• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হতাশাৰ পৰা মুক্তি পাবলৈ কি কি কৰিব?

হতাশাৰ পৰা মুক্তি পাবলৈ কি কি কৰিব?

4 years ago
প্ৰধানমন্ত্ৰীৰ আসনত বহিয়েই জনতাক দিয়া প্ৰতিশ্ৰুতি পূৰণ, নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী কে পি অলি শৰ্মাক গ্ৰেপ্তাৰ, গ্ৰেপ্তাৰ বিদায়ী গৃহমন্ত্ৰী ৰমেশ লেখককো

প্ৰধানমন্ত্ৰীৰ আসনত বহিয়েই জনতাক দিয়া প্ৰতিশ্ৰুতি পূৰণ, নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী কে পি অলি শৰ্মাক গ্ৰেপ্তাৰ, গ্ৰেপ্তাৰ বিদায়ী গৃহমন্ত্ৰী ৰমেশ লেখককো

2 minutes ago
গুপ্তাংগত চুবলৈ চেষ্টা! ভয়ংকৰ ঘটনাৰ বলি ৰণবীৰ সিং

গুপ্তাংগত চুবলৈ চেষ্টা! ভয়ংকৰ ঘটনাৰ বলি ৰণবীৰ সিং

9 hours ago
হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প

হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প

10 hours ago
IPLৰ সম্পূৰ্ণ সময়সূচী, গুৱাহাটীত কোনদিনা কোনদিনা অনুষ্ঠিত হ’ব খেল?

IPLৰ সম্পূৰ্ণ সময়সূচী, গুৱাহাটীত কোনদিনা কোনদিনা অনুষ্ঠিত হ’ব খেল?

10 hours ago
বেগে সলাব ভাগ্য! মানুহৰ জীৱনত বেগৰ ৰঙৰ আছে যথেষ্ট গভীৰ প্ৰভাৱ, জানক

বেগে সলাব ভাগ্য! মানুহৰ জীৱনত বেগৰ ৰঙৰ আছে যথেষ্ট গভীৰ প্ৰভাৱ, জানক

11 hours ago
IPL 2026 ৰ সৈতে শেষ কলকাতা নাইট ৰাইডাৰ্ছৰ এই ৩ গৰাকী তাৰকাৰ কেৰিয়াৰ!

IPL 2026 ৰ সৈতে শেষ কলকাতা নাইট ৰাইডাৰ্ছৰ এই ৩ গৰাকী তাৰকাৰ কেৰিয়াৰ!

12 hours ago
১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব নতুন আয়কৰ আইন, কৰদাতাসকলৰ ওপৰত পৰিব প্ৰভাৱ!

১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব নতুন আয়কৰ আইন, কৰদাতাসকলৰ ওপৰত পৰিব প্ৰভাৱ!

13 hours ago
বন্ধ নাক খুলিব আৰু চৰ্দিৰ পৰা পাব উপশম, আয়ুৰ্বেদে কেনেকৈ কৰিব সহায়?

বন্ধ নাক খুলিব আৰু চৰ্দিৰ পৰা পাব উপশম, আয়ুৰ্বেদে কেনেকৈ কৰিব সহায়?

14 hours ago
দৰিদ্ৰতা অহাৰ পূৰ্বে পাব সংকেত, ভুলতো নকৰিব আওকাণ!

দৰিদ্ৰতা অহাৰ পূৰ্বে পাব সংকেত, ভুলতো নকৰিব আওকাণ!

14 hours ago
অত্যাধিক চুলি সৰা আৰু ছালৰ সমস্যা, ই কি ৰোগৰ ইংগিত?

অত্যাধিক চুলি সৰা আৰু ছালৰ সমস্যা, ই কি ৰোগৰ ইংগিত?

14 hours ago
ভাগ্যৰ উদয় হ’ব বহু ৰাশিৰ, মংগলে কৰিব বুধত প্ৰৱেশ!

ভাগ্যৰ উদয় হ’ব বহু ৰাশিৰ, মংগলে কৰিব বুধত প্ৰৱেশ!

14 hours ago
পৰিৱৰ্তিত বতৰত AC ব্যৱহাৰ কৰাটো কিমান বিপদজনক?

পৰিৱৰ্তিত বতৰত AC ব্যৱহাৰ কৰাটো কিমান বিপদজনক?

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী স্বাস্থ্য

হতাশাৰ পৰা মুক্তি পাবলৈ কি কি কৰিব?

editor by editor
April 19, 2022
in অসম, স্বাস্থ্য
0
হতাশাৰ পৰা মুক্তি পাবলৈ কি কি কৰিব?
0
SHARES
313
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

হতাশাৰ পৰা বাচিবলৈ আপুনি জিমলৈ ন’গলেও হ’ব বা গধুৰ ওজন হাতত তুলি ন’ললেও হ’ব। সামান্য পৰিমাণে দ্ৰুত গতিত খোজ কাঢ়িয়েই মানসিক অশান্তি দূৰ কৰিব পাৰব আপুনি (Mental health tips), এটা অধ্যয়নত প্ৰকাশ পাইছে এই কথা।

বৰ্তমান প্ৰজন্মৰ মাজত হতাশাগ্ৰস্তাতাই বাৰুকৈয়ে শিপাইছে (depression in youths)। এই হতাশাৰ চিকাৰ হৈ বহুতে বহু সময়ত নানা ধৰণৰ সিদ্ধান্তৰে নিজৰ জীৱন ধ্বংস কৰি পেলাইছে। আজি কালি হতাশা, মানসিক অশান্তি এইবোৰৰ ওপৰত সকলোৱে মুকলিকৈ আলোচনা কৰিবলৈ লৈছে (Awareness program on depression)।

অলপতে কেমব্ৰিজ আৰু চিডনী বিশ্ববিদ্যালয়কে ধৰি আন্তৰ্জাতিক গৱেষকৰ এটা দলে হতাশা দবৰ কৰাৰ ওপৰত এক অধ্যয়ন চলাইছিল। দলটোৰ নেতৃত্বত কৰা অধ্যয়নটোত দেখুওৱা হৈছে যে সপ্তাহত প্ৰায় ১.২৫ ঘণ্টা দ্ৰুতগতিত খোজ কাঢ়িলে ব্যায়াম নকৰাকৈয়ে হতাশাৰ আশংকা ১৮ শতাংশ হ্ৰাস হ’ব পাৰে (how to fight with depression)।

লগতে পঢ়ক লোভত মৰিল বৰশীৰ মাছ! ৭.৫ লাখ টকাৰ লোভত হেৰুওৱালে ১৬ লাখ টকা

জেএএমএ মনোৰোগ বিজ্ঞান আলোচনীত প্ৰকাশিত কাকতখনত, অধ্যয়নটোৰ লেখকসকলে প্ৰকাশ কৰিছিল, ‘‘বেছিভাগ লাভালাভ তেতিয়া অনুভৱ কৰা হয় যেতিয়া কোনো কাৰ্যকলাপ নকৰাকৈ থকাৰ পিছত যিকোনো এটা কাৰ্যকলাপ নিয়মীয়াকৈ কৰিবলৈ লোৱা হয়৷’’

দলটোৱে হতাশা হ্ৰাস কৰিবলৈ কিমান ব্যায়ামৰ প্ৰয়োজন সেইয়া নিৰ্ধাৰণ কৰিব বিচাৰিছিল। তাৰ বাবে তেওঁলোকে ১৫ টা অধ্যয়নৰ মেটা-বিশ্লেষণ কৰিবলৈ ১৯০,০০০ ৰো অধিক লোকক অন্তৰ্ভুক্ত কৰিছিল। তেওঁলোকে লাভ কৰা ফলাফলবোৰে দেখুৱাইছিল যে ‘‘নিয়মীয়াকৈ হাতত লোৱা এটা কাম যি প্ৰতি সপ্তাহত ২.৫ ঘণ্টাত দ্ৰুত খোজ কঢ়াৰ সৈতে সমান হয় ই হতাশাৰ আশংকা ২৫ শতাংশলৈ কম কৰে৷’’

