• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ধনকুবেৰ আম্বানীৰ ঘৰ এণ্টেলিয়াত কেনেকৈ কৰ্মী নিয়োগ কৰা হয়? দৰমহা কিমান?

1 year ago
পুৱাই এইসমূহ কাম কৰাৰ অভ্যাস আছে? এইকেইটা অভ্যাসৰ কাৰণেই বাঢ়ে বেয়া কলষ্টেৰল, হৃদৰোগৰ আশংকা কমাবলৈ এৰক এইসমূহ অভ্যাস

2 hours ago
মীন ৰাশিলৈ আহি খেল দেখুৱাব মঙ্গলে, ভাগ্য চমকি উঠিব এই ৪ৰাশিৰ

3 hours ago
ল’ৰাৰজাৰ দৰে ব্যৱহাৰ গৌৰৱৰ, বাৰে বাৰে অপমান সহ্য কৰিব নোৱাৰি দুখেৰে কংগ্ৰেছ এৰিছোঃ প্ৰদ্যুৎ বৰদলৈ

4 hours ago
এই ৫ সহজ টেকনিকেই বঢ়ায় বেংক বেলেন্স, আপুনিও ধনী হ’ব পাৰিব

প্লেনত পছন্দৰ ছিট পাবলৈ দিব নালাগে এক্সট্ৰা চাৰ্জ, ডাঙৰ সিদ্ধান্ত কেন্দ্ৰৰ

5 hours ago
লিখিত লাগিব আপুনি যে সনাতনী, হিন্দুত্বত বিশ্বাসী’, কেদাৰনাথত অগ্নিপৰীক্ষা ছাৰা আলি খানৰ

তেজ পৰীক্ষাতেই ধৰা পৰিব ব্ৰেইন কেন্সাৰ, টিউমাৰ! কেনেকৈ কৰা হ’ব পৰীক্ষা? জানক বিশেষজ্ঞই কি কৈছে?

6 hours ago
১৯ এপ্ৰিলৰ পৰা ধন-সম্পদ বাঢ়িব ৫ৰাশিৰ, তৈয়াৰ হৈছে মালব্য ৰাজযোগ

7 hours ago
২৫ মাৰ্চৰ পৰা ভাগ্যৰ চকা ঘূৰিব ৫ৰাশিৰ, খুলিব অৰ্থাগমনৰ নতুন নতুন পথ, তালিকাত আছেনে আপুনি?

প্ৰভাৱশালী নেতা আলি লাৰিজানিৰ মৃত্যুৰ খবৰ স্বীকাৰ ইৰানৰ, ইজৰায়েলৰ ভয়ংকৰ আক্ৰমণত প্ৰাণ হেৰুৱালে ইৰানৰ শীৰ্ষ নেতাই

8 hours ago
বুধবাৰে গণেশৰ কৃপা, সাফল্য কঢ়িয়াই আনিব ৩ৰাশিৰ জীৱনলৈ

9 hours ago
এতিয়া কংগ্ৰেছ দলত যোগদানৰ শাৰীত কৈ Exit Gateতহে বেছি ভিৰ! সামাজিক মাধ্যমত কি মজাৰ কাহিনী কি লিখিলে পীয়ুষ হাজৰিকাই?

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, March 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ধনকুবেৰ আম্বানীৰ ঘৰ এণ্টেলিয়াত কেনেকৈ কৰ্মী নিয়োগ কৰা হয়? দৰমহা কিমান?

ধনকুবেৰ আম্বানীৰ ঘৰ এণ্টেলিয়াত কেনেকৈ কৰ্মী নিয়োগ কৰা হয়? দৰমহা কিমান?

editor by editor
February 28, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
ধনকুবেৰ আম্বানীৰ ঘৰ এণ্টেলিয়াত কেনেকৈ কৰ্মী নিয়োগ কৰা হয়? দৰমহা কিমান?
0
SHARES
848
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰত তথা এছিয়াৰ সকলোতকৈ ধনী ব্যক্তি হিচাপে পৰিচিত মুকেশ আম্বানি৷ সম্পদৰ ভিত্তিত বিশ্বৰ সম্পদশালীসকলৰ ভিতৰত অন্যতম ৰিলায়েন্সৰ মালিক মুকেশ আম্বানী৷ আম্বানী বিশ্বৰ ধনী ব্যক্তিৰ তালিকাত ৭ নম্বৰত আছে৷ মুকেশ আম্বানিৰ মুঠ সম্পদৰ পৰিমাণ ৯১.৬ বিলিয়ন ডলাৰ৷ আম্বানী পৰিয়ালৰ মুম্বাইত ১৫০০০ কোটি টকীয়া এণ্টেলিয়াত বসবাস কৰে৷ যি বিশ্বস সকলোতকৈ ব্যয়বহুল ঘৰসমূহৰ ভিতৰত এটা বুলি বিবেচিত হয়৷ কিন্তু মুকেশ আৰু নীতা আম্বানীৰ ১৫০০০ কোটি টকাৰ এণ্টেলিয়াত কৰ্মী নিয়োগ কেনেকৈ কৰা হয়? জানিলে অবাক হ’ব আপুনি৷

