• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘মানসিক অত্যাচাৰো ভয়াৱহ, মোক সেই অত্যাচাৰে ভাঙি গুৰি কৰি দিছিল!’ প্ৰথম বিবাহক লৈ কিয় আক্ষেপ আছিল শেফালিৰ?

‘মানসিক অত্যাচাৰো ভয়াৱহ, মোক সেই অত্যাচাৰে ভাঙি গুৰি কৰি দিছিল!’ প্ৰথম বিবাহক লৈ কিয় আক্ষেপ আছিল শেফালিৰ?

1 year ago
অৱশেষত টীম ইণ্ডিয়াৰ প্ৰশিক্ষকক বিদায় দিলে BCCI-এ

অৱশেষত টীম ইণ্ডিয়াৰ প্ৰশিক্ষকক বিদায় দিলে BCCI-এ

30 minutes ago
এইবাৰ ধৰ্মেন্দ্ৰ প্ৰধানৰ বিৰুদ্ধে এইগৰাকী বিজেপি সাংসদৰ কন্যাৰ পোষ্ট

এইবাৰ ধৰ্মেন্দ্ৰ প্ৰধানৰ বিৰুদ্ধে এইগৰাকী বিজেপি সাংসদৰ কন্যাৰ পোষ্ট

1 hour ago
হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য! আজি কিমান হ্ৰাস পালে জানো আহক

হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য! আজি কিমান হ্ৰাস পালে জানো আহক

3 hours ago
Post Office Changes: ১ আগষ্টৰ পৰা সলনি হ’ব ডাকঘৰৰ বহু নিয়ম

Post Office Changes: ১ আগষ্টৰ পৰা সলনি হ’ব ডাকঘৰৰ বহু নিয়ম

4 hours ago
প্ৰধানমন্ত্ৰী মোদীৰ পোষ্ট ব্লক কৰি Meta-ই বিচাৰিলে ক্ষমা, ক’লে- ভুলতে হ’ল!

প্ৰধানমন্ত্ৰী মোদীৰ পোষ্ট ব্লক কৰি Meta-ই বিচাৰিলে ক্ষমা, ক’লে- ভুলতে হ’ল!

5 hours ago
৪ ঘণ্টাতে পাব চিলিণ্ডাৰ, ইণ্ডিয়ান অইলে আৰম্ভ কৰিছে নতুন চাৰ্ভিচ

৪ ঘণ্টাতে পাব চিলিণ্ডাৰ, ইণ্ডিয়ান অইলে আৰম্ভ কৰিছে নতুন চাৰ্ভিচ

5 hours ago
মন্ত্ৰীৰ পাৰ্টিত যুৱতী বিচাৰি ৮০০০০ টকাৰ প্ৰলোভন! Asomlive24 ৰ কেমেৰাত বিস্ফোৰক মন্তব্য মডেলৰ

মন্ত্ৰীৰ পাৰ্টিত যুৱতী বিচাৰি ৮০০০০ টকাৰ প্ৰলোভন! Asomlive24 ৰ কেমেৰাত বিস্ফোৰক মন্তব্য মডেলৰ

6 hours ago
জীৱনৰ পৰা আঁতৰিব বিপদ, মাত্ৰ মঙলবাৰে এইদৰে কৰক হনুমানৰ পূজা

মঙলবাৰে হনুমান মন্দিৰেলৈ গৈ জপ কৰক এইকেইটা মন্ত্ৰ, দূৰ হ’ব সকলো বিপদ!

7 hours ago
ভয়ংকৰ দুৰ্ঘটনা, ‘অমৰনাথ যাত্ৰা’ৰ তীৰ্থযাত্ৰী কঢ়িওৱা এখন বাছ পৰে দ খাৱৈত

ভয়ংকৰ দুৰ্ঘটনা, ‘অমৰনাথ যাত্ৰা’ৰ তীৰ্থযাত্ৰী কঢ়িওৱা এখন বাছ পৰে দ খাৱৈত

8 hours ago
বেংকত ওলাইছে চাকৰি, অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন

IBPS ত চাকৰি কৰাৰ সুযোগ, শীঘ্ৰে কৰক আবেদন

8 hours ago
বলীউডৰ পৰা ডুৰাণ্ড কাপলৈ… পেছাদাৰী ফুটবলাৰ হিচাপে আত্মপ্ৰকাশ কৰিবলৈ সাজু টাইগাৰ শ্ৰফ

