• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মানুহে বহু সময়ত বহু কথা কয়ঃ কাজলৰ সৈতে সম্পৰ্কক লৈ কি ক’লে শ্বাহৰুখে?

মানুহে বহু সময়ত বহু কথা কয়ঃ কাজলৰ সৈতে সম্পৰ্কক লৈ কি ক’লে শ্বাহৰুখে?

2 years ago
আজি শুভ সংবাদ পাব ৫ ৰাশিৰ লোকে, কোনে হ’ব সাৱধান?

আজি শুভ সংবাদ পাব ৫ ৰাশিৰ লোকে, কোনে হ’ব সাৱধান?

3 minutes ago
গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!

কিয় মহিলাৰ সঘনাই প্ৰস্ৰাৱ সংক্ৰমণে দেখা দিয়ে? আঁৰৰ কাৰণ জানক

11 hours ago
তামৰ পাত্ৰত পানী খালে হ’ব পাৰে বিপদ! আওকাণ নকৰিব এইবোৰ কথা

তামৰ পাত্ৰত পানী খালে হ’ব পাৰে বিপদ! আওকাণ নকৰিব এইবোৰ কথা

11 hours ago
সৰু শুকান মাছ খোৱাৰ উপকাৰিতাৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি

সৰু শুকান মাছ খোৱাৰ উপকাৰিতাৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি

11 hours ago
পিছফালকৈ খোজকঢ়াৰ আছে বহু উপকাৰিতা, জানি হ’ব আচৰিত

পিছফালকৈ খোজকঢ়াৰ আছে বহু উপকাৰিতা, জানি হ’ব আচৰিত

11 hours ago
১০ ছেপ্টেম্বৰ ২০২৬ৰ ৰাশিফল: কোন ৰাশিৰ দিনটো হ’ব শুভ?

১০ ছেপ্টেম্বৰ ২০২৬ৰ ৰাশিফল: কোন ৰাশিৰ দিনটো হ’ব শুভ?

12 hours ago
বাংলাদেশত সামৰিক অনুশীলনত ভয়ংকৰ দুৰ্ঘটনা,  হঠাৎ বিস্ফোৰণ  চীনা টেংক

বাংলাদেশত সামৰিক অনুশীলনত ভয়ংকৰ দুৰ্ঘটনা, হঠাৎ বিস্ফোৰণ চীনা টেংক

12 hours ago
সামাজিক মাধ্যমত ৮০ৰ দশকৰ ফটোৰ ট্ৰেণ্ড, আপুনি কেনেকৈ বনাব এই ফটো?

সামাজিক মাধ্যমত ৮০ৰ দশকৰ ফটোৰ ট্ৰেণ্ড, আপুনি কেনেকৈ বনাব এই ফটো?

15 hours ago
Neena Gupta: ‘আপুনি এইবোৰ পিন্ধে? তাতকৈ নিপিন্ধাই ভাল!’, কি কথাত খং উঠিল নীনা গুপ্তাৰ?

Neena Gupta: ‘আপুনি এইবোৰ পিন্ধে? তাতকৈ নিপিন্ধাই ভাল!’, কি কথাত খং উঠিল নীনা গুপ্তাৰ?

16 hours ago
কেঁচা কল খালে শৰীৰত আইৰণ বৃদ্ধি পায় নেকি?

কেঁচা কল খালে শৰীৰত আইৰণ বৃদ্ধি পায় নেকি?

17 hours ago
বেংকত চাকৰি কৰাৰ মন? এছ বি আইয়ে ২০২৬-২৭ বিত্তীয় বৰ্ষত দিছে বৃহৎ সুযোগ!

বেংকত চাকৰি কৰাৰ মন? এছ বি আইয়ে ২০২৬-২৭ বিত্তীয় বৰ্ষত দিছে বৃহৎ সুযোগ!

18 hours ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

ভাগ্যই দেখুৱাব যাদু, আজি কোন ৰাশিৰ জাতক-জাতিকাৰ ফুলিব কপাল?

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মানুহে বহু সময়ত বহু কথা কয়ঃ কাজলৰ সৈতে সম্পৰ্কক লৈ কি ক’লে শ্বাহৰুখে?

মানুহে বহু সময়ত বহু কথা কয়ঃ কাজলৰ সৈতে সম্পৰ্কক লৈ কি ক’লে শ্বাহৰুখে?

editor by editor
September 25, 2024
in জীৱনশৈলী, বিনোদন, বিবিধ, ভাৰত, লেখা
0
মানুহে বহু সময়ত বহু কথা কয়ঃ কাজলৰ সৈতে সম্পৰ্কক লৈ কি ক’লে শ্বাহৰুখে?
0
SHARES
230
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শ্বাহৰুখ খান আৰু কাজল, পৰ্দাত থকা মানেই মোটা টকা বক্স অফিচৰ আয়৷ দৰ্শকৰ ওচৰত এই জুঁটি নষ্টালজিয়া৷ এই জুটি মানেই প্ৰেক্ষাগৃহ হাউছফুল, নব্বৈৰ দশকৰ দৰ্শকৰ বাবে এই জুঁটি আৱেগ৷ সকলোবোৰ ভালে ভালে চলিলেও কেৰিয়াৰৰ দীৰ্ঘ সময় তেওঁলোকে একেলগে কাম কৰা নাছিল৷ উভতাই পঠিয়াইছিল বহু প্ৰস্তাৱ৷ কিন্তু আঁৰত কি কাৰণ? তেওঁলোকৰ সম্পৰ্কত অন্তৰায় হৈ উঠিছিল নেকি পৰকীয়াৰ গুঞ্জন?

