• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মেঘ, বৃষ, কন্যা আৰু মীনঃ এই ৰাশিৰ সকলোৱে ২০২৩ৰ বাকী থকা দিনকেইটাত সাৱধানে থাকক…

মেঘ, বৃষ, কন্যা আৰু মীনঃ এই ৰাশিৰ সকলোৱে ২০২৩ৰ বাকী থকা দিনকেইটাত সাৱধানে থাকক…

3 years ago
তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন

তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন

24 minutes ago
তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ

তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ

1 hour ago
কেইবাহাজাৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন মুকলি

কেইবাহাজাৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন মুকলি

2 hours ago
‘বিমল’ৰ বিজ্ঞাপন কৰি বিপদত শ্বাহৰুখ, অজয় দেৱগন আৰু টাইগাৰ শ্ৰফ

‘বিমল’ৰ বিজ্ঞাপন কৰি বিপদত শ্বাহৰুখ, অজয় দেৱগন আৰু টাইগাৰ শ্ৰফ

2 hours ago
শৰীৰত ভিটামিন আৰু মিনাৰেলছৰ অভাৱ কেনেকৈ চিনাক্ত কৰিব? জানক এই জৰুৰী সংকেত

শৰীৰত ভিটামিন আৰু মিনাৰেলছৰ অভাৱ কেনেকৈ চিনাক্ত কৰিব? জানক এই জৰুৰী সংকেত

3 hours ago
‘৩৭০ অনুচ্ছেদ থাকিলে PoK-এও হয়টো পুনৰ ভাৰতত যোগ দিলেহেঁতেন’

‘৩৭০ অনুচ্ছেদ থাকিলে PoK-এও হয়টো পুনৰ ভাৰতত যোগ দিলেহেঁতেন’

4 hours ago
সিংহ সংক্ৰান্তিৰ পূৰ্বে এইকেইটা ৰাশিলৈ আহি আছে বিশেষ সময়

সিংহ সংক্ৰান্তিৰ পূৰ্বে এইকেইটা ৰাশিলৈ আহি আছে বিশেষ সময়

5 hours ago
গ্ৰেট ব্ৰিটেইন নে ‘ইছলামিক ৰিপাব্লিক অব ব্ৰিটেইন’?

গ্ৰেট ব্ৰিটেইন নে ‘ইছলামিক ৰিপাব্লিক অব ব্ৰিটেইন’?

6 hours ago
দলীয় কাৰ্যালয়ত প্ৰাক্তন মন্ত্ৰীৰ চৰমপন্থা

দলীয় কাৰ্যালয়ত প্ৰাক্তন মন্ত্ৰীৰ চৰমপন্থা

6 hours ago
প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড

প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড

24 hours ago
ৰাণীৰে পৰকীয়া প্ৰেমৰ বিতৰ্ক! এইবাৰ মুখ খুলিছে অভিনেতা গোবিন্দই

ৰাণীৰে পৰকীয়া প্ৰেমৰ বিতৰ্ক! এইবাৰ মুখ খুলিছে অভিনেতা গোবিন্দই

1 day ago
কাশ্মীৰত লস্কৰ-ঈ-তৈবাৰ শীৰ্ষ কমাণ্ডাৰৰ ঘৰত উদযাপন স্বাধীনতা দিৱস

কাশ্মীৰত লস্কৰ-ঈ-তৈবাৰ শীৰ্ষ কমাণ্ডাৰৰ ঘৰত উদযাপন স্বাধীনতা দিৱস

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, August 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home Uncategorized

মেঘ, বৃষ, কন্যা আৰু মীনঃ এই ৰাশিৰ সকলোৱে ২০২৩ৰ বাকী থকা দিনকেইটাত সাৱধানে থাকক…

সপ্তাহিক ৰাশিফলঃ ২৪ডিচেম্বৰৰ পৰা ৩০ডিচেম্বৰলৈ

editor by editor
December 23, 2023
in Uncategorized
0
মেঘ, বৃষ, কন্যা আৰু মীনঃ এই ৰাশিৰ সকলোৱে ২০২৩ৰ বাকী থকা দিনকেইটাত সাৱধানে থাকক…
0
SHARES
9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ডিজিটেল ডেস্কঃ  ২০২৩ শেষ হবলৈ মাজত মাত্ৰ কেইটামান দিন। সময়ৰ গতিত পুনৰ হেৰাই যাব এটা বছৰ।  ২৪ডিচেম্বৰৰ পৰা ৩০ডিচেম্বৰলৈ অৰ্থাত বছৰটোৰ শেষৰ সপ্তাহটো আপোনাৰ কেনে যাব। জ্যোতিষ শাস্ত্ৰই বিভিন্ন ৰাশিৰ জাতক-জাতিকাসকলক লৈ কৰিছে ভৱিষ্যতবাণী-

মেঘ ৰাশিঃ এই ৰাশিৰ জাতক-জাতিকা সকলে এই সপ্তাহটোত কাকোৱেই পৰাপক্ষত বাকী নিদিব। যদিহে দিয়ে তেন্তে চৰম আৰ্থিক সংকটত পৰিব। যিকোনো বিবাদৰ পৰা নিজকে বচাই ৰাখক।

