• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ছলমানৰ বাবে কইনা বিচাৰি বিয়া পাতি দিব অনিৰুদ্ধাচাৰ্যই, বিগ বছত সকলোৰে আগত ক’লে এই কথা

ছলমানৰ বাবে কইনা বিচাৰি বিয়া পাতি দিব অনিৰুদ্ধাচাৰ্যই, বিগ বছত সকলোৰে আগত ক’লে এই কথা

2 years ago
এবছৰৰ বাবে নিষিদ্ধ হ’ল গুটখা, চিগাৰেটৰ বিক্ৰী-উৎপাদন

এবছৰৰ বাবে নিষিদ্ধ হ’ল গুটখা, চিগাৰেটৰ বিক্ৰী-উৎপাদন

25 minutes ago
সঁচাকৈয়ে গৰ্ভৱতী সাংবাদিকক ঠেলিছিল নেকি ৰাহুল গান্ধীয়ে?

সঁচাকৈয়ে গৰ্ভৱতী সাংবাদিকক ঠেলিছিল নেকি ৰাহুল গান্ধীয়ে?

57 minutes ago
বিজেপি নেতাৰ গৃহত ডকাইতি

বিজেপি নেতাৰ গৃহত ডকাইতি

2 hours ago
পুনৰ লাডাখৰ ২৮টাকৈ স্থান চীনৰ বুলি দাবী

পুনৰ লাডাখৰ ২৮টাকৈ স্থান চীনৰ বুলি দাবী

2 hours ago
ব্যৱসায়ী শিৱ শৰ্মাৰ মৃ*ত্যুৰ ৰহস্য!

ব্যৱসায়ী শিৱ শৰ্মাৰ মৃ*ত্যুৰ ৰহস্য!

3 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

বুধবাৰে কোন কোন ৰাশিৰ ভাগ্য উজলিব? জানক ১২টা ৰাশিৰ ভাগ্য

5 hours ago
প্ৰতিদিনে এটা মধুৰিআম খালে শৰীৰত দেখিব আচৰিত প্ৰভাৱ!

প্ৰতিদিনে এটা মধুৰিআম খালে শৰীৰত দেখিব আচৰিত প্ৰভাৱ!

5 hours ago
প্ৰেমত হাবুডুবু খাব সংগী, মাত্ৰ সলনি কৰক এইকেইটা অভ্যাস!

সম্পৰ্কত নাথাকে তিক্ততা, মৰম দিব বিচাৰিব স্বামীয়ে, মাত্ৰ অনুসৰণ কৰক এই টিপছ!

5 hours ago
চাকৰি বিচাৰি হাবাথুৰি খাইছে যুৱপ্ৰজন্মই! ভাৰতৰ নিবনুৱা হাৰ কিমান?

চাকৰি বিচাৰি হাবাথুৰি খাইছে যুৱপ্ৰজন্মই! ভাৰতৰ নিবনুৱা হাৰ কিমান?

6 hours ago
বিপদে লগ এৰা নাই অমৃতপ্ৰভাক, আদালতৰ চৰ্ত উলংঘা কৰিলে বাতিল হ’ব জামিন

বিপদে লগ এৰা নাই অমৃতপ্ৰভাক, আদালতৰ চৰ্ত উলংঘা কৰিলে বাতিল হ’ব জামিন

6 hours ago
Kidney damage: পানী সেৱনৰ পিছতো ভাগৰুৱা? এই ৮টা লক্ষণে দিয়ে বৃক্কৰ সমস্যাৰ ইংগিত

Kidney damage: পানী সেৱনৰ পিছতো ভাগৰুৱা? এই ৮টা লক্ষণে দিয়ে বৃক্কৰ সমস্যাৰ ইংগিত

7 hours ago
দুৰ্গা পূজাৰ পূৰ্বে ভাল খবৰ পাব ৩ ৰাশিৰ লোকে, মুকলি হ’ব নতুন পথ!

দুৰ্গা পূজাৰ পূৰ্বে ভাল খবৰ পাব ৩ ৰাশিৰ লোকে, মুকলি হ’ব নতুন পথ!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

ছলমানৰ বাবে কইনা বিচাৰি বিয়া পাতি দিব অনিৰুদ্ধাচাৰ্যই, বিগ বছত সকলোৰে আগত ক’লে এই কথা

editor by editor
October 6, 2024
in বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
ছলমানৰ বাবে কইনা বিচাৰি বিয়া পাতি দিব অনিৰুদ্ধাচাৰ্যই, বিগ বছত সকলোৰে আগত ক’লে এই কথা
0
SHARES
184
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ছলমানৰ বাবে কইনা বিচাৰি বিয়া পাতি দিব অনিৰুদ্ধাচাৰ্যই, বিগ বছত সকলোৰে আগত ক’লে এই কথা

ছুপাৰষ্টাৰ ছলমান খানৰ ৰিয়েলিটি শ্ব’ ‘বিগ বছ ১৮’ আজিৰে পৰা আৰম্ভ হবলৈ সাজু হৈছে। প্ৰতিবাৰৰ দৰে এইবাৰো ভাইজানেই অনুষ্ঠানটোত ঘোষক হিচাপে আছে। আজি অৰ্থাৎ ৬ অক্টোবৰৰ পৰা নিশা ৯ বজাৰ পৰা আৰম্ভ হ’ব ‘বিগ বছ’ৰ ১৮ সংখ্যক ছিজন। ইফালে, মেকাৰসকলে শ্ব’টোৰ এটা প্ৰ’ম’ শ্বেয়াৰ কৰিছে, য’ত আধ্যাত্মিক গুৰু অনিৰুদ্ধাচাৰ্য মহাৰাজকো দেখা গৈছে।

