব, ভাৰত
0
দুই সন্তান, পত্নীক এৰি প্ৰেমিকাৰ সৈতে পলাই স্বামীয়ে বিবাহৰ সলনি কৰিলে এই ঘটনা, সকলো আচৰিত
0
SHARES
2.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দুই সন্তান, পত্নীক এৰি প্ৰেমিকাৰ সৈতে পলাই স্বামীয়ে বিবাহৰ সলনি কৰিলে এই ঘটনা, সকলো আচৰিত

উত্তৰ প্ৰদেশৰ পৰা আহিছে এক অতিকে আজৱ খবৰ। পত্নী আৰু দুই সন্তানক এৰি প্ৰেমিকাৰ সৈতে পলাই গৈ স্বামীয়ে কৰিলে এক অতিকে আজৱ কাণ্ড, যি কাণ্ড পোহৰলৈ অহাৰ পাছতে হতভম্ব হৈ পৰিছে পৰিয়ালৰ লোকৰ লগতে আৰক্ষীয়ে।

উত্তৰ প্ৰদেশৰ বুলন্দশ্বাহৰ জিলাৰ পৰা আহিছে এই খবৰ। পত্নী আৰু দুই সন্তানক এৰি নিজতকৈ ৬ বছৰ সৰু প্ৰেয়সীৰ সৈতে পলাই গৈ ফাঁচী লগাই আত্মহত্যা কৰে প্ৰেমিকে। এজোপা গছত ওলমি থকা অৱস্থাত দুয়োকে দেখাৰ পাছকে অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়।
লগে লগে স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিয়ে ঘটনা সন্দৰ্ভত। আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ প্ৰেমিকহালৰ মৃতদেহ নমাই মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

এই ঘটনা সংঘটিত হৈছে বুলন্দশহৰৰ ছাটাৰী থানা এলেকাৰ পাণ্ডাৰৱাল গাঁৱত, য’ত গাঁৱৰ কৰণ (২৫)ৰ একেখন গাঁৱৰ খুশী (১৯)ৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল। দুয়োজনে প্ৰায়ে ফোনত কথা বতৰা হৈ আছিল। পূৰ্বৰে পৰা বিবাহিত আছিল কৰণ, লগতে আছিল দুটিকৈ সন্তান।

কিন্তু গভীৰ নিশা কৰণ হঠাতে দিল্লীৰ পৰা গাঁৱলৈ উভতি আহে। আৰু আজি পুৱা গাঁৱৰ সমীপত গছত ওলমি থকা অৱস্থাত কৰণ আৰু তেওঁৰ প্ৰেমিকা খুশীৰ মৃতদেহ উদ্ধাৰ হয়।

আৰক্ষীৰ মতে, পৰিয়ালৰ লোকে অন্যৰ সৈতে খুশীৰ বিবাহৰ কথা পাতিবলৈ আৰম্ভ কৰিছিল, কিন্তু কৰণৰ প্ৰেমত পাগল খুছিয়ে অন্যৰ সৈতে বিয়া পাতিব বিচৰা নাছিল। পৰিয়ালৰ লোকে অবিৰতভাৱে বিয়াৰ বাবে জোৰ দি আহিছিল। সেয়ে হয়তো দুয়ো প্ৰেমিক -প্ৰেমিকাই এইদৰে নিজকে শেষ কৰি দি সকলো সমস্যাৰ পৰা পৰিত্ৰাণ বিচাৰে।

কৰণৰ পৰিয়ালৰ লোকে জনোৱা মতে, দুমাহ পূৰ্বে তেওঁ কৰ্মসূত্ৰে দিল্লীলৈ গৈছিল, কেতিয়া গাঁৱলৈ উভতি আহিছিল সেই বিষয়ে তেওঁলোকে গম পোৱা নাছিল। বৰ্তমান এই ঘটনাত দুয়োৰে পৰিয়াল স্তম্ভিত হৈ পৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: LOVE STORYuputtar pradesh
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিয়াৰ নামত লাখ লাখ টকা খৰচ কৰা নে ভৱিষ্যতৰ বাবে সঞ্চয় কৰা?
জীৱনশৈলী

বিয়াৰ নামত লাখ লাখ টকা খৰচ কৰা নে ভৱিষ্যতৰ বাবে সঞ্চয় কৰা?

July 31, 2026
অচিৰেই কিশোৰ-কিশোৰীৰ বাবে নিষিদ্ধ হ’ব নেকি স্মাৰ্ট ফোনৰ ব্যৱহাৰ?
ভাৰত

অচিৰেই কিশোৰ-কিশোৰীৰ বাবে নিষিদ্ধ হ’ব নেকি স্মাৰ্ট ফোনৰ ব্যৱহাৰ?

July 31, 2026
হাৰিয়ানাত পশুধনৰ বাবে বিউটী পাৰ্লাৰ খুলি ব্যাপক সঁহাৰি
জীৱনশৈলী

হাৰিয়ানাত পশুধনৰ বাবে বিউটী পাৰ্লাৰ খুলি ব্যাপক সঁহাৰি

July 31, 2026
Loanৰ EMI পৰিশোধ নকৰিলে যাব লাগিব নেকি জে’ললৈ? জানক RBIৰ নিয়ম
জীৱনশৈলী

Loanৰ EMI পৰিশোধ নকৰিলে যাব লাগিব নেকি জে’ললৈ? জানক RBIৰ নিয়ম

July 31, 2026
Next Post
ICCৰ বৰ্ষশ্ৰেষ্ঠ ক্ৰিকেটাৰ নিৰ্বাচিনত ভাৰতৰ স্মৃতি মান্ধানা

ICCৰ বৰ্ষশ্ৰেষ্ঠ ক্ৰিকেটাৰ নিৰ্বাচিনত ভাৰতৰ স্মৃতি মান্ধানা

গিলেন বাৰি ছিনড্ৰোমত বাঢ়িছে মৃতকৰ সংখ্যা, পুণেত আক্ৰান্ত ১০১, কিয় হৈছে স্নায়ুৰ এই বিৰল ৰোগ?

গিলেন বাৰি ছিনড্ৰোমত বাঢ়িছে মৃতকৰ সংখ্যা, পুণেত আক্ৰান্ত ১০১, কিয় হৈছে স্নায়ুৰ এই বিৰল ৰোগ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.