• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১০ লাখ পেলেষ্টাইনীক লিবিয়ালৈ স্থানান্তৰ! গাজাক জেহাদীমুক্ত কৰি ট্ৰাম নগৰী গঢ়িব আমেৰিকাই, কেনে হ’ব সেই ট্ৰাম্প নগৰী?

১০ লাখ পেলেষ্টাইনীক লিবিয়ালৈ স্থানান্তৰ! গাজাক জেহাদীমুক্ত কৰি ট্ৰাম নগৰী গঢ়িব আমেৰিকাই, কেনে হ’ব সেই ট্ৰাম্প নগৰী?

10 months ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

2 weeks ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

2 weeks ago
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

2 weeks ago
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

2 weeks ago
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

2 weeks ago
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

2 weeks ago
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

2 weeks ago
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

2 weeks ago
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

2 weeks ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

2 weeks ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

2 weeks ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

2 weeks ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, March 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

১০ লাখ পেলেষ্টাইনীক লিবিয়ালৈ স্থানান্তৰ! গাজাক জেহাদীমুক্ত কৰি ট্ৰাম নগৰী গঢ়িব আমেৰিকাই, কেনে হ’ব সেই ট্ৰাম্প নগৰী?

১০ লাখ পেলেষ্টাইনীক লিবিয়ালৈ স্থানান্তৰ! গাজাক জেহাদীমুক্ত কৰি ট্ৰাম নগৰী গঢ়িব আমেৰিকাই, কেনে হ’ব সেই ট্ৰাম্প নগৰী?

editor by editor
May 17, 2025
in জীৱনশৈলী
0
১০ লাখ পেলেষ্টাইনীক লিবিয়ালৈ স্থানান্তৰ! গাজাক জেহাদীমুক্ত কৰি ট্ৰাম নগৰী গঢ়িব আমেৰিকাই, কেনে হ’ব সেই ট্ৰাম্প নগৰী?
0
SHARES
356
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

গাজা দখল কৰাৰ ধমকি পূৰ্বেই দিছিল মাৰ্কিন প্ৰেছিডেণ্ট ড’নাল্ড ট্ৰাম্পে৷ এইবাৰ যুদ্ধজৰ্জৰ গাজাৰ পৰা ১০ লাখ পেলেষ্টাইনী নাগৰিকক লিবিয়ালৈ পঠিয়াই দিব আমেৰিকাই৷ চলিছে তেনে পৰিকল্পাই৷ সম্প্ৰতি এক ভিডিঅ’ সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছিল ট্ৰাম্পে৷ তাতেই মৃত্যুপুৰী গাজা হৈ উঠিছে মায়ানগৰী৷ বতাহত উৰিছে টকা৷ আৰু চহৰজুৰি কেৱল ট্ৰাম্পৰেই প্ৰতিমূৰ্তি৷ এই নতুন গাজা ট্ৰাম্পৰেই৷ ফলত এই খবৰক লৈ জল্পনা বাঢ়িছে যে গাজা খালী কৰাৰ কাম আৰম্ভ কৰিছে আমেৰিকাই৷

বিগত দুদিনত ১২০গৰাকী মানুহৰ মৃত্যু হৈছে গাজাত৷ ইয়াৰ মাজতে দক্ষিণ গাজাৰ খান ইউনিছত বৃহস্পতিবাৰৰ নিশা বোমাবৰ্ষণত মৃত্যু হৈছে ৫৪জনৰ৷ তাৰ পূৰ্বেও বুধবাৰে উত্তৰ আৰু দক্ষিণ গাজা মিলি প্ৰাণ হেৰুৱাইছে অন্তত ৭০গৰাকী লোকে৷ এই পৰিস্থিতিত বিগত শুকুৰবাৰে মাৰ্কিন চেনেল এন বি চি নিউজে এক ৰিপৰ্টত দাবী কৰিছে, ট্ৰাম্প প্ৰশাসনে এটা বিশেষ পৰিকল্পনা কৰিছে৷ আমেৰিকাই ১০ লাখ পেলেষ্টাইনীক গাজাৰ পৰা লিবিয়াত স্থায়ীভাৱে পঠিয়াই দিব৷ ইয়াৰ সলনি ট্ৰাম্প চৰকাৰে লিবিয়াৰ প্ৰাপ্য কোটি কোটি ডলাৰৰ ফাণ্ড দিব৷ যি প্ৰায় এক দশক ধৰি ৰখাই থৈছে আমেৰিকাই৷ ইতিমধ্যেই দুই দেশৰ মাজত আলোচনাও হৈছে এতিয়াও অৱশ্যে চূড়ান্ত চুক্তি হোৱা নাই৷

