• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰস্ৰাৱত গতি দুৰ্বল? নিশা ঘনাই প্ৰস্ৰাৱ লগা, আঁৰত থাকিব পাৰে শৰীৰৰ এই অংগৰ কৰ্কট, কি কি লক্ষণে দেখা দিলে চিকিৎসকৰ পৰামৰ্শ ল’ব?

প্ৰস্ৰাৱত গতি দুৰ্বল? নিশা ঘনাই প্ৰস্ৰাৱ লগা, আঁৰত থাকিব পাৰে শৰীৰৰ এই অংগৰ কৰ্কট, কি কি লক্ষণে দেখা দিলে চিকিৎসকৰ পৰামৰ্শ ল’ব?

1 year ago
দুলীপ ট্ৰফীৰ ফাইনেলত ঈশান কিষাণৰ ২৫০ ৰানৰ বিস্ফোৰক ইনিংছ

দুলীপ ট্ৰফীৰ ফাইনেলত ঈশান কিষাণৰ ২৫০ ৰানৰ বিস্ফোৰক ইনিংছ

1 hour ago
বিক্ৰী হ’ব লণ্ডনত থকা ইৰানৰ ছুপ্ৰীম লীডাৰ মোজতাবাৰ দুটাকৈ বিলাসী বাংলো!

বিক্ৰী হ’ব লণ্ডনত থকা ইৰানৰ ছুপ্ৰীম লীডাৰ মোজতাবাৰ দুটাকৈ বিলাসী বাংলো!

2 hours ago
দুবছৰ পূৰ্বে শেষকৃত্য সম্পন্ন কৰা কন্যা হঠাতে জীৱিত অৱস্থাত উভতিল ঘৰলৈ

দুবছৰ পূৰ্বে শেষকৃত্য সম্পন্ন কৰা কন্যা হঠাতে জীৱিত অৱস্থাত উভতিল ঘৰলৈ

2 hours ago
আগন্তুক সপ্তাহত এই দুই ৰাশিৰ বাঢ়িব উপাৰ্জন

আগন্তুক সপ্তাহত এই দুই ৰাশিৰ বাঢ়িব উপাৰ্জন

2 hours ago
দক্ষিণ-পূব এছিয়াত কোনো দেশে কৰিব নোৱাৰা কাম কৰিলে ভূটানে

দক্ষিণ-পূব এছিয়াত কোনো দেশে কৰিব নোৱাৰা কাম কৰিলে ভূটানে

3 hours ago
দিল্লীত পকেটমাৰ বুলি আৰক্ষীয়ে ধৰিছিল এইজন অভিনেতাক

দিল্লীত পকেটমাৰ বুলি আৰক্ষীয়ে ধৰিছিল এইজন অভিনেতাক

3 hours ago
‘পত্নীক পৰপুৰুষৰ সৈতে বন্ধকোঠাত দেখাটোৱে ব্যভিচাৰৰ প্ৰমাণ নকৰে’

‘পত্নীক পৰপুৰুষৰ সৈতে বন্ধকোঠাত দেখাটোৱে ব্যভিচাৰৰ প্ৰমাণ নকৰে’

4 hours ago
৮ম দৰমহা আয়োগত কিমান হ’ব পাৰে পিয়ন, শিক্ষক আৰু বিষয়াৰ দৰমহা?

৮ম দৰমহা আয়োগত কিমান হ’ব পাৰে পিয়ন, শিক্ষক আৰু বিষয়াৰ দৰমহা?

