• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মহিলাসকলৰ কিয় বৃদ্ধি হৈছে PCOD বা Cyst ৰ দৰে সমস্যা? জানক ইয়াৰ লক্ষণ

মহিলাসকলৰ কিয় বৃদ্ধি হৈছে PCOD বা Cyst ৰ দৰে সমস্যা? জানক ইয়াৰ লক্ষণ

4 months ago
আৰক্ষীত নিযুক্তি লাভৰ স্ফূৰ্তিতে সুৰাৰ পাৰ্টী! বিষাক্ত সুৰা সেৱন কৰি ৮জনৰ মৃ*ত্যু

আৰক্ষীত নিযুক্তি লাভৰ স্ফূৰ্তিতে সুৰাৰ পাৰ্টী! বিষাক্ত সুৰা সেৱন কৰি ৮জনৰ মৃ*ত্যু

16 minutes ago
আমেৰিকাৰ ৰাজনীতিত আফগান যুৱতী আয়েশাৰ ইতিহাস

আমেৰিকাৰ ৰাজনীতিত আফগান যুৱতী আয়েশাৰ ইতিহাস

48 minutes ago
বুধাদিত্য যোগ, ধন-সম্পত্তিৰে ভৰি পৰিব এই ৪ ৰাশিৰ জোলোঙা

বুধাদিত্য যোগ, ধন-সম্পত্তিৰে ভৰি পৰিব এই ৪ ৰাশিৰ জোলোঙা

1 hour ago
এটা iPhoneৰ বাবেই পুত্ৰৰ চৰম পন্থা, সন্তানক বচাবলৈ গৈ প্ৰাণ হেৰুৱালে পিতৃ-মাতৃয়েও!

এটা iPhoneৰ বাবেই পুত্ৰৰ চৰম পন্থা, সন্তানক বচাবলৈ গৈ প্ৰাণ হেৰুৱালে পিতৃ-মাতৃয়েও!

2 hours ago
তুলা, ধনুকে ধৰি এইকেইটা ৰাশিৰ আহি আছে ভাল খবৰ

তুলা, ধনুকে ধৰি এইকেইটা ৰাশিৰ আহি আছে ভাল খবৰ

4 hours ago
ৰসগোল্লাক ইংৰাজীত কি কয়? জ্ঞানীসকলে জানিব শুদ্ধ উত্তৰ!

ৰসগোল্লাক ইংৰাজীত কি কয়? জ্ঞানীসকলে জানিব শুদ্ধ উত্তৰ!

11 hours ago
নিশা দৈ খোৱাটো উচিত নে অনুচিত? বিশেষজ্ঞসকলে কয় জানক

নিশা দৈ খোৱাটো উচিত নে অনুচিত? বিশেষজ্ঞসকলে কয় জানক

12 hours ago
হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য! আজি কিমান হ্ৰাস পালে জানো আহক

সোণে দেখুৱাইছে যাদু, এমাহত ইমান পৰিৱৰ্তন হোৱাৰ কাৰণ কি?

12 hours ago
SBI ৰ নিয়ম সলনি, ১ অক্টোবৰৰ পৰা বৃদ্ধি পাব এই চাৰ্জ!

SBI ৰ নিয়ম সলনি, ১ অক্টোবৰৰ পৰা বৃদ্ধি পাব এই চাৰ্জ!

13 hours ago
PNB: ১৩ ছেপ্টেম্বৰ পৰা বন্ধ হ’ব সকলো একাউন্ট, কিন্তু কিয়?

PNB: ১৩ ছেপ্টেম্বৰ পৰা বন্ধ হ’ব সকলো একাউন্ট, কিন্তু কিয়?

13 hours ago
কম বয়সতে গাঁঠিৰ বিষ? ইয়াৰ আঁৰৰ কাৰণ জানক

কম বয়সতে গাঁঠিৰ বিষ? ইয়াৰ আঁৰৰ কাৰণ জানক

14 hours ago
আপোনাৰ নামত একাধিক চিম কাৰ্ড আছে নেকি? তেন্তে আজিয়েই সাৱধান!

আপোনাৰ নামত একাধিক চিম কাৰ্ড আছে নেকি? তেন্তে আজিয়েই সাৱধান!

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, August 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মহিলাসকলৰ কিয় বৃদ্ধি হৈছে PCOD বা Cyst ৰ দৰে সমস্যা? জানক ইয়াৰ লক্ষণ

মহিলাসকলৰ কিয় বৃদ্ধি হৈছে PCOD বা Cyst ৰ দৰে সমস্যা? জানক ইয়াৰ লক্ষণ

editor by editor
April 18, 2026
in জীৱনশৈলী, বিবিধ, লেখা
0
মহিলাসকলৰ কিয় বৃদ্ধি হৈছে PCOD বা Cyst ৰ দৰে সমস্যা? জানক ইয়াৰ লক্ষণ
0
SHARES
1.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজিকালি PCOD বা Cyst ৰ দৰে সমস্যা দ্ৰুতগতিত বৃদ্ধি পাইছে। পৰিৱৰ্তিত জীৱনশৈলী, হ’ৰমনৰ সমস্যা, খাদ্য আদি বিভিন্ন কাৰণত মহিলাসকলক বহু বেমাৰে দেখা দিছে। কেৱল সেয়াই নহয়, পৰিৱৰ্তিত জীৱনশৈলীৰ বাবে আজিকালি মহিলাসকলৰ Psod বা Cyst ৰ দৰে সমস্যা দ্ৰুতগতিত বৃদ্ধি পাইছে। এনে ক্ষেত্ৰ্ৰত PCOD (Polycystic Ovarian Disease) ৰ সমস্যা দ্ৰুতগতিত বৃদ্ধি পাইছে। আগতে এই সমস্যা ৩০ৰ পৰা ৩৫ বছৰ বয়সৰ মহিলাৰ ক্ষেত্ৰত বেছি দেখা গৈছিল কিন্তু এতিয়া ১৮ৰ পৰা ২০ বছৰ বয়সৰ ছোৱালীৰ ক্ষেত্ৰতো PCODৰ সমস্যা সাধাৰণ হৈ পৰিছে। এই সমস্যাক PCOS (Polycystic Ovarian Syndrome) বুলিও কোৱা হয়। PCOD হৈছে হৰম’নৰ সমস্যা যিটো আমাৰ বেয়া জীৱনশৈলীৰ ফল। ইয়াৰ আটাইতকৈ বেছি প্ৰভাৱ মহিলাসকলৰ মাহেকীয়া আৰু গৰ্ভধাৰণৰ ক্ষেত্ৰত দেখা যায়।

PCOD ৰ লক্ষণ হৈছে

  1. অনিয়মীয়া ঋতুস্ৰাৱ
  2. শালমইনা আৰু উফি
  3. ওজন বৃদ্ধি
  4. শৰীৰ বা মুখমণ্ডলত নোম বৃদ্ধি

ইফালে Ovarian Cysts হৈছে মহিলাসকলৰ শৰীৰত হোৱা আন এবিধ সমস্যা। প্ৰতিগৰাকী মহিলাৰ শৰীৰত দুটা ডিম্বাশয় থাকে। সেয়া মহিলাৰ জৰায়ুৰ দুয়োকাষে থাকে আৰু ই হৰম’ন (ইষ্ট্ৰজেন আৰু প্ৰজেষ্টেৰন)ৰ ভাৰসাম্য ৰক্ষাৰ কাম কৰে। যোৱা কেইবছৰমানৰ পৰা মহিলাৰ ডিম্বাশয়ত চিষ্ট গঠনৰ সমস্যা যথেষ্ট বৃদ্ধি পাইছে। ভুল খাদ্যাভ্যাস আৰু বেয়া জীৱনশৈলীৰ বাবেই এনে হৈছে। ডিম্বাশয়ত ওখহি গাঁঠি গঠন হোৱাৰ সমস্যাক অভেৰিয়ান চিষ্ট বোলা হয়। কিছুমান ক্ষেত্ৰত এই গোটবোৰ নিজে নিজে নাইকিয়া হৈ যায়, আৰু আন কিছুমানৰ শৰীৰত বেছি গাঁঠি গঠন হ’লে বিশেষ ডাঙৰ ৰোগৰ আশংকা থাকে।