বলীউডৰ পৰা ডুৰাণ্ড কাপলৈ… পেছাদাৰী ফুটবলাৰ হিচাপে আত্মপ্ৰকাশ কৰিবলৈ সাজু টাইগাৰ শ্ৰফ

9 hours ago
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়: হাতলৈ আহিব ধন, হ’ব উন্নতি…

সপোনত হনুমানক দেখাটো কিহৰ সংকেত? জানি লওক

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

‘মানসিক অত্যাচাৰো ভয়াৱহ, মোক সেই অত্যাচাৰে ভাঙি গুৰি কৰি দিছিল!’ প্ৰথম বিবাহক লৈ কিয় আক্ষেপ আছিল শেফালিৰ?

‘মানসিক অত্যাচাৰো ভয়াৱহ, মোক সেই অত্যাচাৰে ভাঙি গুৰি কৰি দিছিল!’ প্ৰথম বিবাহক লৈ কিয় আক্ষেপ আছিল শেফালিৰ?

editor by editor
June 28, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত
0
‘মানসিক অত্যাচাৰো ভয়াৱহ, মোক সেই অত্যাচাৰে ভাঙি গুৰি কৰি দিছিল!’ প্ৰথম বিবাহক লৈ কিয় আক্ষেপ আছিল শেফালিৰ?
0
SHARES
1.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰথম বিবাহত সুখ নাছিল৷ মানসিকভাৱে বিপৰ্যস্ত কৰি তুলিছিল শেফালি জেৰিৱালাক৷ কেইবছৰমান পূৰ্বে দিয়া এক সাক্ষাৎকাৰত কৈছিল সদ্যপ্ৰয়াত অভিনেত্ৰীগৰাকীয়ে৷ মাত্ৰ ৪২ত পৃথিৱীক বিদায় জনালে শেফালিয়ে৷ শেফালিৰ প্ৰথম বিবাহৰ কথা তেওঁ এক সাক্ষাতকাৰত কৈছিল, ‘মই ভয়ংকৰ মানসিক নিৰ্যাতনৰ চিকাৰ হৈছিল৷ প্ৰথম বিবাহে মোক মানসিকভাৱে গুৰি কৰি দিছিল৷’ তেওঁৰ মৃত্যুৰ আপছতেই এক সাক্ষাৎকাৰতো আকৌ এবাৰ ভাইৰেল হৈছে৷

মিত ব্ৰাদাৰ্ছৰ জনপ্ৰিয় গায়ক জুঁটিৰ অন্যতম হৰমিত সিং৷ শেফালিয়ে সেই মিউজিক ভিডিঅ’ কাঁটা লাগাৰে নিশাৰ ভিতৰতে খ্যাতনামা অভিনেত্ৰী হৈ পৰিছিল৷ তেওঁ জনপ্ৰিয় হোৱাৰ পাছতেই প্ৰেমো আহিছিল জীৱনলৈ৷ তাৰপিছতেই গায়ক হৰমিতৰ সৈতে ২০০৪ চনত বিয়াত বহে শেফালি৷ কিন্তু সেই বিবাহ মুঠেও সুখৰ নহল শেফালিৰ৷ শেফালিক মাৰপিট নকৰিলেও প্ৰতিদিনে মানসিক অত্যাচাৰ চলাইছিল হৰমিতে৷ শেষত সহ্যৰ সীমা অতিক্ৰম হোৱাত ২০০৯ চনত বিচ্ছেদ ল’বলৈ বাধ্য হয় তেওঁ৷

