• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সমুদ্ৰৰ বুকুৰ পৰা জাগি উঠিব প্ৰাচীন চহৰ! জানক কি কি ঘটিব কলিযুগৰ শেষত?

সমুদ্ৰৰ বুকুৰ পৰা জাগি উঠিব প্ৰাচীন চহৰ! জানক কি কি ঘটিব কলিযুগৰ শেষত?

1 year ago
শাহুৱেক-শহুৰেকৰ ভৰণপোষণৰ দায়িত্ব ল’বলৈ বাধ্য কৰাব নোৱাৰিব বোৱাৰীয়েকক, ৰায় আদালতৰ

শাহুৱেক-শহুৰেকৰ ভৰণপোষণৰ দায়িত্ব ল’বলৈ বাধ্য কৰাব নোৱাৰিব বোৱাৰীয়েকক, ৰায় আদালতৰ

3 hours ago
SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব?

SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব?

3 hours ago
দেশৰ কোন বিমানবন্দৰত সস্তাত পোৱা যায় কফি, চিঙৰা? মাত্ৰ ১০ টকাত বিমান বন্দৰত চাহ খালে ৰাঘৱ চাড্ডাই

দেশৰ কোন বিমানবন্দৰত সস্তাত পোৱা যায় কফি, চিঙৰা? মাত্ৰ ১০ টকাত বিমান বন্দৰত চাহ খালে ৰাঘৱ চাড্ডাই

4 hours ago
মঙ্গলবাৰে পাব হনুমানৰ কৃপা, বজৰংবলীৰ প্ৰিয় ৪ৰাশিৰ কাহানিও বিপদ নহয়

মঙ্গলবাৰে পাব হনুমানৰ কৃপা, বজৰংবলীৰ প্ৰিয় ৪ৰাশিৰ কাহানিও বিপদ নহয়

4 hours ago
প্ৰাক্তন পত্নীক ৪ কোটিৰ বাহন উপহাৰ দিয়াৰ পাছত প্ৰেমিকাকো ১ কোটি ৭০ লাখৰ বাহন দিলে হাৰ্দিকে

প্ৰাক্তন পত্নীক ৪ কোটিৰ বাহন উপহাৰ দিয়াৰ পাছত প্ৰেমিকাকো ১ কোটি ৭০ লাখৰ বাহন দিলে হাৰ্দিকে

4 hours ago
মাত্ৰ ৫০০০ কৈ বিনিয়োগ কৰিলেই পাব ৩,৫৬,৮৩০ টকা৷ পোষ্ট অফিচৰ এই আশ্চৰ্যজনক স্কিম সম্পৰ্কে জানি থওক

মাত্ৰ ৫০০০ কৈ বিনিয়োগ কৰিলেই পাব ৩,৫৬,৮৩০ টকা৷ পোষ্ট অফিচৰ এই আশ্চৰ্যজনক স্কিম সম্পৰ্কে জানি থওক

5 hours ago
১ এপ্ৰিলত নক্ষত্ৰ সলনি কৰিব বুধে, ৪ ৰাশিৰ অৰ্থলাভৰ পূৰ্ণ সম্ভাৱনা

১ এপ্ৰিলত নক্ষত্ৰ সলনি কৰিব বুধে, ৪ ৰাশিৰ অৰ্থলাভৰ পূৰ্ণ সম্ভাৱনা

5 hours ago
পেট্ৰল পাম্প, ৰেছনৰ দোকানতো কেৰোচিন পাব জনতাই, নিৰ্দেশনা কেন্দ্ৰৰ

পেট্ৰল পাম্প, ৰেছনৰ দোকানতো কেৰোচিন পাব জনতাই, নিৰ্দেশনা কেন্দ্ৰৰ

6 hours ago
সদ্যোজাত সন্তানক লৈ ঘৰত আছে পত্নী, প্ৰেমিকাক ঘৰলৈ মাতি জীৱন শেষ কৰিলে নেভি অফিচাৰ প্ৰেমিকে, ফ্ৰিজত উদ্ধাৰ দেহ

সদ্যোজাত সন্তানক লৈ ঘৰত আছে পত্নী, প্ৰেমিকাক ঘৰলৈ মাতি জীৱন শেষ কৰিলে নেভি অফিচাৰ প্ৰেমিকে, ফ্ৰিজত উদ্ধাৰ দেহ

6 hours ago
ঘনে ঘনে নখ কামুৰি থকাৰ অভ্যাস আছে? ভয়ংকৰ বিপদ হ’ব পাৰে, শৰীৰত হ’ব পাৰে এই ৰোগ

ঘনে ঘনে নখ কামুৰি থকাৰ অভ্যাস আছে? ভয়ংকৰ বিপদ হ’ব পাৰে, শৰীৰত হ’ব পাৰে এই ৰোগ

7 hours ago
২৮ দিন নহয়, ১২ মাহত ১৩ টা ৰিচাৰ্চ আৰু নালাগিব! কেতিয়া আৰম্ভ হ’ব ৩০ দিনৰ ৰিচাৰ্জ প্লেন?

