• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
তাজমহল ৰহস্য! কি হ’ল তাজমহলৰ ৪৬৬ কেজি ওজনৰ সোণৰ কলহ?

তাজমহল ৰহস্য! কি হ’ল তাজমহলৰ ৪৬৬ কেজি ওজনৰ সোণৰ কলহ?

1 year ago
মুহূৰ্ততে সকলো শেষ! ১৮ বছৰ বয়সত কৰুণ মৃত্যু জনপ্ৰিয় অভিনেত্ৰীৰ

মুহূৰ্ততে সকলো শেষ! ১৮ বছৰ বয়সত কৰুণ মৃত্যু জনপ্ৰিয় অভিনেত্ৰীৰ

1 hour ago
আগষ্টত সূৰ্য আৰু মংগলকে ধৰি ৪টা গ্ৰহই সলাব গতি, কি কি ৰাশিৰ ওপৰত পৰিব প্ৰভাৱ?

আগষ্টত সূৰ্য আৰু মংগলকে ধৰি ৪টা গ্ৰহই সলাব গতি, কি কি ৰাশিৰ ওপৰত পৰিব প্ৰভাৱ?

2 hours ago
“শিক্ষাৰ্থীসকল ৰাজনীতিৰ আহিলা নহয়,” ৰাহুল গান্ধীক কটাক্ষ শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ

“শিক্ষাৰ্থীসকল ৰাজনীতিৰ আহিলা নহয়,” ৰাহুল গান্ধীক কটাক্ষ শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ

2 hours ago
Pension & DA: ১০০০ টকাৰ সলনি ৭৫০০ টকাৰ পেঞ্চন, মৌলিক দৰমহাত  DA যোগ হ’ব নেকি?

Pension & DA: ১০০০ টকাৰ সলনি ৭৫০০ টকাৰ পেঞ্চন, মৌলিক দৰমহাত DA যোগ হ’ব নেকি?

3 hours ago
বাথটাবত নায়ক-নায়িকাৰ অন্তৰংগ মুহূৰ্ত, মূৰ ঘূৰালে দৰ্শকৰ!

বাথটাবত নায়ক-নায়িকাৰ অন্তৰংগ মুহূৰ্ত, মূৰ ঘূৰালে দৰ্শকৰ!

4 hours ago
পত্নী গৰ্ভৱতী আৰু অভিনেতা অন্য নাৰীৰ সৈতে! পোহৰলৈ আহিছে প্ৰকৃত কাহিনী

পত্নী গৰ্ভৱতী আৰু অভিনেতা অন্য নাৰীৰ সৈতে! পোহৰলৈ আহিছে প্ৰকৃত কাহিনী

4 hours ago
খজুৱতি, ফোঁহা আৰু শৰীৰ ৰঙা পৰা… বাৰিষাত এই সমস্যাই দিয়ে বিপদৰ ইংগিত!

খজুৱতি, ফোঁহা আৰু শৰীৰ ৰঙা পৰা… বাৰিষাত এই সমস্যাই দিয়ে বিপদৰ ইংগিত!

5 hours ago
ডিঙিত মাছৰ কাঁইট লাগিলে নকৰিব আওকাণ, বিপদত পৰাৰ পূৰ্বে হওক সাৱধান!

ডিঙিত মাছৰ কাঁইট লাগিলে নকৰিব আওকাণ, বিপদত পৰাৰ পূৰ্বে হওক সাৱধান!

5 hours ago
উজনিত ভয়ংকৰ হৈছে বান পৰিস্থিতি, বৃদ্ধি পাইছে মৃতকৰ সংখ্যা!

উজনিত ভয়ংকৰ হৈছে বান পৰিস্থিতি, বৃদ্ধি পাইছে মৃতকৰ সংখ্যা!

6 hours ago
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

কৰ্কট ৰাশিৰ লগতে এই ৫ ৰাশিৰ লোক হওক সাৱধান, এটা ভুলে মাতিব ডাঙৰ বিপদৰ!

7 hours ago
২২ জুলাইৰ দিনটো কেনে যাব আপোনাৰ? জানক কাৰ কাৰ উদয় হ’ব ভাগ্য

২২ জুলাইৰ দিনটো কেনে যাব আপোনাৰ? জানক কাৰ কাৰ উদয় হ’ব ভাগ্য

8 hours ago
এটাও গ’ল বা এছিষ্ট নকৰাকৈয়ে কিয় গোল্ডেন বলৰ সন্মান লাভ কৰিলে ৰড্ৰিয়ে?

এটাও গ’ল বা এছিষ্ট নকৰাকৈয়ে কিয় গোল্ডেন বলৰ সন্মান লাভ কৰিলে ৰড্ৰিয়ে?

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

তাজমহল ৰহস্য! কি হ’ল তাজমহলৰ ৪৬৬ কেজি ওজনৰ সোণৰ কলহ?

editor by editor
April 2, 2025
in জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
তাজমহল ৰহস্য! কি হ’ল তাজমহলৰ ৪৬৬ কেজি ওজনৰ সোণৰ কলহ?
0
SHARES
458
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

তাজমহল ৰহস্য! কি হ’ল তাজমহলৰ ৪৬৬ কেজি ওজনৰ সোণৰ কলহ?