4 hours ago
বিগত কেইবছৰমানত ৰাজ্যত ড্ৰা*গছৰ পৰিণতিত হোৱা কেইটামান নৃ*শংস হ*ত্যাকাণ্ড

বিগত কেইবছৰমানত ৰাজ্যত ড্ৰা*গছৰ পৰিণতিত হোৱা কেইটামান নৃ*শংস হ*ত্যাকাণ্ড

6 hours ago
এটা আধৰুৱা ফোনকল আৰু সকলো শেষ…

এটা আধৰুৱা ফোনকল আৰু সকলো শেষ…

7 hours ago
বিষাক্ত সুৰা সেৱন কৰি বিজেপি নেতাকে ধৰি ১১ জনৰ মৃ*ত্যু

বিষাক্ত সুৰা সেৱন কৰি বিজেপি নেতাকে ধৰি ১১ জনৰ মৃ*ত্যু

8 hours ago
এই দুই বিশেষ ৰাশিৰ লোকৰ বাবে আজিৰ দিনটো বিশেষ গুৰুত্বপূৰ্ণ

এই দুই বিশেষ ৰাশিৰ লোকৰ বাবে আজিৰ দিনটো বিশেষ গুৰুত্বপূৰ্ণ

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী স্বাস্থ্য

প্ৰস্ৰাৱত গতি দুৰ্বল? নিশা ঘনাই প্ৰস্ৰাৱ লগা, আঁৰত থাকিব পাৰে শৰীৰৰ এই অংগৰ কৰ্কট, কি কি লক্ষণে দেখা দিলে চিকিৎসকৰ পৰামৰ্শ ল’ব?

প্ৰস্ৰাৱত গতি দুৰ্বল? নিশা ঘনাই প্ৰস্ৰাৱ লগা, আঁৰত থাকিব পাৰে শৰীৰৰ এই অংগৰ কৰ্কট, কি কি লক্ষণে দেখা দিলে চিকিৎসকৰ পৰামৰ্শ ল’ব?

editor by editor
May 17, 2025
in স্বাস্থ্য
0
প্ৰস্ৰাৱত গতি দুৰ্বল? নিশা ঘনাই প্ৰস্ৰাৱ লগা, আঁৰত থাকিব পাৰে শৰীৰৰ এই অংগৰ কৰ্কট, কি কি লক্ষণে দেখা দিলে চিকিৎসকৰ পৰামৰ্শ ল’ব?
0
SHARES
2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰষ্টেট গ্ৰন্থি পুৰুষৰ প্ৰজননতন্ত্ৰৰ এক গুৰুত্বপূৰ্ণ অংশ৷ এই গ্ৰন্থিয়ে বীৰ্য তৈয়াৰত সহায় কৰে৷ বয়স বঢ়াৰ লগে লগেই এই গ্ৰন্থিৰ কৰ্কট হোৱাৰ আশংকা বাঢ়ে পুৰুষৰ৷ সাধাৰণতে প্ৰষ্টেট কৰ্কট ধীৰে ধীৰে বৃদ্ধি পায় আৰু প্ৰাথমিক পৰ্যায়ত কোনো লক্ষণ দেখা নাযায়৷ কিছু ক্ষেত্ৰত ই কেতিয়াবা দ্ৰুত গতিত বিয়পিও পৰে৷ প্ৰাথমিক পৰ্যায়ত ৰোগ নিৰ্ণয় হ’লে প্ৰষ্টেট কৰ্কটৰ সফল চিকিৎসা সম্ভৱ৷

কেনেকৈ চিনিব এই ৰোগ?

প্ৰষ্টেট কৰ্কটৰ প্ৰাথমিক পৰ্যায়ত তেনে কোনো সুস্পষ্ট উপসৰ্গ দেখা নাযাব পাৰে৷ এই ৰোগ বাঢ়িলে কিছু লক্ষণে দেখা দিব পাৰে৷ কেনে কেইটামান উপসৰ্গ হৈছে-

