• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আজি বতৰ ভাল হৈছিলহে, পুনৰ বৰষুণ-বতাহৰ আগজাননী ৰাজ্যত

আজি বতৰ ভাল হৈছিলহে, পুনৰ বৰষুণ-বতাহৰ আগজাননী ৰাজ্যত

2 years ago
বৰপেটা ইচ্ছাপৰহাটীত অবৰ্ণনীয় পৰিৱেশ

বৰপেটা ইচ্ছাপৰহাটীত অবৰ্ণনীয় পৰিৱেশ

1 hour ago
ভয়ংকৰ ৰূপত আহিছে ‘অৰ্ণৱ’, কেইবাখনো ৰাজ্যলৈ সতৰ্কবাণী

ভয়ংকৰ ৰূপত আহিছে ‘অৰ্ণৱ’, কেইবাখনো ৰাজ্যলৈ সতৰ্কবাণী

2 hours ago
আগন্তুক ৮৬ দিনলৈ এই ৪ ৰাশিৰ উজলিব ভাগ্য!

আগন্তুক ৮৬ দিনলৈ এই ৪ ৰাশিৰ উজলিব ভাগ্য!

2 hours ago
ৰাজীৱ গান্ধী কিয় প্ৰধানমন্ত্ৰী হোৱাটো বিচৰা নাছিল ছোনিয়া গান্ধীয়ে?

ৰাজীৱ গান্ধী কিয় প্ৰধানমন্ত্ৰী হোৱাটো বিচৰা নাছিল ছোনিয়া গান্ধীয়ে?

2 hours ago
ছানিয়া মিৰ্জাই টেনিছ প্ৰশিক্ষণ কেন্দ্ৰৰ ভূমি দান দিলে মছজিদক

ছানিয়া মিৰ্জাই টেনিছ প্ৰশিক্ষণ কেন্দ্ৰৰ ভূমি দান দিলে মছজিদক

3 hours ago
কঁকালৰ বিষত ভোগাসকলৰ বাবে আশাৰ খবৰ!

কঁকালৰ বিষত ভোগাসকলৰ বাবে আশাৰ খবৰ!

3 hours ago
কৰ্মচাৰীৰ DA বৃদ্ধি হ’ব কেতিয়া? DAক লৈ আহি আছে ডাঙৰ খবৰ!

কৰ্মচাৰীৰ DA বৃদ্ধি হ’ব কেতিয়া? DAক লৈ আহি আছে ডাঙৰ খবৰ!

4 hours ago
সদায় হাঁহি থকা ছোৱালীজনীয়ে কিয় ল’লে এই সিদ্ধান্ত?

সদায় হাঁহি থকা ছোৱালীজনীয়ে কিয় ল’লে এই সিদ্ধান্ত?

4 hours ago
কাৰ আশীৰ্বাদত ঘাতক ঘনকান্তই বাহনত লিখিছিল PRESS?

কাৰ আশীৰ্বাদত ঘাতক ঘনকান্তই বাহনত লিখিছিল PRESS?

5 hours ago
আন এক চাঞ্চল্যকৰ হ*ত্যাকাণ্ড, ব্যৱসায়ীক গু*লীয়াই হ*ত্যা দুৰ্বৃত্তৰ

আন এক চাঞ্চল্যকৰ হ*ত্যাকাণ্ড, ব্যৱসায়ীক গু*লীয়াই হ*ত্যা দুৰ্বৃত্তৰ

7 hours ago
মাৰপিট, মৃত্যুৰ ভাবুকি, প্ৰৱঞ্চনা, ডকাইতি, কেতিয়া জোন গগৈৰ পৰা ঘনকান্ত হৈছিল ঘাতকে?

মাৰপিট, মৃত্যুৰ ভাবুকি, প্ৰৱঞ্চনা, ডকাইতি, কেতিয়া জোন গগৈৰ পৰা ঘনকান্ত হৈছিল ঘাতকে?

7 hours ago
‘১৯৯৩ত হোটেলত ট্ৰাম্পে মোৰ সৈতে কু-কাণ্ড কৰিছিল’

‘১৯৯৩ত হোটেলত ট্ৰাম্পে মোৰ সৈতে কু-কাণ্ড কৰিছিল’

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

আজি বতৰ ভাল হৈছিলহে, পুনৰ বৰষুণ-বতাহৰ আগজাননী ৰাজ্যত

editor by editor
October 6, 2024
in অসম, উত্তৰ-পূব, গুৱাহাটী
0
আজি বতৰ ভাল হৈছিলহে, পুনৰ বৰষুণ-বতাহৰ আগজাননী ৰাজ্যত
0
SHARES
423
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজি বতৰ ভাল হৈছিলহে, পুনৰ বৰষুণ-বতাহৰ আগজাননী ৰাজ্যত

বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰা তথ্য অনুসৰি আজিৰ বতৰ কিছু ভাল হলেও কালিৰ পৰা পুনৰ বতাহ বৰষুণৰ সম্ভাৱনা। ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভৱনা বুলি সদৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই।

কালি ৭ অক্টোবৰ তাৰিখে উত্তৰ-পূৱৰ লগতে দাক্ষিণাত্যটো ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা। ৰাজ্য কেইখন- উত্তৰ পূৱৰ অসম, মেঘালয়, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা আৰু দক্ষিণ ভাৰতৰ কেৰালা, তামিলনাডু, কৰ্নাটক।

বতৰ বিজ্ঞান বিভাগৰ মতে, দক্ষিণ-পূব আৰব সাগৰৰ ওপৰেৰে, কেৰালা উপকূলৰ আশে-পাশে, লক্ষদ্বীপ অঞ্চল, মান্নাৰ উপসাগৰ, কৰ্ণাটক উপকূলৰ ওচৰত, দক্ষিণ-পশ্চিম উপসাগৰ, বংগৰ উত্তৰ অংশ আৰু তামিলনাডু উপকূলৰ ওচৰত ৭ৰ পৰা ১০ অক্টোবৰৰ ভিতৰত ঘণ্টাৰ পিছত ঘণ্টা গতিৰে টিকি থাকিব বুলি আশা কৰা হৈছে। ইয়াৰ উপৰিও আগন্তুক দুদিনত গুজৰাট, মধ্যপ্ৰদেশ আৰু মহাৰাষ্ট্ৰৰ বিভিন্ন অঞ্চলত সামান্য বৰষুণ হ’ব।

বতৰ বিজ্ঞান বিভাগৰ ৱেবছাইট অনুসৰি অহা ৬ দিনৰ ভিতৰত অৰুণাচল প্ৰদেশৰ বিভিন্ন স্থানত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা আছে। ইয়াৰ বাহিৰেও অসম আৰু মেঘালয়ত হ’ব ধাৰাসাৰ বৰষুণ। একে সময়তে ৭ অক্টোবৰত নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত বৰষুণৰ সম্ভাৱনা আছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assamHeavy RainIMDNorthEastrainweatherWeather Report
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বৰপেটা ইচ্ছাপৰহাটীত অবৰ্ণনীয় পৰিৱেশ
অসম

বৰপেটা ইচ্ছাপৰহাটীত অবৰ্ণনীয় পৰিৱেশ

October 28, 2026
সদায় হাঁহি থকা ছোৱালীজনীয়ে কিয় ল’লে এই সিদ্ধান্ত?
অসম

সদায় হাঁহি থকা ছোৱালীজনীয়ে কিয় ল’লে এই সিদ্ধান্ত?

October 27, 2026
কাৰ আশীৰ্বাদত ঘাতক ঘনকান্তই বাহনত লিখিছিল PRESS?
অপৰাধ

কাৰ আশীৰ্বাদত ঘাতক ঘনকান্তই বাহনত লিখিছিল PRESS?

October 27, 2026
মাৰপিট, মৃত্যুৰ ভাবুকি, প্ৰৱঞ্চনা, ডকাইতি, কেতিয়া জোন গগৈৰ পৰা ঘনকান্ত হৈছিল ঘাতকে?
অসম

মাৰপিট, মৃত্যুৰ ভাবুকি, প্ৰৱঞ্চনা, ডকাইতি, কেতিয়া জোন গগৈৰ পৰা ঘনকান্ত হৈছিল ঘাতকে?

October 27, 2026
Next Post
৫০ বছৰৰ পাছত মহাষ্টমীৰ দিনা লক্ষ্মী নাৰায়ণ যোগৰ বিশেষ সংযোগ, জিলিকি উঠিব ৫ ৰাশিৰ ভাগ্য

৫০ বছৰৰ পাছত মহাষ্টমীৰ দিনা লক্ষ্মী নাৰায়ণ যোগৰ বিশেষ সংযোগ, জিলিকি উঠিব ৫ ৰাশিৰ ভাগ্য

দৈনিক ৰাশিফল- দেৱী পক্ষৰ চতুৰ্থীত আয়ুষ্মান যোগ, কেনে যাব আজিৰ দিনটো

দৈনিক ৰাশিফল- দেৱী পক্ষৰ চতুৰ্থীত আয়ুষ্মান যোগ, কেনে যাব আজিৰ দিনটো

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.