• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পেট ফুলা আৰু শৌচ লগাৰ অনুভৱ… এই সমস্যাৰ আঁৰৰ কাৰণ বিশেষজ্ঞৰ পৰা জানক

পেট ফুলা আৰু শৌচ লগাৰ অনুভৱ… এই সমস্যাৰ আঁৰৰ কাৰণ বিশেষজ্ঞৰ পৰা জানক

3 weeks ago
সুখবৰ! নতুনকৈ জন্ম হোৱা শিশুক চৰকাৰে দিব ১ গ্ৰাম ওজনৰ সোণৰ আঙঠি

সুখবৰ! নতুনকৈ জন্ম হোৱা শিশুক চৰকাৰে দিব ১ গ্ৰাম ওজনৰ সোণৰ আঙঠি

2 hours ago
ঘৰুৱাভাৱে কেনেকৈ বৃদ্ধি কৰিব মুখমণ্ডলৰ উজ্বলতা?

ঘৰুৱাভাৱে কেনেকৈ বৃদ্ধি কৰিব মুখমণ্ডলৰ উজ্বলতা?

2 hours ago
হিন্দু ধৰ্ম ত্যাগ নকৰে মাৰ্কিন উপ ৰাষ্ট্ৰপতি জে ডি ভেন্সৰ পত্নীয়ে

হিন্দু ধৰ্ম ত্যাগ নকৰে মাৰ্কিন উপ ৰাষ্ট্ৰপতি জে ডি ভেন্সৰ পত্নীয়ে

3 hours ago
সাগৰৰ কাষতেই কিয় বেছিকৈ হয় নাৰিকল গছ? নাজানেনে ইয়াৰ প্ৰকৃত কাৰণ?

সাগৰৰ কাষতেই কিয় বেছিকৈ হয় নাৰিকল গছ? নাজানেনে ইয়াৰ প্ৰকৃত কাৰণ?

3 hours ago
সুখবৰ! ভাৰতত ওলাইছে সোণৰ বৃহৎ ভঁৰালৰ সন্ধান

সুখবৰ! ভাৰতত ওলাইছে সোণৰ বৃহৎ ভঁৰালৰ সন্ধান

4 hours ago
‘ঠাণ্ডা বতাহ’ বিচাৰি ১১ হাজাৰ ভল্টৰ বিদ্যুতৰ তাঁৰত সু*ৰাপায়ীৰ সুখনিদ্ৰা, সৌভাগ্যক্ৰমে প্ৰাণৰক্ষা

‘ঠাণ্ডা বতাহ’ বিচাৰি ১১ হাজাৰ ভল্টৰ বিদ্যুতৰ তাঁৰত সু*ৰাপায়ীৰ সুখনিদ্ৰা, সৌভাগ্যক্ৰমে প্ৰাণৰক্ষা

6 hours ago
অনুৰাগীক কি সুখবৰ দিলে দক্ষিণাত্যৰ জনপ্ৰিয় অভিনেত্ৰী ছামান্থাই?

অনুৰাগীক কি সুখবৰ দিলে দক্ষিণাত্যৰ জনপ্ৰিয় অভিনেত্ৰী ছামান্থাই?

7 hours ago
ইংলেণ্ডত টীম ইণ্ডিয়াৰ ড্ৰেছিং ৰূম শ্বেয়াৰ কৰাৰ সৌভাগ্য নহ’ব বৈভৱৰ!

ইংলেণ্ডত টীম ইণ্ডিয়াৰ ড্ৰেছিং ৰূম শ্বেয়াৰ কৰাৰ সৌভাগ্য নহ’ব বৈভৱৰ!

7 hours ago
ধ্বং*সস্তূপত পৰিণত ভেনিজুৱেলা, শতিকাৰ আটাইতকৈ সং*হাৰী ভূমিকম্পৰ A to Z

ধ্বং*সস্তূপত পৰিণত ভেনিজুৱেলা, শতিকাৰ আটাইতকৈ সং*হাৰী ভূমিকম্পৰ A to Z

8 hours ago
আগন্তুক ২৪ ঘণ্টাত এইকেইটা ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন

আগন্তুক ২৪ ঘণ্টাত এইকেইটা ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন

9 hours ago
কাইলৈ সবাতোকৈ পুণ্যদায়ক নিৰ্জলা একাদশী ব্ৰত, এই ব্ৰত পালন কৰিলে কি কি লাভ হ’ব?

কাইলৈ সবাতোকৈ পুণ্যদায়ক নিৰ্জলা একাদশী ব্ৰত, এই ব্ৰত পালন কৰিলে কি কি লাভ হ’ব?

23 hours ago
আনুষ্ঠানিক ডিগ্ৰী অবিহনেই ১৯ বছৰ বয়সতেই মাহিলী ১ কোটি টকা উপাৰ্জন

আনুষ্ঠানিক ডিগ্ৰী অবিহনেই ১৯ বছৰ বয়সতেই মাহিলী ১ কোটি টকা উপাৰ্জন

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, June 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

পেট ফুলা আৰু শৌচ লগাৰ অনুভৱ… এই সমস্যাৰ আঁৰৰ কাৰণ বিশেষজ্ঞৰ পৰা জানক

পেট ফুলা আৰু শৌচ লগাৰ অনুভৱ... এই সমস্যাৰ আঁৰৰ কাৰণ বিশেষজ্ঞৰ পৰা জানক

editor by editor
June 5, 2026
in জীৱনশৈলী, বিবিধ, লেখা
0
পেট ফুলা আৰু শৌচ লগাৰ অনুভৱ… এই সমস্যাৰ আঁৰৰ কাৰণ বিশেষজ্ঞৰ পৰা জানক
0
SHARES
689
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আমি প্ৰায়ে পেটৰ সমস্যাত ভুগো। কিন্তু পেটৰ সমস্যা বিভিন্ন কাৰণত হ’ব পাৰে। পেটৰ বিষ, শৌচ অনুভৱ, খাবলৈ অনিহা, পেট ফুলি থকা আদি সাধাৰণ সমস্যা যেন লাগিলেও পিছত গুৰুতৰ হ’ব পাৰে। যিয়ে বহু লোকক অশান্তি দিয়ে। মানুহে প্ৰায়ে ইয়াৰ কাৰণ কেৱল খাদ্য আৰু পানীয় বুলি কয়, কিন্তু কেতিয়াবা, আমাৰ দৈনন্দিন কিছুমান অভ্যাসও ইয়াৰ বাবে দায়ী হ’ব পাৰে। কিন্তু ব্যক্তিভেদে ইয়াৰ কাৰণ বেলেগ বেলেগ।

পাচনতন্ত্ৰ আমাৰ শৰীৰৰ এক গুৰুত্বপূৰ্ণ অংগ, খাদ্য হজম আৰু পুষ্টিকৰ পদাৰ্থ শোষণৰ বাবে দায়বদ্ধ। পাচন প্ৰক্ৰিয়াত প্ৰভাৱ পৰিলে বহু সমস্যাৰ সৃষ্টি হ’ব পাৰে। মানুহে এই লক্ষণবোৰক স্বাভাৱিক বুলি গণ্য কৰি প্ৰায়ে আওকাণ কৰে। কিন্তু যদিহে এই সমস্যা পুনৰ ঘটে তেন্তে জীৱনশৈলী বা খাদ্যাভ্যাসৰ বাবেই হ’ব পাৰে। পেটত সঘনাই গেছ গঠন হোৱাৰ বাবে কোনবোৰ অভ্যাস দায়ী হ’ব পাৰে আৰু ভাল হজম শক্তি হ’বলৈ কি কি সাৱধানতা অৱলম্বন কৰিব লাগে সেই বিষয়ে জানো আহক…

ফাষ্ট ফুড, ৰিফাইন আটা, অতি টেঙা, ভজা খাদ্যৰ অত্যধিক সেৱনও কিছুমান মানুহৰ গেছ আৰু পেট ফুলাৰ সৈতে জড়িত হ’ব পাৰে। অন্ত্ৰৰ ডিছবায়’ছিছ অৰ্থাৎ অন্ত্ৰত ভাল আৰু বেয়া বেক্টেৰিয়াৰ মাজত ভাৰসাম্যহীনতাও এটা কাৰক হ’ব পাৰে। যেতিয়া আন্ত্ৰিক মাইক্ৰ’বায়’মৰ ভাৰসাম্য প্ৰভাৱিত হয় আৰু পাচনতন্ত্ৰৰ সমস্যা বৃদ্ধি পাব পাৰে। গতিকে স্বাস্থ্যসন্মত খাদ্যাভাস আৰু নিয়মীয়া ৰুটিন বজাই ৰখাটো অতি প্ৰয়োজনীয় বুলি বিবেচিত হয়।

কি কি লক্ষণত চিকিৎসকৰ পৰামৰ্শ লোৱাটো প্ৰয়োজনীয়

যদি পেটত গেছৰ সমস্যা বাৰে বাৰে দেখা দিয়ে আৰু তাৰ লগতে পেটৰ বিষ, অত্যধিক পেট ফুলা, ভোক কমি যোৱা, ওজন কমি যোৱা, বমি বা অন্ত্ৰৰ অভ্যাসৰ পৰিৱৰ্তন আদি লক্ষণো দেখা যায়, তেন্তে চিকিৎসকৰ পৰামৰ্শ লোৱাটো প্ৰয়োজনীয় হ’ব পাৰে।

ইয়াৰ উপৰিও যদি গেছৰ সমস্যা দীৰ্ঘদিন ধৰি থাকে বা দৈনন্দিন জীৱনত প্ৰভাৱ পেলাবলৈ আৰম্ভ কৰে তেন্তে সেইবোৰক আওকাণ কৰা উচিত নহয়। সময়মতে পৰীক্ষা কৰিলে সমস্যাৰ সঠিক কাৰণ চিনাক্ত কৰাত সহায়ক হ’ব পাৰে।

গেছ আৰু পেট ফুলাৰ সমস্যাৰ পৰা হাত সাৰিবলৈ কি কৰিব লাগে?

ভাল হজম শক্তি বজাই ৰাখিবলৈ সময়মতে আহাৰ খাব লাগে আৰু খাদ্য ভালদৰে চোবাই খাব লাগে। প্ৰচুৰ পৰিমাণে পানী খাওক আৰু খাদ্যত ফলমূল, শাক-পাচলি, আঁহযুক্ত খাদ্য অন্তৰ্ভুক্ত কৰক।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সুখবৰ! নতুনকৈ জন্ম হোৱা শিশুক চৰকাৰে দিব ১ গ্ৰাম ওজনৰ সোণৰ আঙঠি
ভাৰত

সুখবৰ! নতুনকৈ জন্ম হোৱা শিশুক চৰকাৰে দিব ১ গ্ৰাম ওজনৰ সোণৰ আঙঠি

June 25, 2026
ঘৰুৱাভাৱে কেনেকৈ বৃদ্ধি কৰিব মুখমণ্ডলৰ উজ্বলতা?
জীৱনশৈলী

ঘৰুৱাভাৱে কেনেকৈ বৃদ্ধি কৰিব মুখমণ্ডলৰ উজ্বলতা?

June 25, 2026
হিন্দু ধৰ্ম ত্যাগ নকৰে মাৰ্কিন উপ ৰাষ্ট্ৰপতি জে ডি ভেন্সৰ পত্নীয়ে
বিশ্ব

হিন্দু ধৰ্ম ত্যাগ নকৰে মাৰ্কিন উপ ৰাষ্ট্ৰপতি জে ডি ভেন্সৰ পত্নীয়ে

June 25, 2026
সাগৰৰ কাষতেই কিয় বেছিকৈ হয় নাৰিকল গছ? নাজানেনে ইয়াৰ প্ৰকৃত কাৰণ?
বিবিধ

সাগৰৰ কাষতেই কিয় বেছিকৈ হয় নাৰিকল গছ? নাজানেনে ইয়াৰ প্ৰকৃত কাৰণ?

June 25, 2026
Next Post
দুৰ্বল লোকৰ ফেটি লিভাৰ হোৱাৰ আশংকা বেছি নেকি?

দুৰ্বল লোকৰ ফেটি লিভাৰ হোৱাৰ আশংকা বেছি নেকি?

কামনা জাগৃত দুই হৃদয়! হাতত কাপোৰ লৈ পলাই পত্ৰং, দৰ্জা খুলি যি দেখিলে…

কামনা জাগৃত দুই হৃদয়! হাতত কাপোৰ লৈ পলাই পত্ৰং, দৰ্জা খুলি যি দেখিলে...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.