• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এই ৩৫টা স্মার্টফোনত আৰু চলাব নোৱাৰিব Whatsapp, তালিকায় ছেমছাং, এপলৰ ফোনো, জানি থওক লিষ্ট

এই ৩৫টা স্মার্টফোনত আৰু চলাব নোৱাৰিব Whatsapp, তালিকায় ছেমছাং, এপলৰ ফোনো, জানি থওক লিষ্ট

2 years ago
ভুলতো ঘৰৰ এইটো দিশত নলগাব ফটো, সুখ-শান্তি বিঘ্নিত হ’ব আপোনাৰ!

ভুলতো ঘৰৰ এইটো দিশত নলগাব ফটো, সুখ-শান্তি বিঘ্নিত হ’ব আপোনাৰ!

17 minutes ago
দাঁতৰ সমস্যাৰ বাবে নহয়, ভিটামিন ডেফিচিয়েন্সিৰ কাৰণেও মুখত দুৰ্গন্ধ ওলায়, কোনবিধ পুষ্টিৰ অভাৱত বাঢ়ে এই সমস্যা?

দাঁতৰ সমস্যাৰ বাবে নহয়, ভিটামিন ডেফিচিয়েন্সিৰ কাৰণেও মুখত দুৰ্গন্ধ ওলায়, কোনবিধ পুষ্টিৰ অভাৱত বাঢ়ে এই সমস্যা?

9 hours ago
অৱসৰত ৯ কোটি টকা পাবলৈ মাহিলী কিমান ধন বিনিয়োগ কৰিব লাগিব? জানি থওক হিচাপ

অৱসৰত ৯ কোটি টকা পাবলৈ মাহিলী কিমান ধন বিনিয়োগ কৰিব লাগিব? জানি থওক হিচাপ

10 hours ago
মাৰণ ৰোগে বাঁহ বান্ধে, নিচা, অসৎ সংগই শেষ কৰে জীৱন, এই ৫ৰাশিৰ বাবে ভয়ংকৰ ৰাহু-কেতু

মাৰণ ৰোগে বাঁহ বান্ধে, নিচা, অসৎ সংগই শেষ কৰে জীৱন, এই ৫ৰাশিৰ বাবে ভয়ংকৰ ৰাহু-কেতু

10 hours ago
ভাৱিব নোৱৰা আৰ্থিক সংকটত ৰাজ্য, ৬মাহৰ বাবে কটা হ’ব মুখ্যমন্ত্ৰী, মন্ত্ৰী আমোলাসকলৰ দৰমহাৰ একাংশ

ভাৱিব নোৱৰা আৰ্থিক সংকটত ৰাজ্য, ৬মাহৰ বাবে কটা হ’ব মুখ্যমন্ত্ৰী, মন্ত্ৰী আমোলাসকলৰ দৰমহাৰ একাংশ

10 hours ago
৩৫ৰ পাছত সন্তানধাৰণৰ পৰিকল্পনা? জানক হ’বলগীয়া মাতৃসকলে কোন কোন বিষয়ক গুৰুত্ব দিয়া জৰুৰী?

৩৫ৰ পাছত সন্তানধাৰণৰ পৰিকল্পনা? জানক হ’বলগীয়া মাতৃসকলে কোন কোন বিষয়ক গুৰুত্ব দিয়া জৰুৰী?

11 hours ago
কাইলৈৰ ৰাশিফলঃ মঙ্গলবাৰে হনুমানৰ লগতে মা কাত্যায়নীৰ কৃপা, সৌভাগ্য লাভ কৰিব ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ মঙ্গলবাৰে হনুমানৰ লগতে মা কাত্যায়নীৰ কৃপা, সৌভাগ্য লাভ কৰিব ৫ৰাশিৰ জাতকে

11 hours ago
কিমান বছৰ বয়সত নিজৰ ঘৰ তৈয়াৰ কৰিব? কি কয় জ্যোতিষশাস্ত্ৰই?

কিমান বছৰ বয়সত নিজৰ ঘৰ তৈয়াৰ কৰিব? কি কয় জ্যোতিষশাস্ত্ৰই?

12 hours ago
ৰাইজক সেৱা কৰাৰ মন নে ক্ষমতাৰ প্ৰয়োজন? কোন হেভিয়েট নেতাই কোন দলত কৰিলে যোগদান?

ৰাইজক সেৱা কৰাৰ মন নে ক্ষমতাৰ প্ৰয়োজন? কোন হেভিয়েট নেতাই কোন দলত কৰিলে যোগদান?

