• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ধনশ্ৰী আৰু য়ুজবেন্দ্ৰ চহলৰ বিচ্ছেদৰ কাৰণ কি? প্ৰকাশ পাইছে আঁৰৰ কাহিনী

ধনশ্ৰী আৰু য়ুজবেন্দ্ৰ চহলৰ বিচ্ছেদৰ কাৰণ কি? প্ৰকাশ পাইছে আঁৰৰ কাহিনী

11 months ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

5 days ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

5 days ago
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

5 days ago
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

5 days ago
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

6 days ago
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

6 days ago
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

6 days ago
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

6 days ago
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

6 days ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

6 days ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

6 days ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

6 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, February 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

ধনশ্ৰী আৰু য়ুজবেন্দ্ৰ চহলৰ বিচ্ছেদৰ কাৰণ কি? প্ৰকাশ পাইছে আঁৰৰ কাহিনী

editor by editor
March 26, 2025
in ক্ৰীড়া, জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত
0
ধনশ্ৰী আৰু য়ুজবেন্দ্ৰ চহলৰ বিচ্ছেদৰ কাৰণ কি? প্ৰকাশ পাইছে আঁৰৰ কাহিনী
0
SHARES
359
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ধনশ্ৰী আৰু য়ুজবেন্দ্ৰ চহলৰ বিচ্ছেদৰ কাৰণ কি? প্ৰকাশ পাইছে আঁৰৰ কাহিনী

হাৰ্ডিকৰ পাছত শেহতীয়াকৈ ভৰাতীয় ক্ৰিকেট দলৰ আন এগৰাকী সদস্য য়ুজবেন্দ্ৰ চহলৰ বিবাহ বিচ্ছেদ হয়। ধনশ্ৰী ভাৰ্মাৰ পৰা বিবাহ বিচ্ছেদ হয় চহলৰ।

অৱশ্যে বিচ্ছেদৰ কাৰণ কি সেয়া জানিব পৰা হোৱা নাছিল। কোৱা হৈছে যে, বিয়াৰ দুবছৰৰ পিছৰে পৰা দুয়োৰে মাজত মতানৈক্যৰ সৃষ্টি হ’বলৈ ধৰিছিল আৰু দুয়ো পৃথকে পৃথকে বাস কৰিছিল। অৱশেষত পোহৰলৈ আহে তেওঁলোকৰ বিবাহ বিচ্ছেদৰ আঁৰৰ প্ৰকৃত কাৰণ।

ধনশ্ৰী আৰু য়ুজবেন্দ্ৰৰ বিচ্ছেদৰ আঁৰৰ আচল কাৰণ সদৰি কৰিছে প্ৰবীণ সাংবাদিক বিকি লালৱানীয়ে। তেওঁ এটা পোষ্ট শ্বেয়াৰ কৰি কয় যে দুয়োৰে বিবাহ বিচ্ছেদৰ আঁৰৰ আচল কাৰণ হিচাপে ভিকি লালৱানীয়ে তেওঁৰ অফিচিয়েল ইনষ্টাগ্ৰাম পোষ্টত এক সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি কয় যে য়ুজবেন্দ্ৰ আৰু ধনশ্ৰীৰ মাজত বিচ্ছেদৰ কাৰণ আছিল ধনশ্ৰীৰ মুম্বাইত থকাৰ ইচ্ছা।

নৃত্য কৰি ভালপোৱা ধনশ্ৰীয়ে স্বামী ক্ৰিকেটাৰক হাৰিয়ানাৰ ঘৰৰ পৰা ওলাই আহি মুম্বাইত বাস কৰাৰ কথা কৈছিল। ধনশ্ৰী আৰু য়ুজবেন্দ্ৰৰ ব্যক্তিত্ব ইজনে সিজনৰ পৰা সম্পূৰ্ণ পৃথক। ধনশ্ৰীয়ে মুম্বাইত থকাৰ কথা ভৱাৰ বিপৰীতে য়ুজীয়ে হাৰিয়ানাত পিতৃ-মাতৃৰ সৈতে থকাৰ কথা ভাৱিছিল। যাৰ বাবেই প্ৰায়ে মতানৈক্য হৈছিল দুয়োৰে মাজত।

অৱশেষত দুয়ো নিজৰ মতাদৰ্শ নিমিলাত বিচ্ছেদ লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে। এতিয়া এই পোষ্টটোত উল্লেখ কৰা কথাবোৰ কিমান সত্য সেয়া কেৱল ধনশ্ৰী আৰু চহলেহে জানে। কাৰণ দুয়োজনে বিবাহ বিচ্ছেদৰ কাৰণ এতিয়াও ৰাজহুৱাকৈ প্ৰকাশ কৰা নাই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Dhanshree and ChahalDivorceYjbendra Chahal
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট
জীৱনশৈলী

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

February 22, 2026
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য
জীৱনশৈলী

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

February 22, 2026
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?
জীৱনশৈলী

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

February 22, 2026
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ
জীৱনশৈলী

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

February 22, 2026
Next Post
অতিকে শোকাৱহ, দুৰ্ঘটনাত পিতৃ-মাতৃ-ভাতৃ আৰু ককাক নিহত, কেৱল প্ৰাণ ৰক্ষা ৫ বছৰীয়া কন্যাৰ

অতিকে শোকাৱহ, দুৰ্ঘটনাত পিতৃ-মাতৃ-ভাতৃ আৰু ককাক নিহত, কেৱল প্ৰাণ ৰক্ষা ৫ বছৰীয়া কন্যাৰ

বিশ্বৰ শ্ৰেষ্ঠ ৫ বলাৰ, যাৰ বলত খেলিবলৈ সদায়ে চিন্তা কৰিবলগা হৈছিল ৰিকি পণ্টিঙে

বিশ্বৰ শ্ৰেষ্ঠ ৫ বলাৰ, যাৰ বলত খেলিবলৈ সদায়ে চিন্তা কৰিবলগা হৈছিল ৰিকি পণ্টিঙে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.