• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নিশা তিয়াই থৈ পুৱা সেৱন কৰক, চৰ্বি কমোৱাৰ লগতে সহায় কৰিব বিভিন্ন ৰোগ নিৰাময়ত

নিশা তিয়াই থৈ পুৱা সেৱন কৰক, চৰ্বি কমোৱাৰ লগতে সহায় কৰিব বিভিন্ন ৰোগ নিৰাময়ত

2 years ago
৮ মাহৰ গৰ্ভৱতী হৈও শ্বুটিঙত ব্যস্ত এইগৰাকী ছুপাৰষ্টাৰ অভিনেত্ৰী

৮ মাহৰ গৰ্ভৱতী হৈও শ্বুটিঙত ব্যস্ত এইগৰাকী ছুপাৰষ্টাৰ অভিনেত্ৰী

39 minutes ago
চলিত বৰ্ষৰ শেষৰ ফালে ৰাজনৈতিক চাপ বাঢ়িব নেকি মোদীৰ?

চলিত বৰ্ষৰ শেষৰ ফালে ৰাজনৈতিক চাপ বাঢ়িব নেকি মোদীৰ?

2 hours ago
SBIত ওলাইছে চাকৰি, জানক ১,৫৩৮টা পদৰ বাবে ক’ত, কেনেকৈ কৰিব আবেদন

SBIত ওলাইছে চাকৰি, জানক ১,৫৩৮টা পদৰ বাবে ক’ত, কেনেকৈ কৰিব আবেদন

3 hours ago
নিশা earbudত গান শুনি শুই যোৱাৰ অভ্যাস নেকি?

নিশা earbudত গান শুনি শুই যোৱাৰ অভ্যাস নেকি?

3 hours ago
৩৫ লাখৰ বেগ, ২১ লাখৰ ঘড়ী, ৬ হাজাৰটকীয়া ছাতিৰ মাজতো জিলিকিল অসমৰ এৰি সূতাৰ শাড়ী

৩৫ লাখৰ বেগ, ২১ লাখৰ ঘড়ী, ৬ হাজাৰটকীয়া ছাতিৰ মাজতো জিলিকিল অসমৰ এৰি সূতাৰ শাড়ী

4 hours ago
‘মই নৰেন্দ্ৰ নামটোকে ঘিণ কৰিবলৈ লৈছো’

‘মই নৰেন্দ্ৰ নামটোকে ঘিণ কৰিবলৈ লৈছো’

5 hours ago
বাৰে বাৰে পানী পিয়াহ? হ’ব পাৰে কোনো ডাঙৰ ৰোগৰ লক্ষণ!

বাৰে বাৰে পানী পিয়াহ? হ’ব পাৰে কোনো ডাঙৰ ৰোগৰ লক্ষণ!

5 hours ago
ডায়বেটিছৰ সমস্যাত ভুগিছে নেকি? তেন্তে ভুলতো নাখাব এইবোৰ বস্তু!

ডায়বেটিছৰ সমস্যাত ভুগিছে নেকি? তেন্তে ভুলতো নাখাব এইবোৰ বস্তু!

6 hours ago
ভুলতো ভৰি নলগাব এইবোৰ বস্তুত, বিপদ অনিবাৰ্য!

কেতিয়াও বিপদত নপৰে, যদি মানে চাণক্যৰ এই কথা!

6 hours ago
অসুস্থ শুকুৰ আলী! বন্যাৰ্তক সহায় কৰি ভাগৰি পৰিছে শুকুৰ

অসুস্থ শুকুৰ আলী! বন্যাৰ্তক সহায় কৰি ভাগৰি পৰিছে শুকুৰ

6 hours ago
ৰোগীৰ নামত প্ৰৱঞ্চনা, ২৩৫৯ খন চিকিৎসালয় আয়ুষ্মান নহয় অন্তৰ্ভুক্ত!

ৰোগীৰ নামত প্ৰৱঞ্চনা, ২৩৫৯ খন চিকিৎসালয় আয়ুষ্মান নহয় অন্তৰ্ভুক্ত!

7 hours ago
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

মাহেকীয়াৰ সময়ত Mood Swings এ অশান্তি কৰে নেকি? এইদৰে পাব সকাহ

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী খাদ্য

নিশা তিয়াই থৈ পুৱা সেৱন কৰক, চৰ্বি কমোৱাৰ লগতে সহায় কৰিব বিভিন্ন ৰোগ নিৰাময়ত

editor by editor
October 6, 2024
in খাদ্য, জীৱনশৈলী, স্বাস্থ্য
0
নিশা তিয়াই থৈ পুৱা সেৱন কৰক, চৰ্বি কমোৱাৰ লগতে সহায় কৰিব বিভিন্ন ৰোগ নিৰাময়ত
0
SHARES
3.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নিশা তিয়াই থৈ পুৱা সেৱন কৰক, চৰ্বি কমোৱাৰ লগতে সহায় কৰিব বিভিন্ন ৰোগ নিৰাময়ত

