• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সঁচায়ে দেৱদূত! পোহনীয়া কুকুৰৰ তৎপৰতাতে প্ৰাণ ৰক্ষা পৰিল গৃহস্থৰ, চাওক ভিডিঅ’

সঁচায়ে দেৱদূত! পোহনীয়া কুকুৰৰ তৎপৰতাতে প্ৰাণ ৰক্ষা পৰিল গৃহস্থৰ, চাওক ভিডিঅ’

2 years ago
ল’ৰাৰজাৰ দৰে ব্যৱহাৰ গৌৰৱৰ, বাৰে বাৰে অপমান সহ্য কৰিব নোৱাৰি দুখেৰে কংগ্ৰেছ এৰিছোঃ প্ৰদ্যুৎ বৰদলৈ

ল’ৰাৰজাৰ দৰে ব্যৱহাৰ গৌৰৱৰ, বাৰে বাৰে অপমান সহ্য কৰিব নোৱাৰি দুখেৰে কংগ্ৰেছ এৰিছোঃ প্ৰদ্যুৎ বৰদলৈ

22 minutes ago
এই ৫ সহজ টেকনিকেই বঢ়ায় বেংক বেলেন্স, আপুনিও ধনী হ’ব পাৰিব

এই ৫ সহজ টেকনিকেই বঢ়ায় বেংক বেলেন্স, আপুনিও ধনী হ’ব পাৰিব

43 minutes ago
প্লেনত পছন্দৰ ছিট পাবলৈ দিব নালাগে এক্সট্ৰা চাৰ্জ, ডাঙৰ সিদ্ধান্ত কেন্দ্ৰৰ

প্লেনত পছন্দৰ ছিট পাবলৈ দিব নালাগে এক্সট্ৰা চাৰ্জ, ডাঙৰ সিদ্ধান্ত কেন্দ্ৰৰ

1 hour ago
লিখিত লাগিব আপুনি যে সনাতনী, হিন্দুত্বত বিশ্বাসী’, কেদাৰনাথত অগ্নিপৰীক্ষা ছাৰা আলি খানৰ

লিখিত লাগিব আপুনি যে সনাতনী, হিন্দুত্বত বিশ্বাসী’, কেদাৰনাথত অগ্নিপৰীক্ষা ছাৰা আলি খানৰ

2 hours ago
তেজ পৰীক্ষাতেই ধৰা পৰিব ব্ৰেইন কেন্সাৰ, টিউমাৰ! কেনেকৈ কৰা হ’ব পৰীক্ষা? জানক বিশেষজ্ঞই কি কৈছে?

তেজ পৰীক্ষাতেই ধৰা পৰিব ব্ৰেইন কেন্সাৰ, টিউমাৰ! কেনেকৈ কৰা হ’ব পৰীক্ষা? জানক বিশেষজ্ঞই কি কৈছে?

3 hours ago
১৯ এপ্ৰিলৰ পৰা ধন-সম্পদ বাঢ়িব ৫ৰাশিৰ, তৈয়াৰ হৈছে মালব্য ৰাজযোগ

১৯ এপ্ৰিলৰ পৰা ধন-সম্পদ বাঢ়িব ৫ৰাশিৰ, তৈয়াৰ হৈছে মালব্য ৰাজযোগ

3 hours ago
২৫ মাৰ্চৰ পৰা ভাগ্যৰ চকা ঘূৰিব ৫ৰাশিৰ, খুলিব অৰ্থাগমনৰ নতুন নতুন পথ, তালিকাত আছেনে আপুনি?

২৫ মাৰ্চৰ পৰা ভাগ্যৰ চকা ঘূৰিব ৫ৰাশিৰ, খুলিব অৰ্থাগমনৰ নতুন নতুন পথ, তালিকাত আছেনে আপুনি?

4 hours ago
প্ৰভাৱশালী নেতা আলি লাৰিজানিৰ মৃত্যুৰ খবৰ স্বীকাৰ ইৰানৰ, ইজৰায়েলৰ ভয়ংকৰ আক্ৰমণত প্ৰাণ হেৰুৱালে ইৰানৰ শীৰ্ষ নেতাই

প্ৰভাৱশালী নেতা আলি লাৰিজানিৰ মৃত্যুৰ খবৰ স্বীকাৰ ইৰানৰ, ইজৰায়েলৰ ভয়ংকৰ আক্ৰমণত প্ৰাণ হেৰুৱালে ইৰানৰ শীৰ্ষ নেতাই

4 hours ago
বুধবাৰে গণেশৰ কৃপা, সাফল্য কঢ়িয়াই আনিব ৩ৰাশিৰ জীৱনলৈ

বুধবাৰে গণেশৰ কৃপা, সাফল্য কঢ়িয়াই আনিব ৩ৰাশিৰ জীৱনলৈ

5 hours ago
এতিয়া কংগ্ৰেছ দলত যোগদানৰ শাৰীত কৈ Exit Gateতহে বেছি ভিৰ! সামাজিক মাধ্যমত কি মজাৰ কাহিনী কি লিখিলে পীয়ুষ হাজৰিকাই?

এতিয়া কংগ্ৰেছ দলত যোগদানৰ শাৰীত কৈ Exit Gateতহে বেছি ভিৰ! সামাজিক মাধ্যমত কি মজাৰ কাহিনী কি লিখিলে পীয়ুষ হাজৰিকাই?

15 hours ago
পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

15 hours ago
এপ্ৰিলত ৪ ৰাশিৰ জীৱনত নতুন অধ্যায়ৰ সূচনা, বুধৰ কৃপাত হ’ব ভাগ্যোদয়

এপ্ৰিলত ৪ ৰাশিৰ জীৱনত নতুন অধ্যায়ৰ সূচনা, বুধৰ কৃপাত হ’ব ভাগ্যোদয়

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, March 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

সঁচায়ে দেৱদূত! পোহনীয়া কুকুৰৰ তৎপৰতাতে প্ৰাণ ৰক্ষা পৰিল গৃহস্থৰ, চাওক ভিডিঅ’

editor by editor
April 3, 2024
in বিশ্ব
0
সঁচায়ে দেৱদূত! পোহনীয়া কুকুৰৰ তৎপৰতাতে প্ৰাণ ৰক্ষা পৰিল গৃহস্থৰ, চাওক ভিডিঅ’
0
SHARES
1.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ঘৰৰ এটা চুকত এখন চোফাত শুই আছিল গৃহস্থৰ খুবেই মৰমৰ কুকুৰটো। হঠাৎ সি চিঞৰবাখৰ আৰম্ভ কৰে। মালিকৰ কাষলৈ লৰ ধৰে। তাৰ চিঞৰত মালিকেও কিবা এটা উমান পায়। লগে লগেই মালিকজনে টেবুলত তলত সোমাই পৰে। মুহূৰ্ততেই কঁপি উঠে তেওঁলোকৰ থকা ঘৰটোও। চিচিটিভি কেমেৰাত বন্দী হৈ থাকে কুকুৰটোৱে মালিকক ৰক্ষা কৰাৰ দৃশ্য। সেই বিশেষ চিচিটিভি ফুটেজ চায়েই অনুমান কৰিব পাৰি কিমান ভয়ংকৰ আছিল টাইৱানৰ এই ভূঁইকঁপ।

বুধবাৰে পুৱা এই শতাব্দীৰ সকলোতকৈ শক্তিশালী ভূমিকম্পই কঁপাইছে টাইৱান। ঘটনাত প্ৰাণ হেৰুৱাইছে ৯জনকৈ লোকে। আহত হৈছে প্ৰায় ৮০০ লোক। ক্ষতিগ্ৰস্থ একাধিক বিল্ডিং। বন্ধ হৈ পৰিছে টাইৱানৰ ট্ৰেন পৰিসেৱা। ভূমিকম্পৰ পাছতেই ছুনামীৰ সতৰ্কতাও জাৰি কৰিছে প্রশাসনে। ভূমিকম্প বিধ্বস্ত টাইৱানৰেই এক চিচিটিভি ফুটেজে দৃষ্টি কাঢ়িছে এতিয়া বহুজনৰ। কুকুক কিমান প্ৰভুভক্ত সেই কথাও আকৌ এবাৰ ভিডিঅ’টোৱে প্ৰমাণ কৰিছে।

https://x.com/ImRahulAggarwal/status/1775391220514353450?s=20

ভাইৰেল এই ভিডিঅ’ দেখামাত্ৰকেই বহুজনে কমেণ্টো কৰিছে। কোনোৱে কৈছে, এই কুকুৰ সঁচায়ে দেৱদূত। কোনোৱে আকৌ কুকুৰৰ সৈতে থকা নিজা অভিজ্ঞতা ভগাই লৈ লিখিছে, ময়ো এনে অভিজ্ঞতা লাভ কৰিছো। ভূমিকম্পৰ কেই মিনিটমান পূৰ্বেই কুকুৰটোৱে মোক টোপনিৰ পৰা জগাই দিছিল। এগৰাকী বিশেষজ্ঞই দাবী কৰা অনুসৰি কুকুৰসহ অন্যান্য প্ৰাণীয়ে বায়ুমণ্ডলীয় চাপ বা বেৰোমেট্ৰিক চাপ ইলেক্ট্ৰমেগনেটিক ক্ষেত্ৰৰ পৰিবৰ্তন মানুহতকৈ আগতেই অনুভৱ কৰিব পাৰে।

উল্লেখ্য যে ভূমিকম্পৰ বাবে বৰ্তমান পৰ্যন্ত টাইৱানৰ বহু এলেকাত ফোনৰ নেটৱৰ্ক নাই। প্ৰায় ৫০গৰাকীতকৈয়ো অধিক ব্যক্তিক এতিয়াও সংযোগ কৰিব পৰা হোৱা নাই। কয়লা খনিত আৱদ্ধ ৬জন কৰ্মীক উদ্ধাৰৰ চেষ্টা চলাই থকা হৈছে। ভূমিকম্পৰ আফটাৰ শ্বকৰ কাৰণে ৩৫টা ৰাস্তা দুভাগ হৈছে। সেঁতু আৰু টানেলৰো ক্ষতি হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24Best News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰভাৱশালী নেতা আলি লাৰিজানিৰ মৃত্যুৰ খবৰ স্বীকাৰ ইৰানৰ, ইজৰায়েলৰ ভয়ংকৰ আক্ৰমণত প্ৰাণ হেৰুৱালে ইৰানৰ শীৰ্ষ নেতাই
জীৱনশৈলী

প্ৰভাৱশালী নেতা আলি লাৰিজানিৰ মৃত্যুৰ খবৰ স্বীকাৰ ইৰানৰ, ইজৰায়েলৰ ভয়ংকৰ আক্ৰমণত প্ৰাণ হেৰুৱালে ইৰানৰ শীৰ্ষ নেতাই

March 18, 2026
ৰমজানৰ মাজতে পাকিস্তানৰ এয়াৰ ষ্ট্ৰাইকত কঁপিল আফগানিস্তান
বিশ্ব

ৰমজানৰ মাজতে পাকিস্তানৰ এয়াৰ ষ্ট্ৰাইকত কঁপিল আফগানিস্তান

March 17, 2026
পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ
জীৱনশৈলী

পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

March 14, 2026
সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ
বিবিধ

সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

March 14, 2026
Next Post
৪ এপ্ৰিলৰ আজিৰ দিনটোৰ ৰাশিফল,- এই তিনি ৰাশিৰ খোল খাব সৌভাগ্যৰ দুৱাৰ

৪ এপ্ৰিলৰ আজিৰ দিনটোৰ ৰাশিফল,- এই তিনি ৰাশিৰ খোল খাব সৌভাগ্যৰ দুৱাৰ

উৎকট গৰমে দহিব এইবাৰ, স্বাস্থ্যমন্ত্ৰীৰ সতৰ্কতা জাৰী, পাৰাস্তম্ভই লাহে লাহে আৰোহণ কৰিছে শিখৰ

উৎকট গৰমে দহিব এইবাৰ, স্বাস্থ্যমন্ত্ৰীৰ সতৰ্কতা জাৰী, পাৰাস্তম্ভই লাহে লাহে আৰোহণ কৰিছে শিখৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.