• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বদ্ৰীনাথ মন্দিৰত শংখ বজোৱা নিষেধ, আঁৰৰ কাৰণ জানেনে?

বদ্ৰীনাথ মন্দিৰত শংখ বজোৱা নিষেধ, আঁৰৰ কাৰণ জানেনে?

11 months ago
দশম উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

দশম উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

21 minutes ago
হঠাৎ আধা ৰাস্তাতে KitKat চুৰি, অপৰাধী বিচাৰি হাহাকাৰ কোম্পানীৰ!

হঠাৎ আধা ৰাস্তাতে KitKat চুৰি, অপৰাধী বিচাৰি হাহাকাৰ কোম্পানীৰ!

38 minutes ago
নিৰ্বাচনৰ পূৰ্বে যোৰহাটত ভয়ংকৰ ঘটনা, বিস্ফোৰণত নিহত পিতা-পুত্ৰ

নিৰ্বাচনৰ পূৰ্বে যোৰহাটত ভয়ংকৰ ঘটনা, বিস্ফোৰণত নিহত পিতা-পুত্ৰ

1 hour ago
চিন্তা নাই, মুখ্যমন্ত্ৰীয়ে দিলে অভয়বাণী, পেট্ৰ’ল-ডিজেলৰ সংকট নাহে ৰাজ্যলৈ

চিন্তা নাই, মুখ্যমন্ত্ৰীয়ে দিলে অভয়বাণী, পেট্ৰ’ল-ডিজেলৰ সংকট নাহে ৰাজ্যলৈ

2 hours ago
কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক

কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক

3 hours ago
মমো খাই অসুস্থ, খাদ্য বিষক্ৰিয়াৰ পৰা কেনেকৈ পৰিব ৰক্ষা জানক

মমো খাই অসুস্থ, খাদ্য বিষক্ৰিয়াৰ পৰা কেনেকৈ পৰিব ৰক্ষা জানক

4 hours ago
ৰন্ধনঘৰৰ এই সামগ্ৰীতেই লুকাই থাকে হাজাৰ ৰোগৰ বিষ! আজিয়েই সতৰ্ক হওক, অন্যথা বিপদ বাঢ়িব

ৰন্ধনঘৰৰ এই সামগ্ৰীতেই লুকাই থাকে হাজাৰ ৰোগৰ বিষ! আজিয়েই সতৰ্ক হওক, অন্যথা বিপদ বাঢ়িব

5 hours ago
আমাৰ ধৰ্ম ভিন্ন, বয়সৰ ব্যৱধান আছে, নিকৰ সৈতে দূৰত্ব বাঢ়িছে? বিচ্ছেদৰ খবৰক লৈ কি কৈছে প্ৰিয়ংকাই?

আমাৰ ধৰ্ম ভিন্ন, বয়সৰ ব্যৱধান আছে, নিকৰ সৈতে দূৰত্ব বাঢ়িছে? বিচ্ছেদৰ খবৰক লৈ কি কৈছে প্ৰিয়ংকাই?

6 hours ago
বসন্ততেই পোৱা যায়! খাদ্য তালিকাত ৰাখক এইবিধ খাদ্য, বাঢ়িব যৌ* ক্ষমতা, আৰু কি কি গুণ আছে এই খাদ্যৰ?

বসন্ততেই পোৱা যায়! খাদ্য তালিকাত ৰাখক এইবিধ খাদ্য, বাঢ়িব যৌ* ক্ষমতা, আৰু কি কি গুণ আছে এই খাদ্যৰ?

6 hours ago
প্ৰতিদিনৰ ৪ অভ্যাসে আপোনাৰ উন্নতিৰ পথৰ সকলোতকৈ ডাঙৰ বাধা, কি কৈছে গৰুড় পুৰাণে?

প্ৰতিদিনৰ ৪ অভ্যাসে আপোনাৰ উন্নতিৰ পথৰ সকলোতকৈ ডাঙৰ বাধা, কি কৈছে গৰুড় পুৰাণে?

6 hours ago
মীনৰ ঘৰত ৩ গ্ৰহৰ মেলা, লগতে আদিত্য মঙ্গল যোগ, নতুন সপ্তাহত সাফল্য লাভ কৰিব ৫ৰাশিয়ে

মীনৰ ঘৰত ৩ গ্ৰহৰ মেলা, লগতে আদিত্য মঙ্গল যোগ, নতুন সপ্তাহত সাফল্য লাভ কৰিব ৫ৰাশিয়ে

7 hours ago
২ বছৰত সুদ হিচাপেই পাব ৬০ হাজাৰ টকা, পোষ্ট অফিচৰ এই স্কিম সম্পৰ্কে জানেনে?

২ বছৰত সুদ হিচাপেই পাব ৬০ হাজাৰ টকা, পোষ্ট অফিচৰ এই স্কিম সম্পৰ্কে জানেনে?

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বদ্ৰীনাথ মন্দিৰত শংখ বজোৱা নিষেধ, আঁৰৰ কাৰণ জানেনে?

বদ্ৰীনাথ মন্দিৰত শংখ বজোৱা নিষেধ, আঁৰৰ কাৰণ জানেনে?

editor by editor
May 5, 2025
in জীৱনশৈলী, বিবিধ
0
বদ্ৰীনাথ মন্দিৰত শংখ বজোৱা নিষেধ, আঁৰৰ কাৰণ জানেনে?
0
SHARES
280
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিষ্ণুৰ চাৰধামৰ মাজত অন্যতম হৈছে উত্তৰাখণ্ডৰ বদ্ৰীনাথ ধাম৷ বাকী তিনি ধাম হৈছে পুৰী, দ্বাৰকা আৰু ৰামেশ্বৰম৷ উত্তৰাখণ্ডৰ যি চাৰধাম আছে তাৰ ভিতৰত অন্যতম হৈছে বদ্ৰীনাথ৷ উত্তৰাখণ্ডৰ চাৰধামৰ বাকী তিনি ধাম হৈছে কেদাৰনাথ, গংগোত্ৰী আৰু যমুনাত্ৰী৷ ওখ পাৰ্বত্য অঞ্চলত অৱস্থিত বদ্ৰীনাথ মন্দিৰৰ সৈতে জড়িত হৈ আছে নানান ৰহস্য৷ উত্তৰাখণ্ডৰ চাৰিধামৰ বাকী তিনি মন্দিৰৰ মতে বন্দীনাথৰ দুৱাৰো বছৰৰ ৬মাহ খোলা থাকে আৰু ছমাহ বন্ধ থাকে৷ ৪ মে ২০২৫ এই বছৰৰ বাবে বদ্ৰীনাথ মন্দিৰৰ দুৱাৰ খোলা হৈছে৷ ভাইফোঁটাৰ পাছত মন্দিৰ বন্ধ কৰা হ’ব৷ সেই বদ্ৰীনাথ মন্দিৰতেই মংগলধ্বনি হিচাপে শংখ বজোৱা নহয়৷ কিন্তু কিয় তাত শংখ বজোৱাত বাধা আছে সেই কথা বহুজনেই জানিব খোজে৷

পৌৰাণিক কাৰণ

অলকানন্দ নদীৰ ধাৰত অৱস্থিত বদ্ৰীনাথ মন্দিৰ হৈছে নাৰায়ণৰ লীলাভূমি৷ প্ৰচলিত বিশ্বাস অনুসৰি এবাৰ এই স্থানত বহি ধ্যান কৰিছিল বিষ্ণুৱে৷ সেই সময়তেই শংখৰ শব্দত তেওঁৰ ধ্যানভংগ হয়৷ সেই কাৰণেই এই স্থানত শংখ বজোৱা নিষেধ৷ বদ্ৰীনাথ মন্দিৰত যিমান পাৰে শান্তি বজায় ৰাখিব লাগে বুলি কোৱা হয়৷ অন্যথা ইশ্বৰৰ ধ্যানভংগ হয়৷

নাগা সন্ন্যাসীৰ বিশ্বাস

পুৰাণ মতে বিষ্ণু শেষনাগৰ ওপৰত আসীন থাকে৷ কিংবদন্তীয়ে কৈছে, বদ্ৰীনাথ পাহাৰৰ আশেপাশে প্ৰচুৰ সাপ আছে৷ শংখৰ শব্দত সৰ্পকূল বিৰক্ত হ’ব পাৰে বুলি ধাৰণা কৰা হয়৷ শংখৰ শব্দত সাপ ৰুষ্ট হয় বুলি ধাৰণা কৰে নাগা সন্ন্যাসীসকলে৷ সৰ্পকূল ৰুষ্ট হলে সৰ্পদেৱতাৰ ৰোষত এলেকাৰ প্ৰাকৃতিক বিপৰ্যয় ঘটিব পাৰে বুলি ধাৰণা কৰা হয়৷ ইয়াৰোপৰি নানান কামত ব্যাঘাত আহিব পাৰে৷ বহুতৰে মতে সাপৰ ৰোষ এৰাবলৈ বদ্ৰীনাথ শংখ বজোৱা নিষেধ বুলি কোৱা হয়৷

বৈজ্ঞানিক কাৰণ

বদ্ৰীনাথত কিয় শংখ বজোৱা নিষেধ তাৰ আঁৰত আছে বৈজ্ঞানিক কাৰণো৷ হিমালয়ৰ ওখ পাহাৰত অৱস্থিত বদ্ৰীনাথৰ চাৰিওফালে আছে বৰফে ঢকা পাহাৰৰ চূড়া৷ শীতকালত বৰফে ঢাকি পেলায় সমগ্ৰ এলেকা৷ চাৰিওপাশৰ ওখ পাহাৰৰ মাজৰ উপত্যকাত অৱস্থিত বদ্ৰীনাথ৷ তাতেই শংখ বজোৱাৰ শব্দ চাৰিওফালে প্ৰতিধ্বনিত হৈ বিপুল শব্দতৰংগ সৃষ্টি কৰিব পাৰে৷ সেই তৰংগৰ প্ৰভাৱ আশপাশৰ বৰফৰ পাহাৰ খহাৰ আশংকা থাকে৷ বৰফৰ পাহাৰ খহাৰ পৰা ৰক্ষা পাবলৈ বদ্ৰীনাথত শংখ বজোৱা নিষেধ৷

ধৰ্মীয় কাহিনী

পুৰাণ অনুসৰি বদ্ৰীনাথৰ তুলসী ভৱনত বহি এবাৰ মা লক্ষ্মীয়ে ধ্যান কৰি আছিল৷ সেই সময়তেই শঙ্খচূৰ্ণ নামৰ এক দানৱক বধ কৰে বিষ্ণুৱে৷ হিন্দুধৰ্মত জয়লাভৰ পাছত শংখ বজোৱাৰ ৰীতি প্ৰচলিত আছে৷ কিন্তু মা লক্ষ্মীৰ ধ্যান যাতে ভংগ নহয় সেই কাৰণেই তেওঁ শংখ বজোৱা নাছিল৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দশম উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?
নিয়োগ

দশম উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

March 28, 2026
হঠাৎ আধা ৰাস্তাতে KitKat চুৰি, অপৰাধী বিচাৰি হাহাকাৰ কোম্পানীৰ!
বিশ্ব

হঠাৎ আধা ৰাস্তাতে KitKat চুৰি, অপৰাধী বিচাৰি হাহাকাৰ কোম্পানীৰ!

March 28, 2026
নিৰ্বাচনৰ পূৰ্বে যোৰহাটত ভয়ংকৰ ঘটনা, বিস্ফোৰণত নিহত পিতা-পুত্ৰ
অসম

নিৰ্বাচনৰ পূৰ্বে যোৰহাটত ভয়ংকৰ ঘটনা, বিস্ফোৰণত নিহত পিতা-পুত্ৰ

March 28, 2026
চিন্তা নাই, মুখ্যমন্ত্ৰীয়ে দিলে অভয়বাণী, পেট্ৰ’ল-ডিজেলৰ সংকট নাহে ৰাজ্যলৈ
অসম

চিন্তা নাই, মুখ্যমন্ত্ৰীয়ে দিলে অভয়বাণী, পেট্ৰ’ল-ডিজেলৰ সংকট নাহে ৰাজ্যলৈ

March 28, 2026
Next Post
যুদ্ধকালীন সময়ৰ বাবে প্ৰস্তুত হৈছে ভাৰত! এয়াৰ ৰেইড ছাইৰেন, নাগৰিকক ট্ৰেইনিং, বুধবাৰে দেশজুৰি হ’ব যুদ্ধৰ অনুশীলন

যুদ্ধকালীন সময়ৰ বাবে প্ৰস্তুত হৈছে ভাৰত! এয়াৰ ৰেইড ছাইৰেন, নাগৰিকক ট্ৰেইনিং, বুধবাৰে দেশজুৰি হ’ব যুদ্ধৰ অনুশীলন

বিশ্বৰ সকলোতকৈ কুখ্যাত কাৰাগাৰক লৈ ডাঙৰ সিদ্ধান্ত ট্ৰাম্পৰ, ৬২ বছৰৰ পাছত আকৌ মুকলি হ’ল আলকাট্ৰাজ কাৰাগাৰ

বিশ্বৰ সকলোতকৈ কুখ্যাত কাৰাগাৰক লৈ ডাঙৰ সিদ্ধান্ত ট্ৰাম্পৰ, ৬২ বছৰৰ পাছত আকৌ মুকলি হ’ল আলকাট্ৰাজ কাৰাগাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.