• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পাতালত ধীৰে ধীৰে প্ৰৱেশ কৰিছে চীনে! বেইজিং আৰু কেইবাখনো বৃহৎ চহৰ মাটিৰ তলত সোমাই যোৱাৰ তথ্য প্ৰকাশ বিজ্ঞানীৰ

2 years ago
দাঁতৰ সমস্যাৰ বাবে নহয়, ভিটামিন ডেফিচিয়েন্সিৰ কাৰণেও মুখত দুৰ্গন্ধ ওলায়, কোনবিধ পুষ্টিৰ অভাৱত বাঢ়ে এই সমস্যা?

6 hours ago
অৱসৰত ৯ কোটি টকা পাবলৈ মাহিলী কিমান ধন বিনিয়োগ কৰিব লাগিব? জানি থওক হিচাপ

7 hours ago
মাৰণ ৰোগে বাঁহ বান্ধে, নিচা, অসৎ সংগই শেষ কৰে জীৱন, এই ৫ৰাশিৰ বাবে ভয়ংকৰ ৰাহু-কেতু

ভাৱিব নোৱৰা আৰ্থিক সংকটত ৰাজ্য, ৬মাহৰ বাবে কটা হ’ব মুখ্যমন্ত্ৰী, মন্ত্ৰী আমোলাসকলৰ দৰমহাৰ একাংশ

৩৫ৰ পাছত সন্তানধাৰণৰ পৰিকল্পনা? জানক হ’বলগীয়া মাতৃসকলে কোন কোন বিষয়ক গুৰুত্ব দিয়া জৰুৰী?

8 hours ago
কাইলৈৰ ৰাশিফলঃ মঙ্গলবাৰে হনুমানৰ লগতে মা কাত্যায়নীৰ কৃপা, সৌভাগ্য লাভ কৰিব ৫ৰাশিৰ জাতকে

কিমান বছৰ বয়সত নিজৰ ঘৰ তৈয়াৰ কৰিব? কি কয় জ্যোতিষশাস্ত্ৰই?

9 hours ago
ৰাইজক সেৱা কৰাৰ মন নে ক্ষমতাৰ প্ৰয়োজন? কোন হেভিয়েট নেতাই কোন দলত কৰিলে যোগদান?

মঙ্গলৰ ৰাশিত সূৰ্যৰ গোচৰ, ৰবিগ্ৰহৰ প্ৰভাৱত আমূল সাল-সলনি হ’ব ৪ৰাশিৰ জাতকৰ জীৱনত

10 hours ago
কোন কোন বেংকত কম সুদত পাব ৭৫ লাখতকৈ বেছি হোম লোন? জানি থওক হিচাপ

২০ মাহৰ বকেয়া ধন পাব একেলগেই! হাতলৈ আহিব ৩ৰ পৰা ১৫ লাখ টকা, অষ্টম দৰমহা কমিছনৰ বাস্তবায়ন কেতিয়া হ’ব?

11 hours ago
প্ৰমোছন বিচাৰে? এতিয়াও দৰমহা বৃদ্ধিৰ খবৰ নাই? চ’ত নৱৰাত্ৰি চলি থাকোতেই কৰক এই কাম

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

পাতালত ধীৰে ধীৰে প্ৰৱেশ কৰিছে চীনে! বেইজিং আৰু কেইবাখনো বৃহৎ চহৰ মাটিৰ তলত সোমাই যোৱাৰ তথ্য প্ৰকাশ বিজ্ঞানীৰ

পাতালত ধীৰে ধীৰে প্ৰৱেশ কৰিছে চীনে! বেইজিং আৰু কেইবাখনো বৃহৎ চহৰ মাটিৰ তলত সোমাই যোৱাৰ তথ্য প্ৰকাশ বিজ্ঞানীৰ

editor by editor
June 25, 2024
in বিবিধ, বিশ্ব
0
পাতালত ধীৰে ধীৰে প্ৰৱেশ কৰিছে চীনে! বেইজিং আৰু কেইবাখনো বৃহৎ চহৰ মাটিৰ তলত সোমাই যোৱাৰ তথ্য প্ৰকাশ বিজ্ঞানীৰ
0
SHARES
198
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ক্ৰমে মাটিৰ তললৈ সোমাই গৈ আছে চীনৰ এখনৰ পাছত আনখন চহৰ। ইয়াৰ মাজতেই কেইখনমান চহৰৰ অৱস্থা উদ্বেগজনক। ১০০ৰ ভিতৰত ১খনকৈ চহৰ প্ৰতিবছৰে পাতালত সোমাই গৈ আছে। প্ৰায় ১০ মিলিঃ মিঃলৈ একোখন চহৰ মাটিৰ তললৈ সোমাই গৈছে। জাৰ্নেল ছায়েন্সে প্ৰকাশ কৰা এখন গৱেষণা পত্ৰই দাবী কৰিছে এই কথা। তালিকাত আছে চীনৰ ৰাজধানী বেইজিং চহৰো। কিন্তু কিয় মাটিৰ তলত সোমাই গৈ আছে এই চহৰ?