শেফালিয়ে কৈছিল, ‘নিজে উপাৰ্জন কৰিছিলো৷ সেয়ে বিচ্ছেদৰ সিদ্ধান্ত ল’ব পাৰিছো৷ মোৰ দৰে বহু নাৰীয়েই এনেকৈ অত্যাচাৰৰ বলি হৈ আহিছে৷ বহুতে সহ্য কৰে৷ নিজৰ উপাৰ্জন নাথাকিলে পদক্ষেপ লব নোৱাৰে৷’ অভিনেত্ৰীয়ে এই বিষয়ক লৈ সমাজৰ দিশতো আঙুলি তুলিছিল৷ তেওঁৰ মতে সমাজে কি ক’ব? আশেপাশে থকা মানুহৰ ডিভোৰ্ছ লোৱা নাৰীগৰাকীক লৈ দৃষ্টিভংগী কি হব সেই ভয়ে আচ্ছন্ন কৰি ৰাখে নাৰীসকলক৷ আনকি উচ্চ শিক্ষিতসকলেও বিচ্ছেদ মানিব নোৱাৰে৷ বিবাহ বিচ্ছিন্নাসকলক অন্য নজৰেৰে চোৱা হয়৷ সেই কাৰণেই বহুতে স্বামীৰ অত্যাচাৰ সহ্য কৰি দিনৰ পাছত দিন সম্পৰ্ক ধৰি ৰখাৰ চেষ্টা কৰে৷ আৰু সেই বিয়াই এদিন এক ডাঙিব নোৱৰা বোজা হৈ পৰে নাৰীৰ বাবে৷

সেই সময়ত শেফালিয়ে সমস্ত নাৰীক নিজৰ ভৰিত থিয় হবলৈ পৰামৰ্শ দিছিল৷ বিবাহৰ পাছতো নিজ ভৰিত থিয় হৈ থাকিবলৈ আহ্বান জনাইছিল শেফালিয়ে৷ প্ৰথম বিয়া ভঙাৰ পিছত জনপ্ৰিয় হিন্দি ধাৰাবাহিক পবিত্ৰ ৰিছতাৰ অভিনেতা পৰাগ ত্যাগীৰ সৈতে বিবাহ কৰাই শেফালিয়ে৷ শুনা যায়, দ্বিতীয় বিবাহত তেওঁ অত্যন্ত সুখী আছিল৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অৱশেষত টীম ইণ্ডিয়াৰ প্ৰশিক্ষকক বিদায় দিলে BCCI-এ
বিনোদন

অৱশেষত টীম ইণ্ডিয়াৰ প্ৰশিক্ষকক বিদায় দিলে BCCI-এ

July 28, 2026
এইবাৰ ধৰ্মেন্দ্ৰ প্ৰধানৰ বিৰুদ্ধে এইগৰাকী বিজেপি সাংসদৰ কন্যাৰ পোষ্ট
ৰাজনীতি

এইবাৰ ধৰ্মেন্দ্ৰ প্ৰধানৰ বিৰুদ্ধে এইগৰাকী বিজেপি সাংসদৰ কন্যাৰ পোষ্ট

July 28, 2026
হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য! আজি কিমান হ্ৰাস পালে জানো আহক
বাণিজ্য

হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য! আজি কিমান হ্ৰাস পালে জানো আহক

July 28, 2026
Post Office Changes: ১ আগষ্টৰ পৰা সলনি হ’ব ডাকঘৰৰ বহু নিয়ম
বাণিজ্য

Post Office Changes: ১ আগষ্টৰ পৰা সলনি হ’ব ডাকঘৰৰ বহু নিয়ম

July 28, 2026
Next Post
শনিবাৰে বৃহস্পতিয়ে সলনি কৰিছে ঘৰ! ভাগ্য উজলি উঠিব এই ৩ৰাশিৰ,মোটা আৰ্থিক লাভ কৰিব এইকেইটা ৰাশিয়ে

শনিবাৰে বৃহস্পতিয়ে সলনি কৰিছে ঘৰ! ভাগ্য উজলি উঠিব এই ৩ৰাশিৰ,মোটা আৰ্থিক লাভ কৰিব এইকেইটা ৰাশিয়ে

অত্যধিক বৃষ্টিপাত, বন্ধ কৰা হ’ল বদ্ৰীনাথ-ঋষিকেশ ৰাষ্ট্ৰীয় ঘাইপথ, কিমান দিনলৈ বন্ধ থাকিব কেদাৰনাথ যাত্ৰা? জানক সবিশেষ তথ্য

অত্যধিক বৃষ্টিপাত, বন্ধ কৰা হ’ল বদ্ৰীনাথ-ঋষিকেশ ৰাষ্ট্ৰীয় ঘাইপথ, কিমান দিনলৈ বন্ধ থাকিব কেদাৰনাথ যাত্ৰা? জানক সবিশেষ তথ্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.