পাকঘৰত সততে থকা ধনীয়া গুটি এবিধ এনে মছলা যি খাদ্যত ব্যৱহাৰ কৰাৰ ফলত খাদ্যৰ সোৱাদ অধিক বঢ়াই। ধনীয়া গুটি আৰু পাতৰ ৰূপত ব্যৱহাৰ কৰা হয়। গাৰ্নিচিঙৰ বাবে ইয়াৰ সেউজীয়া পাত ব্যৱহাৰ কৰা হয়। বহু প্ৰকাৰৰ চাটনিতো ইয়াক ব্যৱহাৰ কৰা হয় ধনীয়া গুটি গুড়ি ৰূপত মছলা হিচাপে ব্যৱহাৰ কৰা হয়।

কিন্তু আপুনি জানেনে যে ধনীয়া গুটি ৰাতি পানীত তিয়াই ৰাতিপুৱা এই পানী সেৱন কৰিলে শৰীৰত বহু উপকাৰ পোৱা যায়। হয়, আপুনি ঠিকেই শুনিছে। ধনীয়া পানী সেৱনে কেৱল ওজন কমোৱাত সহায় কৰাই নহয় হজম শক্তিও উন্নত কৰাত সহায় কৰে। লগতে আছে আৰু ইয়াৰ বিভিন্ন উপকাৰ-

ধনীয়া পানী সেৱনৰ ৬ টা উপকাৰ –

১/ হজম শক্তি
ধনীয়া পানীয়ে পাচনতন্ত্ৰ শক্তিশালী কৰে আৰু গেছ, কোষ্ঠকাঠিন্য, এচিডিটি আদি সমস্যাৰ পৰা সকাহ দিব পাৰে।

২/ ওজন কমি যোৱা
ধনীয়া পানীত কেলৰি কম হোৱাৰ বাবে বিপাকীয় ক্ৰিয়া ক্ষিপ্ৰ কৰে, যাৰ ফলত ওজন কমোৱাত সহায়ক হ’ব পাৰে।

৩/ ব্লাড চুগাৰ
ধনীয়া পানী তেজৰ চেনিৰ মাত্ৰা নিয়ন্ত্ৰণত সহায়ক, যাৰ বাবে ই ডায়েবেটিছ ৰোগীৰ বাবে উপকাৰী।

৪/ প্ৰস্ৰাৱ নলী
ধনীয়াৰ পানীয়ে প্ৰাকৃতিক প্ৰস্ৰাৱক হিচাপে কাম কৰে, যিয়ে প্ৰস্ৰাৱ পৰিষ্কাৰ কৰাত সহায় কৰে।

৫/ ছাল
ধনীয়াৰ পানীয়ে ছালখন পৰিষ্কাৰ আৰু উজ্জ্বল কৰি তোলাত সহায় কৰে। ইয়াৰ এন্টিবেক্টেৰিয়েল গুণ আছে।

৬/ প্ৰতিৰোধ ক্ষমতা
ধনীয়াত থকা ভিটামিন চি আৰু এন্টিঅক্সিডেন্ট ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাত সহায়ক। বহু ধৰণৰ সংক্ৰমণৰ পৰা শৰীৰক ৰক্ষা কৰাত শক্তিশালী।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Dhaniya SeedsDhaniya Seeds BenefitHealth benefitHealth Issue
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিশা earbudত গান শুনি শুই যোৱাৰ অভ্যাস নেকি?
জীৱনশৈলী

নিশা earbudত গান শুনি শুই যোৱাৰ অভ্যাস নেকি?

August 10, 2026
৩৫ লাখৰ বেগ, ২১ লাখৰ ঘড়ী, ৬ হাজাৰটকীয়া ছাতিৰ মাজতো জিলিকিল অসমৰ এৰি সূতাৰ শাড়ী
জীৱনশৈলী

৩৫ লাখৰ বেগ, ২১ লাখৰ ঘড়ী, ৬ হাজাৰটকীয়া ছাতিৰ মাজতো জিলিকিল অসমৰ এৰি সূতাৰ শাড়ী

August 10, 2026
বাৰে বাৰে পানী পিয়াহ? হ’ব পাৰে কোনো ডাঙৰ ৰোগৰ লক্ষণ!
জীৱনশৈলী

বাৰে বাৰে পানী পিয়াহ? হ’ব পাৰে কোনো ডাঙৰ ৰোগৰ লক্ষণ!

August 10, 2026
ডায়বেটিছৰ সমস্যাত ভুগিছে নেকি? তেন্তে ভুলতো নাখাব এইবোৰ বস্তু!
জীৱনশৈলী

ডায়বেটিছৰ সমস্যাত ভুগিছে নেকি? তেন্তে ভুলতো নাখাব এইবোৰ বস্তু!

August 10, 2026
Next Post
আজি বতৰ ভাল হৈছিলহে, পুনৰ বৰষুণ-বতাহৰ আগজাননী ৰাজ্যত

আজি বতৰ ভাল হৈছিলহে, পুনৰ বৰষুণ-বতাহৰ আগজাননী ৰাজ্যত

৫০ বছৰৰ পাছত মহাষ্টমীৰ দিনা লক্ষ্মী নাৰায়ণ যোগৰ বিশেষ সংযোগ, জিলিকি উঠিব ৫ ৰাশিৰ ভাগ্য

৫০ বছৰৰ পাছত মহাষ্টমীৰ দিনা লক্ষ্মী নাৰায়ণ যোগৰ বিশেষ সংযোগ, জিলিকি উঠিব ৫ ৰাশিৰ ভাগ্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.