গৱেষকে জনোৱা অনুসৰি মাটিৰ তলত অতিৰিক্ত পৰিমাণৰ পানী শোষণ আৰু মাটিৰ ওপৰত ওখ ওখ নিৰ্মাণেই বিপদ মাতিছে চীনলৈ। চীনত নিৰ্মাণৰ সংখ্যা অত্যাধিক হাৰত বাঢ়ি আছে। যাৰফলত চীনৰ চহৰাঞ্চলৰ ৪৫ শতাংশ এলেকাৰ মাটি বছৰি ৩ মিলি মিটাৰ কৈ মাটিৰ তলত সোমাই গৈ আছে। মাটি পাতালত সোমাই গৈ থকা ঘটনা চীনত এয়াই প্ৰথম নহয়। পূৰ্বেও চীনৰ কেইবাখনো চহৰ মাটিৰ তলত সোমাই গৈছে।

প্ৰায় দুটা শতকৰ পূৰ্বে চীনৰ ছাংহাই আৰু তিয়ানজিন চহৰো মাটিৰ তলত সোমাই গৈছিল। কিন্তু সেই তুলনাত বৰ্তমান মাটিৰ তলত সোমাই যোৱাৰ শতাংশ বৃদ্ধি পাইছে। পূৰ্বৰ তুলনাত ৩মিটাৰ বেছিকৈ সোমাই যাব ধৰিছে চহৰকেইখন। ২০১৫ চনৰ পৰা ২০২২ চনৰ ভিতৰত চীনৰ চহৰসমূহৰ জনসংখ্যা ২০লাখতকৈয়ো বেছি হৈছে। সেই চহৰসমূহতেই মাটি তললৈ সোমাই যোৱাৰ শতাংশও বাঢ়িছে।

চীনৰ মুঠ ২৮খন চহৰৰ মাটি পৰীক্ষা কৰি এই তথ্য লাভ কৰিছে বিজ্ঞানীয়ে। চেণ্টিনেল-১ উপগ্ৰহৰ পৰা তোলা ছবি দেখিলেই বুজা যায় কেনেকৈ মাটিৰ তললৈ সোমাই গৈ আছে চহৰকেইখন। কেৱল চীনতেই এই ঘটনা ঘটিছে তেনে নহয়। হাউষ্টন আৰু মেক্সিকো চহৰো এই তালিকাত আছে। ইয়াৰোপৰি ভাৰতৰ ভিতৰত দিল্লীত এই ঘটনা লক্ষ্য কৰিছে বিজ্ঞানীমহলে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৩৫ৰ পাছত সন্তানধাৰণৰ পৰিকল্পনা? জানক হ’বলগীয়া মাতৃসকলে কোন কোন বিষয়ক গুৰুত্ব দিয়া জৰুৰী?
জীৱনশৈলী

March 23, 2026
কিমান বছৰ বয়সত নিজৰ ঘৰ তৈয়াৰ কৰিব? কি কয় জ্যোতিষশাস্ত্ৰই?
জীৱনশৈলী

কিমান বছৰ বয়সত নিজৰ ঘৰ তৈয়াৰ কৰিব? কি কয় জ্যোতিষশাস্ত্ৰই?

March 23, 2026
কোন কোন বেংকত কম সুদত পাব ৭৫ লাখতকৈ বেছি হোম লোন? জানি থওক হিচাপ
জীৱনশৈলী

কোন কোন বেংকত কম সুদত পাব ৭৫ লাখতকৈ বেছি হোম লোন? জানি থওক হিচাপ

March 23, 2026
২০ মাহৰ বকেয়া ধন পাব একেলগেই! হাতলৈ আহিব ৩ৰ পৰা ১৫ লাখ টকা, অষ্টম দৰমহা কমিছনৰ বাস্তবায়ন কেতিয়া হ’ব?
জীৱনশৈলী

২০ মাহৰ বকেয়া ধন পাব একেলগেই! হাতলৈ আহিব ৩ৰ পৰা ১৫ লাখ টকা, অষ্টম দৰমহা কমিছনৰ বাস্তবায়ন কেতিয়া হ’ব?

March 23, 2026
Next Post
ৰাহুলেই যোগ্য দলনেতা, ৩ দশক পাছত কোনো সাংবিধানিক পদত বহিবলৈ সাঁজু ৰাহুল গান্ধী

আজি ২৬ জুনৰ ৰাশিফল, বিশেষ সংযোগৰ বাবে পুৱাই কৰক গণেশৰ পূজা, জয়জয় ময়ময় হৈ পৰিব দিনটো

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন