• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জন্মছকৰ দশম ঘৰৰ মাহাত্ম্য জানেনে? কোষ্ঠীৰ এই ঘৰেই সলাই দিব পাৰে আপোনাৰ জীৱন

জন্মছকৰ দশম ঘৰৰ মাহাত্ম্য জানেনে? কোষ্ঠীৰ এই ঘৰেই সলাই দিব পাৰে আপোনাৰ জীৱন

3 weeks ago
নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?

নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?

6 hours ago
কোনো উপায়েৰেই চুলি সৰা কমাব পৰা নাই? শৰীৰত এই ৫ ভিটামিনৰ অভাৱেই প্ৰকৃত কাৰণ নহয়তো? কেনেকৈ এই ঘাটি দূৰ কৰিব?

কোনো উপায়েৰেই চুলি সৰা কমাব পৰা নাই? শৰীৰত এই ৫ ভিটামিনৰ অভাৱেই প্ৰকৃত কাৰণ নহয়তো? কেনেকৈ এই ঘাটি দূৰ কৰিব?

6 hours ago
শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?

শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?

7 hours ago
কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে

কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে

7 hours ago
গৃহঋণ ল’বলৈ আগ্ৰহী? জানক ২৫ লাখ টকাৰ ঋণৰ ক্ষেত্ৰত কোন বেংক লাভজনক? SBI নে PNB?

গৃহঋণ ল’বলৈ আগ্ৰহী? জানক ২৫ লাখ টকাৰ ঋণৰ ক্ষেত্ৰত কোন বেংক লাভজনক? SBI নে PNB?

8 hours ago
ঘনে ঘনে মুড ছুইং! ছাইলেণ্ট ষ্ট্ৰোকত আক্ৰান্ত নেকি আপুনি?

ঘনে ঘনে মুড ছুইং! ছাইলেণ্ট ষ্ট্ৰোকত আক্ৰান্ত নেকি আপুনি?

8 hours ago
পোষ্ট অফিচৰ দুৰ্দান্ত স্কিম… প্ৰতিদিনে ৪০০ টকা ছেভিংছ কৰিয়েই লাভ কৰিব ২০ লাখ, কিন্তু কেনেকৈ?

পোষ্ট অফিচৰ দুৰ্দান্ত স্কিম… প্ৰতিদিনে ৪০০ টকা ছেভিংছ কৰিয়েই লাভ কৰিব ২০ লাখ, কিন্তু কেনেকৈ?

8 hours ago
এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ

এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ

9 hours ago
পাঁচ কামঃ ক্ষোভিত হয় শনিদেৱ, ঘটিব পাৰে সৰ্বনাশ! জীৱনলৈ নামি আহে দুঃসময়ৰ কলা ছায়া

পাঁচ কামঃ ক্ষোভিত হয় শনিদেৱ, ঘটিব পাৰে সৰ্বনাশ! জীৱনলৈ নামি আহে দুঃসময়ৰ কলা ছায়া

9 hours ago
৫ বছৰৰ বাবে ১০লাখ টকাৰ Car Loan ল’লে প্ৰতি মাহত EMI কিমান হ’ব? জানি থওক হিচাপ

৫ বছৰৰ বাবে ১০লাখ টকাৰ Car Loan ল’লে প্ৰতি মাহত EMI কিমান হ’ব? জানি থওক হিচাপ

9 hours ago
জানি থলে সুবিধা আপোনাৰ! এইবাৰ ১০০০০ টকাতকৈ বেছি ডিজিটেল পেমেণ্টত ওপৰত নতুন নিয়ম RBIৰ

জানি থলে সুবিধা আপোনাৰ! এইবাৰ ১০০০০ টকাতকৈ বেছি ডিজিটেল পেমেণ্টত ওপৰত নতুন নিয়ম RBIৰ

10 hours ago
মীন ৰাশিত মহালক্ষ্মী ৰাজযোগ, নৱবৰ্ষৰ পাছৰ দিনা টকাৰ বৃষ্টি হ’ব এই ৪ৰাশিৰ জীৱনত

মীন ৰাশিত মহালক্ষ্মী ৰাজযোগ, নৱবৰ্ষৰ পাছৰ দিনা টকাৰ বৃষ্টি হ’ব এই ৪ৰাশিৰ জীৱনত

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, April 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

