• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সপোনত জগন্নাথৰ ৰথ দেখাটো কিহৰ ইংগিত? কি ঘটিব আপোনাৰ জীৱনত? কি কৈছে সপোনশাস্ত্ৰই?

সপোনত জগন্নাথৰ ৰথ দেখাটো কিহৰ ইংগিত? কি ঘটিব আপোনাৰ জীৱনত? কি কৈছে সপোনশাস্ত্ৰই?

1 year ago
শিক্ষাৰ্থীসকলৰ বাবে ডাঙৰ খবৰ, ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত হ’ব মেট্ৰিক পৰীক্ষা

শিক্ষাৰ্থীসকলৰ বাবে ডাঙৰ খবৰ, ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত হ’ব মেট্ৰিক পৰীক্ষা

13 minutes ago
ইউ পি আইৰ ডাঙৰ আপডেট, ১৫ অক্টোবৰৰ পৰিৱৰ্তে ২০২৭ চনৰ ১ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব নেকি MDR চাৰ্জ?

ইউ পি আইৰ ডাঙৰ আপডেট, ১৫ অক্টোবৰৰ পৰিৱৰ্তে ২০২৭ চনৰ ১ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব নেকি MDR চাৰ্জ?

45 minutes ago
৭ দিনত ভৰি দিলে অখিল গগৈৰ ধৰ্মঘটে, ক্ষতিপূৰণ নিদিয়ালৈকে আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ

৭ দিনত ভৰি দিলে অখিল গগৈৰ ধৰ্মঘটে, ক্ষতিপূৰণ নিদিয়ালৈকে আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ

1 hour ago
কল খোৱাৰ পিছত পানী খোৱাৰ অভ্যাস? ক্ষতি কৰে নেকি শৰীৰত জানক

কল খোৱাৰ পিছত পানী খোৱাৰ অভ্যাস? ক্ষতি কৰে নেকি শৰীৰত জানক

1 hour ago
কম বয়সত হাৰ্ট এটেক, এই ৫ টা অভ্যাসে বিপদ মাতিব আপোনাৰ!

হাৰ্ট এটেক হোৱাৰ পূৰ্বে শৰীৰে পায় এইকেইটা সংকেত, হওক সাৱধান!

2 hours ago
৫ কোটি টকাৰ সৈতে প্ৰেমানন্দ মহাৰাজ আৰু বিৰাট কোহলীৰ কি সম্পৰ্ক?

৫ কোটি টকাৰ সৈতে প্ৰেমানন্দ মহাৰাজ আৰু বিৰাট কোহলীৰ কি সম্পৰ্ক?

3 hours ago
‘মই নিজেই এখন নাটক হৈ পৰিছো!’, আদালতত আৱেগিক ৰাজপাল যাদৱ

‘মই নিজেই এখন নাটক হৈ পৰিছো!’, আদালতত আৱেগিক ৰাজপাল যাদৱ

5 hours ago
‘মই এনেকৈয়ে থাকিম..’ কেবিনেট মন্ত্ৰীৰ মৰ্যাদা পালে মিথুন চক্ৰৱৰ্তীয়ে

‘মই এনেকৈয়ে থাকিম..’ কেবিনেট মন্ত্ৰীৰ মৰ্যাদা পালে মিথুন চক্ৰৱৰ্তীয়ে

6 hours ago
প্ৰবীণ অভিনেতা নানা পাটেকাৰৰ দেহাৱসান, শোকস্তব্ধ বলীউড

প্ৰবীণ অভিনেতা নানা পাটেকাৰৰ দেহাৱসান, শোকস্তব্ধ বলীউড

6 hours ago
ভাগ্যৰ দেখিব যাদু! কোন কোন ৰাশিয়ে পাব সুখবৰ জানক

ভাগ্যৰ দেখিব যাদু! কোন কোন ৰাশিয়ে পাব সুখবৰ জানক

7 hours ago
শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!

সৌভাগ্যৱান লোকৰ থাকে শৰীৰৰ এই অংশত তিল, জানক

14 hours ago
‘মই ভাল ছোৱালী!’ যোৰহাটৰ ঘটনাক কেন্দ্ৰ কৰি প্ৰথমবাৰলৈ মৰমীৰ বিস্ফোৰণ

‘মই ভাল ছোৱালী!’ যোৰহাটৰ ঘটনাক কেন্দ্ৰ কৰি প্ৰথমবাৰলৈ মৰমীৰ বিস্ফোৰণ

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সপোনত জগন্নাথৰ ৰথ দেখাটো কিহৰ ইংগিত? কি ঘটিব আপোনাৰ জীৱনত? কি কৈছে সপোনশাস্ত্ৰই?