২৮ দিন নহয়, ১২ মাহত ১৩ টা ৰিচাৰ্চ আৰু নালাগিব! কেতিয়া আৰম্ভ হ’ব ৩০ দিনৰ ৰিচাৰ্জ প্লেন?

7 hours ago
কঠোৰ হৈছে গৃহবিভাগ, প্ৰায় ৮৪ হাজাৰ হোৱাটছএপ একাউণ্ট বন্ধ কৰিলে কেন্দ্ৰই, তালিকাত আছে মোবাইল নম্বৰো, কিন্তু অপৰাধ কি?

কঠোৰ হৈছে গৃহবিভাগ, প্ৰায় ৮৪ হাজাৰ হোৱাটছএপ একাউণ্ট বন্ধ কৰিলে কেন্দ্ৰই, তালিকাত আছে মোবাইল নম্বৰো, কিন্তু অপৰাধ কি?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সমুদ্ৰৰ বুকুৰ পৰা জাগি উঠিব প্ৰাচীন চহৰ! জানক কি কি ঘটিব কলিযুগৰ শেষত?

সমুদ্ৰৰ বুকুৰ পৰা জাগি উঠিব প্ৰাচীন চহৰ! জানক কি কি ঘটিব কলিযুগৰ শেষত?

editor by editor
March 25, 2025
in জীৱনশৈলী
0
সমুদ্ৰৰ বুকুৰ পৰা জাগি উঠিব প্ৰাচীন চহৰ! জানক কি কি ঘটিব কলিযুগৰ শেষত?
0
SHARES
416
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কলিযুগৰ চাৰে পাঁচ হাজাৰ বছৰ অতিবাহিত হৈছে৷ যি হাৰত অপৰাধ আৰু অধৰ্ম পৃথিৱী জুৰি বৃদ্ধি পাইছে তাতে আকৌ কলিযুগৰ মাজসময়৷ ৫০০ বছৰ পূৰ্বে ভৱিষ্য মালিকা গ্ৰন্থ ৰচানা কৰিছে স্বামী অচ্যুতানন্দই৷ তাতেই কলিযুগক তিনিটা ভাগ ভাগ কৰা হৈছে৷ কলিযুগৰ শেষত কি ঘটিব সেই বিষয়ে ভৱিষ্যদ্বাণী কৰা হৈছে৷

ভৱিষ্য মালিকাত কোৱা হৈছে যে হঠাৎ এদিন পৃথিৱী শেষ হৈ নাযায়৷ বৰং সম্পূৰ্ণ এই প্ৰক্ৰিয়া তিনিটা ভাগত ঘটিব৷ প্ৰথমে কলিযুগ শেষ হ’ব৷ তাৰপাছতেই মহাবিনাশ হ’ব আৰু শেষ নতুন যুগ আৰম্ভ হ’ব৷ জানি থওক ভৱিষ্য মালিকা অনুসৰি কলিযুগৰ শেষত কি ঘটিব?

পৃথিৱীৰ তাপমাত্ৰা বাঢ়িব

ভৱিষ্য মালিকাত কোৱা হৈছে যে কলিযুগৰ যেতিয়া অৱসান হ’ব,তেতিয়া পৃথিৱীৰ তাপমাত্ৰা অত্যধিক পৰিমাণে বৃদ্ধি পাব৷ কেৱল সেয়াই নহয়, গ্ৰীষ্মকালত গৰম যেনেকৈ বাঢ়িব তেনেকৈ শীতকালত অতিপাত ঠাণ্ডা হ’ব৷ ইয়াৰোপৰি একেলগে বৰ্ষাকালত চাৰিওফালে বান হ’ব৷ অৰ্থাৎ যি ঋতুয়েই আহক, সেয়াই চূড়ান্ত ৰূপ ল’ব৷

গৃহযুদ্ধ বাঢ়িব

কলিযুগৰ শেষত আৰম্ভ হ’ব মহাবিনাশ৷ এই সমত বিশ্বৰ বিভিন্ন দেশত গৃহযুদ্ধ হ’ব৷ অন্য গুৰুত্বপূৰ্ণ ইছ্যু পাহৰি নিজে নিজে যুদ্ধত মত্ত হৈ উঠিব৷ এখন দেশত ধৰ্মযুদ্ধ কৰিব আৰু বাকী অধৰ্মৰ যুদ্ধ হ’ব৷

কল্কি অৱতাৰৰ আৱিৰ্ভাৱ

কলিযুগৰ শেষত আগমন হ’ব কল্কি অৱতাৰৰ৷ বিষ্ণুৰ দশম অৱতাৰ কল্কিৰ হাততেই নতুন যুগৰ সূচনা হ’ব৷ অধৰ্মৰ অৱসান কৰি ধৰ্মৰ পুনঃপ্ৰতিষ্ঠা কৰিব৷