বৃষ ৰাশিঃ সন্দেহজনক বা কোনো বিপদযুক্ত লেন-দেনৰ পৰা নিজকে বচাই ৰাখক।  যিকোনো লোভৰ বিনিময়তো বেআইনী কাম নকৰিব। চৰকাৰী পক্ষৰ পৰা লাভজনক অফাৰ লাভ কৰিব।

মিথুন ৰাশিঃ আপোনাৰ পৰিয়াললৈ সুখৰ বন্যা বব। বহুদিনৰে পৰা চলি থকা অশান্তিৰ ওৰ পৰিব। ঘৰলৈ আলহী অহাৰ যোগ আছে আৰু নিজকে প্ৰফুল্লিত কৰি ৰাখিব।

কৰ্কট ৰাশিঃ ভুল কাম বা মিছা কথাৰ আশ্ৰয় নলব। এনে কৰিলে আপোনাৰ ব্যক্তিত্বত প্ৰভাৱ পৰিব পাৰে। যি প্ৰতিশ্ৰুতি আপুনি ৰাখিব পাৰে, সেইয়াহে কৰক। আৰ্থিক স্থিতি মধ্যমীয়া।

সিংহ ৰাশিঃ পৰিস্থিতি আপোনাৰ পক্ষত নাথাকিব। যিকোনো ভুল সিদ্ধান্ত লৈ পৰিস্থিতি আৰু অধিক বেয়া নকৰিব। ভাল সময়ৰ বাবে অপেক্ষা কৰক। পাৰ্টনাৰশ্বিপত কোনো কাম আৰম্ভ কৰাৰ যুগ আছে।

কন্যা ৰাশিঃ পৰিস্থিতি আপোনাৰ বিপৰীতে গতি কৰিব পাৰে। আপোনাৰ মান-সন্মানত আঘাত হানিব পাৰে। পৰিয়ালৰ লোকৰ পৰাও কিছু অশান্তি পাব। মহিলা সহকৰ্মীৰ পৰা লোকচান হোৱাৰ আশংকা।

তুলা ৰাশিঃ কেৰিয়াৰ গঢ়িবলৈ যি কষ্ট কৰি আহিছে তাৰ ফলাফল লাভ কৰাৰ যুগ। নতুন দায়িত্ব নাইবা নতুনকৈ প্ৰতিষ্ঠা লাভৰ যুগ আছে। সুখ-সুবিধা-ধন লাভৰ যুগ।

বৃশ্চিক ৰাশিঃ বৃহত বিনিয়োগ কৰাৰ পৰা বিৰত থাকক। যদিহে বিনিয়োগ কৰাৰ কথা ভাৱিছে তেন্তে অভিজ্ঞজনৰ পৰা পৰামৰ্শ লৈ আগবাঢ়ক। কাৰ্যক্ষেত্ৰত সম্পূৰ্ণ মনোযোগেৰে কাম কৰিলে লাভ হব।

ধনু ৰাশিঃ এই সপ্তাহটোত আৰাম কৰা মুডত থাকিব। কোনো ভাল খবৰ লাভ কৰিব পাৰে। দ্বৈতভাৱে বেপাৰ কৰা ব্যৱসায়ীসকলৰ বাবে কিছু সমস্যা উদ্ভৱ হোৱাৰ যুগ আছে।

মকৰ ৰাশিঃ আপোনাৰ জীৱন সংগীয়ে ডাঙৰ সহায় কৰিব। আপোনাক এক ডাঙৰ সমস্যাৰ পৰা উদ্ধাৰ কৰিব।  ঘৰৰ সৰু সদস্যক মৰমেৰে ৰাখিবলৈ আপুনি যত্ন কৰক।

কুম্ভ ৰাশিঃ বেলেগৰ কামত ভুল ধৰিবলৈ নাযাব। পৰিয়ালৰ লোকৰ সৈতে কাজিয়াও হব পাৰে। নিজৰ স্বভাৱ আৰু কথাৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক।

মীন ৰাশিঃ নিজৰ ভৱিষ্যতৰ আৰ্থিক স্থিতি সবল কৰাৰ বাবে কিছু কামত ব্যস্ত থাকিব। যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ পূৰ্বে অভিভাৱক নাইবা বিশেষজ্ঞৰ পৰা পৰামৰ্শ লওক।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ
জীৱনশৈলী

৯ আগষ্টত ৪ ৰাশিৰ জাতক-জাতিকাৰ ঘূৰিব ভাগ্যৰ চকৰি!

August 9, 2026 - Updated on August 10, 2026
গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!
জীৱনশৈলী

সঘনাই শৌচ কৰাৰ অনুভৱ? এয়া কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

August 2, 2026
দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি
জীৱনশৈলী

দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি

July 1, 2026
পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?
Uncategorized

পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?

May 28, 2026
Next Post
৫সতীৰ্থৰ মৃত্যুৰ প্ৰত্যুত্তৰ ভাৰতীয় সেনাৰঃ ৪টা সন্ত্ৰাসবাদী ধৰাশায়ী…

৫সতীৰ্থৰ মৃত্যুৰ প্ৰত্যুত্তৰ ভাৰতীয় সেনাৰঃ ৪টা সন্ত্ৰাসবাদী ধৰাশায়ী...

অনুষ্কাই ফোনতে দিলে GOOD NEWS!  বিদেশৰ পৰা দৌৰি আহিল বিৰাট…

অনুষ্কাই ফোনতে দিলে GOOD NEWS! বিদেশৰ পৰা দৌৰি আহিল বিৰাট...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.