• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শনিদেৱৰ খুবেই পছন্দৰ এই ৫ৰাশি! সুখে-দুখে, বিপদে-আপদে সকলোসময়তে এওঁলোকক লগ দিয়ে শনিদেৱে

শনিদেৱৰ খুবেই পছন্দৰ এই ৫ৰাশি! সুখে-দুখে, বিপদে-আপদে সকলোসময়তে এওঁলোকক লগ দিয়ে শনিদেৱে

1 year ago
গৰমত অত্যাধিক চুলি সৰা আৰু খজুৱতি? জানক কিদৰে কৰিব ঠিক

গৰমত অত্যাধিক চুলি সৰা আৰু খজুৱতি? জানক কিদৰে কৰিব ঠিক

2 hours ago
আপুনি অবিহনে থাকিব নোৱাৰিব সংগী, মাত্ৰ মনত ৰাখক এইকেইটা কথা!

আপুনি অবিহনে থাকিব নোৱাৰিব সংগী, মাত্ৰ মনত ৰাখক এইকেইটা কথা!

2 hours ago
নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!

দুপৰীয়া ভাত খালে টোপনি লাগে নেকি? তেন্তে সাৱধান হওক!

3 hours ago
ভাৰতত কেতিয়া আৰু কেনেকৈ আহিছিল ইছলাম?

ভাৰতত কেতিয়া আৰু কেনেকৈ আহিছিল ইছলাম?

5 hours ago
কেটন আগৰৱালা হ*ত্যাকাণ্ডৰ পুনৰাবৃত্তি! 

কেটন আগৰৱালা হ*ত্যাকাণ্ডৰ পুনৰাবৃত্তি! 

5 hours ago
‘দীপিকাই মোক আগবঢ়াইছিল প্ৰেমৰ প্ৰস্তাৱ’ কাৰ এই দাবী?

‘দীপিকাই মোক আগবঢ়াইছিল প্ৰেমৰ প্ৰস্তাৱ’ কাৰ এই দাবী?

6 hours ago
বিশ্বৰ আটাইতকৈ ধনী ফুটবলাৰ কোন?

বিশ্বৰ আটাইতকৈ ধনী ফুটবলাৰ কোন?

6 hours ago
শ্লোভেনিয়ান ফুটবলাৰ পিঠিত শিৱৰ টেটু অংকন, জানক ইয়াৰ আঁৰৰ ৰহস্য

শ্লোভেনিয়ান ফুটবলাৰ পিঠিত শিৱৰ টেটু অংকন, জানক ইয়াৰ আঁৰৰ ৰহস্য

7 hours ago
ঘৰলৈ সমৃদ্ধি আনে সূৰ্যোদয়ৰ ছবিয়ে, কিন্তু লগোৱাৰ আগতে জানি লওক এই গুৰুত্বপূৰ্ণ কথা

ঘৰলৈ সমৃদ্ধি আনে সূৰ্যোদয়ৰ ছবিয়ে, কিন্তু লগোৱাৰ আগতে জানি লওক এই গুৰুত্বপূৰ্ণ কথা

8 hours ago
‘কন্যাই দেৰিকৈ বিয়া হোৱাৰ বাবেই বাঢ়িছে ধ*ৰ্ষণৰ দৰে ঘটনা’

‘কন্যাই দেৰিকৈ বিয়া হোৱাৰ বাবেই বাঢ়িছে ধ*ৰ্ষণৰ দৰে ঘটনা’

8 hours ago
১০০ টকীয়া নোটখনৰ এপিঠিত থকা ছবিখনৰ ৰহস্য আৰু ইতিহাস

১০০ টকীয়া নোটখনৰ এপিঠিত থকা ছবিখনৰ ৰহস্য আৰু ইতিহাস

10 hours ago
বহু সময়লৈ গাখীৰ কেনেকৈ সতেজ কৰি ৰাখিব?

বহু সময়লৈ গাখীৰ কেনেকৈ সতেজ কৰি ৰাখিব?