সপোনত জগন্নাথৰ ৰথ দেখাটো কিহৰ ইংগিত? কি ঘটিব আপোনাৰ জীৱনত? কি কৈছে সপোনশাস্ত্ৰই?

editor by editor
June 27, 2025
in জীৱনশৈলী
0
সপোনত জগন্নাথৰ ৰথ দেখাটো কিহৰ ইংগিত? কি ঘটিব আপোনাৰ জীৱনত? কি কৈছে সপোনশাস্ত্ৰই?
0
SHARES
212
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জগন্নাথৰ ৰথযাত্ৰা এক অত্যন্ত পবিত্ৰ উৎসৱ৷ ৰথৰ সপোন দেখা অত্যন্ত শুভ বুলি ধাৰণা কৰা হয়৷ ৰথ যিহেতু এক যাত্ৰা আৰু অগ্ৰগতিৰ প্ৰতীক সেয়ে ৰথৰ সপোনে আপোনাৰ জীৱনলৈ শুভ পৰিবৰ্তন, উন্নতি আৰু সাফল্যৰ ইংগিত বহন কৰে৷ সপোনত ৰথ দেখাৰ অৰ্থ আপোনাৰ দীৰ্ঘদিনীয়া কোনো ইচ্ছা পূৰণ হবলৈ গৈ আছে৷ অথৱা আপুনি কোনো নতুন আৰু ইতিবাচক দিশত আগুৱাই গৈছে৷ যিসকলে কৰ্মজীৱনত উন্নতিৰ আশা কৰিছে তেওঁলোকৰ বাবে এই সপোনে পদোন্নতি বা নতুন সুযোগৰ ইংগিত বহন কৰে৷

সম্পদৰ জোৱাৰ আহিব জীৱনলৈ

ৰথক যিহেতু ঈশ্বৰৰ বাহন হিচাপে চোৱা হয় সেয়ে এই সপোনক ঐশ্বৰিক আশীৰ্বাদ বা সুৰক্ষাৰ প্ৰতীক হিচাপেও বাখ্যা কৰা হয়৷ সেয়ে সপোনত ৰথ দেখাৰ অৰ্থ আপুনি কোনো কঠিন পৰিস্থিতিৰ পৰা মুক্তি পাবলৈ আগবাঢ়িছে বা আপোনাৰ জীৱনলৈ শান্তি আৰু সমৃদ্ধি আহিব পাৰে৷ যদি আপুনি মানসিক বা শাৰীৰিক কোনো সমস্যাত ভূগি আছে তেন্তে এই সপোনৰ পৰা মুক্তিৰ ইংগিতো হব পাৰে৷

যদি ভঙা ৰথ দেখে

সপোনশাস্ত্ৰ বিশদ বাখ্যা অনুসৰি এই সপোন তৎকালীন মানসিক অৱস্থাৰ ওপৰত নিৰ্ভৰ কৰে৷ যেনে যদি আপুনি ৰথক নিৰ্বিঘ্নে চলি থকা দেখে তেন্তে এয়া অত্যন্ত শুভ৷ কিন্তু যদি ৰথ ৰৈ যোৱা বা ভাঙি পৰা দেখে তেন্তে কিছু বাধা বা সমস্যাৰ ইংগিত সেয়া৷ সাধাৰণতে এই সপোনক অশুভ হিচাপে চোৱা হয়৷ বৰং এয়া ভৱিষ্যতৰ বাবে এক সতৰ্কবাৰ্তা বা প্ৰস্তুতি লোৱাৰ ইংগিতো হব পাৰে৷ অৰ্থাৎ ৰথ চলা দেখিলে সেয়া অত্যন্ত শুভ৷ আপোনাৰ ভৱীষ্যতো ৰথৰ চকাৰ দৰেই ঘূৰিবলৈ গৈ আছে তাৰেই ইংগিত৷ কিন্তু ভঙা ৰথ বা ৰথ ৰৈ যোৱা দেখিলে সেয়া অশুভ ইংগিত হব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কল খোৱাৰ পিছত পানী খোৱাৰ অভ্যাস? ক্ষতি কৰে নেকি শৰীৰত জানক
জীৱনশৈলী

কল খোৱাৰ পিছত পানী খোৱাৰ অভ্যাস? ক্ষতি কৰে নেকি শৰীৰত জানক

October 8, 2026
কম বয়সত হাৰ্ট এটেক, এই ৫ টা অভ্যাসে বিপদ মাতিব আপোনাৰ!
জীৱনশৈলী

হাৰ্ট এটেক হোৱাৰ পূৰ্বে শৰীৰে পায় এইকেইটা সংকেত, হওক সাৱধান!

October 8, 2026
ভাগ্যৰ দেখিব যাদু! কোন কোন ৰাশিয়ে পাব সুখবৰ জানক
জীৱনশৈলী

ভাগ্যৰ দেখিব যাদু! কোন কোন ৰাশিয়ে পাব সুখবৰ জানক

October 8, 2026
শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!
জীৱনশৈলী

সৌভাগ্যৱান লোকৰ থাকে শৰীৰৰ এই অংশত তিল, জানক

October 7, 2026
Next Post
‘কাঁটা লাগা’ৰ পাছতেই কমাইছিল কাম, দীৰ্ঘ ১৫ বছৰ ধৰি কি জটিল ৰোগত ভূগিছিল শেফালি জেৰিৱালাই?

‘কাঁটা লাগা’ৰ পাছতেই কমাইছিল কাম, দীৰ্ঘ ১৫ বছৰ ধৰি কি জটিল ৰোগত ভূগিছিল শেফালি জেৰিৱালাই?

‘মানসিক অত্যাচাৰো ভয়াৱহ, মোক সেই অত্যাচাৰে ভাঙি গুৰি কৰি দিছিল!’ প্ৰথম বিবাহক লৈ কিয় আক্ষেপ আছিল শেফালিৰ?

‘মানসিক অত্যাচাৰো ভয়াৱহ, মোক সেই অত্যাচাৰে ভাঙি গুৰি কৰি দিছিল!’ প্ৰথম বিবাহক লৈ কিয় আক্ষেপ আছিল শেফালিৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.