Cysts ৰ লক্ষণ হৈছে

  • ঋতুস্ৰাৱ অনিয়মীয়া
  • যৌন মিলনৰ সময়ত বিষ
  • ঋতুস্ৰাৱৰ আগতে বা সময়ত তলপেটত তীব্ৰ বিষ
  • পিঠি আৰু উৰুৰ বিষ

এনে লক্ষণবোৰ দেখিলে অৱহেলা নকৰিব আৰু লগে লগে বিশেষজ্ঞৰ পৰামৰ্শ ল’ব। যদি PCOD বা Ovarian Cysts ৰ সন্দেহ কৰা হয়, তেন্তে বিশেষজ্ঞই চোনোগ্ৰাফী কৰাৰ পৰামৰ্শ দিব। চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ কোনো ধৰণৰ ঔষধ নাখাব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আৰক্ষীত নিযুক্তি লাভৰ স্ফূৰ্তিতে সুৰাৰ পাৰ্টী! বিষাক্ত সুৰা সেৱন কৰি ৮জনৰ মৃ*ত্যু
ভাৰত

আৰক্ষীত নিযুক্তি লাভৰ স্ফূৰ্তিতে সুৰাৰ পাৰ্টী! বিষাক্ত সুৰা সেৱন কৰি ৮জনৰ মৃ*ত্যু

August 22, 2026
আমেৰিকাৰ ৰাজনীতিত আফগান যুৱতী আয়েশাৰ ইতিহাস
বিশ্ব

আমেৰিকাৰ ৰাজনীতিত আফগান যুৱতী আয়েশাৰ ইতিহাস

August 22, 2026
বুধাদিত্য যোগ, ধন-সম্পত্তিৰে ভৰি পৰিব এই ৪ ৰাশিৰ জোলোঙা
জীৱনশৈলী

বুধাদিত্য যোগ, ধন-সম্পত্তিৰে ভৰি পৰিব এই ৪ ৰাশিৰ জোলোঙা

August 22, 2026
এটা iPhoneৰ বাবেই পুত্ৰৰ চৰম পন্থা, সন্তানক বচাবলৈ গৈ প্ৰাণ হেৰুৱালে পিতৃ-মাতৃয়েও!
ভাৰত

এটা iPhoneৰ বাবেই পুত্ৰৰ চৰম পন্থা, সন্তানক বচাবলৈ গৈ প্ৰাণ হেৰুৱালে পিতৃ-মাতৃয়েও!

August 22, 2026
Next Post
‘মহিলাই কেতিয়াও অপমান নাপাহৰে’, মহিলা সংৰক্ষণ বিধেয়কক লৈ কংগ্ৰেছক কটাক্ষ প্ৰধানমন্ত্ৰী মোদীৰ

'মহিলাই কেতিয়াও অপমান নাপাহৰে', মহিলা সংৰক্ষণ বিধেয়কক লৈ কংগ্ৰেছক কটাক্ষ প্ৰধানমন্ত্ৰী মোদীৰ

২ মিনিটতে একাউণ্টলৈ আহিব ধন, বিপদত এই সহজ পদ্ধতিৰে লওক লোন!

২ মিনিটতে একাউণ্টলৈ আহিব ধন, বিপদত এই সহজ পদ্ধতিৰে লওক লোন!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.