জিঅ’ চিনেমাৰ অফিচিয়েল ইনষ্টাগ্ৰাম হেণ্ডেলত শ্বেয়াৰ কৰা হৈছে ‘বিগ বছ ১৮’ৰ প্ৰ’ম’। ভিডিঅ’টোত দেখা গৈছে যে অনিৰুদ্ধাচাৰ্য মহাৰাজে ছলমান খানৰ বাবে ছোৱালী বিচাৰি উলিওৱাৰ কথা কৈছে। ইয়াৰ লগতে ভিডিঅ’টোত এজন প্ৰতিযোগীৰ আভাসো দেখা যায় যদিও তেওঁৰ সম্পূৰ্ণ মুখখন দেখা নাযায়।

প্ৰমোত অনিৰুদ্ধাচাৰ্য মহাৰাজে প্ৰতিযোগীক সুধিছে, ‘আপুনি ইয়ালৈ কি উদ্দেশ্যেৰে আহিছে? তেওঁ উত্তৰ দিয়ে যে ‘ৰাজনীতিত মানুহবোৰ বৰ লোভী৷ আমাৰ লোভ যে অধিক সংখ্যক মানুহে আমাক চিনি পাব লাগে। স্বামীজীয়ে সুধিছে, ‘আপুনি বিয়া হৈ গৈছে নেকি?’ তেওঁ উত্তৰ দিয়ে, ‘এতিয়াও নহয়, মই ছলমান ভাইতকৈ সৰু।’

ইয়াৰ পিছত অনিৰুদ্ধাচাৰ্য মহাৰাজে ধেমালিতে কয়, ‘আপোনালোক দুয়োৰে বাবে ছোৱালী বিচাৰিব লাগিব, এগৰাকী আপোনাৰ বাবে আৰু এগৰাকী ছলমান খানৰ বাবে। ইয়াৰ পিছত আধ্যাত্মিক গুৰু অনিৰুদ্ধাচাৰ্যই ধেমালিতে কয়, ‘মই যি আনিম সেয়া পলাই নাযায়।’

এই কথাৰ সুৰতে সুৰ মিলাই ধেমালীতে ছলমান খানে কয়, ‘আমি কেৱল পলাই যোৱা ছোৱালীহে বিচাৰো।’ জানিব পৰা মতে, ‘বিগ বছ ১৮’ৰ চেটত উপনীত হোৱা অনিৰুদ্ধাচাৰ্য মহাৰাজে ছলমান খানক গীতা উপহাৰ দিয়ে।

উল্লেখ্য যে, এইবাৰৰ অনুষ্ঠানটোত সকলো অংশগ্ৰহণকাৰীৰে বিষয়ে জানিব পৰা হোৱা নাই, যদিও টিভি অভিনেত্ৰী নিয়া শৰ্মা, ভিভিয়ান ডিচেনা আৰু এলিছ কৌশিক। বলীউডৰ অভিনেত্ৰী শিল্পা শিৰোডকাৰো এইবাৰ এই অনুষ্ঠানত অংশ ল’ব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: AniruddhacharyaBig Boss 18BigBossSalmanKhan
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এবছৰৰ বাবে নিষিদ্ধ হ’ল গুটখা, চিগাৰেটৰ বিক্ৰী-উৎপাদন
জীৱনশৈলী

এবছৰৰ বাবে নিষিদ্ধ হ’ল গুটখা, চিগাৰেটৰ বিক্ৰী-উৎপাদন

October 13, 2026
সঁচাকৈয়ে গৰ্ভৱতী সাংবাদিকক ঠেলিছিল নেকি ৰাহুল গান্ধীয়ে?
ৰাজনীতি

সঁচাকৈয়ে গৰ্ভৱতী সাংবাদিকক ঠেলিছিল নেকি ৰাহুল গান্ধীয়ে?

October 13, 2026
বিজেপি নেতাৰ গৃহত ডকাইতি
ৰাজনীতি

বিজেপি নেতাৰ গৃহত ডকাইতি

October 13, 2026
পুনৰ লাডাখৰ ২৮টাকৈ স্থান চীনৰ বুলি দাবী
ভাৰত

পুনৰ লাডাখৰ ২৮টাকৈ স্থান চীনৰ বুলি দাবী

October 13, 2026
Next Post
আজিয়েই ঘৰলৈ আনক এই ৯ সামগ্ৰী, গোটেই বছৰটোতে হৈ থাকিব ধনৰ বৰষুণ

আজিয়েই ঘৰলৈ আনক এই ৯ সামগ্ৰী, গোটেই বছৰটোতে হৈ থাকিব ধনৰ বৰষুণ

নিশা তিয়াই থৈ পুৱা সেৱন কৰক, চৰ্বি কমোৱাৰ লগতে সহায় কৰিব বিভিন্ন ৰোগ নিৰাময়ত

নিশা তিয়াই থৈ পুৱা সেৱন কৰক, চৰ্বি কমোৱাৰ লগতে সহায় কৰিব বিভিন্ন ৰোগ নিৰাময়ত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.