• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভৱিষ্যদ্ৰষ্টাৰ দাবী, পৃথিৱীৰ পৰা হঠাতে ২০ লক্ষ লোক অন্তৰ্ধান হ’ব! কিন্তু কিয়?

4 years ago
বক্ৰী হ’ব শনি, সম্পূৰ্ণ ১৩৮ দিন ধৰি সুখ-সাফল্য ৩ ৰাশিৰ, ভাগ্য চমকিব দীপাৱলি পৰ্যন্ত

13 minutes ago
১০০০ কোটিৰ ধুৰন্ধৰ-২ ত অভিনয় কৰিছে তেওঁ, কিন্তু ছবি চাবলৈ টিকটৰ টকা নাই বদৰুলৰ, তেওঁৰ মন্তব্য শুনিলে চকু সেমেকি উঠিব আপোনাৰো

38 minutes ago
তামিলনাডুৰ নিৰ্বাচত জয়ী হ’লে মুখ্যমন্ত্ৰী হ’ব খোজে বিজয়! চৰকাৰ আহিলে প্ৰতিমহিলাক ২৫০০ টকা, প্ৰতিটো পৰিয়ালক ৬টাকৈ LPG চিলিণ্ডাৰ, আৰু কি কি প্ৰতিশ্ৰুতি?

59 minutes ago
PNB ৰ পৰা ৫০ লাখ টকাৰ হোম লোন পাবলৈ দৰমহা কিমান হোৱা উচিত? EMI কিমান হ’ব?

1 hour ago
পোষ্ট অফিচৰ ১২ মাহৰ TDত ২,০০,০০০ টকা জমা ৰাখিলে আপুনি কিমান সুদ পাব?

2 hours ago
কাইলৈৰ ৰাশিফলঃ নৱৰাত্ৰিৰ অষ্টম দিনত মা লক্ষ্মীৰ সৈতে মহাগৌৰীৰ কৃপা ৫ৰাশিত

গৰ্ভাৱস্থাৰ সামান্য ভুলেও বঢ়াই অটিজমৰ আশংকা! কি কি বিষয়ত সতৰ্ক হ’ব? কি কয় বিশেষজ্ঞই?

3 hours ago
ধন, টকা-পইছা অইন একো খেলিমেলি নাই, পত্নী লুকুৱাইহে বিপদত ৰমাকান্ত, মনোনয়ন পত্ৰ দাখিলত কি ভুল কৰিলে ৰমাকান্তই?

১০ মিনিটৰ মৌন প্ৰাৰ্থনা, গায়ত্ৰী মন্ত্ৰ পাঠ, ৰীতি-নীতিৰ মাজেৰে শেষ বিদায় হৰিশ ৰানাক

4 hours ago
এনাৰ্জি লকডাউন কি? আকৌ কি লকডাউনৰ সম্ভাৱনা? হঠাৎ ইমান বছৰৰ পাছত কিয় ট্ৰেণ্ডিঙত এই শব্দ?

এপ্ৰিলে সুসময় কঢ়িয়াই আনিব এইসকল লোকৰ বাবে, অৰ্থনৈতিকভাৱে শক্তিশালী হ’ব এই ৪ৰাশিৰ জাতক

5 hours ago
হৰমুজ খুলিব লাগিব, ১৫টা চৰ্ত বান্ধি যুদ্ধ বিৰতিৰ অফাৰ ট্ৰাম্পৰ, ৰাজী হ’ব নে ইৰান?

  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, March 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

ভৱিষ্যদ্ৰষ্টাৰ দাবী, পৃথিৱীৰ পৰা হঠাতে ২০ লক্ষ লোক অন্তৰ্ধান হ’ব! কিন্তু কিয়?

editor by editor
May 13, 2022
in বিবিধ
0
ভৱিষ্যদ্ৰষ্টাৰ দাবী, পৃথিৱীৰ পৰা হঠাতে ২০ লক্ষ লোক অন্তৰ্ধান হ’ব! কিন্তু কিয়?
0
SHARES
325
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

হলিউদৰ চুপাৰ হিৰো চিনেমাসমূহত কিছুমান ভৱিষ্যদ্ৰষ্টাই পৃথিৱীৰ ভৱিষ্যদ্বাণী কৰা দেখা যায়৷ অৰ্থাৎ সময় ভ্ৰমণ (Time Travelling)ক মূল বিষয়বস্তু হিচাপে লৈ নিৰ্মিত এই ছবিসমূহত পৃথিৱীত অদূৰ ভৱিষ্যতে কি ঘটিব বা ঘটিব পাৰে সেই বিষয়ে চিত্ৰায়ণ কৰা হয়৷ অৱেশ্যে মানুহে উক্ত ছবিসমূহক কল্পকাহিনী হিচাপেই উপভোগ কৰি আহিছে৷

কিন্তু এইবাৰ তেনে কল্পকাহিনীক বাস্তৱ বুলি দাবী কৰা লোকো উলাইছে৷ লোকজনে দাবী কৰিছে যে তেওঁ ভৱিষ্যৎ ভ্ৰমণৰ পৰা উভতি আহিছে৷ আৰু সেয়ে তেওঁ অদূৰ ভৱিষ্যতে কি ঘটিব পাৰে সেয়া তেওঁ এতিয়াই ক’ব পাৰে!