12 hours ago
মঙ্গলৰ ৰাশিত সূৰ্যৰ গোচৰ, ৰবিগ্ৰহৰ প্ৰভাৱত আমূল সাল-সলনি হ’ব ৪ৰাশিৰ জাতকৰ জীৱনত

মঙ্গলৰ ৰাশিত সূৰ্যৰ গোচৰ, ৰবিগ্ৰহৰ প্ৰভাৱত আমূল সাল-সলনি হ’ব ৪ৰাশিৰ জাতকৰ জীৱনত

13 hours ago
কোন কোন বেংকত কম সুদত পাব ৭৫ লাখতকৈ বেছি হোম লোন? জানি থওক হিচাপ

কোন কোন বেংকত কম সুদত পাব ৭৫ লাখতকৈ বেছি হোম লোন? জানি থওক হিচাপ

13 hours ago
২০ মাহৰ বকেয়া ধন পাব একেলগেই! হাতলৈ আহিব ৩ৰ পৰা ১৫ লাখ টকা, অষ্টম দৰমহা কমিছনৰ বাস্তবায়ন কেতিয়া হ’ব?

২০ মাহৰ বকেয়া ধন পাব একেলগেই! হাতলৈ আহিব ৩ৰ পৰা ১৫ লাখ টকা, অষ্টম দৰমহা কমিছনৰ বাস্তবায়ন কেতিয়া হ’ব?

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

এই ৩৫টা স্মার্টফোনত আৰু চলাব নোৱাৰিব Whatsapp, তালিকায় ছেমছাং, এপলৰ ফোনো, জানি থওক লিষ্ট

এই ৩৫টা স্মার্টফোনত আৰু চলাব নোৱাৰিব Whatsapp, তালিকায় ছেমছাং, এপলৰ ফোনো, জানি থওক লিষ্ট

editor by editor
June 27, 2024
in জীৱনশৈলী, প্ৰযুক্তি, বিবিধ, ভাৰত
0
এই ৩৫টা স্মার্টফোনত আৰু চলাব নোৱাৰিব Whatsapp, তালিকায় ছেমছাং, এপলৰ ফোনো, জানি থওক লিষ্ট
0
SHARES
1.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বেছি পুৰণি ফোন ব্যৱহাৰ কৰি আছে যদি আপোনাৰ ফোনত আৰু কাম নকৰিব ৱাটছএপে৷ ৩৫টা স্মাৰ্টফোনত কাম কৰা বন্ধ হ’ব ৱাটছএপৰ৷ এইবছৰৰ শেষৰ ফালে ছেমচাং, এপলসহ কেইবাটাও ব্ৰেণ্ডৰ ৩৫ টা স্মাৰ্টফোনত বন্ধ হ’ব ৱাটছএপ৷ ফেছবুক, ৱাটছএপ অবিহনে জীৱনটো কল্পনা কৰিও ভাল নালাগে যদিও উপায় নাই৷ এইকেইটা ফোনত আৰু ৱাটছএপ ব্যৱহাৰৰ সুবিধা গ্ৰাহকে লাভ নকৰিব৷ এই পৰিস্থিতিত লাখ লাখ ইউজাৰ অসুবিধাতো পৰিব তাত কোনো সন্দেহ নাই৷

জানি থওক পুৰণি কি কি মোবাইলত বন্ধ হ’ব ৱাটছএপ৷ ৩৫ টা বিশেষ স্মাৰ্টফোনৰ তালিকাত আটাইতকৈ বেছি আছে ছেমচাঙৰ ফোন৷ ছেমছাং গেলেক্সি এছ প্লাছ, গেলেক্সি ক’ৰ, গেলেক্সি এক্সপ্ৰেছ২, গেলেক্সি গ্ৰেণ্ড, গেলেক্সি নোট ৩ এন ৯০০৫ এল টি ই, গেলেক্সি নোট ৩ নিউ লাইট, গেলেক্সি এছ ১৯৫০০, গেলেক্সি এছ ৩ মিনি ভিই, গেলেক্সি এছ ৮ এক্টিভ, গেলেক্সি এছ ৮ মিনি ১৯১৯২ ডুয়েছ, গেলেক্সি এছ ৮ মিনি ১৯১৯৫ এল টি ই, গেলেক্সি এছ ৮ জুম৷