প্ৰাচীন চহৰ জাগি উঠা

ভৱিষ্য মালিকা অনুসৰি কলিযুগৰ শেষত সমুদ্ৰৰ তলত হেৰাই যোৱা প্ৰাচীন চহৰ জাগি উঠিব৷ যেনেকৈ শ্ৰীকৃষ্ণৰ দ্বাৰকা চহৰ সমুদ্ৰৰ তলত আছে৷ কলিযুগৰ শেষত বান, ছুনামী, ভূমিকম্পৰ দৰে প্ৰাকৃতিক বিপৰ্যয় ঘটিব, যাৰ প্ৰভাৱত কেইবাশ বছৰ পূৰ্বে হেৰাই যোৱা সেই চহৰ সমুদ্ৰৰ বুকু ফালি আকৌ জাগি উঠিব৷

মহাভাৰতৰ চৰিত্ৰসমূহৰ আকৌ আৱিৰ্ভাৱ

ভৱিষ্যদ্বাণী অনুসৰি কলিযুগৰ শেষত মহাভাৰতৰ কেইবাটাও চৰিত্ৰ আকৌ উভতি আহিব৷ কল্কি অৱতাৰৰ সাহায্য কৰিবলৈ পুনৰাগমন হ’ব বলৰামৰ৷

তীৰ্থক্ষেত্ৰ হেৰাই যোৱা

কলিযুগৰ শেষত হেৰাই যাব পাৰে কেইবাখনো উল্লেখযোগ্য তীৰ্থস্থান৷ প্ৰাকৃতিক বিপৰ্যয়ৰ জোৰতেই এই সকলো তীৰ্থক্ষেত্ৰ হেৰাই যাব পাৰে৷ অমৰনাথ, গঙ্গোত্ৰী, যমুনাত্ৰীৰ দৰে তীৰ্থক্ষেত্ৰসমূহ কলিযুগৰ শেষত হেৰাই যাব পাৰে৷ মহাবিনাশৰ পাছতেই নতুনভাৱে আৱিৰ্ভূত হ’ব এইসমূহ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শাহুৱেক-শহুৰেকৰ ভৰণপোষণৰ দায়িত্ব ল’বলৈ বাধ্য কৰাব নোৱাৰিব বোৱাৰীয়েকক, ৰায় আদালতৰ
জীৱনশৈলী

শাহুৱেক-শহুৰেকৰ ভৰণপোষণৰ দায়িত্ব ল’বলৈ বাধ্য কৰাব নোৱাৰিব বোৱাৰীয়েকক, ৰায় আদালতৰ

March 30, 2026
দেশৰ কোন বিমানবন্দৰত সস্তাত পোৱা যায় কফি, চিঙৰা? মাত্ৰ ১০ টকাত বিমান বন্দৰত চাহ খালে ৰাঘৱ চাড্ডাই
জীৱনশৈলী

দেশৰ কোন বিমানবন্দৰত সস্তাত পোৱা যায় কফি, চিঙৰা? মাত্ৰ ১০ টকাত বিমান বন্দৰত চাহ খালে ৰাঘৱ চাড্ডাই

March 30, 2026
মঙ্গলবাৰে পাব হনুমানৰ কৃপা, বজৰংবলীৰ প্ৰিয় ৪ৰাশিৰ কাহানিও বিপদ নহয়
জীৱনশৈলী

মঙ্গলবাৰে পাব হনুমানৰ কৃপা, বজৰংবলীৰ প্ৰিয় ৪ৰাশিৰ কাহানিও বিপদ নহয়

March 30, 2026
প্ৰাক্তন পত্নীক ৪ কোটিৰ বাহন উপহাৰ দিয়াৰ পাছত প্ৰেমিকাকো ১ কোটি ৭০ লাখৰ বাহন দিলে হাৰ্দিকে
জীৱনশৈলী

প্ৰাক্তন পত্নীক ৪ কোটিৰ বাহন উপহাৰ দিয়াৰ পাছত প্ৰেমিকাকো ১ কোটি ৭০ লাখৰ বাহন দিলে হাৰ্দিকে

March 30, 2026
Next Post
১ লাখ কোটি টকাৰ বাজেট দিল্লীৰ, এইবাৰ ৫০০ কোটিৰে চাফা কৰা হ’ব যমুনা

১ লাখ কোটি টকাৰ বাজেট দিল্লীৰ, এইবাৰ ৫০০ কোটিৰে চাফা কৰা হ'ব যমুনা

ছনু চুডৰ পত্নীৰ ভয়ংকৰ পথ দুৰ্ঘটনা, সংকটজনক অৱস্থাত হাস্পতালত ভৰ্তি

ছনু চুডৰ পত্নীৰ ভয়ংকৰ পথ দুৰ্ঘটনা, সংকটজনক অৱস্থাত হাস্পতালত ভৰ্তি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.