তাজমহল বিশ্বৰ সাতটা আশ্চৰ্য্যৰ ভিতৰত অন্যতম। ভাৰতৰ আগ্ৰাত অৱস্থিত তাজমহল স্থাপত্যৰ এক বিশেষ শিল্প। তাজমহলক মোগল স্থাপত্যৰ উত্তম উদাহৰণ বুলি গণ্য কৰা হয়, যিটো শৈলীত পাৰ্চী, ভাৰতীয় আৰু ইছলামিক স্থাপত্যৰ উপাদানসমূহ একত্ৰিত কৰা হৈছিল।
১৯৮৩ চনত তাজমহলক ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে চিহ্নিত কৰা হৈছিল। ইয়াক ভাৰতৰ মুছলমান শিল্পৰ বিশেষ ৰত্ন হিচাপে উল্লেখ কৰা হৈছে আৰু বিশ্ব ঐতিহ্যৰ অন্যতম সৰ্বপ্ৰশংসিত হিচাপে উল্লেখ কৰা হৈছে।

মোগল সম্ৰাট শ্বাহজাহানে তেওঁৰ পত্নী মুমতাজ মহলৰ স্মৃতিত এই সুন্দৰ আৰু অসাধাৰণ স্মৃতিসৌধটো নিৰ্মাণ কৰিছিল। তাজমহলৰ অন্যতম আকৰ্ষণ হৈছে ইয়াৰ সোণালী শিখৰ। মনোমোহা সৌন্দৰ্য্যৰ বাবে বিখ্যাত তাজমহল এসময়ত ৪৬৬ কিলোগ্ৰাম ওজনৰ এক সোণৰ কলহেৰে সজ্জিত হৈছিল।

যিটো ইয়াৰ কেন্দ্ৰীয় গম্বুজৰ ওপৰত অৱস্থিত আছিল। ৩০ ফুট উচ্চতাৰ এই শৃংগটো অৰ্ধচন্দ্ৰ আকৃতিৰ আছিল। যিটো ইছলামিক স্থাপত্যৰ এটা বৈশিষ্ট্য। নান্দনিক আকৰ্ষণৰ বাহিৰেও সোণালী শিখৰে কীৰ্তিচিহ্নটোৰ ভৱিষ্যৎ প্ৰতীক আৰু ইয়াৰ যুগৰ অসাধাৰণ কাৰুকাৰ্য্যক প্ৰদৰ্শন কৰিছিল।

কিন্তু এই অমূল্য বৈশিষ্ট্য সময়ৰ লগে লগে নোহোৱা হৈ পৰে। যিয়ে ইতিহাসবিদ আৰু দৰ্শনাৰ্থীৰ মাজত কৌতুহল আৰু জল্পনা-কল্পনাৰ সৃষ্টি কৰিছিল। বহুতে কয় যে ব্ৰিটিছ বিষয়া জোচেফ টেইলৰে ১৮১০ চনত তাজমহলৰ ওপৰৰ পৰা সেই সোনৰ কলহৰ অংশ আঁতৰাই পেলাইছিল।

বহুতে ভাবে যে জোছেফে সেই সোণৰ কলহ লুকুৱাই পাছত তামৰ সোণৰ পানী চৰোৱা কলহ লগাই দিছিল। ১৮৭৬ আৰু ১৯৪০ চনত দুবাৰকৈ সেই শিখৰ সলনি কৰা হৈছিল। কিন্তু আজিলৈকে সোণৰ কলহৰ সন্ধান কতো নোলাল।

যদিহে আজিৰ দিনত সেই সোণৰ কলহ সলনি কৰা নগলহৈ, তেন্তে আজিৰ তাৰিখত সেই সোণৰ কলহৰ বজাৰ মূল্য হ’লহেতেন ২৪৫ কোটি টকা।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: tajmahalTajmahal Golden CrownTajmahal History
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মুহূৰ্ততে সকলো শেষ! ১৮ বছৰ বয়সত কৰুণ মৃত্যু জনপ্ৰিয় অভিনেত্ৰীৰ
বিনোদন

মুহূৰ্ততে সকলো শেষ! ১৮ বছৰ বয়সত কৰুণ মৃত্যু জনপ্ৰিয় অভিনেত্ৰীৰ

July 22, 2026
আগষ্টত সূৰ্য আৰু মংগলকে ধৰি ৪টা গ্ৰহই সলাব গতি, কি কি ৰাশিৰ ওপৰত পৰিব প্ৰভাৱ?
জীৱনশৈলী

আগষ্টত সূৰ্য আৰু মংগলকে ধৰি ৪টা গ্ৰহই সলাব গতি, কি কি ৰাশিৰ ওপৰত পৰিব প্ৰভাৱ?

July 22, 2026
“শিক্ষাৰ্থীসকল ৰাজনীতিৰ আহিলা নহয়,” ৰাহুল গান্ধীক কটাক্ষ শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ
ভাৰত

“শিক্ষাৰ্থীসকল ৰাজনীতিৰ আহিলা নহয়,” ৰাহুল গান্ধীক কটাক্ষ শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ

July 22, 2026
Pension & DA: ১০০০ টকাৰ সলনি ৭৫০০ টকাৰ পেঞ্চন, মৌলিক দৰমহাত  DA যোগ হ’ব নেকি?
বাণিজ্য

Pension & DA: ১০০০ টকাৰ সলনি ৭৫০০ টকাৰ পেঞ্চন, মৌলিক দৰমহাত DA যোগ হ’ব নেকি?

July 22, 2026
Next Post
দীঘলীয়া বিতৰ্কৰ অন্তত মাজ নিশা লোকসভাত গৃহীত ৱাকফ সংশোধনী বিধেয়ক

দীঘলীয়া বিতৰ্কৰ অন্তত মাজ নিশা লোকসভাত গৃহীত ৱাকফ সংশোধনী বিধেয়ক

দৈনিক ৰাশিফল- সৌভাগ্য যোগত ভাগ্য উদয় কোন কোন ৰাশিৰ

দৈনিক ৰাশিফল- সৌভাগ্য যোগত ভাগ্য উদয় কোন কোন ৰাশিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.