• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আগন্তুক সপ্তাহত বুধাদিত্য ৰাজযোগত সপোন পূৰণ হ’ব ৫ৰাশিৰ, ভাগ্যৱানৰ তালিকাত কোন কোন?

আগন্তুক সপ্তাহত বুধাদিত্য ৰাজযোগত সপোন পূৰণ হ’ব ৫ৰাশিৰ, ভাগ্যৱানৰ তালিকাত কোন কোন?

2 years ago
শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!

সৌভাগ্যৱান লোকৰ থাকে শৰীৰৰ এই অংশত তিল, জানক

26 minutes ago
‘মই ভাল ছোৱালী!’ যোৰহাটৰ ঘটনাক কেন্দ্ৰ কৰি প্ৰথমবাৰলৈ মৰমীৰ বিস্ফোৰণ

‘মই ভাল ছোৱালী!’ যোৰহাটৰ ঘটনাক কেন্দ্ৰ কৰি প্ৰথমবাৰলৈ মৰমীৰ বিস্ফোৰণ

37 minutes ago
‘দয়া নাই, ক্ষমা নাই!’, কাৰ্বি ভূমিত আকৌ চলিব প্ৰশাসনৰ বুলড’জাৰ

‘দয়া নাই, ক্ষমা নাই!’, কাৰ্বি ভূমিত আকৌ চলিব প্ৰশাসনৰ বুলড’জাৰ

1 hour ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

কাইলৈ ৫ ৰাশিৰ ভাগ্যই দেখুৱাব যাদু! মাত্ৰ নকৰিব কোনো ভুল

1 hour ago
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

কাইলৈ মেষৰ পৰা মীনলৈ কোন ৰাশিৰ কেনে যাব দিনটো?

2 hours ago
জনপ্ৰিয় অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ

জনপ্ৰিয় অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ

3 hours ago

কেতিয়াও ফোনৰ বাবে ব্যৱহাৰ নকৰিব নকল চাৰ্জাৰ, এটা ভুলে মাতিব বিপদ!

4 hours ago
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

ৰাজ্যত HIT and RUN ৰ ঘটনা, ৰাজপথত নিথৰ দেহ পৰি ৰ’ল অন্তঃসত্বা মহিলাৰ

5 hours ago
৮টা খিতাপ জয়েৰে সোণালী অধ্যায়ৰ অন্ত! অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে

৮টা খিতাপ জয়েৰে সোণালী অধ্যায়ৰ অন্ত! অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে

5 hours ago
নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!

কোন দিশত মূৰ দি টোপনি গ’লে শুভ? ভুল কৰিলে বিপদ অনিবাৰ্য!

7 hours ago
কেনেকুৱা পুৰুষে আকৰ্ষণ কৰে মডাৰ্ণ নাৰীক? জানি হ’ব আচৰিত!

নাৰীয়ে পুৰুষৰ ক’ত প্ৰথম চকু দিয়ে, জানি হ’ব আচৰিত!

8 hours ago
বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ

বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আগন্তুক সপ্তাহত বুধাদিত্য ৰাজযোগত সপোন পূৰণ হ’ব ৫ৰাশিৰ, ভাগ্যৱানৰ তালিকাত কোন কোন?

আগন্তুক সপ্তাহত বুধাদিত্য ৰাজযোগত সপোন পূৰণ হ’ব ৫ৰাশিৰ, ভাগ্যৱানৰ তালিকাত কোন কোন?

editor by editor
August 17, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
আগন্তুক সপ্তাহত বুধাদিত্য ৰাজযোগত সপোন পূৰণ হ’ব ৫ৰাশিৰ, ভাগ্যৱানৰ তালিকাত কোন কোন?
0
SHARES
305
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আগন্তুক সপ্তাহত সূৰ্যই সিংহ ৰাশিত উপস্থিত থাকিব৷ এতিয়া বুধৰ সৈতে সূৰ্যৰ যুঁটিৰ ফলত তৈয়াৰ হ’ব বুধাদিত্য যোগ৷ জ্যোতিষ শাস্ত্ৰত বুধাদিত্য ৰাজযোগক অত্যন্ত শুভ বুলি কোৱা হয়৷ এই ৰাজযোগৰ দ্বাৰা ব্যক্তিয়ে প্ৰচুৰ মান সন্মান আৰু সাফল্য অৰ্জন কৰিব পাৰে৷ ইয়াৰ প্ৰভাৱত কেৰিয়াৰত সাফল্য লাভ সম্ভৱ৷ আনকি ধন বৈভৱো বৃদ্ধি পায়৷ আগন্তুক সপ্তাহত বুধাদিত্য ৰাজযোগৰ প্ৰভাৱ মেষ, মিথুনসহ পাঁচ ৰাশিৰ জাতকে কেৰিয়াৰত উন্নতি আৰু সাফল্য অৰ্জন কৰিব পাৰে৷ একাধিক ভাল সুযোগ পাব৷ কোনো সুসংবাদ পাব পাৰে এই ৰাশিৰ জাতকে৷ আগন্তুক সপ্তাহ কোন ৰাশিৰ জাতকৰ বাবে শুভ, জানক সবিশেষ৷