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, July 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

শনিদেৱৰ খুবেই পছন্দৰ এই ৫ৰাশি! সুখে-দুখে, বিপদে-আপদে সকলোসময়তে এওঁলোকক লগ দিয়ে শনিদেৱে

শনিদেৱৰ খুবেই পছন্দৰ এই ৫ৰাশি! সুখে দুখে বিপদে আপদে সকলোসময়তে এওঁলোকক লগ দিয়ে শনিদেৱে

editor by editor
May 17, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
শনিদেৱৰ খুবেই পছন্দৰ এই ৫ৰাশি! সুখে-দুখে, বিপদে-আপদে সকলোসময়তে এওঁলোকক লগ দিয়ে শনিদেৱে
0
SHARES
2.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
আপোনাৰ কুণ্ডলীত যদি শনিদেৱৰ অৱস্থান শুভ হয় তেতিয়া তেনে ব্যক্তিয়ে ৰাজসুখ, অৰ্থ, সন্মান আৰু ব্যক্তিগত উন্নতি কৰিব পাৰে৷ জ্যোতিষমতে শনিদেৱ কেৱল কঠোৰ শাস্তিদাতাই নহয়, তেওঁ ন্যায়ৰ প্ৰতীক আৰু কৰ্মফলৰ দেৱতা৷ জানি থওক কোন কোন ৰাশিৰ ওপৰত শনিৰ আশীৰ্বাদ সৰ্বদা বিৰাজমান৷
শনিদেৱক কৰ্মফলদাতা বুলি কোৱা হয়৷ বহুতেই শনি শুনিয়েই ভয় কৰে কিন্তু বাস্তৱত শনিদেৱ সকলো সময়তে নেতিবাচক নহয়৷ যিসকলে সৎপথত চলে আৰু ভাল কৰ্ম কৰে তেওঁলোকৰ জীৱনত শনিৰ আশীৰ্বাদ থাকে৷ শনিৰ গতি ধীৰ হলেও তাৰ প্ৰভাৱ গভীৰ আৰু দীৰ্ঘস্থায়ী হয়৷ শনিৰ চাৰেসাতিৰ সময়ত সমস্যাত পৰে বহু ৰাশি৷ কিন্তু এই সময়েই মানুহক জীৱনৰ প্ৰকৃত শিক্ষা দিয়ে৷ যদি কুণ্ডলীত শনি শুভভাৱে অৱস্থান কৰে তেতিয়া জীৱনত সন্মান, ধনসম্পদ আৰু উন্নতিৰ দুৱাৰ খুলি যায়৷ কোন কোন ৰাশিৰ ওপৰত শনিৰ আশীৰ্বাদ থাকে?
মকৰ আৰু কুম্ভ ৰাশিৰ শনি স্ব-মালিক মকৰ আৰু কুম্ভ ৰাশিৰ৷ সেয়ে এই দুই ৰাশিৰ জাতকৰ ওপৰত শনিৰ কৃপা স্বাভাৱিকভাৱেই বেছি থাকে৷ ইয়াৰোপৰি এনে কিছু ৰাশিও আছে যাৰ ওপৰত শনি সকলো সময়তে সদয় থাকে৷ শনিৰ আশীৰ্বাদত এই ৰাশিৰ জাতকে জীৱনত সুখ, সাফল্য আৰু ধনসম্পদ লাভ কৰে৷

বৃষ ৰাশি

বৃষ ৰাশিৰ অধিপতি শুক্ৰ, যাৰ সৈতে শনিৰ সম্পৰ্ক শুভ৷ বৃষ ৰাশিৰ জাতক শনিৰ কৃপাত লাভৱান হয়৷ জীৱনত নানান বাধা আহিলেও তেওঁলোকে দৃঢ়ভাৱে সেয়া মোকাবিলা কৰে৷ পৰিয়াল আৰু কেৰিয়াৰৰ ভাৰসাম্য বৰ্তি থাকে আৰু আৰ্থিক উন্নতি ঘটে৷

তুলা ৰাশি

তুলা ৰাশিত শনিয়ে উচ্চস্থান লাভ কৰে৷ যদি কুণ্ডলিত শনি শুভ স্থানত থাকে তেন্তে তুলা ৰাশিৰ জাতকৰ জীৱনত বহু শুভ ফল আহেই৷ তেওঁলোকৰ কষ্ট বেছি দিন স্থায়ী নহয় আৰু তেওঁলোকে দ্ৰুত সফলতা অৰ্জন কৰে৷ সামাজিক সন্মান আৰু আৰ্থিক স্থিতিও বৰ্তি থাকে৷