লোকজনে দাবী কৰিছে যে মাত্ৰ কেইটামান মাহৰ ভিতৰতে পৃথিৱীৰ পৰা কে’বালক্ষ মানুহ বহু অদৃশ্য হৈ পৰিব৷ লিঅ’নাৰ্ড নামৰ লোকজনে দাবী কৰিছে যে চলিত বৰ্ষৰ আগষ্টত পৃথিৱীৰ পৰা ২০ লাখ মানুহ অন্তৰ্ধান হৈ পৰিব৷

লগতে পঢ়ক পাইলট মাতৃ-পুত্ৰৰ দৃশ্যই অন্তৰ চুইছে লক্ষ লক্ষ লোকৰ! চাওক আহক ভিডিঅ’টো

টিকটকাৰ লিঅ’নাৰ্ডে টিকটক একাউণ্টৰ এক ভিডিঅ’ত এই দাবী কৰি কৈছে যে তেওঁ কোহি নামৰ এগৰাকী ভৱিষ্যৎ ভ্ৰমণকাৰীয়ে এক ডকুমেণ্টত ২০২২ চনত কে’বাটাও আচৰিত ঘটনা সংঘটিত হ’ব বুলি দাবী কৰিছে৷

ভাইৰেল ভিডিঅ’টোৰ মতে ২০২২ চনৰ জুলাই মাহত আমেৰিকা যুক্তৰাষ্ট্ৰত অতি উচ্চ প্ৰাৱল্যৰ ভূমিকম্প হ’ব আৰু পৃথিৱীখন দুটা ভাগত বিভক্ত হৈ পৰিব৷ ইয়াৰ পিছতে ৯ আগষ্টত ৰহস্যজনকভাৱে পৃথিৱীৰ পৰা ২০ লাখ মানুহ অদৃশ্য হৈ পৰিব৷

তেওঁ লগতে দাবী কৰিছে যে চলিত বৰ্ষৰ ৩ অক্টোবৰত ষ্ট’কাৰ নামৰ অদ্ভূত প্ৰাণীবোৰে পৃথিৱীত আক্ৰমণ কৰিব।

লগতে পঢ়ক কিশোৰী কন্যাক যৌন শোষণৰ বলি, গৰ্ভপাত কৰোৱাই সতীৰ্থসহ গ্ৰেপ্তাৰ হ’ল পিতৃ

কিমান সত্য এই দাবী?

ভাইৰেল হোৱা ভিডিঅ’টোৰ এই দাবীবোৰ সত্য নে? কোহিৰ অনুৰাগীসকলে এই দাবীক সত্য বুলি বিশ্বাস কৰিলেও আচলতে এই দাবীৰ কোনো সত্যতা নাই৷

কিন্তু টিকটকাৰ কোহিৰ অনুৰাগীসকলে এই অদ্ভূট দাবীক সত্য বুলি বিশ্বাস কৰি ভগৱানৰ শৰণাপন্ন হোৱা দেখা গৈছে৷ অনুৰাগীসকলৰ মতে এই দুৰ্ভিক্ষৰ পৰা কেৱল ইশ্বৰেহে মানৱকুলক ৰক্ষা কৰিব পাৰিব৷ আনহাতে, সচেতন লোকসকলে কোহিৰ এই দাবীক উপহাস কৰাহে দেখা গৈছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamtime travelviral news
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১০০০ কোটিৰ ধুৰন্ধৰ-২ ত অভিনয় কৰিছে তেওঁ, কিন্তু ছবি চাবলৈ টিকটৰ টকা নাই বদৰুলৰ, তেওঁৰ মন্তব্য শুনিলে চকু সেমেকি উঠিব আপোনাৰো
চিনেমা

March 25, 2026
তামিলনাডুৰ নিৰ্বাচত জয়ী হ’লে মুখ্যমন্ত্ৰী হ’ব খোজে বিজয়! চৰকাৰ আহিলে প্ৰতিমহিলাক ২৫০০ টকা, প্ৰতিটো পৰিয়ালক ৬টাকৈ LPG চিলিণ্ডাৰ, আৰু কি কি প্ৰতিশ্ৰুতি?
জীৱনশৈলী

তামিলনাডুৰ নিৰ্বাচত জয়ী হ’লে মুখ্যমন্ত্ৰী হ’ব খোজে বিজয়! চৰকাৰ আহিলে প্ৰতিমহিলাক ২৫০০ টকা, প্ৰতিটো পৰিয়ালক ৬টাকৈ LPG চিলিণ্ডাৰ, আৰু কি কি প্ৰতিশ্ৰুতি?

March 25, 2026
১০ মিনিটৰ মৌন প্ৰাৰ্থনা, গায়ত্ৰী মন্ত্ৰ পাঠ, ৰীতি-নীতিৰ মাজেৰে শেষ বিদায় হৰিশ ৰানাক
জীৱনশৈলী

১০ মিনিটৰ মৌন প্ৰাৰ্থনা, গায়ত্ৰী মন্ত্ৰ পাঠ, ৰীতি-নীতিৰ মাজেৰে শেষ বিদায় হৰিশ ৰানাক

March 25, 2026
এনাৰ্জি লকডাউন কি? আকৌ কি লকডাউনৰ সম্ভাৱনা? হঠাৎ ইমান বছৰৰ পাছত কিয় ট্ৰেণ্ডিঙত এই শব্দ?
জীৱনশৈলী

এনাৰ্জি লকডাউন কি? আকৌ কি লকডাউনৰ সম্ভাৱনা? হঠাৎ ইমান বছৰৰ পাছত কিয় ট্ৰেণ্ডিঙত এই শব্দ?

March 25, 2026
Next Post
ছলমানৰ ভাতৃৰ ২৪ বছৰীয়া বিবাহৰ বিচ্ছেদ! ৰোহিত শৰ্মাৰে চোহেল খানৰ পত্নীৰ সম্পৰ্ক কি?

চৰ্চাৰ কেন্দ্ৰ বিন্দুত কিয় বিজয় আৰু অনন্যা? বিজয়ক কি বুলি ক’লে অনন্যাই?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন