• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰতি বছৰে ১৭ তাৰিখে বিশ্বকৰ্মা পূজা পালিত হয়! এইবাৰ বিশ্বকৰ্মা পূজা ১৮ তাৰিখে কিয় পালিত হ’ব?

প্ৰতি বছৰে ১৭ তাৰিখে বিশ্বকৰ্মা পূজা পালিত হয়! এইবাৰ বিশ্বকৰ্মা পূজা ১৮ তাৰিখে কিয় পালিত হ’ব?

3 years ago
খোজকঢ়া, দৌৰাৰ ক্ষমতা হেৰাই যায়…! বিৰল ৰোগত আক্ৰান্ত বৰুণ ধাৱান-নাতাশাৰ কন্যা লাৰা

খোজকঢ়া, দৌৰাৰ ক্ষমতা হেৰাই যায়…! বিৰল ৰোগত আক্ৰান্ত বৰুণ ধাৱান-নাতাশাৰ কন্যা লাৰা

35 minutes ago
ভাৱিবই নোৱাৰিব, এইসমূহেই লিভাৰ ছিৰোচিছৰ সংকেত, আগতেই সচেতন নহ’লে ভয়ংকৰ বিপদ হ’ব পাৰে আপোনাৰো

ভাৱিবই নোৱাৰিব, এইসমূহেই লিভাৰ ছিৰোচিছৰ সংকেত, আগতেই সচেতন নহ’লে ভয়ংকৰ বিপদ হ’ব পাৰে আপোনাৰো

1 hour ago
ফুচকাৰ জন্ম দ্ৰৌপদীৰ হাতত হৈছিল! ক’ত, কোনে, কেনেকৈ আৰম্ভ কৰিছিল এই লোভনীয় খাদ্য?

ফুচকাৰ জন্ম দ্ৰৌপদীৰ হাতত হৈছিল! ক’ত, কোনে, কেনেকৈ আৰম্ভ কৰিছিল এই লোভনীয় খাদ্য?

2 hours ago
কেতিয়াবা স্নিগ্ধ, কেতিয়া অভিজাত, কেতিয়াবা ৰিয়েল ডিভা! নেপালৰ নতুন প্ৰধানমন্ত্ৰীৰ পত্নী ছাবিনাৰ ছবি কিয় ট্ৰেণ্ডিঙত?

কেতিয়াবা স্নিগ্ধ, কেতিয়া অভিজাত, কেতিয়াবা ৰিয়েল ডিভা! নেপালৰ নতুন প্ৰধানমন্ত্ৰীৰ পত্নী ছাবিনাৰ ছবি কিয় ট্ৰেণ্ডিঙত?

2 hours ago
ডঃ হিমন্ত বিশ্ব শৰ্মাক কিয় চুমা খাই মহিলাই? চুমা খোৱাৰ কাৰণ বাখ্যা কৰি কি কৈছে ডঃ শৰ্মাই?

ডঃ হিমন্ত বিশ্ব শৰ্মাক কিয় চুমা খাই মহিলাই? চুমা খোৱাৰ কাৰণ বাখ্যা কৰি কি কৈছে ডঃ শৰ্মাই?

2 hours ago
নক্ষত্ৰ সলনি কৰিব ৰঙা গ্ৰহ মঙ্গলে, মঙ্গলৰ নক্ষত্ৰ সলনিত প্ৰেম, ধন হাতলৈ আহিব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

নক্ষত্ৰ সলনি কৰিব ৰঙা গ্ৰহ মঙ্গলে, মঙ্গলৰ নক্ষত্ৰ সলনিত প্ৰেম, ধন হাতলৈ আহিব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

3 hours ago
বুধাদিত্য ৰাজযোগে সৌভাগ্য কঢ়িয়াই আনিছে, সমগ্ৰ এপ্ৰিল মাহজুৰি সুখবৰ লাভ কৰিব এই ৫ৰাশিয়ে

বুধাদিত্য ৰাজযোগে সৌভাগ্য কঢ়িয়াই আনিছে, সমগ্ৰ এপ্ৰিল মাহজুৰি সুখবৰ লাভ কৰিব এই ৫ৰাশিয়ে

3 hours ago
খাদ্য খোৱাৰ পাছত প্লেটতেই হাত ধুৱে? জীৱনত দুখ-দাৰিদ্ৰ মাতি আনিছে? কি কয় বাস্তুশাস্ত্ৰই?

খাদ্য খোৱাৰ পাছত প্লেটতেই হাত ধুৱে? জীৱনত দুখ-দাৰিদ্ৰ মাতি আনিছে? কি কয় বাস্তুশাস্ত্ৰই?

4 hours ago
মুখৰ দুৰ্গন্ধৰ বাবে কথা ক’বলৈকো লাজ পায়! মাউথফ্রেছনাৰৰ ওপৰত ভৰসা এৰক, খাদ্যভাষ সলনি কৰি খাদ্য তালিকাত ৰাখক এইকেইবিধ খাদ্য

মুখৰ দুৰ্গন্ধৰ বাবে কথা ক’বলৈকো লাজ পায়! মাউথফ্রেছনাৰৰ ওপৰত ভৰসা এৰক, খাদ্যভাষ সলনি কৰি খাদ্য তালিকাত ৰাখক এইকেইবিধ খাদ্য

5 hours ago
এই তাৰিখে জন্ম হোৱা যুৱতীৰ স্বামী যদি আপুনি ভাগ্যবান! জানক আপোনাৰ সংগী সম্পৰ্কে সবিশেষ

এই তাৰিখে জন্ম হোৱা যুৱতীৰ স্বামী যদি আপুনি ভাগ্যবান! জানক আপোনাৰ সংগী সম্পৰ্কে সবিশেষ

5 hours ago
এইকেইটা লক্ষণ আছে যদি বুজিব আপোনাৰ সংগী মানসিকভাৱে পৰিপক্ক নহয়, সম্পৰ্ক গঢ়াৰ পূৰ্বেই মন দিয়ক এইকেইটা দিশত

এইকেইটা লক্ষণ আছে যদি বুজিব আপোনাৰ সংগী মানসিকভাৱে পৰিপক্ক নহয়, সম্পৰ্ক গঢ়াৰ পূৰ্বেই মন দিয়ক এইকেইটা দিশত

5 hours ago
বিবাহিত পুৰুষ পাৰস্পৰিক সন্মতিত লিভ-ইন সম্পৰ্কত থাকিলে সেয়া অপৰাধ নহয়, পৰ্যবেক্ষণ এলাহাবাদ হাইকৰ্টৰ

বিবাহিত পুৰুষ পাৰস্পৰিক সন্মতিত লিভ-ইন সম্পৰ্কত থাকিলে সেয়া অপৰাধ নহয়, পৰ্যবেক্ষণ এলাহাবাদ হাইকৰ্টৰ

5 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, March 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

প্ৰতি বছৰে ১৭ তাৰিখে বিশ্বকৰ্মা পূজা পালিত হয়! এইবাৰ বিশ্বকৰ্মা পূজা ১৮ তাৰিখে কিয় পালিত হ’ব?

editor by editor
September 13, 2023
in জীৱনশৈলী, ভাৰত
0
প্ৰতি বছৰে ১৭ তাৰিখে বিশ্বকৰ্মা পূজা পালিত হয়! এইবাৰ বিশ্বকৰ্মা পূজা ১৮ তাৰিখে কিয় পালিত হ’ব?
0
SHARES
19.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বিশ্বকৰ্মা পূজালৈ মাজত মাত্ৰ কেইটামান দিন। বিশ্বকৰ্মা পূজা মানেই দূৰ্গা পূজাৰো আগমন। এইবাৰ বিশ্বকৰ্মা পূজাৰ দিন সলনি হৈছে। কিয় সলনি হ’ল পূজাৰ দিন বিষয়টোক লৈ বহুতেই চৰ্চা চলাই আছে।

সাধাৰণতে প্ৰায় প্ৰতি বছৰে বিশ্বকৰ্মা পূজা পালিত হয় ১৭ ছেপ্টেম্বৰত। কিন্তু এই বছৰ নিয়ম সলনি হৈছে। ২০২৩ চনৰ বিশ্বকৰ্মা পূজা ১৭ ৰ সলনি ১৮ ছেপ্টেম্বৰত পালিত হ’ব। হিন্দু ধৰ্মত অন্য সকলো দেৱ দেৱীৰ পূজাৰ সৈতে ইংৰাজী কেলেণ্ডাৰৰ কোনো সামঞ্জস্য নাই। বিদ্যাৰ দেৱী সৰস্বতী, অৰ্থৰ দেৱী লক্ষ্মী বা শক্তিৰ দেৱী দূৰ্গা, কালি পূজাৰো দিন মাজে মাজে সলনি হয় যদিও বিশ্বকৰ্মা পূজা মানেই প্ৰতি বছৰ ১৭ছেপ্টেম্বৰত পালিত হয়।

প্ৰকৃততে সনাতন ধৰ্ম অনুসৰি সকলো দেৱ-দেৱীৰ পূজাৰ তিথি চন্দ্ৰৰ গতি বিধিৰ ওপৰত নিৰ্ভৰ কৰে। এই বিষয়ে চন্দ্ৰ পঞ্জিকা নীতি অনুসৰণ কৰা হয়। কিন্তু একমাত্ৰ বিশ্বকৰ্মা পূজা সূৰ্যৰ গতি প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল। বছৰত ছমাহ উত্তৰায়ন আৰু ছমাহ দক্ষিণায়ন। দক্ষিণায়নৰ ছমাহ দেৱতাসকল নিদ্ৰাৰত অৱস্থাত থাকে। আৰু উত্তৰায়ণৰ ছমাহ দেৱতাসকলৰ জাগ্ৰত অৱস্থাত থাকে। সূৰ্যই সিংহ ৰাশিত গমন কৰিলে উত্তৰায়ণ। দেৱতাসকলে নিদ্ৰাৰ পৰা উঠাৰ সময়তে বিশ্বকৰ্মা পূজাৰ আয়োজন কৰা হয়। হিন্দু পঞ্জিকামতে দুটা প্ৰধান শাখা সূৰ্যসিদ্ধান্ত আৰু বিশুদ্ধসিদ্ধান্ত।

বিশ্বকৰ্মা পূজাৰ দিন ভাদ মাহৰ সংক্ৰান্তি অৰ্থাৎ ভাদ মাহৰ শেষ তাৰিখ। ভাদ সংক্ৰান্তিৰ আগত ৫ টা মাহ থাকে। এই পাঁচটা মাহৰ দিন সংখ্যা মুঠ ১৫৬ দিন। এই নিয়ম মানিয়েই বিশ্বকৰ্মা পুজা ১৭ ছেপ্টেম্বৰত পালিত হয়। কোনো কোনো বৰ্ষত এই মাহৰ মাজত কোনোটো মাজত যদি ২৯ দিন আৰু ৩২ দিন থাকে তেন্তে বিশ্বকৰ্মা পূজাৰ দিন পিছুৱাই যায়। এয়া খুবেই ব্যতিক্ৰমী ঘটনা। এই ব্যতিক্ৰমী ঘটনা দেখা যাব এই বছৰতেই। এই পাঁচ মাহৰ দিন সংখ্যা বাঢ়ি ১৭ নহৈ ১৮ বছৰত পালিত হ’ব বিশ্বকৰ্মা পূজা।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

খোজকঢ়া, দৌৰাৰ ক্ষমতা হেৰাই যায়…! বিৰল ৰোগত আক্ৰান্ত বৰুণ ধাৱান-নাতাশাৰ কন্যা লাৰা
জীৱনশৈলী

খোজকঢ়া, দৌৰাৰ ক্ষমতা হেৰাই যায়…! বিৰল ৰোগত আক্ৰান্ত বৰুণ ধাৱান-নাতাশাৰ কন্যা লাৰা

March 29, 2026
ভাৱিবই নোৱাৰিব, এইসমূহেই লিভাৰ ছিৰোচিছৰ সংকেত, আগতেই সচেতন নহ’লে ভয়ংকৰ বিপদ হ’ব পাৰে আপোনাৰো
জীৱনশৈলী

ভাৱিবই নোৱাৰিব, এইসমূহেই লিভাৰ ছিৰোচিছৰ সংকেত, আগতেই সচেতন নহ’লে ভয়ংকৰ বিপদ হ’ব পাৰে আপোনাৰো

March 29, 2026
ফুচকাৰ জন্ম দ্ৰৌপদীৰ হাতত হৈছিল! ক’ত, কোনে, কেনেকৈ আৰম্ভ কৰিছিল এই লোভনীয় খাদ্য?
জীৱনশৈলী

ফুচকাৰ জন্ম দ্ৰৌপদীৰ হাতত হৈছিল! ক’ত, কোনে, কেনেকৈ আৰম্ভ কৰিছিল এই লোভনীয় খাদ্য?

March 29, 2026
কেতিয়াবা স্নিগ্ধ, কেতিয়া অভিজাত, কেতিয়াবা ৰিয়েল ডিভা! নেপালৰ নতুন প্ৰধানমন্ত্ৰীৰ পত্নী ছাবিনাৰ ছবি কিয় ট্ৰেণ্ডিঙত?
জীৱনশৈলী

কেতিয়াবা স্নিগ্ধ, কেতিয়া অভিজাত, কেতিয়াবা ৰিয়েল ডিভা! নেপালৰ নতুন প্ৰধানমন্ত্ৰীৰ পত্নী ছাবিনাৰ ছবি কিয় ট্ৰেণ্ডিঙত?

March 29, 2026
Next Post
চীনক ধাক্কা দিবলৈ ‘প্ৰতিদ্বন্দী’ আৰ্থিক কৰিডৰ নিৰ্মাণৰ পৰিকল্পনা ভাৰতৰ! সন্মতি দিলেও চীনে ৰাখিলে বিশেষ চৰ্ত

চীনক ধাক্কা দিবলৈ 'প্ৰতিদ্বন্দী’ আৰ্থিক কৰিডৰ নিৰ্মাণৰ পৰিকল্পনা ভাৰতৰ! সন্মতি দিলেও চীনে ৰাখিলে বিশেষ চৰ্ত

আপোনাৰ শৰীৰত শ্ৰী কৃষ্ণৰ শৰীৰত থকা এইকেইটা চিহ্ন আছে নেকি? আপোনাৰ ওপৰতো শ্ৰী কৃষ্ণৰ কৃপা আছে

আপোনাৰ শৰীৰত শ্ৰী কৃষ্ণৰ শৰীৰত থকা এইকেইটা চিহ্ন আছে নেকি? আপোনাৰ ওপৰতো শ্ৰী কৃষ্ণৰ কৃপা আছে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.