  • ঘনে ঘৰে প্ৰস্ৰাৱৰ বেগঃ বিশেষকৈ নিশা বাৰে বাৰে প্ৰস্ৰাৱ লগা যেন অনুভৱ কৰা৷
  • প্ৰস্ৰাৱ আৰম্ভ হ’লে বন্ধ নোহোৱাঃ প্ৰস্ৰাৱ আৰম্ভ হওঁতে অস্বস্তি লাগিলেও আৰম্ভণিৰ পাছত সেয়া বন্ধ নোহোৱা৷
  • দুৰ্বল বা লাহে লাহে প্ৰস্ৰাৱ হোৱাঃ প্ৰস্ৰাৱৰ বেগ দুৰ্বল হোৱা অথৱা এবাৰতে প্ৰস্ৰাৱ নহৈ ধীৰে ধীৰে প্ৰস্ৰাৱ হোৱা৷
  • প্ৰস্ৰাৱৰ সময়ত বিষঃ প্ৰস্ৰাৱ কৰাৰ সময়ত জ্বলা-পোৰা কৰা বা অস্বস্তি অনুভৱ কৰা৷
  • প্ৰস্ৰাৱ বা বীৰ্যত তেজঃ প্ৰস্ৰাৱৰ সৈতে অথৱা বীৰ্যৰ সৈতে তেজ যোৱা৷
  • কঁকাল, নিতম্ব বা পেলভিছত বিষঃ কঁকাল, নিতম্ব বা পেলভিছৰ হাড়ত বিষ অনুভৱ কৰা৷
  • ইৰেকটাইল ডিছফাংছনঃ লিঙ্গোত্থানত সমস্যা হোৱা৷
জানি থোৱা জৰুৰী যে এই উপসৰ্গসমূহ অন্যান্য স্বাস্থ্যজনিত সমস্যাৰ কাৰণেও হব পাৰে৷ এই ধৰণৰ কোনো লক্ষণে দেখা দিলে দ্ৰুতভাৱে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দক্ষিণ-পূব এছিয়াত কোনো দেশে কৰিব নোৱাৰা কাম কৰিলে ভূটানে
জীৱনশৈলী

দক্ষিণ-পূব এছিয়াত কোনো দেশে কৰিব নোৱাৰা কাম কৰিলে ভূটানে

September 7, 2026
বিষাক্ত সুৰা সেৱন কৰি বিজেপি নেতাকে ধৰি ১১ জনৰ মৃ*ত্যু
জীৱনশৈলী

বিষাক্ত সুৰা সেৱন কৰি বিজেপি নেতাকে ধৰি ১১ জনৰ মৃ*ত্যু

September 7, 2026
অৰ্শ ৰোগৰ সমস্যাত ভুগিছে নেকি? এইবিধ ফুলে দূৰ কৰিব আপোনাৰ সমস্যা
জীৱনশৈলী

অৰ্শ ৰোগৰ সমস্যাত ভুগিছে নেকি? এইবিধ ফুলে দূৰ কৰিব আপোনাৰ সমস্যা

September 6, 2026
শৰীৰৰ Private parts-ক নকৰিব আওকাণ, ৯৯% লোকে নাজানে সঠিক যতন
জীৱনশৈলী

শৰীৰৰ Private parts-ক নকৰিব আওকাণ, ৯৯% লোকে নাজানে সঠিক যতন

September 5, 2026
Next Post
কাইলৈ ঘৰ সলনি কৰিব ৰাহুৱে, ১৮ মে’ৰ পৰা ভাৱিব নোৱৰা উন্নতি কৰিব এই ৪ৰাশিৰ জাতক জাতিকাই

কাইলৈ ঘৰ সলনি কৰিব ৰাহুৱে, ১৮ মে’ৰ পৰা ভাৱিব নোৱৰা উন্নতি কৰিব এই ৪ৰাশিৰ জাতক জাতিকাই

খবৰ পাইছেনে, ২০৫ যাত্ৰীসহ পাইলট অবিহনে ১০ মিনিট মাজ আকাশত উৰি থাকিল বিমান, কিন্তু..

খবৰ পাইছেনে, ২০৫ যাত্ৰীসহ পাইলট অবিহনে ১০ মিনিট মাজ আকাশত উৰি থাকিল বিমান, কিন্তু..

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.