• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চন্দ্ৰত মাটি কিনা, আকাশত চাং পতা নহয়! চন্দ্ৰত এক একৰ মাটিৰ দাম কিমান?

চন্দ্ৰত মাটি কিনা, আকাশত চাং পতা নহয়! চন্দ্ৰত এক একৰ মাটিৰ দাম কিমান?

2 years ago
বিগত ৬ বছৰত অসম আৰক্ষীৰ জিম্মাত কিমান অভিযুক্তৰ মৃ*ত্যু হৈছে?

বিগত ৬ বছৰত অসম আৰক্ষীৰ জিম্মাত কিমান অভিযুক্তৰ মৃ*ত্যু হৈছে?

39 minutes ago
‘গৰিমা বৌৱে ছিংগাপুৰলৈ গৈ জুবিন দাৰ আত্মা ঘূৰাই আনক’

‘গৰিমা বৌৱে ছিংগাপুৰলৈ গৈ জুবিন দাৰ আত্মা ঘূৰাই আনক’

1 hour ago
কেৱল হেয়াৰ ষ্টাইলতেই ভাৰতীয় মুদ্ৰাত ব্যায় কোটি কোটি টকা

কেৱল হেয়াৰ ষ্টাইলতেই ভাৰতীয় মুদ্ৰাত ব্যায় কোটি কোটি টকা

3 hours ago
Credit Card: হেৰুওৱা ক্ৰেডিট কাৰ্ডেৰে লেনদেন, কিন্তু কোন দায়ী? আপুনি নে বেংক জানক

Credit Card: হেৰুওৱা ক্ৰেডিট কাৰ্ডেৰে লেনদেন, কিন্তু কোন দায়ী? আপুনি নে বেংক জানক

3 hours ago
‘ৰামানুজ ভাল আছিল!’ সঁচাকৈ পুত্ৰৰ অন্ত্যষ্টিক্ৰিয়া কৰিবলৈ সাজু নেকি পিতৃ?

‘ৰামানুজ ভাল আছিল!’ সঁচাকৈ পুত্ৰৰ অন্ত্যষ্টিক্ৰিয়া কৰিবলৈ সাজু নেকি পিতৃ?

3 hours ago
Vijay-Trisha: ইংলেণ্ডত একেলগে বিজয়-তৃষা, সত্য হ’ব নেকি প্ৰেমৰ উৰাবাতৰি?

Vijay-Trisha: ইংলেণ্ডত একেলগে বিজয়-তৃষা, সত্য হ’ব নেকি প্ৰেমৰ উৰাবাতৰি?

4 hours ago
বিধায়ক হ’ল ভিক্ষাৰী! কিয় ৰাজপথত এইদৰে দেখা গ’ল দেশৰ ধনী বিধায়কজনক?

বিধায়ক হ’ল ভিক্ষাৰী! কিয় ৰাজপথত এইদৰে দেখা গ’ল দেশৰ ধনী বিধায়কজনক?

5 hours ago
ডাম্পাৰৰ দৌৰাত্ম‍্য, তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত দুই ছাত্ৰ নিহত

ডাম্পাৰৰ দৌৰাত্ম‍্য, তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত দুই ছাত্ৰ নিহত

5 hours ago
ৰামানুজৰ মৃতদেহ চমজি নলয় পৰিয়ালে! ক’লে- ‘ৰাইজে যি কৰে কৰিব’

ৰামানুজৰ মৃতদেহ চমজি নলয় পৰিয়ালে! ক’লে- ‘ৰাইজে যি কৰে কৰিব’

6 hours ago
Beltola Case: প্ৰকৃততে কেনেকৈ মৃত্যু ঘটিল ৰামানুজৰ? কি সঁচা কি মিছা জানি লওক

Beltola Case: প্ৰকৃততে কেনেকৈ মৃত্যু ঘটিল ৰামানুজৰ? কি সঁচা কি মিছা জানি লওক

8 hours ago
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু, আৰক্ষীৰ গাড়ীৰ পৰা পলাবলৈ চেষ্টা কৰি পালে সিপুৰী

পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু, আৰক্ষীৰ গাড়ীৰ পৰা পলাবলৈ চেষ্টা কৰি পালে সিপুৰী

9 hours ago
সোঁফাল নে বাওঁফাল? কোনদিশত গণেশৰ শুঁৰ থকা মূৰ্তি ক্ৰয় কৰিলে ভাগ্য উদয় হয় জানক

সোঁফাল নে বাওঁফাল? কোনদিশত গণেশৰ শুঁৰ থকা মূৰ্তি ক্ৰয় কৰিলে ভাগ্য উদয় হয় জানক

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

চন্দ্ৰত মাটি কিনা, আকাশত চাং পতা নহয়! চন্দ্ৰত এক একৰ মাটিৰ দাম কিমান?

চন্দ্ৰত মাটি কিনা, আকাশত চাং পতা নহয়! চন্দ্ৰত এক একৰ মাটিৰ দাম কিমান?

editor by editor
August 28, 2024
in জীৱনশৈলী, বিজ্ঞান, বিবিধ, লেখা
0
চন্দ্ৰত মাটি কিনা, আকাশত চাং পতা নহয়! চন্দ্ৰত এক একৰ মাটিৰ দাম কিমান?
0
SHARES
340
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সমগ্ৰ দেশৰ খবৰৰ শিৰোনামত চন্দ্ৰযান-৩। চন্দ্ৰৰ অন্ধকাৰ মাটিত অৱতৰণ কৰিব ভাৰতৰ চন্দ্ৰযান-৩য়ে। চন্দ্ৰযান-৩ৰ অভিযান সফল হ’লে ভাৰতৰ হাতলৈ আহিব চন্দ্ৰৰ বহু অজানা তথ্য। চন্দ্ৰযান-৩ য়ে চন্দ্ৰপৃষ্ঠ স্পৰ্শ কৰাৰ আগতেই মানুহে ভাৱিবলৈ আৰম্ভ কৰিছে আন এক কথাহে। চন্দ্ৰত মাটি ক্ৰয় কৰাৰ কথা। কিন্তু বহুতৰে মনত উদয় হৈছে আন এক প্ৰশ্ন চন্দ্ৰত মাটি কিনা কেনেকৈ সম্ভৱ। ইতিমধ্যেই একাধিক মিডিয়া ৰিপৰ্টত চন্দ্ৰত মাটি ক্ৰয় কৰাৰ খবৰ পোহৰলৈ আহিছে। কিন্তু এই ৰিপৰ্ট কিমান সঁচা?

আন্তৰ্জাতিক মহাকাশ আইনে কি কয়?

আন্তৰ্জাতিক মহাকাশ আইন অনুসৰি, পৃথিৱীৰ কোনো দেশৰ মহাকাশৰ ওপৰত অধিকাৰ নাই। চন্দ্ৰ, তাৰকা ৰাজ্য, মহাকাশৰ অন্য বস্তুৰ ক্ষেত্ৰতো একেই নিয়ম প্ৰযোজ্য। অৰ্থাৎ চন্দ্ৰত ওপৰত কোনো দেশেই মালিকীস্বত্ব দাবী কৰিব নোৱাৰে। এই বিশয়ে আন্তৰ্জাতিক মহাকাশ আইনত উল্লেখ আছে। এই পৰিস্থিতিত স্বাভাৱিক প্ৰশ্নটোৱেই হৈছে মালিকীস্বত্ব নাপালেও কোনো দেশৰ নাগৰিকে চন্দ্ৰত মাটি কিনিব খুজিলে কিন্তু কোনো বাধা নিষেধ নাই। অৱশ্যে আন্তৰ্জাতিক মহাকাশ আইনে চন্দ্ৰত মাটি কিনাৰ বাবে কোনো আইনি স্বীকৃতি নিদিয়ে। একাধিক মিডিয়া ৰিপৰ্টে দাবী কৰামতে, লুনা ছচাইটি ইণ্টাৰনেশ্ব্যনেল আৰু ইণ্টাৰনেশ্ব্যনেল লুনাৰ লেণ্ডছ ৰেজিষ্ট্ৰী হ’ল এনে এক কোম্পানী যিয়ে চন্দ্ৰত মাটি বিক্ৰী কৰে। মূলত এই সংস্থাৰ মাধ্যমেৰেউ বহুতে চন্দ্ৰত মাটি কিনিছে। যদি দামৰ হিচাপত চোৱা হয় তেন্তে lunarregistry.comত গৈ দাম চাব পাৰে। চন্দ্ৰত এক একৰ মাটিৰ দাম ৩৭.৫০ ডলাৰ অৰ্থাৎ ভাৰতীয় মূল্যত ৩,০৮০ টকা।

