• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অসুস্থ প্ৰেমানন্দ মহাৰাজ, অনিৰ্দিষ্টকাললৈ স্থগিত পদযাত্ৰা!

অসুস্থ প্ৰেমানন্দ মহাৰাজ, অনিৰ্দিষ্টকাললৈ স্থগিত পদযাত্ৰা!

2 months ago
আপোনাৰো ওকনি হৈছে নেকি? এই টিপছেৰে আজিয়েই কৰক দূৰ

আপোনাৰো ওকনি হৈছে নেকি? এই টিপছেৰে আজিয়েই কৰক দূৰ

5 minutes ago
সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?

সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?

1 hour ago
কুম্ভ ৰাশিত ৰাহু ট্ৰেনজিট! এই সময় ৩ৰাশিৰ বাবে ভাল সময়, ভাল খবৰ লাভ কৰিব কোন কোন ৰাশিয়ে?

কাইলৈ ভাগ্যৰ দুৱাৰ খুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ, আছে শুভ যোগ!

2 hours ago
হজম শক্তি উন্নত কৰাৰ পৰা হৃদযন্ত্ৰৰ স্বাস্থ্যলৈ.. এই পাচলিবিধ হ’ব আপোনাৰ বাবে মহৌষধ

হজম শক্তি উন্নত কৰাৰ পৰা হৃদযন্ত্ৰৰ স্বাস্থ্যলৈ.. এই পাচলিবিধ হ’ব আপোনাৰ বাবে মহৌষধ

2 hours ago
স্বামী হ’ব আপোনাৰ প্ৰেমত বলিয়া, নিশা শোৱাৰ পূৰ্বে কৰক মাত্ৰ এই কাম!

ইলাচিয়ে জাগ্ৰত কৰিব কামনা! নিশা বিচনালৈ যোৱাৰ পূৰ্বে খাওক এইদৰে

3 hours ago
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

বুধে সলনি কৰিব ভাগ্য! ব্যৱসায়ৰ পৰা অৰ্থ অৰ্জনলৈ আহিব পৰিৱৰ্তন

3 hours ago
ডাকঘৰৰ MIS আঁচনিত এবাৰ কৰক ১৫ লাখ টকা বিনিয়োগ, প্ৰতিমাহে উপাৰ্জন কৰিব ধন

কোটিপতি হ’ব বিচাৰে নেকি? মাত্ৰ ডাকঘৰৰ এই আঁচনিত ৰাখক ধন জমা!

4 hours ago
ভুল UPI ID লৈ টকা গৈছে নেকি? ধন ঘূৰাই পাবলৈ অনুসৰণ কৰক সহজ উপায়

নেটৱৰ্ক নথকা ঠাইতো হ’ব UPI, আহি আছে ‘Tap-to-Pay’ ফিচাৰ!

5 hours ago
‘ইৰাণৰ সৈতে চুক্তি শেষ, তেহৰাণৰ লক্ষ্য মই,’ মন্তব্য আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ

ইৰাণক “নৰক”লৈ ৰূপান্তৰিত কৰিব আমেৰিকাই, কাৰ নামত ট্ৰাম্পে খালে শপত?

6 hours ago
বাৰিষা কেতিয়া চুলি ধুব? এটা সৰু ভুলে বৃদ্ধি কৰিব পাৰে চুলি সৰা আৰু উফি

বাৰিষা কেতিয়া চুলি ধুব? এটা সৰু ভুলে বৃদ্ধি কৰিব পাৰে চুলি সৰা আৰু উফি

7 hours ago
বিবাহিত মানুহ কিয় দেশৰ শাসক হ’ব লাগে? চাণক্যই ক’লে এইদৰে…

মিঠা কথা কোৱা লোকৰ পৰা থাকক দূৰত, মাতিব আপোনাৰ বিপদ!

7 hours ago
কাইলৈ ৪ ৰাশিয়ে পাব সুযোগ, কাৰ কাৰ উদয় হ’ব ভাগ্য জানক

আজি কেনে যাব আপোনাৰ দিনটো? ৫ ৰাশিৰ হ’ব আৰ্থিক লাভ

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

অসুস্থ প্ৰেমানন্দ মহাৰাজ, অনিৰ্দিষ্টকাললৈ স্থগিত পদযাত্ৰা!

অসুস্থ প্ৰেমানন্দ মহাৰাজ, অনিৰ্দিষ্টকাললৈ স্থগিত পদযাত্ৰা!

editor by editor
May 19, 2026
in জীৱনশৈলী, বিবিধ, লেখা
0
অসুস্থ প্ৰেমানন্দ মহাৰাজ, অনিৰ্দিষ্টকাললৈ স্থগিত পদযাত্ৰা!
0
SHARES
80
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰেমানন্দ মহাৰাজৰ পদযাত্ৰা পুনৰ স্থগিত ৰখাৰ খবৰ পোহৰলৈ আহিছে। যাৰ বাবে ভক্তসকলৰ মাজত উদ্বেগ আৰু হতাশাৰ সৃষ্টি কৰিছে। ছ’চিয়েল মিডিয়াত প্ৰচাৰিত পোষ্ট অনুসৰি স্বাস্থ্যজনিত কাৰণত তেওঁৰ পদযাত্ৰা অনিৰ্দিষ্টকাললৈ পিছুৱাই দিয়া হৈছে। আনুষ্ঠানিকভাৱে কোনো সবিশেষ প্ৰকাশ পোৱা নাই যদিও ভক্তসকলে স্বাস্থ্য সম্পৰ্কীয় কাৰণ উল্লেখ কৰিছে।

ৰাধা ৰাণীৰ ভক্ত আৰু সেৱক হিচাপে গণ্য কৰা প্ৰেমানন্দ মহাৰাজৰ দৰ্শন কৰিবলৈ দেশৰ বিভিন্ন প্ৰান্তৰ লাখ লাখ ভক্তই বৃন্দাবন ভ্ৰমণ কৰে। তেওঁৰ দৰ্শন বিচাৰি দৈনিক পুৱাৰ তীৰ্থযাত্ৰাত বৃহৎ সংখ্যক ভক্তই অংশগ্ৰহণ কৰে, যদিও বিগত দুদিন ধৰি মহাৰাজৰ অনুপস্থিতিয়ে ভক্তসকলক যথেষ্ট চিন্তিত কৰি তুলিছে।

এই বিষয়ে খবৰ লোৱাৰ পিছত গম পোৱা যায় যে, মহাৰাজৰ স্বাস্থ্য ঠিকেই আছে যদিও আন কিছুমান বিশেষ কাৰণ আছে, যাৰ বাবে প্ৰেমানন্দ মহাৰাজে পদযাত্ৰা কৰা নাই।

দেওবাৰ আৰু সোমবাৰে কোনো দৰ্শন নাছিল

খবৰ অনুসৰি দেওবাৰ আৰু সোমবাৰে পুৱা সোভাৰ ঋষি কুণ্ডত বৃহৎ সংখ্যক ভক্ত উপস্থিত হয়। সচৰাচৰৰ দৰে ভক্তসকলে মহাৰাজৰ পদযাত্ৰালৈ অপেক্ষা কৰিছিল, কিন্তু তেওঁক দেখা নগ’ল। বহু সময় অপেক্ষাৰ অন্তত পৰিচাৰকসকলে তেওঁলোকক অৱগত কৰে যে অসুস্থতাৰ বাবে মহাৰাজে পদযাত্ৰাত অংশগ্ৰহণ নকৰে।

ভাইৰেল পোষ্টত দাবী

ছ’চিয়েল মিডিয়াত এটা ভাইৰেল পোষ্টত দাবী কৰা হৈছে যে প্ৰেমানন্দ মহাৰাজৰ স্বাস্থ্য সম্পূৰ্ণৰূপে সুস্থ নোহোৱাৰ বাবে পদযাত্ৰা অনিৰ্দিষ্টকাললৈ পিছুৱাই দিয়া হৈছে। ইয়াৰ উপৰিও পদযাত্ৰা আৰম্ভ হ’লে ভক্তসকলক অৱগত কৰা হ’ব বুলিও উল্লেখ আছে।

মহাৰাজক দেখা নাপালে ভক্তসকল হতাশ হৈ পৰিল। বহুতে ৰাধা ৰাণীৰ ওচৰত মহাৰাজৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰি শীঘ্ৰে সুস্থ হৈ ঘূৰি অহাৰ কামনা কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আপোনাৰো ওকনি হৈছে নেকি? এই টিপছেৰে আজিয়েই কৰক দূৰ
জীৱনশৈলী

আপোনাৰো ওকনি হৈছে নেকি? এই টিপছেৰে আজিয়েই কৰক দূৰ

July 21, 2026
সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?
বাণিজ্য

সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?

July 21, 2026
কুম্ভ ৰাশিত ৰাহু ট্ৰেনজিট! এই সময় ৩ৰাশিৰ বাবে ভাল সময়, ভাল খবৰ লাভ কৰিব কোন কোন ৰাশিয়ে?
জীৱনশৈলী

কাইলৈ ভাগ্যৰ দুৱাৰ খুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ, আছে শুভ যোগ!

July 21, 2026
হজম শক্তি উন্নত কৰাৰ পৰা হৃদযন্ত্ৰৰ স্বাস্থ্যলৈ.. এই পাচলিবিধ হ’ব আপোনাৰ বাবে মহৌষধ
জীৱনশৈলী

হজম শক্তি উন্নত কৰাৰ পৰা হৃদযন্ত্ৰৰ স্বাস্থ্যলৈ.. এই পাচলিবিধ হ’ব আপোনাৰ বাবে মহৌষধ

July 21, 2026
Next Post
হোৰাহোৰে বৃদ্ধি পেট্ৰ’ল-ডিজেলৰ মূল্য! ৫ দিনত দ্বিতীয়বাৰৰ পালে বৃদ্ধি

হোৰাহোৰে বৃদ্ধি পেট্ৰ'ল-ডিজেলৰ মূল্য! ৫ দিনত দ্বিতীয়বাৰৰ পালে বৃদ্ধি

অত্যাধিক কথা কোৱা আৰু ভুল বুজাবুজিৰ বাবে বিপদত পৰে ৬ ৰাশিৰ লোক!

অত্যাধিক কথা কোৱা আৰু ভুল বুজাবুজিৰ বাবে বিপদত পৰে ৬ ৰাশিৰ লোক!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.