আম্বানিৰ বাসভৱনৰ কৰ্মচাৰীয়ে লক্ষ লক্ষ টকাৰ দৰমহা পায়৷ ইয়াৰোপৰি কৰ্পোৰেট সুযোগ সুবিধাও পাই থাকে৷ এণ্টেলিয়াত নানান কামত ৬০০ৰ পৰা ৭০০ কৰ্মী নিযুক্ত আছে৷ সকলোতকৈ বেছি দৰমহা পায় মুকেশ আম্বানিৰ ব্যক্তিগত গাড়ীৰ চালকে৷ জনা গৈছে যে প্ৰতিমাহে মুকেশ আম্বানীৰ গাড়ীৰ চালকে ২ লাখ টকা দৰমহা পায়৷ অৰ্থাৎ বছৰত মুঠ ২৪লাখ টকা৷

ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজত মুকেশ আম্বানিৰ নিৰাপত্তাৰক্ষীসকলৰ মাহিলী বেতন আৰম্ভ ১৪,৫৩৬ টকাৰ পৰা আৰম্ভ হয়৷ বেছিভাগেই লাভ কৰে প্ৰায় ৫৫,৮৬৯ টকা৷ এই দৰমহা বহু চৰকাৰী কৰ্মচাৰীৰ গড় দৰমহাতকৈ কেইবাগুণো বেছি৷ কিন্তু কেনেকৈ আম্বানিৰ ঘৰত কৰ্মী নিয়োগ কৰা হয়? জনা গৈছে যে আম্বানিৰ বাসভৱনত চাকৰি পাবলৈ কঠিন এক পৰীক্ষাত বহিব লাগে৷ পৰীক্ষাত পাছ কৰিলেই হয় সাক্ষাৎকাৰ ভিত্তিক পৰীক্ষা৷ ইয়াৰোপৰি সংশ্লিষ্ট পদৰ বাবে আবেদনকাৰীৰ উপযুক্ত ছাৰ্টিফিকেট বা ডিগ্ৰী থকাটো আৱশ্যক৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পুৱাই এইসমূহ কাম কৰাৰ অভ্যাস আছে? এইকেইটা অভ্যাসৰ কাৰণেই বাঢ়ে বেয়া কলষ্টেৰল, হৃদৰোগৰ আশংকা কমাবলৈ এৰক এইসমূহ অভ্যাস
জীৱনশৈলী

March 18, 2026
মীন ৰাশিলৈ আহি খেল দেখুৱাব মঙ্গলে, ভাগ্য চমকি উঠিব এই ৪ৰাশিৰ
জীৱনশৈলী

মীন ৰাশিলৈ আহি খেল দেখুৱাব মঙ্গলে, ভাগ্য চমকি উঠিব এই ৪ৰাশিৰ

March 18, 2026
ল’ৰাৰজাৰ দৰে ব্যৱহাৰ গৌৰৱৰ, বাৰে বাৰে অপমান সহ্য কৰিব নোৱাৰি দুখেৰে কংগ্ৰেছ এৰিছোঃ প্ৰদ্যুৎ বৰদলৈ
অসম

ল’ৰাৰজাৰ দৰে ব্যৱহাৰ গৌৰৱৰ, বাৰে বাৰে অপমান সহ্য কৰিব নোৱাৰি দুখেৰে কংগ্ৰেছ এৰিছোঃ প্ৰদ্যুৎ বৰদলৈ

March 18, 2026
এই ৫ সহজ টেকনিকেই বঢ়ায় বেংক বেলেন্স, আপুনিও ধনী হ’ব পাৰিব
জীৱনশৈলী

এই ৫ সহজ টেকনিকেই বঢ়ায় বেংক বেলেন্স, আপুনিও ধনী হ’ব পাৰিব

March 18, 2026
Next Post
ডায়বেটিছৰ কাৰণে ভয়ংকৰ ক্ষতি হ’ব শৰীৰৰ! বন্ধ্যাত্বৰ চিকাৰ হ’ব পাৰে পুৰুষৰ, জানক কি কয় বিশেষজ্ঞই?

২২ ডিচেম্বৰ ২০৩২! হাতত মাত্ৰ ৬ বছৰ, বৃহৎ আকাৰৰ গ্ৰহাণুৱে ধ্বংস কৰিব ভাৰতক? ধ্বংস হৈ যাব কেইবাখনো দেশ? কি তথ্য দিছে নাছাই?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন