• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অনুষ্কাই ফোনতে দিলে GOOD NEWS!  বিদেশৰ পৰা দৌৰি আহিল বিৰাট…

অনুষ্কাই ফোনতে দিলে GOOD NEWS! বিদেশৰ পৰা দৌৰি আহিল বিৰাট…

3 years ago
কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

20 minutes ago
নলা চফা কৰা শ্ৰমিকে লাভ কৰিলে ৯৯ কোটি টকাৰ সোণ

নলা চফা কৰা শ্ৰমিকে লাভ কৰিলে ৯৯ কোটি টকাৰ সোণ

35 minutes ago
তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন

তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন

1 hour ago
তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ

তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ

2 hours ago
কেইবাহাজাৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন মুকলি

কেইবাহাজাৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন মুকলি

3 hours ago
‘বিমল’ৰ বিজ্ঞাপন কৰি বিপদত শ্বাহৰুখ, অজয় দেৱগন আৰু টাইগাৰ শ্ৰফ

‘বিমল’ৰ বিজ্ঞাপন কৰি বিপদত শ্বাহৰুখ, অজয় দেৱগন আৰু টাইগাৰ শ্ৰফ

3 hours ago
শৰীৰত ভিটামিন আৰু মিনাৰেলছৰ অভাৱ কেনেকৈ চিনাক্ত কৰিব? জানক এই জৰুৰী সংকেত

শৰীৰত ভিটামিন আৰু মিনাৰেলছৰ অভাৱ কেনেকৈ চিনাক্ত কৰিব? জানক এই জৰুৰী সংকেত

4 hours ago
‘৩৭০ অনুচ্ছেদ থাকিলে PoK-এও হয়টো পুনৰ ভাৰতত যোগ দিলেহেঁতেন’

‘৩৭০ অনুচ্ছেদ থাকিলে PoK-এও হয়টো পুনৰ ভাৰতত যোগ দিলেহেঁতেন’

5 hours ago
সিংহ সংক্ৰান্তিৰ পূৰ্বে এইকেইটা ৰাশিলৈ আহি আছে বিশেষ সময়

সিংহ সংক্ৰান্তিৰ পূৰ্বে এইকেইটা ৰাশিলৈ আহি আছে বিশেষ সময়

6 hours ago
গ্ৰেট ব্ৰিটেইন নে ‘ইছলামিক ৰিপাব্লিক অব ব্ৰিটেইন’?

গ্ৰেট ব্ৰিটেইন নে ‘ইছলামিক ৰিপাব্লিক অব ব্ৰিটেইন’?

6 hours ago
দলীয় কাৰ্যালয়ত প্ৰাক্তন মন্ত্ৰীৰ চৰমপন্থা

দলীয় কাৰ্যালয়ত প্ৰাক্তন মন্ত্ৰীৰ চৰমপন্থা

7 hours ago
প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড

প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, August 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

অনুষ্কাই ফোনতে দিলে GOOD NEWS! বিদেশৰ পৰা দৌৰি আহিল বিৰাট…

জৰুৰী পাৰিবাৰিক সমস্যাৰ দোহাই দি দক্ষিণ আফ্ৰিকাৰ পৰা স্বদেশ পালেহি কোহলী

editor by editor
December 23, 2023
in ক্ৰীড়া
0
অনুষ্কাই ফোনতে দিলে GOOD NEWS!  বিদেশৰ পৰা দৌৰি আহিল বিৰাট…
0
SHARES
11.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ডিজিটেল ডেস্কঃ  চৰ্চা হোৱা মতে সকলো যদি ঠিকে-ঠাকে থাকে তেন্তে অচিৰেই পুনৰ এবাৰ পিতৃ হব বিৰাট কোহলী। সদ্যসমাপ্ত বিশ্বকাপৰ পাছতে ইয়াৰ আনুষ্ঠানিক ঘোষণা কৰাৰ কথা আছিল যদিও সেয়া নহ’ল। কিন্তু শেহতীয়াকৈ পুনৰ এই চৰ্চা তুংগত উঠিছে। দুখনকৈ টেষ্ট শৃংখলা আৰম্ভ হোৱাৰ পূৰ্বে  হঠাত দক্ষিণ আফ্ৰিকাৰ পৰা স্বদেশলৈ বিৰাট কোহলী উভতি অহাক লৈ এতিয়া আৰম্ভ হৈছে জল্পনা-কল্পনাৰ।

উল্লেখ কৰা প্ৰয়োজন যে, অহা ২৬ডিচেম্বৰৰ পৰা দক্ষিণ আফ্ৰিকাত আৰম্ভ হবলগীয়া দুখনকৈ টেষ্ট শৃংখলা আৰম্ভ হোৱা তিনিদিনৰ পূৰ্বে জৰুৰী পাৰিবাৰিক সমস্যাৰ দোহাই দি স্বদেশলৈ উভতিল বিৰাট। অৱশ্যে প্ৰথম টেষ্টৰ পূৰ্বে কোহলীয়ে ভাৰতীয় শিবিৰত পুনৰ যোগদান কৰিব বুলি জনাইছে ভাৰতীয় ক্ৰিকেট বৰ্ডে।

জৰুৰী পাৰিবাৰিক সমস্যাৰ আঁৰত কোহলী পুনৰ এবাৰ পিতৃ হোৱাৰ কাৰনেই আছে বুলি একাংশই দাবী কৰিছে। ইফালে শেহতীয়াকৈ অনুষ্কাইও যোৱা ১৯ডিচেম্বৰত সামাজিক মাধ্যমত আপলোড কৰা এটা VIDEOলৈ চাই এই আশংকা নুই কৰিব নোৱাৰি।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড
বিনোদন

প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড

August 15, 2026
ৰাণীৰে পৰকীয়া প্ৰেমৰ বিতৰ্ক! এইবাৰ মুখ খুলিছে অভিনেতা গোবিন্দই
বিনোদন

ৰাণীৰে পৰকীয়া প্ৰেমৰ বিতৰ্ক! এইবাৰ মুখ খুলিছে অভিনেতা গোবিন্দই

August 15, 2026
ক্ৰিকেটাৰ ৰবিচন্দ্ৰন অশ্বিনৰ ঘৰত আৰক্ষীৰ দল
বিনোদন

ক্ৰিকেটাৰ ৰবিচন্দ্ৰন অশ্বিনৰ ঘৰত আৰক্ষীৰ দল

August 15, 2026
শ্ৰীলংকা ক্ৰিকেটত ভয়ংকৰ ঘটনা! ক্ৰিকেটাৰৰ প্ৰহাৰত প্ৰশিক্ষকৰ মৃ*ত্যু
বিনোদন

শ্ৰীলংকা ক্ৰিকেটত ভয়ংকৰ ঘটনা! ক্ৰিকেটাৰৰ প্ৰহাৰত প্ৰশিক্ষকৰ মৃ*ত্যু

August 14, 2026
Next Post
এদিনতে ৪০০ৰ সীমা পাৰঃ কৰোনা এনেকৈ থাকিলে পুনৰ হ’ব লকডাউন…

এদিনতে ৪০০ৰ সীমা পাৰঃ কৰোনা এনেকৈ থাকিলে পুনৰ হ'ব লকডাউন...

১১মাৰ্চত বিয়াৰ দিন ঠিক হৈছিল, ঘৰ বনাবলৈ ককায়েকক দিছিল টকাঃ  জম্মু-কাশ্মীৰত শ্বহীদ গৌতম কুমাৰ…

১১মাৰ্চত বিয়াৰ দিন ঠিক হৈছিল, ঘৰ বনাবলৈ ককায়েকক দিছিল টকাঃ জম্মু-কাশ্মীৰত শ্বহীদ গৌতম কুমাৰ...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.