জন্মছকৰ দশম ঘৰৰ মাহাত্ম্য জানেনে? কোষ্ঠীৰ এই ঘৰেই সলাই দিব পাৰে আপোনাৰ জীৱন

জন্মছকৰ দশম ঘৰৰ মাহাত্ম্য জানেনে? কোষ্ঠীৰ এই ঘৰেই সলাই দিব পাৰে আপোনাৰ জীৱন

editor by editor
March 22, 2026
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
জন্মছকৰ দশম ঘৰৰ মাহাত্ম্য জানেনে? কোষ্ঠীৰ এই ঘৰেই সলাই দিব পাৰে আপোনাৰ জীৱন
0
SHARES
139
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আমি যি মুহূৰ্তত পৃথিৱীত জন্ম লওঁ সেই মুহূৰ্তত আকাশত বিভিন্ন গ্ৰহ নক্ষত্ৰৰ অৱস্থানৰ ব্লুপ্ৰিণ্ট হৈছে আমাৰ জন্মছক৷ বৈদিক জ্যোতিষত যি ৯ গ্ৰহৰ উল্লেখ পোৱা যায় প্ৰতিটো গ্ৰহেই জন্মছকৰ কোনোবা নহয় কোনোবা ঘৰত অৱস্থান কৰে৷ জন্মছক বা কুণ্ডলীয়ে কেৱল আমাৰ চৰিত্ৰৰ বৈশিষ্ট্যই তুলি নধৰে, ই আমাৰ অতীত আৰু ভৱিষ্যৎ সম্পৰ্কেও আলোকপাত কৰে৷ আকাশত গ্ৰহৰ স্থান অনুসৰি কোষ্ঠীতো ঘৰ সলনি কৰে গ্ৰহই, তাৰ প্ৰভাৱ আমাৰ জীৱনত পৰে৷ জন্মছকৰ প্ৰতিটো ঘৰৰ নিৰ্দিষ্ট অৰ্থ আছে আৰু প্ৰতিটো ঘৰেই জীৱনৰ এটা এটা ক্ষেত্ৰৰ প্ৰতিনিধিত্ব কৰে৷ জন্মকোষ্ঠীত মুঠ ১২ টা ঘৰ থাকে৷ জানি থওক দশম ঘৰৰ বিস্তাৰিত বিৱৰণ৷

জন্মছকৰ দশম ঘৰ

কোষ্ঠীৰ দশম ঘৰক কোৱা হয় কৰ্মৰ গৰ৷ এই ঘৰৰ সৈতে আপোনাৰ কেৰিয়াৰ আৰু সামাজিত মৰ্যদাযুক্ত৷ দশম ঘৰক ভালধৰণে বিচাৰ কৰিলে জাতকৰ পেছাগত জীৱন কেনে হ’ব সেয়া জানিব পাৰি৷ জাতকৰ ভাৱমূৰ্তি, সামাজিক পদমৰ্যদা আৰু কেৰিয়াৰত সাফল্য সম্পৰ্কযুক্ত৷ দশম ঘৰ মকৰ ৰাশিৰ এনাৰ্জি আৰু উচ্চাকাংক্ষাক তুলি ধৰে৷ আপুনি কোনো পেছাক অৱলম্বন কৰিব আৰু কেৰিয়াৰত কি কি ভুল কৰিব সেয়াও বুজা যায় দশম ঘৰ পৰ্যালোচনা কৰে৷

জ্যোতিষ অনুসৰি দশম ঘৰ হৈছে কৰ্মফলদাতা শনিৰ নিজস্ব ঘৰ৷ জন্মছকত শক্তিশালী গ্ৰহ থাকিলে জাতক সমাজত প্ৰভাৱশালী ব্যক্তি হৈ উঠিব পাৰে৷ ৰাজনীতি আৰু প্ৰশাসনত উল্লেখযোগ্য ভূমিকা ল’ব পাৰে জাতকে৷ আনকি দশম ঘৰ শক্তিশালী হলে দেশৰ প্ৰধানমন্ত্ৰী বা ৰাষ্ট্ৰপতিও হোৱা সম্ভৱ৷