মেষ ৰাশি

আগন্তুক সপ্তাহ মেষ ৰাশিৰ জাতকৰ বাবে কোনো আশীৰ্বাদতকৈ কম নহয়৷ জীৱনত একাধিক বাধা এই সপ্তাহত দূৰ হ’ব৷ বিগত কিছুদিন ধৰি স্বাস্থ্য সমস্যাত যিসকল ভূগি আছে তেওঁলোকে স্বাস্তি পাব৷ ছিনিয়ৰ আৰু জুনিয়ৰসকলৰ সহযোগিতা লাভ কৰিব এই ৰাশিৰ জাতকে৷ সপ্তাহৰ শেষ পৰ্যন্ত কোনো শুভ সংবাদ পাব, ইয়াৰ ফলত পৰিয়ালত আনন্দৰ পৰিবেশ গঢ়ি উঠিব৷ সপ্তাহৰ প্ৰথমাৰ্ধত ব্যৱসায়িক ক্ষেত্ৰত কাংক্ষিত লাভ অৰ্জন কৰিব পাৰে৷ আইন আদালতৰ সৈতে সম্পৰ্কযুক্ত গোচৰত কাংশিত সাফল্য পাব৷ চাকৰিয়াল জাতকৰ বাবে লাভজনক সময়৷ প্ৰত্যাশিত সাফল্য হাতলৈ আহিব৷ দাম্পত্য জীৱনত আনন্দ থাকিব৷

মিথুন ৰাশি

আগষ্টৰ শেষ সপ্তাহত মিথুন ৰাশিৰ জাতকৰ ভাগ্যত সুখ সমৃদ্ধি আৰু সাফল্য লাভৰ প্ৰৱল যোগ আছে৷ সপ্তাহৰ আৰম্ভণিতে পৰীক্ষা আৰু প্ৰতিযোগিতাৰ প্ৰস্তুতি লৈছে তেওঁলোকে কোনো শুভ সংবাদ পাব পাৰে৷ দীৰ্ঘদিন ধৰি কাঙ্খিত স্থান সলনি বা পদোন্নতিৰ বাবে অপেক্ষা কৰি থাকিলে সেই ইচ্ছা পূৰণ হ’ব৷ বেকাৰ যুৱকে চাকৰিৰ ভাল সুযোগ পাব৷ ব্যৱসায়ত লাভ৷ কোনো ব্যক্তিৰ আগমণৰ ফলত পৰিয়ালত আনন্দৰ পৰিবেশ গঢ়ি উঠিব৷ মহিলা বন্ধুৰ সহায়ত প্ৰেমৰ ভুল বুজাবুজি দূৰ হ’ব৷

সিংহ ৰাশি

সিংহ ৰাশিৰ জাতকৰ সাফল্য আৰু সৌভাগ্য অৰ্জন সম্ভৱ৷ সপ্তাহৰ আৰম্ভণিতে কেৰিয়াৰ আৰু ব্যৱসায়ত একাধিক যাত্ৰাত কাঙ্খিত সাফল্য অৰ্জন কৰিব৷ ঘৰ আৰু বাহিৰৰ একাধিক ব্যক্তিৰ সহযোগিতা অৰ্জন কৰিব৷ চাকৰীয়াল জাতকৰ আয়ৰ নতুন উৎস মুকলি হ’ব৷ এই ৰাশিৰ জাতকৰ পাবলগীয়া টকা এই সপ্তাহতেই লাভ কৰিব৷ মাটি আৰু সম্পত্তি ক্ৰয়ৰ ইচ্ছা থাকিলে সন্মান আৰু সুখ লাভ কৰিব এই ৰাশিৰ জাতকে৷ জীৱনসংগীৰ পৰা ডাঙৰ ছাৰপ্ৰাইজ পাব৷