চন্দ্ৰত মালিকানাস্বত্ত্ব

চন্দ্ৰত মাটি কিনি প্ৰিয়জনক উপহাৰ দিয়াটো পৃথিৱীৰ বহু মানুহৰেই এটা চখ। এয়া বৰ্তমান এক ট্ৰেণ্ডলৈকো ৰূপান্তৰ হৈছে। চন্দ্ৰত মানুহৰ বসতি প্ৰায় অসম্ভৱ তথাপিও আমি মানুহ। আৰু মানুহৰ এটা এৰাব নোৱাৰা অভ্যাসেই হৈছে, আকাশত চাং পতা।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিগত ৬ বছৰত অসম আৰক্ষীৰ জিম্মাত কিমান অভিযুক্তৰ মৃ*ত্যু হৈছে?
অসম

বিগত ৬ বছৰত অসম আৰক্ষীৰ জিম্মাত কিমান অভিযুক্তৰ মৃ*ত্যু হৈছে?

September 14, 2026
‘গৰিমা বৌৱে ছিংগাপুৰলৈ গৈ জুবিন দাৰ আত্মা ঘূৰাই আনক’
অসম

‘গৰিমা বৌৱে ছিংগাপুৰলৈ গৈ জুবিন দাৰ আত্মা ঘূৰাই আনক’

September 14, 2026
কেৱল হেয়াৰ ষ্টাইলতেই ভাৰতীয় মুদ্ৰাত ব্যায় কোটি কোটি টকা
বিশ্ব

কেৱল হেয়াৰ ষ্টাইলতেই ভাৰতীয় মুদ্ৰাত ব্যায় কোটি কোটি টকা

September 14, 2026
Credit Card: হেৰুওৱা ক্ৰেডিট কাৰ্ডেৰে লেনদেন, কিন্তু কোন দায়ী? আপুনি নে বেংক জানক
বাণিজ্য

Credit Card: হেৰুওৱা ক্ৰেডিট কাৰ্ডেৰে লেনদেন, কিন্তু কোন দায়ী? আপুনি নে বেংক জানক

September 14, 2026
Next Post
ফেব্ৰুৱাৰীলৈকে উভতি অহাৰ আশা নাই, কি হ’ব সুনীতা উইলিয়ামছৰ?

ফেব্ৰুৱাৰীলৈকে উভতি অহাৰ আশা নাই, কি হ’ব সুনীতা উইলিয়ামছৰ?

সমুদ্ৰৰ গভীৰলৈ গৈ কৃষ্ণৰ চহৰ চাই আহিল প্ৰধানমন্ত্ৰীয়ে! ৰাম নহ’ল, এইবাৰ কৃষ্ণৰ ৰাজনীতি আৰম্ভ নেকি?

সমুদ্ৰৰ গভীৰলৈ গৈ কৃষ্ণৰ চহৰ চাই আহিল প্ৰধানমন্ত্ৰীয়ে! ৰাম নহ’ল, এইবাৰ কৃষ্ণৰ ৰাজনীতি আৰম্ভ নেকি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.