দক্ষিণ কোৰিয়াৰ বিশেষ ব্ৰেণ্ড মটৰলাৰো কেইবাটাও ফোনত বন্ধ হ’ব ৱাটছএপ৷ লেনভ অধিকৃত সংস্থাটোৰ মট জি অ’ , মট এক্স ফোনত আৰু এবছৰৰ পাছত কাম নকৰিব ৱাটছএপে৷ তালিকাত আছে এপলৰ ফোনো৷ আইফোন ৫, আইফোন ৫ চি, আইফোন৬, আইফোন ৬এছ প্লাছ, আইফোন ৬এছ ৱাই ৬২৫ ফোনো আছে তালিকাত৷ ইয়াৰোপৰি লেনভৰো কেইবাটাও ফোনত নচলিব ৱাটছএপ৷

লেনভ ৪৬৬০০, লেনভ এ৮৫৮টি, লেনভ পি৭০, লেনভ এছ ৮৯০, লেনভ এ৮২০। ইয়াৰোপৰি ছনিৰ এক্সপেৰিয়া জেড১, এক্সপেৰিয়া ই৩ ও এক্সপেৰিমাছ এল৭ এবং জেডটিই সংস্থার জেডটিই ভি৯৫৬, জেডটিই ইউএমআই এক্স২, জেডটিই গ্র্যান্ড এছ ফ্লেক্স, জেডটিই গ্র্যান্ড মেমোৰ নামো আছে তালিকাত৷ এইকেইটা ব্ৰেণ্ডৰ ফোনৰ ওপৰিও  এফএইএ এফ১, টিএইচএল ডবলিউ৮, আর্কোস ৫৩ প্ল্যাটিনাম, উইকো সিঙ্ক ৫, উইকো ডার্কনাইট মডেলৰ ফোনতো কাম নকৰিব পাৰে ৱাটছএপে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভুলতো ঘৰৰ এইটো দিশত নলগাব ফটো, সুখ-শান্তি বিঘ্নিত হ’ব আপোনাৰ!
জীৱনশৈলী

ভুলতো ঘৰৰ এইটো দিশত নলগাব ফটো, সুখ-শান্তি বিঘ্নিত হ’ব আপোনাৰ!

March 24, 2026
দাঁতৰ সমস্যাৰ বাবে নহয়, ভিটামিন ডেফিচিয়েন্সিৰ কাৰণেও মুখত দুৰ্গন্ধ ওলায়, কোনবিধ পুষ্টিৰ অভাৱত বাঢ়ে এই সমস্যা?
জীৱনশৈলী

দাঁতৰ সমস্যাৰ বাবে নহয়, ভিটামিন ডেফিচিয়েন্সিৰ কাৰণেও মুখত দুৰ্গন্ধ ওলায়, কোনবিধ পুষ্টিৰ অভাৱত বাঢ়ে এই সমস্যা?

March 23, 2026
অৱসৰত ৯ কোটি টকা পাবলৈ মাহিলী কিমান ধন বিনিয়োগ কৰিব লাগিব? জানি থওক হিচাপ
জীৱনশৈলী

অৱসৰত ৯ কোটি টকা পাবলৈ মাহিলী কিমান ধন বিনিয়োগ কৰিব লাগিব? জানি থওক হিচাপ

March 23, 2026
মাৰণ ৰোগে বাঁহ বান্ধে, নিচা, অসৎ সংগই শেষ কৰে জীৱন, এই ৫ৰাশিৰ বাবে ভয়ংকৰ ৰাহু-কেতু
জীৱনশৈলী

মাৰণ ৰোগে বাঁহ বান্ধে, নিচা, অসৎ সংগই শেষ কৰে জীৱন, এই ৫ৰাশিৰ বাবে ভয়ংকৰ ৰাহু-কেতু

March 23, 2026
Next Post
বছৰৰ শেষ ৬মাহ লক্ষ্মীৰ আশীৰ্বাদ এই ৪ৰাশিৰ ওপৰত থাকিব, অপাৰ ধনসম্পত্তি লাভ কৰিব কেইটামান ৰাশিৰ জাতকে

বছৰৰ শেষ ৬মাহ লক্ষ্মীৰ আশীৰ্বাদ এই ৪ৰাশিৰ ওপৰত থাকিব, অপাৰ ধনসম্পত্তি লাভ কৰিব কেইটামান ৰাশিৰ জাতকে

সোণৰ চহৰৰ পৰা ভূতৰ চহৰলৈ… কেজিএফৰ সোণৰ খনি আকৌ খুলি দিয়াৰ সিদ্ধান্ত ল’লে কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰে, নৰক আকৌ স্বৰ্গ হ’বনে?

সোণৰ চহৰৰ পৰা ভূতৰ চহৰলৈ... কেজিএফৰ সোণৰ খনি আকৌ খুলি দিয়াৰ সিদ্ধান্ত ল’লে কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰে, নৰক আকৌ স্বৰ্গ হ’বনে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.