কুম্ভ ৰাশি

কেৰিয়াৰ আৰু ব্যৱসায়ৰ দিশৰ পৰা কুম্ভ ৰাশিৰ জাতকে এই সপ্তাহত অত্যন্ত শুভ সংবাদ পাব৷ সপ্তাহৰ আৰম্ভণিতে ব্যৱসায়িক কাৰণত কৰা যাত্ৰা সুখপূৰ্ণ আৰু লাভজনক প্ৰমাণিত হ’ব৷ কৰ্মক্ষেত্ৰত জ্যেষ্ঠসকল আপোনাৰ প্ৰতি সদয় থাকিব৷ জীৱনত উন্নতি হ’ব আৰু একাধিক ভাল সুযোগ পাব৷ কোনো প্ৰভাৱশালী ব্যক্তিৰ সৈতে দেখা হ’ব পাৰে৷ ফলত ভৱিষ্যতে বৃহৎ মুনাফা অৰ্জন কৰিব পাৰে৷ মাটি ক্ৰয় বিক্ৰয়ত মাতৃ-পিতৃৰ সহায় পাব৷ পৰীক্ষা আৰু প্ৰতিযোগিতাৰ প্ৰস্তুতি লৈ থকা জাতকেও সু সংবাদ পাব৷

মীন ৰাশি

জ্যোতিষ গণনা অনুসৰি মীন ৰাশিৰ জাতকৰ বাবেও এই সপ্তাহ শুভ আৰু প্ৰেৰণাদায়ক৷ সপ্তাহৰ আৰম্ভণিতে একাধিক সুযোগ পাব পাৰে৷ কৰ্মৰ সন্ধানত থকাসকলে ভাল প্ৰস্তাৱ লাভ কৰিব পাৰে৷ ৰাজনীতিৰ সৈতে সম্পৰ্কযুক্ত জাতকে ভাল পদ আৰু দায়িত্ব পাব পাৰে৷ বিদেশত গৈ পঢ়াশুনা কৰি থকা জাতকেও ভাল চাকৰিৰ প্ৰস্তাৱ পাব৷ পৈতৃক সম্পত্তি সংক্ৰান্তীয় বিবাদ চলিলে সিদ্ধান্ত আপোনাৰ পক্ষত আহিব৷ প্ৰেয়সীৰ সৈতে আনন্দময় সময় কটাব৷ দাম্পত্য জীৱনো শুভ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!
জীৱনশৈলী

সৌভাগ্যৱান লোকৰ থাকে শৰীৰৰ এই অংশত তিল, জানক

October 7, 2026
‘মই ভাল ছোৱালী!’ যোৰহাটৰ ঘটনাক কেন্দ্ৰ কৰি প্ৰথমবাৰলৈ মৰমীৰ বিস্ফোৰণ
অসম

‘মই ভাল ছোৱালী!’ যোৰহাটৰ ঘটনাক কেন্দ্ৰ কৰি প্ৰথমবাৰলৈ মৰমীৰ বিস্ফোৰণ

October 7, 2026
‘দয়া নাই, ক্ষমা নাই!’, কাৰ্বি ভূমিত আকৌ চলিব প্ৰশাসনৰ বুলড’জাৰ
অসম

‘দয়া নাই, ক্ষমা নাই!’, কাৰ্বি ভূমিত আকৌ চলিব প্ৰশাসনৰ বুলড’জাৰ

October 7, 2026
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ
জীৱনশৈলী

কাইলৈ ৫ ৰাশিৰ ভাগ্যই দেখুৱাব যাদু! মাত্ৰ নকৰিব কোনো ভুল

October 7, 2026
Next Post
জীৱনলৈ মাত্ৰ ৭টা পৰিবৰ্তন আনক! কৰ্কট কি পাহৰি যাব আপুনিও, ৭ ৰিস্ক ফেক্টৰ কি কি?

জীৱনলৈ মাত্ৰ ৭টা পৰিবৰ্তন আনক! কৰ্কট কি পাহৰি যাব আপুনিও, ৭ ৰিস্ক ফেক্টৰ কি কি?

আত্মনিৰ্ভৰতাৰ নামত ব্যয় ৬৫০০ কোটি! ভাৰতীয় সেনাই এইবাৰ পাব দেশত তৈয়াৰী ৪০০টা হাউইৎজাৰ

আত্মনিৰ্ভৰতাৰ নামত ব্যয় ৬৫০০ কোটি! ভাৰতীয় সেনাই এইবাৰ পাব দেশত তৈয়াৰী ৪০০টা হাউইৎজাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.