  • কোষ্ঠীৰ দশম ঘৰৰ মূল কথা
  • দশম ঘৰৰ বৈদিক নামঃ কৰ্ম ভৱ৷
  • অধিপতি গ্ৰহ আৰু ৰাশিঃ অধিপতি গ্ৰহ শনি আৰু ৰাশি মকৰ
  • শৰীৰৰ কোন অংশ সম্পৰ্কযুক্তঃ আঁঠু আৰু থাই
  • দশম ঘৰৰ সৈতে যুক্ত ব্যক্তিঃ বছ, নেতা, প্ৰভাৱশালী ব্যক্তি, পিতৃস্থানীয় ব্যক্তি
  • দশম ঘৰৰ কামঃ নেতৃত্ব দিয়া, অন্যক কাম এছাইন কৰা, নিজৰ দায়িত্ব পালন কৰা

দশম ঘৰত বিভিন্ন গ্ৰহৰ অৱস্থানৰ প্ৰভাৱ

দশম ঘৰত সূৰ্য

কোষ্ঠীৰ দশম ঘৰত সূৰ্য থাকিলে আপুনি কেৰিয়াৰত সফলতা লাভ কৰিব৷ এই জাতক অত্যন্ত কেৰিয়াৰ সচেতন হয়৷ পেছাগত জীৱনত উন্নতিৰ চিৰি বগাই ওপৰলৈ উঠিব পাৰে এই ৰাশিৰ জাতক৷ চাপ লৈ কাম কৰাৰ ক্ষমতা থাকে এওঁলোকৰ৷

দশম ঘৰত চন্দ্ৰ

কোষ্ঠীৰ দশম ঘৰত চন্দ্ৰ থাকিলে আপোনাৰ পেছাগত জীৱনত আৱেগ অনুভূতি থাকিব৷ দশম ঘৰত চন্দ্ৰৰ প্ৰভাৱত জাতকৰ মুড ছুইং ঘনে ঘনে হয়৷ মাজে মাজে নিজৰ পেছা পৰিবৰ্তন কৰে এওঁলোকে৷ এওঁলোকৰ ব্যক্তিত্ব আকৰ্ষণীয় হলেও কোনো এক পেছাত বেছিদিন টিকিব নোৱাৰে৷

দশম ঘৰত বৃহস্পতি

জন্মছকৰ দশম ঘৰত বৃহস্পতি থাকিলে পেছাগত জীৱনত সন্মানজনক স্থানত উপনীত হব আপুনি৷ দশম ঘৰত বৃহস্পতি উচ্চস্থানত থাকিলে জাতকে কেৰিয়াৰত বিপুল সাফল্য লাভ কৰিব পাৰিব৷

দশম ঘৰত শুক্ৰ

জন্মছকৰ দশম ঘৰত যদি শুক্ৰ থাকে তেন্তে জাতকে হাঁহি স্ফুৰ্তি কৰা স্বভাৱৰ হয়৷ এওঁলোকৰ ব্যক্তিত্ব অত্যন্ত আকৰ্ষণীয় আৰু এই ৰাশিৰ জাতকৰ স্বভাৱ চৰিত্ৰই তেওঁক সকলোৰে ওচৰত আকৰ্ষণীয় কৰি তোলে৷ অন্যক কাম কৰোৱাৰ ক্ষমতা থাকে এওঁলোকৰ৷

দশম ঘৰত মঙ্গল

জন্মছকৰ দশম ঘৰত মঙ্গল থাকিলে জাতক অত্যন্ত উচ্চাকাংশী আৰু দৃঢ়প্ৰতিজ্ঞ হৈ থাকে৷ তেওঁলোকৰ মানসিক জোৰ পাৱাৰ হাউছ৷ এই জাতকৰ কেৰিয়াৰত বৃহৎ সাফল্য পাব আৰু জীৱনৰ সকলো প্ৰতিকূল পৰিস্থিতিৰ মোকাবিলা কৰিব পাৰিব৷

দশম ঘৰত বুধ

দশম ঘৰত যিসকলৰ বুধ থাকে তেওঁলোকে সাধাৰণতে সাহিত্যচৰ্চা, মটিভেশ্ব্যনেল স্পিকাৰ ইত্যাদি পেছাত সুনাম অৰ্জন কৰিব পাৰে৷ দুৰ্দান্ত আইডিয়া দিয়াৰ বাবে এওঁলোকে সহজেই নজৰলৈ আহিব৷ যিকোনো অৱস্থাকেই এওঁলোকে মানি ল’ব পাৰে৷

দশম ঘৰত শনি

কোষ্ঠীৰ দশম ঘৰত শনি থাকিলে স্বাভাৱিকভাৱেই আপোনাৰ জীৱন সঠিক পথেৰে চলা আৰু ভুল পথ এৰাই চলাৰ প্ৰৱণতা থাকে৷ এওঁলোকে সাধাৰণতে সাফল্য লাভ কৰে৷ নিজৰ সপোন সফল কৰিবলৈ পৰিশ্ৰম কৰিব পাৰিব৷ দীৰ্ঘম্যাদি সাফল্য লাভ কৰিব এওঁলোকে৷

দশম ঘৰত ৰাহু

দশম ঘৰত ৰাহু থাকিলে প্ৰৱল মানসিক শক্তিৰ পৰিচয় দিব পাৰে আপুনি৷ নেতৃত্ব দিয়াৰ ক্ষমতা থাকে এওঁলোকৰ মাজত৷ এওঁলোকে প্ৰচুৰ পৰিশ্ৰম কৰিব পাৰে৷ সমাজত প্ৰচুৰ নাম আৰু খ্যাতি অৰ্জন কৰে এই জাতকে৷ ৰাহুৰ নিগেটিভ প্ৰভাৱত ক্ষমতালোভী হৈ পৰে জাতক৷ সাফল্য লাভৰ বাবে শ্বৰ্টকাট ৰাস্তা লয় এওঁলোকে৷

দশম ঘৰত কেতু

দশম ঘৰত কেতুৰ শুভ প্ৰভাৱত প্ৰচুৰ সম্পদ আৰু ক্ষমতা অৰ্জন কৰা সম্ভৱ হয়৷ এওঁলোকৰ বুদ্ধি আৰু দক্ষতা প্ৰশ্নাতীত৷ কেতুৰ নিগেটিভ প্ৰভাৱত আপুনি নিজৰ দায়িত্বৰ পৰা ফালৰি কাটিব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?
জীৱনশৈলী

নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?

April 11, 2026
কোনো উপায়েৰেই চুলি সৰা কমাব পৰা নাই? শৰীৰত এই ৫ ভিটামিনৰ অভাৱেই প্ৰকৃত কাৰণ নহয়তো? কেনেকৈ এই ঘাটি দূৰ কৰিব?
জীৱনশৈলী

কোনো উপায়েৰেই চুলি সৰা কমাব পৰা নাই? শৰীৰত এই ৫ ভিটামিনৰ অভাৱেই প্ৰকৃত কাৰণ নহয়তো? কেনেকৈ এই ঘাটি দূৰ কৰিব?

April 11, 2026
শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?
জীৱনশৈলী

শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?

April 11, 2026
কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে
জীৱনশৈলী

কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে

April 11, 2026
Next Post
বছৰৰ পাছত বছৰ ধৰি পৰিয়ালৰ লোকৰ মাজতেই বিবাহ, সংগম! এই গাওঁৰ প্ৰায়সকল লোকেই হৈ পৰিছে ভয়ংকৰ ৰোগৰ চিকাৰ, আজিও কোনো ঔষধ নাই এই ৰোগৰ, কি এই ৰোগ?

বছৰৰ পাছত বছৰ ধৰি পৰিয়ালৰ লোকৰ মাজতেই বিবাহ, সংগম! এই গাওঁৰ প্ৰায়সকল লোকেই হৈ পৰিছে ভয়ংকৰ ৰোগৰ চিকাৰ, আজিও কোনো ঔষধ নাই এই ৰোগৰ, কি এই ৰোগ?

চকুৰ পলকতেই শেষ হৈছিল ৫০০ সেনা, ধ্বংস প্ৰাসাদ, জাহাজ সকলো! মাত্ৰ ৩৮ মিনিট ধৰি চলিছিল বিশ্বৰ এই যুদ্ধ

চকুৰ পলকতেই শেষ হৈছিল ৫০০ সেনা, ধ্বংস প্ৰাসাদ, জাহাজ সকলো! মাত্ৰ ৩৮ মিনিট ধৰি চলিছিল বিশ্বৰ এই যুদ্ধ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.