• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নতুন সপ্তাহত থাকিব ধনলক্ষ্মী যোগ, মা লক্ষ্মী নিজেই আহিব এই ৫ৰাশিৰ ঘৰলৈ

নতুন সপ্তাহত থাকিব ধনলক্ষ্মী যোগ, মা লক্ষ্মী নিজেই আহিব এই ৫ৰাশিৰ ঘৰলৈ

7 months ago
শাহুৱেক-শহুৰেকৰ ভৰণপোষণৰ দায়িত্ব ল’বলৈ বাধ্য কৰাব নোৱাৰিব বোৱাৰীয়েকক, ৰায় আদালতৰ

শাহুৱেক-শহুৰেকৰ ভৰণপোষণৰ দায়িত্ব ল’বলৈ বাধ্য কৰাব নোৱাৰিব বোৱাৰীয়েকক, ৰায় আদালতৰ

7 hours ago
SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব?

SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব?

8 hours ago
দেশৰ কোন বিমানবন্দৰত সস্তাত পোৱা যায় কফি, চিঙৰা? মাত্ৰ ১০ টকাত বিমান বন্দৰত চাহ খালে ৰাঘৱ চাড্ডাই

দেশৰ কোন বিমানবন্দৰত সস্তাত পোৱা যায় কফি, চিঙৰা? মাত্ৰ ১০ টকাত বিমান বন্দৰত চাহ খালে ৰাঘৱ চাড্ডাই

8 hours ago
মঙ্গলবাৰে পাব হনুমানৰ কৃপা, বজৰংবলীৰ প্ৰিয় ৪ৰাশিৰ কাহানিও বিপদ নহয়

মঙ্গলবাৰে পাব হনুমানৰ কৃপা, বজৰংবলীৰ প্ৰিয় ৪ৰাশিৰ কাহানিও বিপদ নহয়

9 hours ago
প্ৰাক্তন পত্নীক ৪ কোটিৰ বাহন উপহাৰ দিয়াৰ পাছত প্ৰেমিকাকো ১ কোটি ৭০ লাখৰ বাহন দিলে হাৰ্দিকে

প্ৰাক্তন পত্নীক ৪ কোটিৰ বাহন উপহাৰ দিয়াৰ পাছত প্ৰেমিকাকো ১ কোটি ৭০ লাখৰ বাহন দিলে হাৰ্দিকে

9 hours ago
মাত্ৰ ৫০০০ কৈ বিনিয়োগ কৰিলেই পাব ৩,৫৬,৮৩০ টকা৷ পোষ্ট অফিচৰ এই আশ্চৰ্যজনক স্কিম সম্পৰ্কে জানি থওক

মাত্ৰ ৫০০০ কৈ বিনিয়োগ কৰিলেই পাব ৩,৫৬,৮৩০ টকা৷ পোষ্ট অফিচৰ এই আশ্চৰ্যজনক স্কিম সম্পৰ্কে জানি থওক

9 hours ago
১ এপ্ৰিলত নক্ষত্ৰ সলনি কৰিব বুধে, ৪ ৰাশিৰ অৰ্থলাভৰ পূৰ্ণ সম্ভাৱনা

১ এপ্ৰিলত নক্ষত্ৰ সলনি কৰিব বুধে, ৪ ৰাশিৰ অৰ্থলাভৰ পূৰ্ণ সম্ভাৱনা

10 hours ago
পেট্ৰল পাম্প, ৰেছনৰ দোকানতো কেৰোচিন পাব জনতাই, নিৰ্দেশনা কেন্দ্ৰৰ

পেট্ৰল পাম্প, ৰেছনৰ দোকানতো কেৰোচিন পাব জনতাই, নিৰ্দেশনা কেন্দ্ৰৰ

10 hours ago
সদ্যোজাত সন্তানক লৈ ঘৰত আছে পত্নী, প্ৰেমিকাক ঘৰলৈ মাতি জীৱন শেষ কৰিলে নেভি অফিচাৰ প্ৰেমিকে, ফ্ৰিজত উদ্ধাৰ দেহ

সদ্যোজাত সন্তানক লৈ ঘৰত আছে পত্নী, প্ৰেমিকাক ঘৰলৈ মাতি জীৱন শেষ কৰিলে নেভি অফিচাৰ প্ৰেমিকে, ফ্ৰিজত উদ্ধাৰ দেহ

11 hours ago
ঘনে ঘনে নখ কামুৰি থকাৰ অভ্যাস আছে? ভয়ংকৰ বিপদ হ’ব পাৰে, শৰীৰত হ’ব পাৰে এই ৰোগ

ঘনে ঘনে নখ কামুৰি থকাৰ অভ্যাস আছে? ভয়ংকৰ বিপদ হ’ব পাৰে, শৰীৰত হ’ব পাৰে এই ৰোগ

11 hours ago
২৮ দিন নহয়, ১২ মাহত ১৩ টা ৰিচাৰ্চ আৰু নালাগিব! কেতিয়া আৰম্ভ হ’ব ৩০ দিনৰ ৰিচাৰ্জ প্লেন?

২৮ দিন নহয়, ১২ মাহত ১৩ টা ৰিচাৰ্চ আৰু নালাগিব! কেতিয়া আৰম্ভ হ’ব ৩০ দিনৰ ৰিচাৰ্জ প্লেন?

12 hours ago
কঠোৰ হৈছে গৃহবিভাগ, প্ৰায় ৮৪ হাজাৰ হোৱাটছএপ একাউণ্ট বন্ধ কৰিলে কেন্দ্ৰই, তালিকাত আছে মোবাইল নম্বৰো, কিন্তু অপৰাধ কি?

কঠোৰ হৈছে গৃহবিভাগ, প্ৰায় ৮৪ হাজাৰ হোৱাটছএপ একাউণ্ট বন্ধ কৰিলে কেন্দ্ৰই, তালিকাত আছে মোবাইল নম্বৰো, কিন্তু অপৰাধ কি?

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

নতুন সপ্তাহত থাকিব ধনলক্ষ্মী যোগ, মা লক্ষ্মী নিজেই আহিব এই ৫ৰাশিৰ ঘৰলৈ

নতুন সপ্তাহত থাকিব ধনলক্ষ্মী যোগ, মা লক্ষ্মী নিজেই আহিব এই ৫ৰাশিৰ ঘৰলৈ

editor by editor
August 30, 2025
in জীৱনশৈলী
0
নতুন সপ্তাহত থাকিব ধনলক্ষ্মী যোগ, মা লক্ষ্মী নিজেই আহিব এই ৫ৰাশিৰ ঘৰলৈ
0
SHARES
2.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আগন্তুক সোমবাৰ ১ ছেপ্টেম্বৰৰ পৰা যি নতুন সপ্তাহ আৰম্ভ হব সেই সপ্তাহত থাকিব ধনলক্ষ্মী যোগৰ প্ৰভাৱ৷ ছেপ্টেম্বৰ মাহৰ প্ৰথম সপ্তাহত ধনু ৰাশিত চন্দ্ৰ আৰু বৃহস্পতিৰ মিলনত গঠিত হব ধনলক্ষ্মী যোগ৷ জ্যোতিষশাস্ত্ৰত অত্যন্ত শুভ এই যোগ৷ কোন কোন ৰাশিৰ জাতকৰ জীৱনত সম্পদ, সন্মান আৰু সাফল্য আহিব? মেষ আৰু মিথুনসহ পাঁচ ৰাশিৰ জাতকে আগন্তুক সপ্তাহত সকলো কামতেই বিশেষ সাফল্য লাভ কৰিব৷ বিশেষকৈ আৰ্থিকভাৱে এওঁলোকৰ জীৱনত উন্নতি হব৷ জানি থওক ১ ছেপ্টেম্বৰৰ পৰা ৭ ছেপ্টেম্বৰৰ ভিতৰত ধনলক্ষ্মী যোগৰ প্ৰভাৱত ভাগ্য খুলিব কোন কোন ৰাশিৰ জাতকৰ?

মেষ ৰাশি

ছেপ্টেম্বৰৰ প্ৰথম সপ্তাহত মেষ ৰাশিৰ জাতকৰ জীৱনলৈ সুখ, সমৃদ্ধি আৰু সাফল্য আহিব৷ আগন্তুক সপ্তাহত নিজৰ কেৰিয়াৰত উন্নতি কৰাৰ সুযোগ লাভ কৰিব আপুনি৷ যিসকলে বহুদিন ধৰি চাকৰিৰ বাবে চেষ্টা কৰিছে তেওঁলোকে এই সময়ত চাকৰি লাভ কৰিব পাৰে৷ ব্যৱসায় সম্প্ৰসাৰণ কৰাৰো সুযোগ পাব মেষ ৰাশিৰ জাতকে৷ কোনো বন্ধু বা কোনো প্ৰভাৱশালী ব্যক্তিৰ সহায় পাব৷

মিথুন ৰাশি

সপ্তাহৰ আৰম্ভণিতেই কোনো চিনিয়ৰ ব্যক্তিৰ পৰা কামৰ প্ৰশংসা পাব মিথুন ৰাশিৰ জাতকে৷ ৰাজনীতিৰ সৈতে যিসকল যুক্ত তেওঁলোকে উচ্চপদ আৰু দায়িত্ব লাভ কৰিব পাৰে৷ নেতৃত্ব দিয়াৰ ক্ষমতা বাঢ়িব৷ এই সময়ত এনাৰ্জি আৰু আত্মবিশ্বাসেৰে তুংগত থাকিব মিথুন ৰাশিৰ জাতক৷ ধন হাতলৈ আহিব পাৰে৷ মাটি-ঘৰ ক্ৰয় কৰিলে লাভৱান হব৷

বৃশ্চিক ৰাশি

ছেপ্টেম্বৰৰ প্ৰথম সপ্তাহ অত্যন্ত লাভজনক হব বৃশ্চিক ৰাশিৰ জাতকৰ বাবে৷ বহু দিন ধৰি ৰৈ থকা প্ৰমোছন বা ট্ৰেন্সফাৰ এইসময়ত হব পাৰে৷ কৰ্মক্ষেত্ৰত ছিনিয়ৰ আৰু জুনিয়ৰ সকলোৰে সহায় পাব৷ ক্ষমতাশালী কোনো ব্যক্তিক নিজৰ কাষত পাব বৃশ্চিক ৰাশিৰ জাতকে৷ যিসকলে প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি লৈছে তেওঁলোকেও সাফল্য পাব৷

ধনু ৰাশি

সপ্তাহৰ আৰম্ভণিতে অফিচত নতুন কামৰ দায়িত্ব পাব ধনু ৰাশিৰ জাতকে৷ এই কাৰণতেই আপোনাৰ ওপৰত কামৰ চাপ বাঢ়িব৷ সকলো কামেই আপুনি ভালধৰণে সম্পন্ন কৰিব পাৰিব৷ সপ্তাহৰ দ্বিতীয়ভাগত আপোনাৰ মন ধৰ্মীয় আৰু সামাজিক কামৰ প্ৰতি আগ্ৰহী হৈ উঠিব৷ এই সময়ত কোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰতো পৰিয়ালৰ সদস্যক কাষত পাব৷ পাৰ্টনাৰৰ সৈতে কোৱালিটি টাইম কটাব৷

কুম্ভ ৰাশি

আগন্তুক সপ্তাহৰ আৰম্ভণিতে কোনো সুখবৰ লাভ কৰিব কুম্ভ ৰাশিৰ জাতকে৷ পৰিয়ালত সুখৰ পৰিবেশ বৰ্তি থাকিব৷ এই সময়ত আপুনি নিজৰ বাকী থকা কাম সম্পূৰ্ণ কৰিব পাৰিব৷ পৰিয়ালৰ সদস্যসকলৰ মাজত পাৰস্পৰিক বুজাপৰা বাঢ়িব৷ ইয়াৰ ফলত সকলো সমস্যাৰ সমাধান হব৷ কৰ্মক্ষেত্ৰত পছন্দমতে স্থান সলনি হব পাৰে৷ অফিচত সন্মান আৰু প্ৰতিপত্তি বাঢ়িব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শাহুৱেক-শহুৰেকৰ ভৰণপোষণৰ দায়িত্ব ল’বলৈ বাধ্য কৰাব নোৱাৰিব বোৱাৰীয়েকক, ৰায় আদালতৰ
জীৱনশৈলী

শাহুৱেক-শহুৰেকৰ ভৰণপোষণৰ দায়িত্ব ল’বলৈ বাধ্য কৰাব নোৱাৰিব বোৱাৰীয়েকক, ৰায় আদালতৰ

March 30, 2026
দেশৰ কোন বিমানবন্দৰত সস্তাত পোৱা যায় কফি, চিঙৰা? মাত্ৰ ১০ টকাত বিমান বন্দৰত চাহ খালে ৰাঘৱ চাড্ডাই
জীৱনশৈলী

দেশৰ কোন বিমানবন্দৰত সস্তাত পোৱা যায় কফি, চিঙৰা? মাত্ৰ ১০ টকাত বিমান বন্দৰত চাহ খালে ৰাঘৱ চাড্ডাই

March 30, 2026
মঙ্গলবাৰে পাব হনুমানৰ কৃপা, বজৰংবলীৰ প্ৰিয় ৪ৰাশিৰ কাহানিও বিপদ নহয়
জীৱনশৈলী

মঙ্গলবাৰে পাব হনুমানৰ কৃপা, বজৰংবলীৰ প্ৰিয় ৪ৰাশিৰ কাহানিও বিপদ নহয়

March 30, 2026
প্ৰাক্তন পত্নীক ৪ কোটিৰ বাহন উপহাৰ দিয়াৰ পাছত প্ৰেমিকাকো ১ কোটি ৭০ লাখৰ বাহন দিলে হাৰ্দিকে
জীৱনশৈলী

প্ৰাক্তন পত্নীক ৪ কোটিৰ বাহন উপহাৰ দিয়াৰ পাছত প্ৰেমিকাকো ১ কোটি ৭০ লাখৰ বাহন দিলে হাৰ্দিকে

March 30, 2026
Next Post
হিন্দু-মুছলমানৰ DNA একেই, অখণ্ড ভাৰতৰ ইতিহাস টানি কি কি ক’লে RSS প্ৰধানে?

হিন্দু-মুছলমানৰ DNA একেই, অখণ্ড ভাৰতৰ ইতিহাস টানি কি কি ক’লে RSS প্ৰধানে?

ভয়াৱহ ভূমিকম্প! বৰ্তমানলৈ মৃতকৰ সংখ্যা বাঢ়ি হৈছেগৈ ৬২২জন, ধ্বংস্তূপত এতিয়াও আৱদ্ধ বহুলোক

ভয়াৱহ ভূমিকম্প! বৰ্তমানলৈ মৃতকৰ সংখ্যা বাঢ়ি হৈছেগৈ ৬২২জন, ধ্বংস্তূপত এতিয়াও আৱদ্ধ বহুলোক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.