পৰকীয়া গুঞ্জন নহয় দৰ্শকৰ অত্যধিক উচ্ছ্বাসতহে ক্লান্ত হৈ পৰিছিল অজয় দেৱগন৷ বলীউডৰ ভাইৰেল খবৰমতে এসময়ত অজয় দেৱগন ইমানেই অতিষ্ঠ হৈ পৰিছিল যে তেওঁ বিচৰা নাছিল কাজল-শ্বাহৰুখে একেলগে পৰ্দাত কাম কৰক৷ এবাৰ কাজলৰ সৈতে এখন চিনেমা কৰিবলৈ মন মেলি শ্বাহৰুখ পাইছিলগৈ অজয় দেৱগণৰ কাষত৷ কিন্তু অজয় মান্তি নহ’ল৷ কিং খানক উভতাই পঠিয়ালে অজয়ে৷

অজয়ে ভালদৰেই জানিছিল দৰ্শকে শ্বাহৰুখ আৰু কাজলক একেলগে চাবলৈ পছন্দ কৰে৷ কিন্তু সেয়া সাধাৰণভাৱে মানি ল’বও খোজা নাছিল অজয়ে৷ অজয়লৈ বহু মেইল আহিছিল৷ বহু মেইলতেই কাজলক ভক্তসকলে পৰামৰ্শ দিছিল, অজয়ৰ পৰা বিচ্ছেদ লওক৷ এই বিতৰ্ক দেখি আৰু সহ্য কৰিব নোৱাৰিলে অজয়ে৷ দৰ্শকৰ পৰা এই যুঁটিক পৃথক কৰালে হয়তো কাজলো তেওঁৰ কাষত নাথাকিব, সেই কথা বুজি উঠিল অজয়ে৷ সেয়ে অজয়ে নিজা সিদ্ধান্ত সলনি কৰিলে৷ ফলত দীৰ্ঘ অপেক্ষাৰ অন্তত আকৌ একেলগে কাম কৰিবলৈ আৰম্ভ কৰে কাজল-শ্বাহৰুখে৷

এই বিষয়টোক লৈ শ্বাহৰুখ খানে এক সাক্ষাৎকাৰত কৈছে, ‘সাধাৰণ মানুহে বহু সময়ত আমাক বহু কথাই কয়৷ কিন্তু সেয়া কেতিয়াও পেছাগত জীৱনত মই প্ৰভাৱ পৰিবলৈ নিদিও৷ অৱশ্যে সময়ৰ লগে লগে পৰিস্থিতি সলনি হৈ থাকে৷’ সময়ৰ লগে লগে শ্বাহৰুখ আৰু অজয়ৰ মাজৰ খেলিমেলিও দূৰ হৈছে৷ কাজলে দুজনৰ সৈতেই এতিয়া চিনেমাত কাম কৰে৷ শ্বাহৰুখৰ সৈতে তেওঁ কৰা বৰ্তমানৰ শেষ ছবি দিলৱালে৷ এই ছবিত আকৌ এবাৰ দৰ্শকে আদৰি লৈছে শ্বাহৰুখ আৰু কাজলৰ ৰোমান্স৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalbest news channel in assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি শুভ সংবাদ পাব ৫ ৰাশিৰ লোকে, কোনে হ’ব সাৱধান?
জীৱনশৈলী

আজি শুভ সংবাদ পাব ৫ ৰাশিৰ লোকে, কোনে হ’ব সাৱধান?

September 10, 2026
গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!
জীৱনশৈলী

কিয় মহিলাৰ সঘনাই প্ৰস্ৰাৱ সংক্ৰমণে দেখা দিয়ে? আঁৰৰ কাৰণ জানক

September 9, 2026
তামৰ পাত্ৰত পানী খালে হ’ব পাৰে বিপদ! আওকাণ নকৰিব এইবোৰ কথা
জীৱনশৈলী

তামৰ পাত্ৰত পানী খালে হ’ব পাৰে বিপদ! আওকাণ নকৰিব এইবোৰ কথা

September 9, 2026
সৰু শুকান মাছ খোৱাৰ উপকাৰিতাৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি
জীৱনশৈলী

সৰু শুকান মাছ খোৱাৰ উপকাৰিতাৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি

September 9, 2026
Next Post
আজি জম্মুত দ্বিতীয় দফাৰ ভোটগ্ৰহণঃ ২৬বিধানসভা কেন্দ্ৰত ভোটগ্ৰহণ

আজি জম্মুত দ্বিতীয় দফাৰ ভোটগ্ৰহণঃ ২৬বিধানসভা কেন্দ্ৰত ভোটগ্ৰহণ

নীতি শিক্ষা প্ৰয়োজনীয় হৈ পৰিছেঃ আকৌ পঢ়িব লাগিব ‘চৰিত্ৰ পাঠ’

নীতি শিক্ষা প্ৰয়োজনীয় হৈ পৰিছেঃ আকৌ পঢ়িব লাগিব ‘চৰিত্ৰ পাঠ’

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.