ধনু ৰাশি

এই ৰাশিৰ অধিপতি বৃহস্পতি৷ যাৰ সৈতে শনিৰ বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছে৷ ধনু ৰাশিৰ জাতকৰ ওপৰত শনিৰ কৃপা সদায় বৰ্ষণ হয়৷ চাৰেসাতি চলিলেও তেওঁলোকৰ জীৱনত সুখ সমৃদ্ধি আৰু আৰ্থিক উন্নতি হয়৷ এই জাতক পৰিশ্ৰমী হয়৷ তেওঁলোকে পৰিশ্ৰমৰ বলতেই সফলতা অৰ্জন কৰে৷

মকৰ ৰাশি

মকৰ ৰাশিৰ অধিপতি স্বয়ং শনিদেৱ৷ ফলত এই ৰাশিৰ জাতকৰ জীৱনত শনিৰ প্ৰভাৱ অত্যন্ত গুৰুত্বপূৰ্ণ৷ চাৰেসাতিৰ সময়ত তেওঁলোকৰ ওপৰত খুব বেছি কষ্ট নানামে৷ যিসকলে শনিৰ উপাসনা কৰে তেওঁলোকে দ্ৰুত শনিদোষৰ পৰা মুক্তি পায় আৰু সফলতা অৰ্জন কৰে৷

কুম্ভ ৰাশি

কুম্ভও শনিৰ নিজস্ব ৰাশি৷ সেয়ে এই ৰাশিৰ জাতক শনিৰ বিশেষ প্ৰিয় হয়৷ এওঁলোকে সাধাৰণতে আৰ্থিকভাৱে সৱল আৰু জীৱনৰ সকলো সাফল্য এওঁলোকে লাভ কৰে৷ পৰিয়াল, কৰ্মজীৱন আৰু ব্যৱসায়িক স্থিতি বৰ্তি থাকে আৰু সম্মান বৃদ্ধি পায়৷ এইকেইটা ৰাশিৰ জাতকে বাস্তৱত বুজিব পাৰে যে শনি কেৱল বাধা নহয়, বৰং এক ধৈৰ্য্য আৰু অধ্যবসায়ৰ প্ৰতীক৷ যিসকলে নিয়মিত পৰিশ্ৰম আৰু সৎ জীৱনযাপন কৰে তেওঁলোকক শনিয়ে ধন সম্পদ আৰু সামাজিক মৰ্যাদা দিয়ে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গৰমত অত্যাধিক চুলি সৰা আৰু খজুৱতি? জানক কিদৰে কৰিব ঠিক
জীৱনশৈলী

গৰমত অত্যাধিক চুলি সৰা আৰু খজুৱতি? জানক কিদৰে কৰিব ঠিক

July 11, 2026
আপুনি অবিহনে থাকিব নোৱাৰিব সংগী, মাত্ৰ মনত ৰাখক এইকেইটা কথা!
জীৱনশৈলী

আপুনি অবিহনে থাকিব নোৱাৰিব সংগী, মাত্ৰ মনত ৰাখক এইকেইটা কথা!

July 11, 2026
নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!
জীৱনশৈলী

দুপৰীয়া ভাত খালে টোপনি লাগে নেকি? তেন্তে সাৱধান হওক!

July 11, 2026
ভাৰতত কেতিয়া আৰু কেনেকৈ আহিছিল ইছলাম?
ভাৰত

ভাৰতত কেতিয়া আৰু কেনেকৈ আহিছিল ইছলাম?

July 11, 2026
Next Post
প্ৰস্ৰাৱত গতি দুৰ্বল? নিশা ঘনাই প্ৰস্ৰাৱ লগা, আঁৰত থাকিব পাৰে শৰীৰৰ এই অংগৰ কৰ্কট, কি কি লক্ষণে দেখা দিলে চিকিৎসকৰ পৰামৰ্শ ল’ব?

প্ৰস্ৰাৱত গতি দুৰ্বল? নিশা ঘনাই প্ৰস্ৰাৱ লগা, আঁৰত থাকিব পাৰে শৰীৰৰ এই অংগৰ কৰ্কট, কি কি লক্ষণে দেখা দিলে চিকিৎসকৰ পৰামৰ্শ ল’ব?

কাইলৈ ঘৰ সলনি কৰিব ৰাহুৱে, ১৮ মে’ৰ পৰা ভাৱিব নোৱৰা উন্নতি কৰিব এই ৪ৰাশিৰ জাতক জাতিকাই

কাইলৈ ঘৰ সলনি কৰিব ৰাহুৱে, ১৮ মে’ৰ পৰা ভাৱিব নোৱৰা উন্নতি কৰিব এই ৪ৰাশিৰ জাতক জাতিকাই

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.