এই বিষয়টো ইজৰাইলকো জনোৱা হৈছে৷ মাৰ্কিন চৰকাৰৰ এগৰাকী মুখপাত্ৰই এন বি চি নিউজক জনাইছে যে এই ৰিপৰ্ট সঠিক নহয়৷ এতিয়া যি পৰিস্থিতি চলি আছে তাত এইধৰণৰ পৰিকল্পনা বাস্তবায়ন কৰাটো সম্ভৱপৰ নহয়৷ বিগত ফেব্ৰুৱাৰীত আমেৰিকালৈ গৈছিল ইজৰায়েলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহু৷ সেই সময়তেই তেওঁক কাষত লৈ ট্ৰাম্পে হুংকাৰ দিছিল, ‘আমেৰিকাই গাজা দখল কৰিবই৷ পেলেস্তাইনীসকলক অন্যস্থানলৈ পুননিৰ্বাসন দিয়া হব৷ আমি গাজাৰ উন্নতি কৰিম, সংস্কাৰ কৰিম৷ গাজাত যি বোমা, বিস্ফোৰক এতিয়াও আছে সেইসমূহ ধ্বংস কৰিম৷ তাৰপিছতেই কৰ্মস্থানৰ ব্যৱস্থা আৰু আৰ্থিক উন্নতিৰ বাবে কাম কৰিম৷ মানুহৰ মূৰৰ ওপৰত ছাদ দিয়াৰ কাম কৰিম৷ মুঠতে গাজা সম্পূৰ্ণ আমাৰেই হব৷’

তাৰপিছতেই ট্ৰাম্পে শ্বেয়াৰ কৰে বিশেষ এটা ভিডিঅ’৷ এই ভিডিঅ দেখাৰ পাছতেই গাজাৰ ভৱিষ্যতক লৈ প্ৰশ্ন উঠিছে৷ আমেৰিকাৰ এই খবৰে  নতুন সমীকৰণ তৈয়াৰ কৰিছে মধ্যপ্ৰাচ্যত৷ বিশ্লেষকসকলৰ মতে, ট্ৰাম্পে গাজাক লৈ যি ধমকি দিছে সেয়া মুঠেও ভালধৰণে নলয় ইৰাণে৷ গাজাত জেহাদৰ কঁকাল ভাঙি দখল কৰি লোৱা মানেই পাৰমাণৱিক শক্তিধৰ তেহৰাণকো বাৰ্তা দিয়া৷ কাৰণ হামাছ, লেবাননৰ হিজবুল্লা, য়েমেনৰ হাউথিসকলক সহায় কৰাৰ অভিযোগ আছে ইৰাণৰ বিৰুদ্ধে৷ য়েমেনতো আক্ৰমণ তীব্ৰ কৰিছে আমেৰিকাই৷ ইজৰাইলক লগত লৈ এইবাৰ মুকলিকৈ যুদ্ধত নামিব পাৰে ৱাছিংটন বুলি বহুতেই ধাৰণা কৰা পৰিলক্ষিত হৈছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট
জীৱনশৈলী

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

February 22, 2026
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য
জীৱনশৈলী

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

February 22, 2026
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?
জীৱনশৈলী

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

February 22, 2026
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ
জীৱনশৈলী

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

February 22, 2026
Next Post
তিনিদিনীয়া শিশুটিক ৰাস্তাত পাই বুটলি আনিছিল নিঃসন্তান মহিলাগৰাকীয়ে, ১৩ বছৰীয়া সেই পালিত কন্যাই দুই প্ৰেমিকক লৈ হত্যা কৰিলে মাতৃক

তিনিদিনীয়া শিশুটিক ৰাস্তাত পাই বুটলি আনিছিল নিঃসন্তান মহিলাগৰাকীয়ে, ১৩ বছৰীয়া সেই পালিত কন্যাই দুই প্ৰেমিকক লৈ হত্যা কৰিলে মাতৃক

শনিদেৱৰ খুবেই পছন্দৰ এই ৫ৰাশি! সুখে-দুখে, বিপদে-আপদে সকলোসময়তে এওঁলোকক লগ দিয়ে শনিদেৱে

শনিদেৱৰ খুবেই পছন্দৰ এই ৫ৰাশি! সুখে-দুখে, বিপদে-আপদে সকলোসময়তে এওঁলোকক লগ দিয়ে শনিদেৱে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.