ইয়েল বিশ্ববিদ্যালয়ৰ মনোৰোগ বিজ্ঞানৰ সহকাৰী অধ্যাপক লেখক এডাম চেক্ৰাউডে চিএনএনক কৈছিল, ‘‘সপ্তাহত মাত্ৰ তিনিবাৰকৈ খোজ কাঢ়িলেও সেইসকল লোকৰ ব্যায়াম নকৰা মানুহতকৈ মানসিক স্বাস্থ্য উন্নত হৈ থাকে। ২০১৮ চনৰ এক অধ্যয়নত দেখা গৈছে যে সপ্তাহত তিনিৰ পৰা পাঁচবাৰ ৪৫ মিনিটৰ সময়ৰ বাবে ব্যায়াম কৰাটো মানসিক স্বাস্থ্য উন্নত কৰাৰ বাবে আটাইতকৈ লাভজনক (Benefits of walking)। আনকি ঘৰুৱা কাম কৰিলেও মানসিক অশান্তি প্ৰায় ১০ শতাংশলৈ হ্ৰাস হয় বুলি অধ্যয়নটোত প্ৰকাশ পাইছিল।

লগতে পঢ়ক ডেভিদ বেকহামৰ ১৩.৭৪ কোটি মূল্যৰ যৌনাংগাকৃতিৰ পুতলা উপহাৰ পত্নী ভিক্টোৰিয়ালৈ!

২০২০ চনত প্ৰকাশিত আন এটা অধ্যয়নত দেখা গৈছিল যে আনকি মৃদু ব্যায়ামেও শিশুসকলক হতাশাত আক্ৰান্ত হোৱাৰ পৰা সুৰক্ষিত কৰি ৰাখিছিল। ২০২০ চনৰ এক অধ্যয়নত দেখুওৱা হৈছিল যে ১২ বছৰ বয়সত প্ৰতিদিনে কৰা ৬০ মিনিটৰ কাৰ্যকলাপে ১৮ বছৰ বয়সত হ’ব পৰা হতাশাৰ পৰিমাণ ১০ শতাংশলৈ হ্ৰাস কৰাৰ সৈতে সম্পৰ্কিত।

CNNএ প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি এনেধৰণৰ কাৰ্য কলাপবোৰৰ ভিতৰত আছিল দৌৰা, বাইক চলোৱা আৰু খোজ কঢ়া। তাৰ সমান্তৰালকৈ ঘৰুৱা কাম কৰা, পেইণ্টিং কৰা, বাদ্যযন্ত্ৰ বজোৱা ইত্যাদি।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamdepressionmental health
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান
অসম

নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

March 27, 2026
নিশা টোপনি গলেই নাক বন্ধ, অনবৰতে মূৰৰ বিষ, শীতত কিয় ভয়াৱহ হৈ উঠে ছাইনাচ? উপশমৰ উপায় কি?
জীৱনশৈলী

নিশা টোপনি গলেই নাক বন্ধ, অনবৰতে মূৰৰ বিষ, শীতত কিয় ভয়াৱহ হৈ উঠে ছাইনাচ? উপশমৰ উপায় কি?

March 26, 2026
প্ৰতিকী ছবি
জীৱনশৈলী

বিমানৰ উৰণৰ পাছতেই যাত্ৰীৰ মৃত্যু, ১৩ ঘণ্টা মৃ**তকক লৈ আকাশপথত যাত্ৰী, ভয়াৱহ অভিজ্ঞতা বৰ্ণনা কৰিছে যাত্ৰীয়ে, ক’ত এই ঘটনা?

March 26, 2026
এই ৭ কাৰণত শৰীৰত হু হু কৰে কমি যায় শুক্ৰাণু! কমি যায় উদ্দমতা! সন্তান উৎপাদনত সমস্যা, পুৰুষৰ বাবে এই খবৰ
জীৱনশৈলী

এই ৭ কাৰণত শৰীৰত হু হু কৰে কমি যায় শুক্ৰাণু! কমি যায় উদ্দমতা! সন্তান উৎপাদনত সমস্যা, পুৰুষৰ বাবে এই খবৰ

March 26, 2026
Next Post
বিবাহস্থলীতে দৰাৰ গালত দুটা পূৰ্ণতীয়া চৰ কইনাৰ, কিয় দিলে এই চৰ? চাওক ভিডিঅ’

বিবাহস্থলীতে দৰাৰ গালত দুটা পূৰ্ণতীয়া চৰ কইনাৰ, কিয় দিলে এই চৰ? চাওক ভিডিঅ’

‘হয় আত্মসপৰ্ণ কৰা নহয় মৃত্যুক বাছি লোৱা’, ৰাছিয়াৰ শেষ সকীয়নি!

‘হয় আত্মসপৰ্ণ কৰা নহয় মৃত্যুক বাছি লোৱা’, ৰাছিয়াৰ শেষ সকীয়নি!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.